Business

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ ‘কান্তা দিদি’ৰ দীপাৱলী অভিযান

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ ‘কান্তা দিদি’ৰ দীপাৱলী অভিযান

এই দীপাৱলীত গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ ব্ৰেণ্ড-নিৰপেক্ষ মালিকানাধীন মিডিয়া প্ৰপাৰ্টি গড্ৰেজ লা'ফেয়াৰে 'কান্তা দিদি'ৰ জৰিয়তে #CelebratingAcceptance অভিযান অব্যাহত ৰাখিছে; এইখন এখন প্ৰচাৰ ছবি, যিয়ে দৈনন্দিন আমাৰ সমাজ জীৱনত চলি থকা ষ্টেৰিঅ'টাইপসমূহক প্ৰত্যাহ্বান জনায় আৰু আজিৰ পৃথিৱীত স্বীকৃতিৰ সংজ্ঞাটোৱে কেনে ৰূপ ল'ব পাৰে সেই দিশটোক ন ৰূপত সংজ্ঞায়িত কৰিছেৰে। কিয়নো স্বীকৃতি সচেতনতাৰ এক বিশেষাধিকাৰ নহয়; ই মানৱতাৰ এক অনুশীলন। এখন চিনাকি ঘৰৰ আৱৰীয়া দেৱালৰ ভিতৰত স্থান-কাল ৰাখি প্ৰস্তুত কৰা এই কাহিনীটো এগৰাকী গৃহকৰ্মী আৰু এহাল সমকামী দম্পতীৰ মাজত কথাৰ বিনিময় হয়, য'ত উপস্থাপন কৰা হৈছে যে কেনেদৰে বুজাবুজি আদৰ্শৰ পৰা নহয়, বৰং সহজ-সৰল প্ৰবৃত্তিৰ পৰাহে ওলাই আহিব পাৰে। যি এটা অসহজ মুহূর্তৰ…
Read More
নতুন নিচান মেগনাইট বিআৰ-১০ ইজেড-শ্বিফ্ট (এএমটি) আৰু সংহত ইন্ধন ঢাকনি ডিজাইনলৈ চিএনজি ৰেট্ৰ’ফিটমেণ্ট সম্প্ৰসাৰণ কৰিছে নিচান মটৰ ইণ্ডিয়াই

নতুন নিচান মেগনাইট বিআৰ-১০ ইজেড-শ্বিফ্ট (এএমটি) আৰু সংহত ইন্ধন ঢাকনি ডিজাইনলৈ চিএনজি ৰেট্ৰ’ফিটমেণ্ট সম্প্ৰসাৰণ কৰিছে নিচান মটৰ ইণ্ডিয়াই

নিচান মটৰ ইণ্ডিয়াই নতুন নিচান মেগনাইট বিআৰ১০ ইজেড-শ্বিফ্ট(এএমটি)ৰ বাবে চৰকাৰী অনুমোদিত চিএনজি ৰেট্ৰ'ফিটমেণ্ট মুকলি কৰি নিজৰ চিএনজি ৰেট্ৰ'ফিটমেণ্ট কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে।  এই বছৰৰ আৰম্ভণিতে নতুন নিচান মেগনাইট বিআৰ১০ মেনুৱেল ট্ৰেন্সমিচনৰ বাবে আৰম্ভ কৰা ৰেট্ৰ'ফিটমেণ্ট কাৰ্যসূচীৰ প্ৰতি শক্তিশালী গ্ৰাহকৰ সঁহাৰিৰ পিছত এই শেহতীয়া বিকাশে নিচা থনৰ সুলভ, দক্ষ আৰু গ্ৰাহক-কেন্দ্ৰিক গতিশীলতা সমাধানৰ প্ৰতি থকা দায়বদ্ধতাত আন এক মাইলৰ খুঁটি চিহ্নিত কৰিছে।  বিআৰ১০ ই. জেড-শ্বিফ্ট (এএমটি) প্ৰকাৰৰ প্ৰমাণপত্ৰই এতিয়া গ্ৰাহকৰ এক বিস্তৃত ছেটক চিএনজি-ৰ ব্যয়-দক্ষতাৰ সৈতে নিচানৰ বিশ্বস্ত প্ৰদৰ্শনক একত্ৰিত কৰি কাৰখানা-অনুমোদিত, উচ্চ মানদণ্ডৰ ৰেট্ৰ'ফিট সমাধান বাছনি কৰিবলৈ সক্ষম কৰে। গ্ৰাহকৰ সঁহাৰি, মতামত আৰু বিশ্বব্যাপী সৰ্বশ্ৰেষ্ঠ অনুশীলন-প্ৰয়োগৰ সৈতে সংগতি ৰাখি…
Read More
অসমৰ দ্বিতীয় বৰ্ষৰ জেপিপিৱাই স্কলাৰে ২০২৬ বৰ্ষৰ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ ল’ব দিল্লীত

