ব্যৱসায়

আপোনাৰ সোণালী বছৰবোৰ শক্তিশালী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে  টাটা এআইএ ফৰচুন গেৰাণ্টি ৰিটায়াৰমেণ্ট ৰেডী প্লেন

আপোনাৰ সোণালী বছৰবোৰ শক্তিশালী কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে  টাটা এআইএ ফৰচুন গেৰাণ্টি ৰিটায়াৰমেণ্ট ৰেডী প্লেন

টাটা এআইএৰ ফৰচুন গেৰাণ্টি ৰিটায়াৰমেণ্ট ৰেডী প্লেনে নিজৰ জীৱনশৈলীক সোণালী বছৰবোৰত জমা কৰিব বিচৰা লোকসকলৰ বাবে বিত্তীয় স্বাধীনতা আৰু এক ফিকৰ-মুক্ত ভৱিষ্যত প্ৰদান কৰে। টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ এই সমাধানে মানুহক নিজৰ সোণালী দিনবোৰৰ বাবে শক্তিশালী কৰিবলৈ নিশ্চিত লাভালাভ আৰু আকৰ্ষণীয় সুবিধা প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে জীৱনক সম্পূৰ্ণৰূপে আকোৱালি ল’ব পাৰে। অৱসৰৰ বাবে পৰিকল্পনা কৰাটো সপোনৰ সুৰক্ষাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু প্ৰিয়জনৰ ওপৰত বোজা নোহোৱাকৈ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বিত্তীয় স্থিতিস্থাপকতা প্ৰদান কৰাৰ বাবে এই প্লেন প্ৰস্তুত কৰা হৈছে। টাটা এআইএ ফৰ্চুন গেৰাণ্টি ৰিটায়াৰমেণ্ট ৰেডীয়ে ৩খন আঁচনিৰ বিকল্প আগবঢ়ায়: মাই পেঞ্চন, পাৰ্টনাৰ পেঞ্চন আৰু পাৰ্টনাৰ পেঞ্চন প্লাছ। ই…
Read More
২০২২ৰ এপ্ৰিল-২০২৩ৰ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত ষ্টাৰ হেল্থৰ ৩ কোটি টকাতকৈ অধিক মূল্যৰ ক্লেইম নিষ্পত্তি

২০২২ৰ এপ্ৰিল-২০২৩ৰ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত ষ্টাৰ হেল্থৰ ৩ কোটি টকাতকৈ অধিক মূল্যৰ ক্লেইম নিষ্পত্তি

ভাৰতৰ আগশাৰীৰ স্বতন্ত্ৰ স্বাস্থ্য বীমা প্ৰতিষ্ঠান ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানীয়ে ঘোষণা কৰে যে, বিগত ১৮ মাহৰ ভিতৰত অৰ্থাৎ ২০২২ৰ এপ্ৰিলৰ পৰা ২০২৩ৰ ছেপ্টেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত ৩ কোটি টকাৰ অধিক মূল্যৰ ক্লেইম নিষ্পত্তি কৰিছে। ষ্টাৰ হেলথে ডিব্ৰুগড়ত কেছলেচ ক্লেইম চেটলমেণ্ট(নগদবিহীন দাবী নিষ্পত্তি) আৰু ১ কোটি টকাৰ ওপৰত ধন পৰিশোধৰ ক্লেইম নিষ্পত্তি কৰিছে। গ্ৰাহকৰ প্ৰতি নিজৰ দায়বদ্ধতা ৰক্ষা কৰি প্ৰতিষ্ঠানটোৱে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত সকলো নগদবিহীন দাবী নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। বেছিভাগ ক্ষেত্ৰতে নগদবিহীন চিকিৎসাৰ বাবে প্ৰাৰম্ভিক অনুমোদন ২ ঘণ্টাৰ ভিতৰত দিয়া হৈছে। কোম্পানীটোৱে ক্লেইম ছিবমিছন(দাবী দাখিল)ৰ ৭ দিনৰ ভিতৰত পৰিশোধ দাবী(ৰিইম্বৰ্ছমেণ্ট ক্লেইম)ৰ পৰিশোধ কৰিবলৈ চেষ্টা কৰিছে যাতে গ্ৰাহকসকলে ৰিইম্বৰ্ছমেণ্ট…
Read More
গুৱাহাটী ষ্টোৰত আনএকাডেমীৰ “জিনিয়াছ অফ দা মান্থ” অনুষ্ঠান

