Business

ছেবিৰ অধ্যক্ষই বিনিয়োগকাৰীৰ শিক্ষা আৰু সজাগতা শক্তিশালী কৰিবলৈ ১২টা ভাষাত মুকলি কৰিলে চিডিএছএল আইপিএফৰ অমৰ চিত্ৰ কথা কমিক ছিৰিজ 

ছেবিৰ অধ্যক্ষই বিনিয়োগকাৰীৰ শিক্ষা আৰু সজাগতা শক্তিশালী কৰিবলৈ ১২টা ভাষাত মুকলি কৰিলে চিডিএছএল আইপিএফৰ অমৰ চিত্ৰ কথা কমিক ছিৰিজ 

চিডিএছএল ইনভেষ্টৰ প্ৰটেকচন ফাণ্ড(চিডিএছএল আইপিএফ)ৰ সহযোগত অমৰ চিত্ৰ কাহিনীৰ সহযোগত বিত্তীয় ধাৰণা সৰলীকৰণ আৰু বিনিয়োগকাৰীৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বিনিয়োগকাৰী শিক্ষাৰ নতুন কমিক ছিৰিজ মুকলি কৰা হৈছে। চিডিএছএলৰ তৃতীয় বাৰ্ষিক চিম্পোজিয়াম ৰিইমেজিন: ডাটা চিনাৰ্জীৰ জৰিয়তে প্ৰতিভূতি বজাৰত ছেবিৰ অধ্যক্ষ তুহিন কান্ত পাণ্ডেই এই ধাৰাবাহিকখন উন্মোচন কৰে। ছেবিৰ নিৰ্দেশনাত বিকশিত এই পদক্ষেপে জটিল বিত্তীয় বিষয়সমূহক ভাৰতৰ মূলধনী বজাৰত সঠিক-অৱগত অংশগ্ৰহণক উৎসাহিত কৰিবলৈ ডিজাইন কৰা আকৰ্ষণীয় কাহিনীভিত্তিক আখ্যানলৈ অনুবাদ কৰে। ডিজিটেল আৰু প্ৰিণ্ট দুয়োটা ফৰ্মেটতে এই সুবিধাসমূহ উপলব্ধ হ’ব আৰু ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, তামিল আৰু তেলেগুকে ধৰি ১২টা ভাষাত বিনিয়োগকাৰী সুৰক্ষা কাৰ্যসূচী উপলব্ধ হ’ব, যাতে সমগ্ৰ চহৰ আৰু গ্ৰাম্য অঞ্চলত প্ৰসাৰ…
Read More
অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰক্ষণাবেক্ষণৰ বাবে বিশেষ নিবিদা লাভ জে ইনফ্ৰাটেক লিমিটেডৰ

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰক্ষণাবেক্ষণৰ বাবে বিশেষ নিবিদা লাভ জে ইনফ্ৰাটেক লিমিটেডৰ

আন্তঃগাঁথনি উন্নয়ন প্ৰতিষ্ঠান জে ইনফ্ৰাটেক লিমিটেডে অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (পুৰণি)ৰ নিৰ্বাচিত অংশৰ মেৰামতি, ৰক্ষণাবেক্ষণ আৰু বাহন চালনাৰ মান উন্নত কৰাৰ বাবে কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (“চিপিএছইউ”)ৰ পৰা বিশেষ নিবিদা লাভ কৰিছে। কোম্পানীটোৰ নিবিদাৰ পিছত এই প্ৰকল্পটো প্ৰদান কৰা হৈছে, চিপিএছইউয়ে ২০২৫–২৬(ছেকেণ্ড কল) বিত্তীয় বৰ্ষৰ অধীনত  এক আনুষ্ঠানিক স্বীকৃতি পত্ৰ জাৰি কৰিছে। এই পথছোৱাই দৈনিক যাতায়তৰ সুবিধা প্ৰদান কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত সামগ্ৰীৰ দক্ষ পৰিবহণ সক্ষম কৰি তুলিব। এনে পথত যাতায়াতৰ মানদণ্ড শক্তিশালী কৰাটো যাতায়তৰ নিৰ্ভৰযোগ্যতা বজাই ৰাখিবলৈ, বাহন চলোৱাৰ চাপ হ্ৰাস কৰিবলৈ আৰু সামগ্ৰিক পৰিবহণ দক্ষতাক সমৰ্থন কৰিবলৈ অতি প্ৰয়োজনীয়। এই পদক্ষেপ সময়মতে ৰক্ষণাবেক্ষণ আৰু লক্ষ্যযুক্ত উন্নয়নৰ জৰিয়তে…
Read More
বন্ধন লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে আইইনভেষ্ট আল্টিমা আৰু নতুন মিড কেপ ফাণ্ড

