Business

২০২৫ৰ ১০ মাহত সৰ্বকালৰ সৰ্বোচ্চ বাৰ্ষিক বিক্ৰী কৰিবলৈ সক্ষম হৈছে স্কোডা অটো ইণ্ডিয়াই

২০২৫ৰ ১০ মাহত সৰ্বকালৰ সৰ্বোচ্চ বাৰ্ষিক বিক্ৰী কৰিবলৈ সক্ষম হৈছে স্কোডা অটো ইণ্ডিয়াই

২০২৫ বৰ্ষটো স্কোডা অটো ইণ্ডিয়াৰ বাবে এক যুগান্তকাৰী বছৰ, কিয়নো দেশত ব্যৱসায়িক যাত্ৰাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। ২০২৫ চনৰ অক্টোবৰ মাহত ব্ৰেণ্ডটোৱে দেশৰ ভিতৰতে সৰ্বাধিক বিক্ৰী লাভ কৰি আন এক মাইলৰ খুঁটি অৰ্জন কৰে। ২০২৫ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত স্কোডা অটো ইণ্ডিয়াই ৬১,৬০৭খন গাড়ী বিক্ৰী কৰিছিল। ইতিমধ্যে নিজৰ সৰ্বোত্তম ত্ৰিমাসিক আৰু ডেৰ বছৰীয়া বিক্ৰী অন্তৰ্ভুক্তকৰণেৰে এই শক্তিশালী প্ৰদৰ্শনক যোগ দি এতিয়া ব্ৰেণ্ডটোৱে এতিয়ালৈকে সৰ্বাধিক মাহেকীয়া বিক্ৰীৰ অভিলেখ ৰচিছে, ২০২৫ চনৰ অক্টোবৰ মাহত ৮,২৫২খন গাড়ী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। স্কোডা অটো ইণ্ডিয়াৰ প্ৰথমখন চাব-৪ মিটাৰ এছইউভি কাইলাকৰ লগতে এই বৃদ্ধিৰ মূলতে আছে ক’ডিয়াক, স্কোডাৰ ফ্লেগশ্বিপ বিলাসী ৪x৪ৰ অবিৰত চাহিদা, কুশ্বাক…
Read More
নিছান মটৰ ইণ্ডিয়াৰ ৪৫% মাহেকীয়া ঘৰুৱা বিক্ৰী বৃদ্ধি, ২০২৫ৰ অক্টোবৰ মাহত হয় ৯৬৭৫খন বাহনৰ একত্ৰিত বিক্ৰী

নিছান মটৰ ইণ্ডিয়াৰ ৪৫% মাহেকীয়া ঘৰুৱা বিক্ৰী বৃদ্ধি, ২০২৫ৰ অক্টোবৰ মাহত হয় ৯৬৭৫খন বাহনৰ একত্ৰিত বিক্ৰী

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ২০২৫ চনৰ অক্টোবৰ মাহত ৯৬৭৫খন বাহনৰ একত্ৰিত বিক্ৰীৰ কথা সদৰি কৰিছে, যিয়ে মাহেকীয়া ৰূপত ৪৫% বৃদ্ধি পাইছে। নতুন নিছান মেগনাইটৰ শক্তিশালী চাহিদাৰ বলত ঘৰুৱা পাইকাৰী বিক্ৰী ২৪০২ ইউনিটত উপনীত হোৱাৰ বিপৰীতে ৭২৭৩খন বাহন ৰপ্তানি হৈছিল, যিয়ে নিছান ইণ্ডিয়াৰ বিশ্বব্যাপী ৰপ্তানি কেন্দ্ৰ হিচাপে স্থিতি শক্তিশালী কৰিছে। শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে নিজৰ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৰ্শনক শক্তিশালী কৰি ১.২ মিলিয়ন সংখ্যক বাহনৰ ৰপ্তানি উদযাপন কৰে। নৱৰাত্ৰি, দছেৰা আৰু দীপাৱলীৰ সময়ত হোৱা ফেষ্টিভ আনন্দৰ লগতে জিএছটিৰ হাৰ হ্ৰাসক চাহিদা বৃদ্ধিৰ মূল কাৰণ বুলি প্ৰতিষ্ঠানটোৱে কৃতিত্ব দিয়ে। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই কয় যে, উদ্যোগটোৱে…
Read More
উত্তৰ-পূবত নবীকৰণযোগ্য শক্তি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰিছে আইআৰইডিএ-ই: চিএমডি