গুৱাহাটী ষ্টোৰত আনএকাডেমীৰ “জিনিয়াছ অফ দা মান্থ” অনুষ্ঠান

ভাৰতৰ সৰ্ববৃহৎ শিক্ষণ প্লেটফৰ্ম আনএকাডেমীয়ে নৰ্থ ইষ্ট পাব্লিক স্কুলৰ সহযোগত গুৱাহাটীৰ আনএকাডেমী ষ্ট'ৰত অনুষ্ঠিত শেহতীয়া "জিনিয়াছ অব দা মান্থ'' অনুষ্ঠানৰ অসাধাৰণ সফলতাৰ কথা ঘোষণা কৰি আনন্দিত হৈ পৰিছে। নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন আৰু উদযাপনৰ লক্ষ্যৰে অনুষ্ঠিত এই অনুষ্ঠানটো আছিল শিক্ষণ আৰু উদ্ভাৱনৰ মনোভাৱৰ এক উল্লেখযোগ্য প্ৰমাণ । আনএকাডেমী ষ্ট’ৰ হৈছে এনে এক স্থান, য’ত শিক্ষাৰ্থীসকলে আনএকাডেমী আৰু ইয়াৰ প্ৰস্তাৱসমূহ অন্বেঊ কৰিব পাৰে আৰু একেই মনোভাৱৰ শিক্ষাৰ্থীসকলক লগ পোৱাৰ সুবিধা পায় । শিক্ষাৰ্থীসকলে তেওঁলোকৰ লক্ষ্য আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ প্ৰয়োজনীয়তা অনুসৰি বিনামূলীয়া কেৰিয়াৰ পৰামৰ্শদাতা অধিবেশনৰ সুবিধা ল'ব পাৰে, য'ত তেওঁলোকে ইউনাকাডেমীৰ কিছুমান শীৰ্ষ শিক্ষাবিদকো লগ পাব পাৰে। এই…
Read More
এছএমইউয়ে আগবঢ়াইছে অনলাইন ডিগ্ৰী পাঠ্যক্ৰম

এছএমইউয়ে আগবঢ়াইছে অনলাইন ডিগ্ৰী পাঠ্যক্ৰম

২৮ বছৰৰো অধিক শৈক্ষিক লিগেচীসম্পন্ন নাক এ+ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় ছিকিম মণিপাল বিশ্ববিদ্যালয়ে(এছএমইউ) ৭টা অনলাইন স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনে দুটা স্নাতক কাৰ্যসূচী আগবঢ়াইছে, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ সংমিশ্ৰণেৰে কলা স্নাতক (বি এ), আৰু বাণিজ্য শাখাত স্নাতক (বিকম)। এছএমইউয়ে ইংৰাজী, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, বাণিজ্য আৰু কম্পিউটাৰ এপ্লিকেচনত স্নাতকোত্তৰ ডিগ্ৰীকে ধৰি ৫টা ভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰমো মুকলি কৰিছে। অনলাইন কাৰ্যসূচীবোৰ ইউজিচি-নটাইটেল(অধিকাৰপ্ৰাপ্ত) আৰু অন-কেম্পাছ(চৌহদ) ডিগ্ৰীৰ সমতুল্য স্বীকৃত। বিশ্ববিদ্যালয়খনৰ অনলাইন কাৰ্যসূচীবোৰ যথেষ্ট নমনীয় আৰু বহনক্ষম, যাৰ ফলত শিক্ষাৰ্থীসকলে নিজৰ কাম আৰু ব্যক্তিগত প্ৰতিশ্ৰুতি অনুসৰি নিজা গতিত অধ্যয়ন কৰিব পাৰে আৰু নিজৰ নিজৰ সময়সূচী অনুসৰণ কৰি তৈয়াৰ কৰিব পাৰে। অনলাইন…
Read More
আহিবলগীয়া ৰোমাণ্টিক ড্ৰামা ছিৰিজ ‘ইস্কয়াপা’ মুকলি কৰাৰ কথা ঘোষণা  আমাজন মিনিটিভিৰ