অসমৰ দ্বিতীয় বৰ্ষৰ জেপিপিৱাই স্কলাৰে ২০২৬ বৰ্ষৰ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰশিক্ষণ ল’ব দিল্লীত

অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২৪ বৰ্ষত আৰ্য প্ৰতিভা বিকাশ সংস্থা(এপিভিএছ-অখিল ভাৰতীয় দয়ানন্দ সেৱাশ্ৰম সংঘৰ উদ্যোগ)ৰ সহযোগত আৰম্ভ কৰা ৰাজ্যপাল অসম প্ৰতিভা প্ৰোত্সাহন যোজনা(জিএপিপিৱাই)ই ৰ নিৰ্বাচিত জলপানি(স্কলাৰ)সকলৰ দ্বিতীয়টো দলৰ ঘোষণাৰ সৈতে এক যুগান্তকাৰী মাইলৰ খুঁটিত উপনীত হৈছে। ২০২৬ বৰ্ষৰ ইউপিএছচি অসামৰিক সেৱা পৰীক্ষাৰ বাবে এতিয়া নতুন দিল্লীত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ১০গৰাকী প্ৰতিভাৱান শিক্ষাৰ্থীয়ে অবিৰত বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ লাভ কৰিব। জিএপিপিৱাই ২০২৫ৰ বাছনি প্ৰক্ৰিয়া চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্যজুৰি প্ৰতিভা অনুসন্ধান পৰীক্ষাৰ জৰিয়তে আৰম্ভ হৈছিল, য’ত শিৱসাগৰ, নগাঁও আৰু পশ্চিম কাৰ্বি আংলং আদি জিলাকে ধৰি সমগ্ৰ অসমৰ ২৭০ গৰাকী আকাংক্ষী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল। যোগ্যতাৰ ভিত্তিত গুৱাহাটীত অনুষ্ঠিত হোৱা কাউন্সেলিং, ৰচনা…
Read More
আইটিচিৰ বিংগো! তেধে মেধেই ৰকঞ্জলিৰ সৈতে অসমৰ যুৱ সমাজৰ স্পিৰিটৰ উদযাপন

আইটিচিৰ বিংগো! তেধে মেধেই ৰকঞ্জলিৰ সৈতে অসমৰ যুৱ সমাজৰ স্পিৰিটৰ উদযাপন

এই দুৰ্গা পূজাত আইটিচিৰ বিংগো! তেধে মেধেই ৰক সংগীতৰ নিভাঁজ শক্তিৰে ফেষ্টিভ ছিজন অধিক মাদকতাময় আৰু উদযাপনেৰে ভৰি কৰি তুলিবলৈ আগবঢ়ালে ৰকঞ্জলি। ৰক মিউজিকৰ থিমৰ সৈতে এই হাই-ভল্টেজ মিউজিক-অন-হুইল উদযাপনে গুৱাহাটীৰ ব্যস্ততম স্থানসমূহক স্পন্দনশীল কনচাৰ্ট এৰেনালৈ ৰূপান্তৰিত কৰিলে— লাইভ ৰক সংগীত পৰিবেশনৰ নিভাঁজ শক্তিৰে পূজাৰ আনন্দক অধিক উপভোগ্য কৰি তুলিলে। ৰকঞ্জলিয়ে চকাত কনচাৰ্টৰ জৰিয়তে সমগ্ৰ চহৰখনতে শক্তি প্ৰদান কৰিছিল, অসমৰ আটাইতকৈ চিনাকি বেণ্ড — বৰ্ণালী কালেকটিভ এণ্ড ব্লু উইংছৰ পৰা অবিস্মৰণীয় পৰিবেশন আগবঢ়াইছিল। ষষ্ঠীত বৰ্ণালী কালেকটিভ এণ্ড ব্লু উইংছে লতাশিল খেলপথাৰত নিজৰ অদম্য শক্তিৰে ভৰপূৰ অভিনয়েৰে অনুৰাগীসকলক মোহিত কৰিছিল, আনহাতে সপ্তমীত নেহৰু পাৰ্কৰ ওচৰত নিজৰ উষ্মতা প্ৰদৰ্শন কৰিছিল। অসম সদায়…
Read More
এই ফেষ্টিভ ছিজনত তানিষ্কে আগবঢ়াইছে ‘মৃগাংক’