উত্তৰ-পূবত নবীকৰণযোগ্য শক্তি সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰিছে আইআৰইডিএ-ই: চিএমডি

ইণ্ডিয়ান ৰিনিৱেবল এনাৰ্জী ডেভেলপমেণ্ট লিমিটেড (আইআৰইডিএ)-এ উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণৰ গতিবেগ বৃদ্ধিৰ নিজৰ প্ৰতিশ্ৰুতি নতুনকৈ সুদৃঢ় কৰিছে। গুৱাহাটীত "উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তিৰ বিত্তায়ন" শীৰ্ষক এক অনুষ্ঠাত ভাষণ প্ৰদান কৰি অধ্যক্ষ আৰু পৰিচালন অধীক্ষক প্ৰদীপ কুমাৰ দাসে ভাৰতৰ স্বচ্ছ শক্তিৰ প্ৰতি অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। প্ৰদীপ কুমাৰ দাসে কয় যে ২০১৪ বিত্তীয় বৰ্ষৰ পৰা ভাৰতৰ নৱীকৰণযোগ্য শক্তিৰ সামৰ্থ্য তিনিগুণ হৈছে আৰু ২০৩০ বিত্তীয় বৰ্ষলৈকে আকৌ দুগুণ হ'ব বুলি অনুমান কৰা হৈছে, যাৰ বাবে প্ৰায় ২৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত, বিশেষকৈ জলবিদ্যুৎ আৰু সৌৰশক্তিৰ ক্ষেত্ৰত বিশাল সেউজ শক্তিৰ সম্ভাৱনা আছে — ইয়াত ইতিমধ্যে প্ৰায়…
Read More
ট্ৰেন্সপ’ৰ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডে (TCI) Q2 FY2026 বিত্তীয় ফলাফলত শক্তিশালী বৃদ্ধি ঘোষণা কৰিছে

ট্ৰেন্সপ’ৰ্ট কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডে (TCI) Q2 FY2026 বিত্তীয় ফলাফলত শক্তিশালী বৃদ্ধি ঘোষণা কৰিছে

ভাৰতৰ অন্যতম বৃহৎ সংহত মাল্টিমডেল লজিষ্টিক আৰু যোগান শৃংখল প্ৰতিষ্ঠান ট্ৰেন্সপ’ৰ্ট কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডে ২০২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ  শক্তিশালী বিত্তীয় ফলাফল প্ৰকাশ কৰিছে, যি সমগ্ৰ অটো, এফএমচিজি আৰু গ্ৰাহকৰ চাহিদা থকা সামগ্ৰী খণ্ডত শক্তিশালী আৰু দীৰ্ঘম্যাদী সম্ভাৰেৰে কোম্পানীটোৱে ২০২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত ১২,১৭৪ মিলিয়ন টকা একত্ৰিত ৰাজহ লাভ কৰিছে, যি যোৱা বছৰৰ একে সময়ছোৱাত ১১,৩১৪ মিলিয়ন টকাৰ তুলনাত ৮% অধিক। ইবিআইটিডিএ ১,৫১৯ মিলিয়ন টকাৰ পৰা ৭% বৃদ্ধি পাই ১,৬২৪ মিলিয়ন টকা হৈছেগৈ, আনহাতে কৰৰ পিছত লাভ (পিএটি) ৬% বৃদ্ধি পাই ১,১৩৫ মিলিয়ন টকা হৈছেগৈ। বিত্তীয় বৰ্ষ ২০২৬ৰ প্ৰথম ছমাহৰ বাবে টিচিআইয়ে ৰাজহ ৮.৩% আৰু পিএটি-ত ১১% বৃদ্ধিৰ…
Read More
নিছান মটৰ ইণ্ডিয়াই ভাৰতৰ পৰা ১.২ মিলিয়নসংখ্যক বাহন ৰপ্তানিৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা সদৰি কৰিছে