আহিবলগীয়া ৰোমাণ্টিক ড্ৰামা ছিৰিজ ‘ইস্কয়াপা’ মুকলি কৰাৰ কথা ঘোষণা  আমাজন মিনিটিভিৰ

আমাজনৰ বিনামূলীয়া ভিডিঅ’ ষ্ট্ৰীমিং সেৱা আমাজন মিনিটিভিয়ে জেএআৰ পিকচাৰ্ছৰ দ্বাৰা প্ৰস্তুত কৰা ইস্কয়াপা নামৰ নতুন ৰম-কম ছিৰিজ মুকলি কৰিছে। পৰমবীৰ সীমা, নুনুই ৰুৱালহ্লেং আৰু বিনয় পাঠক অভিনীত এই ছিৰিজ ২০২৩ চনৰ ১ ডিচেম্বৰত প্লেটফৰ্মত এক্সক্লুছিভলী প্ৰিমিয়াৰ কৰে আমাজনে। ৬টা খণ্ডৰ এই ধাৰাবাহিকত পৃথক ভাৰতীয় সংস্কৃতিৰ দুজন ব্যক্তি বিক্ৰম আৰু পুইয়ে আকস্মিক মিলনৰ জৰিয়তে দুয়োকে বিচাৰি পাই নিজৰ প্ৰেম, বন্ধুত্ব আৰু মনতে পুহি ৰখা অযুত স্বপ্নবোৰ লাভ কৰি জীৱনলৈ আনন্দ আৰু নিবিড়তা কঢ়িয়াই আনে। উত্তৰ-পূৰ্বাঞ্চলত পৰিৱেশিতইস্কয়াপা নামৰ ছিৰিজে অঞ্চলটোৰ অনুৰাগীৰ পৰা যথেষ্ট পৰিমাণে সঁহাৰি লাভ কৰিছে। এই শ্ব’টোত নুনুইয়ে পুইৰ চৰিত্ৰত অভিনয় কৰিছে, যি চৰিত্ৰত পাহাৰৰ সৈতে এক শক্তিশালী সম্পৰ্ক আছে।…
Read More
ডঃ সুজয় ভট্টাচাৰ্যই সফলতাৰে উত্তৰ-পূবৰ প্ৰথম ৰবটিক আঁঠু প্ৰতিস্থাপন প্ৰদৰ্শন কৰিছিল

ডঃ সুজয় ভট্টাচাৰ্যই সফলতাৰে উত্তৰ-পূবৰ প্ৰথম ৰবটিক আঁঠু প্ৰতিস্থাপন প্ৰদৰ্শন কৰিছিল

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সফল ক্ৰুচিয়েট ৰিটেইনিং ৰবটিক টোটেল নী ৰিপ্লেচমেণ্ট(আঁঠু প্ৰতিস্থাপন)ৰ জৰিয়তে ৫৪ বছৰীয়া এজন ৰোগীক আজীৱন এক নতুন বিষ-মুক্ত জীৱন প্ৰদান কৰিছে। দিল্লী-এনচিআৰৰ ফৰিদাবাদৰ ছেক্টৰ ৮ৰ সৰ্বোদয় হাস্পতালত বিশ্বৰ প্ৰথমটো চেণ্টাৰ ফৰ চিআৰ ৰবটিক নি ৰিপ্লেচমেণ্ট বিভাগৰ বিভাগীয় প্ৰধান আৰু সঞ্চালক তথা বিশ্বব্যাপী প্ৰসিদ্ধ লিমকা বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ থকা ডাঃ সুজয় ভট্টাচাৰ্জীয়ে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এজন স্থানীয় ৰোগীয়ে কেইবামাহো ধৰি আঁঠুৰ তীব্ৰ বিষত ভুগি আছিল। খোজ কঢ়া আৰু ঘৰুৱা মৌলিক কামবোৰ কৰাতো অসুবিধা হৈছিল যাৰ বাবে তেওঁক সোঁ আঁঠুত নি ট্ৰান্সপ্লাণ্ট বা আঁঠু সংৰোপণৰ পৰামৰ্শ দিয়া হৈছিল। ২০,০০০ৰো অধিক গাঁঠি…
Read More
চানফিষ্ট য়িপ্পী! য়িপ্পী!য়ে আগবঢ়াইছে ৱাও মচলা নুডলছ