বন্ধন লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে আইইনভেষ্ট আল্টিমা আৰু নতুন মিড কেপ ফাণ্ড

বন্ধন গ্ৰুপৰ জীৱন বীমা শাখা বন্ধন লাইফ ইঞ্চুৰেন্সে  এক প্ৰতিশ্ৰুতিপূৰ্ণ মিড কেপ নতুন ফাণ্ড মুকলি(এনএফএল)ৰে এক নতুন ইউনিট লিংকড ইঞ্চুৰেন্স প্লেন (ইউএলআইপি)-আইইনভেষ্ট আল্টিমা আগবঢ়োৱাৰ কথা সদৰি কৰিছে। নতুন ফাণ্ডটো ১০ টকা এনএভিত মুকলি কৰা হ’ব আৰু ই ২০২৬ চনৰ ১৮ ফেব্ৰুৱাৰীলৈকে উপলব্ধ হ'ব। আইইনভেষ্ট আল্টিমাই গ্ৰাহকসকলক নিজৰ আপোনজনক সুৰক্ষা দিয়াৰ লগতে সম্পদ বৃদ্ধি কৰাত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে। নতুন পুঁজি মুকলিৰ লগতে আইইনভেষ্ট আল্টিমাই গ্ৰাহকসকলক বন্ধন লাইফৰ অন্যান্য শীৰ্ষ-প্ৰদৰ্শনকাৰী ৫-ষ্টাৰ আৰু ৪-ষ্টাৰ ৰেটিং প্ৰাপ্ত পুঁজিৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে, যিবোৰে উদ্যোগৰ মানদণ্ডক অতিক্ৰম কৰিছে। ইয়াত ১৫সংখ্যক পলিচী বৰ্ষৰ পৰা এক্সিডেণ্টেল ডেথ বেনিফিট ৰাইডাৰ, আনুগত্য পুৰস্কাৰ আৰু ১০০% মৃত্যুৰ মাচুল ঘূৰাই…
Read More
ভাৰতত মানসিক সুস্থতা আৰু উৎপাদনশীলতা শক্তিশালী কৰাৰ মূল চাবিকাঠি হৈছে অন্তৰ্ভুক্ত কৰ্মক্ষেত্ৰ

ভাৰতত মানসিক সুস্থতা আৰু উৎপাদনশীলতা শক্তিশালী কৰাৰ মূল চাবিকাঠি হৈছে অন্তৰ্ভুক্ত কৰ্মক্ষেত্ৰ

কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্য আৰু অন্তৰ্ভুক্তিক পৃথক অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিব নোৱাৰি। এলজিবিটিকিউআইএ+ কৰ্মচাৰীসকলৰ বাবে সুস্থতা পৰিচয়, অন্তৰ্ভুক্ততা আৰু কৰ্মক্ষেত্ৰত নিজৰ প্ৰামাণিক স্বৰূপ হিচাপে দেখুৱাব পৰা সামৰ্থ্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। প্ৰগতিশীল সংস্থাসমূহে বুজিবলৈ আৰম্ভ কৰিছে যে কৰ্মক্ষেত্ৰৰ সুস্থতাই সাধাৰণ মানসিক স্বাস্থ্যৰ কাঠামোৰ উৰ্ধ্বলৈ চাব লাগিব। লিংগ, যৌনতা, অক্ষমতা বা স্নায়ুবৈচিত্ৰ্যৰ দৰে বিভিন্ন পৰিচয়ে এজন কৰ্মচাৰীৰ চাক্ষুস অভিজ্ঞতাক কেনেদৰে গঢ় দিয়ে সেয়া সকলোৱে উপলব্ধি কৰাৰ প্ৰয়োজন। কুইয়াৰ কৰ্মচাৰীৰ বাবে আৰম্ভণিৰ বিন্দুটো হ’ল মানসিক সুৰক্ষা: এক নিশ্চয়তা যে তেওঁলোকে যিজন বা যি ধৰণৰ, সেই ৰূপটোক লৈ বিচাৰ, পক্ষপাতিত্ব বা বৈষম্যৰ সন্মুখীন নহ’ব। যেতিয়া মানুহে উপলব্ধি আৰু সন্মান অনুভৱ কৰে, তেতিয়া মানসিক চাপৰ এটা…
Read More
মহাৰাষ্ট্ৰৰ নিৰ্দেশ অবৈধ মহৰ অগৰবট্টিছ ‘কম্ফৰ্ট’ আৰু ‘শ্লীপ ৱেল’