নিছান মটৰ ইণ্ডিয়াই ভাৰতৰ পৰা ১.২ মিলিয়নসংখ্যক বাহন ৰপ্তানিৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা সদৰি কৰিছে

নিছান মটৰ ইণ্ডিয়াই ভাৰতৰ পৰা ১.২ মিলিয়নসংখ্যক বাহন ৰপ্তানিৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জনৰ কথা সদৰি কৰিছে। এই সাফল্যই নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৰ্শনৰ প্ৰতি অটল দায়বদ্ধতা আলোকপাত কৰিছে আৰু এএমআইইঅ’ অঞ্চলত নিছানৰ বাবে কৌশলগত ৰপ্তানি কেন্দ্ৰ হিচাপে ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা সুদৃঢ় কৰিলে। তামিলনাডুৰ এন্নোৰৰ কামৰাজাৰ বন্দৰত জিচিচি অঞ্চললৈ যোৱা নতুন নিছান মেগনাইট বি-এছইউভি নামৰ ১.২ মিলিয়নসংখ্যক বাহনখন নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰপ্তানি ব্যৱসায় আৰম্ভ হোৱাৰ পিছৰে পৰা নিছান মটৰ ইণ্ডিয়াই নিছান মেগনাইট, নিছান ছানি, নিছান কিকছ আৰু নিছান মাইক্ৰাকে ধৰি বিভিন্ন ধৰণৰ মডেলসমূহ প্ৰেৰণ আৰম্ভ কৰিছে, যিয়ে সমগ্ৰ আফ্ৰিকা,…
Read More
গুৱাহাটীত ৫০০ কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন মেদাণ্টৰ

গুৱাহাটীত ৫০০ কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন মেদাণ্টৰ

মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালে গুৱাহাটীত ভূমি পূজন অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূবৰ চিকিত্সা খণ্ডত নতুন যুগৰ সূচনা কৰিলে, আজি ৪০০+ বিছনাযুক্ত এখন অত্যাধুনিক চিকিৎসালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভণি ঘটিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মেদাণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ নৰেশ ত্রেহান আৰু গ্ৰুপৰ চিইঅ’ পংকজ সাহনীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ প্ৰায় ৫০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাই ঔদ্যোগিক ক্ষেত্ৰত নিৰ্মাণ হ’বলগীয়া এই চিকিৎসালয়খনত উন্নত আৰু অত্যাধুনিক সকলো ধৰণৰ চিকিত্সা প্ৰদান কৰা হ’ব। ইয়াত ট্ৰান্সপ্লাণ্ট (সংৰোপণ), কাৰ্ডিঅ’লজি, নিউৰ’লজী, অংক’লজী, অস্থিৰোগ, জটিল ৰোগৰ চিকিত্সা, নিউক্লিয়াৰ মেডিচিন, ৰবটিক সেৱা আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাকে ধৰি সম্পূৰ্ণ পৰিসৰৰ…
Read More
গুৱাহাটীত মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত আৰম্ভ হৈছে এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত চিকিৎসালয়

গুৱাহাটীত মেদাণ্ট ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ উদ্যোগত আৰম্ভ হৈছে এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত চিকিৎসালয়