এই ফেষ্টিভ ছিজনত তানিষ্কে আগবঢ়াইছে ‘মৃগাংক’

ফেষ্টিভ ছিজন অব্যাহত থকাৰ সময়ছোৱাত হাউছ অৱ টাটাৰ ভাৰতৰ সৰ্ববৃহৎ গহণা খুচুৰা ব্ৰেণ্ড তানিষ্কে এই ফেষ্টিভ ছিজনত উদযাপনৰ বাবে মুকলি কৰিছে ‘মৃগাংক’, যি পৌৰাণিক জগত আৰু কল্পনাপ্ৰসূত ক্ষেত্ৰৰ পৰা অনুপ্ৰাণিত সংকলন। এই শেহতীয়া সংগ্ৰহ হৈছে ৰহস্যময় ক্ষেত্ৰসমূহৰ প্ৰৱেশদ্বাৰ আৰু এখন জগত য'ত ভাসমান ৰাজপ্ৰসাদ, আকাশী বাগিচা আৰু কল্পনাপ্ৰসূত জীৱবোৰ সোণত সজীৱ হৈ উঠে। ভাৰতৰ যুগ যুগ ধৰি গল্পকথন আৰু প্ৰতীকবাদৰ প্ৰতি থকা প্ৰেমৰ পৰা অনুপ্ৰাণিত হৈ মৃগাংকৰ প্ৰতিটো টুকুৰা উৎসৱমুখৰ মনোভাৱৰ প্ৰতি কাব্যিক নিবেদন। এই পৃথিৱীখনক জীৱন্ত কৰি তুলিছে প্ৰাক্তন মিছ ৱৰ্ল্ড আৰু অভিনেতা মানুষী চিল্লাৰে, যিয়ে মৃগাংকৰ আত্মাক নিখুঁতভাৱে মূৰ্ত কৰি তুলিছে—যি বলিষ্ঠ, কল্পনাপ্ৰসূত আৰু আকৰ্ষণীয়ভাৱে পৰলোকীয়। এই ধাৰণাটো…
Read More
ৱংগাউইটছৰ মঞ্চত অপ্ৰতিৰোধ্য আইআইটি গুৱাহাটী : ক্লিন ছুইপেৰে চমক

ৱংগাউইটছৰ মঞ্চত অপ্ৰতিৰোধ্য আইআইটি গুৱাহাটী : ক্লিন ছুইপেৰে চমক

দিল্লী, হায়দৰাবাদ, পুনে আৰু লক্ষ্ণৌত দৰ্শকক আপ্লুত কৰাৰ পিছত ৱংগাউইটছ ছিজন ২-য়েছ চিকিউৰিটীজৰ ধ্বজাবাহী পদক্ষেপ 'ভাৰতৰ প্ৰিমিয়াৰ ফাইনেন্স এণ্ড ষ্টক মাৰ্কেট কুইজ' উঃ-পূবৰ প্ৰৱেশদ্বাৰ গুৱাহাটীত আয়োজন কৰা হয়। ভাৰতৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক উৎকৃষ্টতাৰ এক গৌৰৱোজ্জ্বল প্ৰতীক ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (আইআইটি গুৱাহাটী)ত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী সংস্কৰণত ১০০+ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ সৈতে একাধিক ৰাউণ্ডত কুইজ অনুষ্ঠিত হৈছিল, এই উৎসাহী সঁহাৰিৰ মাজত অংশ লোৱা সকলক বিত্তৰ মৌলিকতা আৰু শ্বেয়াৰ বজাৰৰ বাস্তৱ জগতৰ গতিশীলতা দুয়োটাই পৰীক্ষা কৰিছিল। সমগ্ৰ অঞ্চলটোৰ ১০খনৰো অধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি শৈক্ষিক পটভূমিৰ এক বৈচিত্ৰ্যময় মিশ্ৰণ আৰু বিত্তৰ প্ৰতি এক অংশীদাৰী কৌতূহল প্ৰদৰ্শন কৰে।…
Read More
সংসাৰৰ শেহতীয়া সামগ্ৰীৰ সৈতে আপোনাৰ ঘৰখনক উৎসৱমুখৰ আশ্ৰয়লৈ ৰূপান্তৰিত কৰক