মহাৰাষ্ট্ৰৰ নিৰ্দেশ অবৈধ মহৰ অগৰবট্টিছ ‘কম্ফৰ্ট’ আৰু ‘শ্লীপ ৱেল’

জনস্বাস্থ্য সুৰক্ষাৰ বাবে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যখনৰ সকলো কীটনাশক পৰিদৰ্শকক “কম্ফৰ্ট” আৰু “শ্লীপ ৱেল” ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা অবৈধ মহৰ অগৰবট্টী বিক্ৰীৰ বিৰুদ্ধে তাৎক্ষণিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে কীটনাশক আইন, ১৯৬৮ আৰু কীটনাশক অধিনিয়ম, ১৯৭১ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে, য’ত অভিযান, জব্দ, উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ চলোৱা আদিও উল্লেখ আছে। ভাৰতত ঘৰুৱা কীটনাশকৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰক প্ৰসাৰিত কৰা অ-লাভজনক উদ্যোগ সংস্থা হোম ইনচেক্ট কণ্ট্ৰল এছ’চিয়েচনে চৰকাৰৰ এই নিৰ্ণায়ক পদক্ষেপক আদৰণি জনাইছে। যোৱা কেইবামাহো ধৰি এইচআইচিএ-ই কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি আহিছে আৰু অনুমোদিত নোহোৱা ৰাসায়নিক পদাৰ্থ থকা…
Read More
সুস্থতা থিমযুক্ত গিফ্ট হেম্পাৰ মুকলি কৰিছে অৰ্গেনিক ইণ্ডিয়া

সুস্থতা থিমযুক্ত গিফ্ট হেম্পাৰ মুকলি কৰিছে অৰ্গেনিক ইণ্ডিয়া

ভেলেণ্টাইন ডে’ৰ পূৰ্বে টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডৰ অংশ অৰ্গেনিক ইণ্ডিয়াই সচেতন জীৱন-যাপন আৰু অৰ্থপূৰ্ণ উদযাপনৰ বাবে প্ৰস্তুত কৰা সুস্থতা থিমযুক্ত গিফ্ট হেম্পাৰৰ এক নিৰ্বাচিত পৰিসৰ মুকলি কৰিছে। বিশেষ “ভেলেণ্টইন’ছ ডে' গিফটিং এডিট”ত জৈৱিক সম্ভাৰেৰে পৰিপূৰ্ণ প্ৰয়োজনীয় সামগ্ৰী, বনৌষধি চাহ আৰু সুস্থতা সামগ্ৰীৰ সংমিশ্ৰণেৰে উপহাৰৰ বাকচ মুকলি কৰা হৈছে, যিয়ে স্বাস্থ্যসন্মত আৰু চিন্তাশীল উপহাৰৰ বিকল্প বিচৰা গ্ৰাহকসকলৰ অভাৱ পূৰণ কৰিব।  গ্ৰাহকৰ বাবে আগবঢ়োৱা সামগ্ৰীসমূহৰ ভিতৰত ১,৯৯৯ টকা মূল্যৰ চেভাৰী ছুইটহাৰ্ট গিফট বক্সত হিমালয়ান মাল্টিফ্লৰেল মৌ, গৰুৰ ঘিউ, কুইনোৱা, ব্ৰাউন ৰাইচ, চিয়া আৰু ফ্লেক্স বীজ, গুড় পাউডাৰ, বাদাম, কিচমিচ আৰু ব্ৰেণ্ডৰ তুলসী ডিটক্স কাহৱাৰ দৰে প্ৰমাণিত জৈৱিক মূল সামগ্ৰীসমূহ অন্তৰ্ভুক্ত আছে, যাৰ…
Read More
ছানৰাইজ স্পাইচেছে অসমত মুকলি কৰিলে তিল চিকেন মচলা: পৰম্পৰাত শিপাই থাকি বৰ্তমানৰ বাবে কৰা হৈছে তৈয়াৰ