দেশৰ অন্যতম প্ৰাইভেট মাল্টি স্পেচিয়েলিটি চিকিত্সা সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান গ্লবেল হেল্থ লিমিটেড-মেদাণ্টই গুৱাহাটীত এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত হাস্পতাল স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত নিৰ্মাণ হ'ব লগা নতুন হাস্পতালখনে উঃ-পূৰ্বাঞ্চলত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে মেদাণ্টৰ অভিযানত এক বৃহৎ পদক্ষেপৰ সূচনা কৰিছে। আনুমানিক ৫০০ কোটি টকাৰ বিনিয়োগেৰে হাস্পতালখনে বিভিন্ন ছুপাৰ-স্পেচিয়েলিটি সেৱাৰে চিকিত্সা ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব আৰু অসুস্থ ৰোগীক নতুন জীৱন প্ৰদান কৰিব। পদ্মভূষণ, পদ্মশ্ৰী আৰু ডাঃ বি চি ৰয় বঁটা বিজয়ী ডাঃ নৰেশ ট্ৰেহানে প্ৰতিষ্ঠা কৰা মেদাণ্ট মেয়’ ক্লিনিক আৰু জনছ হপকিন্সকে ধৰি বিশ্ব চিকিৎসা প্ৰতিষ্ঠানসমূহৰ আৰ্হিত নিৰ্মাণ কৰা…
Read More
আগতীয়া পৰিকল্পনাৰ গতি বৃদ্ধিৰ লগে লগে ভাৰতৰ অৱসৰ সূচকাংক স্ক’ৰ ৪৮ লৈ বৃদ্ধি; নগৰীয়া ভাৰতীয়সকলৰ আধা সংখ্যকে আগতীয়াকৈ অৱসৰৰ সময়ত সঞ্চয়ক অগ্ৰাধিকাৰ দিয়াত বিশ্বাস কৰে : এক্সিছ মেক্স লাইফ আইআৰআইএছ ৫.০

আগতীয়া পৰিকল্পনাৰ গতি বৃদ্ধিৰ লগে লগে ভাৰতৰ অৱসৰ সূচকাংক স্ক’ৰ ৪৮ লৈ বৃদ্ধি; নগৰীয়া ভাৰতীয়সকলৰ আধা সংখ্যকে আগতীয়াকৈ অৱসৰৰ সময়ত সঞ্চয়ক অগ্ৰাধিকাৰ দিয়াত বিশ্বাস কৰে : এক্সিছ মেক্স লাইফ আইআৰআইএছ ৫.০

ভাৰতৰ অৱসৰৰ প্ৰস্তুতিৰ ক্ৰমাগত উন্নতি হৈছে, এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্সৰ ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডী (আইআৰআইএছ) ৫.০ত ৪ বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় সূচকাংক স্ক’ৰ ৪৪ৰ পৰা ৪৮লৈ উৰ্ধ্বগামী হোৱাৰ কথা প্ৰকাশ পাইছে। কাণ্টাৰৰ সৈতে অংশীদাৰিত্বৰে কৰা এই অধ্যয়নত নগৰীয়া ভাৰতীয়সকলৰ মাজত সজাগতা বৃদ্ধি আৰু আগতীয়াকৈ বিত্তীয় পৰিকল্পনাৰ ওপৰত আলোকপাত কৰা হৈছে, আধাসংখ্যক লোকে বিশ্বাস কৰে যে উপাৰ্জন আৰম্ভ কৰাৰ লগে লগে অৱসৰৰ পৰিকল্পনা আৰম্ভ হ’ব লাগে। এই প্ৰতিবেদনত স্বাস্থ্য সজাগতা আৰু ফিটনেছৰ অভ্যাস বৃদ্ধি পোৱা দেখা গৈছে, কিয়নো ৮১% লোকে নিয়মীয়া শাৰীৰিক কাৰ্য-কলাপত জড়িত হৈছে আৰু ৫০% লোক এতিয়া স্বাস্থ্য বীমাৰ গৰাকী হৈছে। কিন্তু আৰ্থিক পৰ্যাপ্ততা কম হৈয়েই আছে, ৬৩% লোকে কয়…
Read More
মহিন্দ্ৰাই এই ফেষ্টিভ ছিজনত ট্ৰাক আৰু বাছৰ গ্ৰাহকসকলৰ বাবে মুকলি কৰিলে ১০টা নতুন ডিলাৰশ্বিপ