চানফিষ্ট য়িপ্পী! য়িপ্পী!য়ে আগবঢ়াইছে ৱাও মচলা নুডলছ

আগশাৰীৰ ইনষ্টেণ্ট নুডলছ আৰু পাস্তা ব্ৰেণ্ড আইটিচিৰ চানফিষ্ট য়িপ্পী!য়ে মুকলি কৰিছে নতুন ভেৰিয়েণ্ট য়িপ্পী! ৱাও মচলা নুডলছ। এই ব্ৰেণ্ডটোৰ লক্ষ্য হৈছে উচ্চ মানদণ্ডৰ মচলাৰে ভৰপুৰ ইনষ্টেণ্ট নুডলছ বিচৰা গ্ৰাহকসকলক প্ৰতি পেকত ১০ টকা (৫০ গ্ৰাম) সুবিধাজনক মূল্যত যোগান ধৰি সেৱা আগবঢ়োৱা। এই অফাৰে সুস্বাদু আৰু মচালাদাৰ হোৱাৰ প্ৰতিশ্ৰুতি দিছে, য’ত এক পৃথক আৰু সুস্বাদু সোৱাদ প্ৰদান কৰাত গুৰুত্ব দিয়া হৈছে। আইটিচি ফুডছৰ স্নেক্স, নুডলছ আৰু পাস্তাৰ ভিপি তথা মাৰ্কেটিঙৰ মুৰব্বী সুৰেশ চান্দে আত্মবিশ্বাস ব্যক্ত কৰে যে, নতুন মাচালেডাৰ নুডলছক গ্ৰাহকসকলে প্ৰশংসা কৰাৰ লগতে উপভোগ কৰিব। এই ব্ৰেণ্ড অসম, মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পশ্চিম বংগ, ৰাজস্থান, কৰ্ণাটক, গুজৰাট, মধ্যপ্ৰদেশ, বিহাৰ,…
Read More
দেৱ দীপাৱলী কাশীত উদযাপন কৰা হৈছিল

দেৱ দীপাৱলী কাশীত উদযাপন কৰা হৈছিল

প্ৰাচীন বাৰাণসী চহৰ কাশীত দেৱ দীপাৱলীৰ এক আড়ম্বৰপূৰ্ণ উদযাপন কৰা হয়, কাশীৰ প্ৰতিষ্ঠিত ঘাটসমূহ ১২ লাখ চাকিৰে উজলাই তোলা হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে বাবা বিশ্বনাথ মন্দিৰত ১১ টন ফুলেৰেসু সজ্জিত কৰি এক ব্যাপক প্ৰদৰ্শনেৰে এই উৎসৱক নতুন মাত্ৰা প্ৰদান কৰিছিল। যোগী চৰকাৰে শ্ৰীকাশী বিশ্বনাথ ধামৰ গংগা গেটত কাশী আৰু ভগৱান শিৱৰ ধৰ্মীয় কাহিনী বৰ্ণনা কৰি এক মন্ত্ৰমুগ্ধ লেজাৰ শ্ব'ৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। এই বৰ্ষৰ উদযাপনৰ এক অন্যতম উল্লেখযোগ্য দিশ আছিল বিশ্বৰ আগশাৰীৰ ৭০খন দেশৰ ৰাষ্ট্ৰদূত, প্ৰতিনিধি আৰু পৰিয়ালৰ অংশগ্ৰহণ, যিয়ে অনুষ্ঠানটোত এক আন্তৰ্জাতিক ৰূপ দিবলৈ সক্ষম হৈছিল। এই সমাৰোহে ভাৰত আৰু বিদেশৰ ৮ লাখৰো অধিক পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ বিত্তীয় বৰ্ষ ২০২৪ৰ দ্বিতীয় ত্ৰৈমাসিকত ক্লেইম নিষ্পত্তিত কৃতিত্ব