ছানৰাইজ স্পাইচেছে অসমত মুকলি কৰিলে তিল চিকেন মচলা: পৰম্পৰাত শিপাই থাকি বৰ্তমানৰ বাবে কৰা হৈছে তৈয়াৰ

আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছে অসমত মুকলি কৰিলে ছানৰাইজ টিল চিকেন মচলা, যি প্ৰতিষ্ঠানটোৱে এনেধৰণৰ প্ৰথম মচলাৰ মিশ্ৰণ বুলি অভিহিত কৰিছে, যি ৰাজ্যৰ জনপ্ৰিয় উৎসৱমুখৰ খাদ্য তিল চিকেনৰ প্ৰস্তুতি সৰল কৰি তোলাৰ লগতে ইয়াৰ প্ৰামাণিক আঞ্চলিক সোৱাদ সংৰক্ষণৰ বাবে ডিজাইন কৰা হৈছে। এই নতুন মচলাবিধ স্থানীয় ৰান্ধন প্ৰকৰণ পৰম্পৰা অনুসৰি অঞ্চলকেন্দ্ৰিক মচলাৰ মিশ্ৰণ বিকশিত কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ কৌশলৰ অংশ। হাঁহ-কোমোৰা(ডাক কাৰি উইথ এছগাৰ্ড) মচলা আৰু অন্যান্য পৰম্পৰাগত মাংসৰ মিশ্ৰণৰ দৰে অসম বিশেষ অফাৰসমূহৰ বাবে পৰিচিত ব্ৰেণ্ডটোৱে কয় যে, শেহতীয়া এই মুকলিৰ জৰিয়তে আঞ্চলিক গ্ৰাহকৰ অন্তৰ্দৃষ্টি আৰু স্থানীয় খাদ্য ঐতিহ্যৰ ওপৰত ইয়াৰ অবিৰত গুৰুত্ব প্ৰতিফলিত হৈছে।  অসমীয়া পৰিয়ালসমূহৰ মাজত শীতকালৰ প্ৰিয় তিল…
Read More
গুৱাহাটী, অসমত সুৰক্ষা ড্ৰাইভিং শিক্ষা কেন্দ্ৰত ৰোড সেফটীৰ ৫ বছৰীয়া প্ৰভাৱ উদযাপন এইচ এম এছ আই

গুৱাহাটী, অসমত সুৰক্ষা ড্ৰাইভিং শিক্ষা কেন্দ্ৰত ৰোড সেফটীৰ ৫ বছৰীয়া প্ৰভাৱ উদযাপন এইচ এম এছ আই

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত নিজৰ ছেফটি ড্ৰাইভিং এডুকেচন চেণ্টাৰ (এছডিইচি)ৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন কৰি সমগ্ৰ দেশতে সুৰক্ষিত পথ অভ্যাসৰ প্ৰসাৰৰ বাবে নিজৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰিছে। এই অনুষ্ঠানত জিলা পৰিবহণ বিষয়া গৌতম দাসকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে নিৰাপদ বাহন চালনা পদ্ধতিৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত কেন্দ্ৰটোৰ ভূমিকাক প্ৰশংসা কৰে। ৰাজ্যিক পৰিবহণ বিভাগৰ সহযোগত ২০২১ চনৰ ফেব্ৰুৱাৰীত স্থাপিত গুৱাহাটী এছডিইচি-এ শ্ৰেণীকোঠাত পাঠদান আৰু হেণ্ড-অন ৰাইডিং মডিউলৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থী, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মৰত পেছাদাৰীসহ ১,০০,০০০তকৈও অধিক ব্যক্তিক প্ৰশিক্ষণ দিছে। আনহাতে, বাৰ্ষিকী কাৰ্যসূচীত বাস্তৱ-বিশ্বৰ পথ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ড্ৰাইভিং লাইচেন্স আবেদনকাৰীসকলৰ বাবে এক আনুষ্ঠানিক কেক-কাটিং আৰু বিশেষ সুৰক্ষা ৰাইডিং কাৰ্য-কলাপো অন্তৰ্ভুক্ত…
Read More
মেচি ডাইনাষ্টাৰ প্ৰতিযোগিতা ছিজন ৩ আয়োজন টাফেৰ

