13
Oct
পোহৰৰ উৎসৱ দীপাৱলী ওচৰ চাপি অহাৰ লগে লগে স্বাস্থ্য সচেতন গ্ৰাহকসকলৰ মাজত কেলিফ'ৰ্নিয়া আলমণ্ডৰ প্ৰতি আকৰ্ষণ বৃদ্ধি হোৱা দেখা গৈছে, যাৰ ফলত ভাৰতজুৰি বিক্ৰীও লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। প্ৰ'টিন, আঁহযুক্ত আৰু হৃদযন্ত্ৰৰ বাবে উপকাৰী সম্ভাৰেৰে সমৃদ্ধ আলমণ্ডত কেলছিয়াম, মেগনেছিয়াম, জিংক আৰু ভিটামিন ইকে ধৰি ১৫টা অপৰিহাৰ্য পুষ্টি উপাদান থাকে, যিয়ে উৎসৱৰ সময়ত খাদ্য আৰু উপহাৰৰ বাবে ইয়াক এক অন্যতম পছন্দৰ বিষয় হৈ পৰিছে। বজাৰ বিশ্লেষকসকলৰ মতে, উৎসৱৰ সময়ত পৰম্পৰাগত অধিক চেনি আৰু ভজা খাদ্যবোৰক স্বাস্থ্যপ্ৰদ বিকল্পলৈ প্ৰতিষ্ঠাপিত কৰাৰ বৰ্ধিত প্ৰৱণতাৰ পৰা আলমণ্ড খণ্ডই লাভৱান হৈছে। চেলিব্ৰিটিৰ সমৰ্থন আৰু বিশেষজ্ঞৰ পৰামৰ্শই চাহিদা আৰু অধিক বৃদ্ধি কৰি তুলিছে। বলীউড অভিনেত্ৰী সোহা আলী খানে…