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফৰ বিত্তীয় বৰ্ষ ২০২৪ৰ দ্বিতীয় ত্ৰৈমাসিকত ক্লেইম নিষ্পত্তিত কৃতিত্ব

২০২৪ চনৰ দ্বিতীয় ত্ৰৈমাসিক-বিত্তীয় বৰ্ষত ব্যক্তিগত খণ্ডৰ জীৱন বীমা প্ৰতিষ্ঠানসমূহৰ মাজত দাবী নিষ্পত্তি অনুপাতত আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে শীৰ্ষস্থান দখল কৰিছে, দাবী নিষ্পত্তি অনুপাত ৯৮.১৪%। ২০২৪ চনৰ প্ৰথম বিত্তীয় বৰ্ষত কোম্পানীটোৱে ৯৭.৯% সৰ্বোত্তম দাবী নিষ্পত্তি(বেষ্ট ক্লেইম চেটলমেণ্ট) অনুপাত লাভ কৰিছিল, যিয়ে গ্ৰাহক আৰু গ্ৰাহকসকলৰ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে। তাৎপৰ্যপূৰ্ণভাৱে, ২০২৩ বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটোৰ দাবী নিষ্পত্তি অনুপাত আছিল ৯৮.৭%, য’ত প্ৰকৃত মৃত্যুৰ দাবী নিষ্পত্তি কৰিবলৈ গড় সময় লাগিছিল ১.২ দিন। যাৰ ফলত দাবীদাৰসকলে দাবীৰ পৰিমাণ বা ধনৰাশি তাৎক্ষণিক প্ৰৱেশাধিকাৰ বা লাভ কৰাটো নিশ্চিত হয়। ২০২৪ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ ক্লেইম নিষ্পত্তিৰ…
Read More
কুশাক আৰু শ্লাভিয়াৰ সম্পূৰ্ণ নতুন এলিগেন্স সংস্কৰণ

কুশাক আৰু শ্লাভিয়াৰ সম্পূৰ্ণ নতুন এলিগেন্স সংস্কৰণ

স্কোডা অটো ইণ্ডিয়াই গ্ৰাহকসকললৈ কুশাক আৰু শ্লাভিয়াৰ বাবে ডিপ ব্লেক কালাৰ(ডাঠ ক'লা ৰং)ৰ এলিগেন্স এডিচন প্ৰৱৰ্তন আগবঢ়াইছে, যাৰ ফলত শেহতীয়াকৈ নতুন বৈশিষ্ট্য বা সুবিধাসমূহ সংযোজন কৰিছে। এই বাহনসমূহ একচেটিয়াভাৱে ১.৫ টি এছআই ইঞ্জিনেৰে চালিত হ’ব আৰু সীমিত পৰিমাণত উৎপাদন কৰা হ’ব। গ্ৰাহকসকলে মেনুৱেল আৰু ডিএছজি ট্ৰেন্সমিছনৰ মাজৰ পৰা যিকোনো এটা বাছনি কৰিব পাৰে। দুয়োখন গাড়ীতে এলিগেন্স এডিচনক টপ অৱ দ্য লাইন ষ্টাইল ভেৰিয়েণ্টৰ ওপৰত স্থান দিয়া হৈছে। ১.৫ টিএছআই ইঞ্জিনৰ সৈতে একচেটিয়াভাৱে উপলব্ধ হ’ব এই বাহনসমূহ। কুশাক এলিগেন্স এডিচন - ১.৫ টিএছআইৰ মূল্য ১৮,৩১,০০০/-ৰ পৰা ১৯,৫১,০০০/-টকাৰ ভিতৰত। আনহাতে শ্লাভিয়া এলিগেন্স এডিচন - ১.৫ টিএছআইৰ মূল্য ১৭,৫২,০০০/-ৰ পৰা ১৮,৯২,০০০/- টকাৰ ভিতৰত।…
Read More