মেচি ডাইনাষ্টাৰ প্ৰতিযোগিতা ছিজন ৩ আয়োজন টাফেৰ

ট্ৰেক্টৰ্ছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেডে সমগ্ৰ ভাৰতত কৃষি আৰু গ্ৰাম্য উদ্যোগসমূহক ৰূপান্তৰিত কৰিব পৰা উদ্ভাৱনীমূলক ধাৰণাসমূহৰ ৰাষ্ট্ৰীয় অনুসন্ধান সম্প্ৰসাৰিত কৰি 'মেচি ডাইনাষ্টাৰ প্ৰতিযোগিতা ২০২৬-#চবছেবড়েঅলৰাউণ্ডাৰ কি তালাছ'ৰ ছিজন ৩ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। পূৰ্বৰ দুটা সংস্কৰণৰ সফলতাৰ ওপৰত ভিত্তি কৰি তৃতীয় ছিজনটো সবাতোকৈ বৃহৎ ৰূপত আয়োজন কৰা হৈছে, এইবেলি কৃষক, উদ্যোগী, শিক্ষাৰ্থী, ষ্টাৰ্টআপ, শিক্ষাবিদ আৰু গ্ৰাম্য উদ্ভাৱকসকলক মেচি ফাৰ্গুছন ট্ৰেক্টৰ ব্যৱহাৰ কৰি মূল, ব্যৱহাৰিক ধাৰণা প্ৰদৰ্শন কৰিবলৈ সকলোকে আমন্ত্ৰণ জনোৱা হৈছে। এই ছিজনটোৱে কৃষি, আনুষংগিক কাৰ্য-কলাপ আৰু গ্ৰাম্য ব্যৱসায়ত যিকোনো মেচি ফাৰ্গুছন ট্ৰেক্টৰৰ দ্বাৰা চালিত উদ্ভাৱনক সুযোগ-স্বীকৃতি প্ৰদান কৰি পৰিসৰ বিস্তৃত কৰিব। তালিকাভুক্ত অংশগ্ৰহণকাৰীসকলে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব আৰু উদ্যোগ…
Read More
ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ লগে লগে মেদান্তাৰ ২০২৬ৰ তৃতীয় ত্ৰৈমাসিকত আয় ১৯ শতাংশ বৃদ্ধি

ব্যৱসায়িক পৰিসৰ বৃদ্ধিৰ লগে লগে মেদান্তাৰ ২০২৬ৰ তৃতীয় ত্ৰৈমাসিকত আয় ১৯ শতাংশ বৃদ্ধি

সমগ্ৰ উত্তৰ আৰু পূৰ্বাঞ্চলত মেদান্তা হাস্পতাল নেটৱৰ্ক পৰিচালনা কৰা গ্লবেল হেল্থ লিমিটেডে মঙলবাৰে ২০২৫ৰ ৩১ ডিচেম্বৰ(কিউ৩ এফৱাই২৬)ত সমাপ্ত হোৱা ত্ৰৈমাসিকত একত্ৰিত মুঠ আয় বছৰি ১৯.১ শতাংশ বৃদ্ধি পাই ১১,৪২৮ মিলিয়ন টকালৈ বৃদ্ধি পাইছে, যি ৰোগীৰ শক্তিশালী পৰিমাণ আৰু উন্নত বাস্তৱায়নৰ দ্বাৰা সম্ভৱ হৈছে। নতুনকৈ কাৰ্যক্ষম হোৱা নয়ডা হাস্পতালখন বাদ দি ইবিটডা বছৰি ১০.৯ শতাংশ বৃদ্ধি পাই ২,৮১৪ মিলিয়ন টকা হৈছে, ব্য়ৱধান হৈছে ২৫.৪ শতাংশ। কিন্তু নয়ডাকে ধৰি একত্ৰিত ইবিটডা ১.৭ শতাংশ হ্ৰাস পাই ২,৪৯৪ মিলিয়ন টকা হৈছে, যিয়ে নতুন হাস্পতালখনত প্ৰাৰম্ভিক পৰিচালনাৰ লোকচান প্ৰতিফলিত কৰিছে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কাম আৰম্ভ কৰা মেদান্তা নয়ডাই এই ত্ৰৈমাসিকত ৩৪৩ মিলিয়ন টকাৰ ৰাজহ…
Read More