সংসাৰৰ শেহতীয়া সামগ্ৰীৰ সৈতে আপোনাৰ ঘৰখনক উৎসৱমুখৰ আশ্ৰয়লৈ ৰূপান্তৰিত কৰক

এই ফেষ্টিভ ছিজনত ডি’ডেকৰৰ ছাতিৰ অধীনত বহনক্ষম গৃহ সজ্জাৰ ব্ৰেণ্ড সংসাৰে সমগ্ৰ ভাৰতৰ পৰিয়ালসমূহক ষ্টাইল, উষ্ণতা আৰু ব্যক্তিত্বৰে নিজৰ ঘৰখনক উন্নীত কৰাৰ সুযোগ প্ৰদান কৰিছে। অত্যাধুনিক কোমল আচবাব আৰু পৰিৱেশ-অনুকূল ৰূপৰ বাবে পৰিচিত সংসাৰৰ বাচকবনীয়া সংগ্ৰহসমূহৰ লক্ষ্য হৈছে ঘৰসমূহক আমন্ত্ৰণজনক, সজীৱ আৰু উদযাপনৰ বাবে সাজু কৰা। ব্ৰেণ্ডৰ বিস্তৃত ৰেঞ্জত আছে ড্ৰয়িং ৰূমৰ বাবে গভীৰ ৰঙৰ চেটিনা সংগ্ৰহ, পেষ্টেল লকমচন শ্বিয়েৰ আৰু প্লেইনছ আৰু চাৰ্ম সংগ্ৰহৰ ১০০% অৰ্গেনিক কটন বিচনা, যিবোৰ বেডৰুমলৈ বিলাসিতা আৰু আৰাম আনিবলৈ ডিজাইন কৰা হৈছে। সংসাৰৰ ফেবলছ সংগ্ৰহে শিশুসকলক কৌতুকপূর্ণ, অ-বিষাক্ত কাপোৰ যোগান ধৰে, আনহাতে ইণ্টেগ্ৰা ৰেঞ্জে পেছাদাৰিতাৰ সৈতে আপোচ নকৰাকৈ কৰ্মক্ষেত্ৰত এক উৎসৱৰ স্পৰ্শ যোগ কৰে।…
Read More
ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগ বৃদ্ধিয়ে আৰ্থিক প্ৰস্তুতিৰ জৰুৰী প্ৰয়োজনীয়তাৰ দিছে সংকেত, টাটা এআইজিৰ সমীক্ষাত প্ৰকাশ

ভাৰতীয় যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগ বৃদ্ধিয়ে আৰ্থিক প্ৰস্তুতিৰ জৰুৰী প্ৰয়োজনীয়তাৰ দিছে সংকেত, টাটা এআইজিৰ সমীক্ষাত প্ৰকাশ

ভাৰতৰ অন্যতম শীৰ্ষ সাধাৰণ বীমা প্ৰদানকাৰী সংস্থা টাটা এআইজি জেনেৰেল ইঞ্চুৰেন্স কোম্পানী লিমিটেডে আজি প্ৰায় ৩০০গৰাকী হৃদৰোগ বিশেষজ্ঞৰ মাজত চলোৱা এক ৰাষ্ট্ৰজোৰা সমীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে। ইয়াত ভাৰতৰ যুৱ সমাজত গুৰুতৰ হৃদৰোগৰ এক ভয়াৱহ প্ৰবণতা প্ৰকাশ পাইছে, যাৰ লগত ৰোগৰ প্ৰাৰম্ভিক সতৰ্ক সংকেত সম্পৰ্কে ব্যাপক অজ্ঞতা আৰু আৰ্থিকভাৱে সাজু নোহোৱাৰ দিশটোও জড়িত হৈছে। এই সমীক্ষাটোৱে বিগত দশকটোত হৃদযন্ত্ৰৰ যত্নৰ ক্ষেত্ৰখনত হোৱা এক নাটকীয় পৰিৱৰ্তনৰ দিশটো প্ৰকাশ কৰিছে। অধ্যয়নটোৱে দেখুৱাইছে যে হৃদৰোগে কেনেকৈ বৰ্ধিত হাৰত ভাৰতৰ যুৱ সমাজক আক্ৰমণ কৰিছে: ৭৪% চিকিত্সকে কয় যে তেওঁলোকৰ বেছিভাগ ৰোগী ৫০ বছৰৰ তলৰ। আনহাতে, ৩৬% চিকিত্সকে ৩১-৪০ বছৰ বয়সৰ ৰোগী দেখা পোৱাৰ লগতে ৩৮%…
Read More
পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত আৰু প্ৰাক্তন ডিজিপি কুল শইকীয়াই গুৱাহাটীত নালন্দা সাহিত্য মহোৎসৱ ২০২৫ আয়োজনৰ কথা ঘোষণা

পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত আৰু প্ৰাক্তন ডিজিপি কুল শইকীয়াই গুৱাহাটীত নালন্দা সাহিত্য মহোৎসৱ ২০২৫ আয়োজনৰ কথা ঘোষণা

গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত আয়োজিত এক বৰ্ণিল অনুষ্ঠানত নালন্দা লিটাৰেচাৰ ফেষ্টিভেল (এনএলএফ) ২০২৫ আয়োজনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। এই অনুষ্ঠানটোৱে 'লিগেচী, লেংগুৱেজ এণ্ড লিটাৰেচাৰ' (অনুপম ঐতিহ্য, ভাষা আৰু সাহিত্য)-ৰ সংমিশ্ৰণ ঘটাই বৰ্ণিল-বিশাল ৰূপত উদযাপন কৰিব। ২০২৫ চনৰ ২১ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে বিহাৰৰ ৰাজগীৰ, নালন্দাত আয়োজিত হ'ব লগা প্ৰথম সংস্কৰণৰ সন্ধিক্ষণত গুৱাহাটীত আনুষ্ঠানিক ঘোষণাই বিশেষ তাত্পৰ্য বহন কৰিছে। প্ৰতীকী সহযোগিতাৰূপেত নালন্দা বিশ্ববিদ্যালয়ে এনএলএফ ২০২৫ত অংশগ্ৰহণ কৰিব, য'ত প্ৰাচীন জ্ঞানক সমসাময়িক সৃজনশীলতাৰ সৈতে সংমিশ্ৰিত কৰা হ'ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ প্ৰাক্তন ডিজিপি আৰু বিশিষ্ট লেখ কুল শইকীয়া আৰু সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আইচিএছ…
Read More
আইএফএটি ইণ্ডিয়া ২০২৫: সেউজ প্ৰযুক্তি আৰু ব্যৱসায়িক সহযোগিতাৰ বাবে মেগা প্লেটফৰ্ম

আইএফএটি ইণ্ডিয়া ২০২৫: সেউজ প্ৰযুক্তি আৰু ব্যৱসায়িক সহযোগিতাৰ বাবে মেগা প্লেটফৰ্ম

জল, নৰ্দমা, গোটা আৱৰ্জনা আৰু পুনৰ্ব্যৱহাৰ প্ৰযুক্তিৰ দেশৰ সৰ্ববৃহৎ বাণিজ্য মেলা আইএফএটি ভাৰত ২০২৫ অহা ১৪-১৬ অক্টোবৰত মুম্বাইৰ বম্বে প্ৰদৰ্শনী কেন্দ্ৰ (নেছকো)ত অনুষ্ঠিত হ'ব। মেছে মুনচেন ইণ্ডিয়াৰ উদ্যোগত আয়োজিত এই বাৰ্ষিক সংস্কৰণ এইবেলি সৰ্ববৃহৎ হ'ব বুলি আশা কৰা হৈছে, য'ত ৩০তকৈ অধিক দেশৰ ৫০০তকৈ বেছি প্ৰদৰ্শনকাৰীৰে ৪৫,০০০ বৰ্গমিটাৰ এলেকাত মেলা পাতি ৫০খন দেশৰ আনুমানিক ২৮,০০০ বাণিজ্যিক দৰ্শকক আকৰ্ষণ কৰিব। জাৰ্মানি, কানাডা, নেডাৰলেণ্ডছ, দক্ষিণ কোৰিয়া, হাংগেৰী আৰু অষ্ট্ৰেলিয়া আদি দেশৰ পেভিলিয়নসমূহে আন্তঃৰাষ্ট্ৰীয় উপস্থিতি শক্তিশালী কৰিব। আইএমইএৰ মেছে মুনচেনৰ অধ্যক্ষ ভূপিন্দৰ সিঙে আঙুলিয়াই দিয়ে যে ভাৰত এনে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছে য'ত স্থায়ী উন্নয়নৰ বাবে আৱৰ্জনা আৰু জল সমাধান অতি প্ৰয়োজনীয়।…
Read More