মহিন্দ্ৰাই এই ফেষ্টিভ ছিজনত ট্ৰাক আৰু বাছৰ গ্ৰাহকসকলৰ বাবে মুকলি কৰিলে ১০টা নতুন ডিলাৰশ্বিপ

বিগত ৪ বছৰত এক শক্তিশালী ব্যৱসায়িক বৃদ্ধিৰ পিছত ট্ৰাক আৰু বাছ ব্যৱসায়ত নিজৰ পদাংক আৰু অধিক শক্তিশালী কৰাৰ আকাংক্ষাৰে মহিন্দ্ৰাই এই ফেষ্টিভ ছিজনত ১০টা নতুন ডিলাৰশ্বিপ উদ্বোধন কৰিছে। এই দহটা অত্যাধুনিক থ্ৰী এছ ডিলাৰশ্বিপ গুৱাহাটী, হালদুৱানি, হিছাৰ, ভূপাল, হুবলি, ৰায়পুৰ, মুজাফৰপুৰ, জলন্ধৰ, দুৰ্গাপুৰ আৰু কানপুৰত অৱস্থিত, যিয়ে চালকৰ থকাৰ ব্যৱস্থা, ২৪ ঘণ্টাৰ ব্রেকডাউন সমৰ্থন আৰু এডব্লু উপলব্ধতাৰ উপৰিও প্ৰতিদিনে ১০০ৰো অধিক বাহন সেৱা আগবঢ়োৱাৰ সামগ্ৰিক ক্ষমতাৰে আন ৬০খন বাহন সেৱা বে(চাৰ্ভিছ বে) যোগ কৰিছে। এই অনুষ্ঠানত বক্তব্য ৰাখি ট্ৰাক, বাছ আৰু নিৰ্মাণ সঁজুলি, এৰ'স্পেচ আৰু প্ৰতিৰক্ষা শাখাৰ অধ্যক্ষ, এছএমএল ইচুজু লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ আৰু গ্ৰুপ এক্সিকিউটিভ বৰ্ডৰ সদস্যই এই বিষয়ে…
Read More
ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে আইকনিক ডাষ্টাৰ পুনৰ ঘূৰি আহিব

ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে আইকনিক ডাষ্টাৰ পুনৰ ঘূৰি আহিব

ফ্ৰান্সৰ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান ৰেনল্ট গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেনল্ট ইণ্ডিয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে প্ৰতিষ্ঠানটোৰ বহু প্ৰত্যাশিত নতুন এছইউভিখনে আইকনিক নেমপ্লেট – ডাষ্টাৰৰ উত্তৰাধিকাৰ আগুৱাই নিব। মূলতঃ ২০১২ চনত ভাৰতত মুকলি কৰা ৰেনল্ট ডাষ্টাৰখনে এছইউভিৰ পৰিৱেশক পুনৰ সংজ্ঞায়িত কৰিছিল আৰু এনে এটা ছেগমেণ্টৰ পথ প্ৰদৰ্শক আছিল যি আজি যাত্ৰীবাহী বাহনৰ বজাৰৰ প্ৰায় এক চতুৰ্থাংশ। ইয়াৰ লগতে, ভাৰতত ব্ৰেণ্ডটোৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নীতি ২০২৭ৰ অধীনত মুকলি হ’বলগীয়া প্ৰথমখন বাহন হ’ব ডাষ্টাৰ। গাড়ীখন হৈছে কোম্পানীৰ ভাৰত কেন্দ্ৰিক ৰূপান্তৰ কৌশলৰ এক মূল স্তম্ভ। সেয়েহে ৰেনল্ট ক্ৰয়ৰ কথা আজিয়েই পুনৰ বিবেচনা কৰক।  অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰেনল্ট গ্ৰুপ ইণ্ডিয়াৰ চিইঅ' ষ্টিফেন ডেব্লাইজে কয়,…
Read More