ব্যৱসায়

সমগ্ৰ ভাৰতত ৩০+ অফলাইন কেন্দ্ৰ মুকলি বেদান্তুৰ

সমগ্ৰ ভাৰতত ৩০+ অফলাইন কেন্দ্ৰ মুকলি বেদান্তুৰ

অগ্ৰণী অনলাইন এডটেক প্লেটফৰ্ম বেদান্তুৱে সমগ্ৰ ভাৰতৰ একাধিক চহৰত বিস্তৃত জেইই, নীট আৰু ফাউণ্ডেচন পাঠ্যক্ৰমৰ বাবে ৩০+ অফলাইন কেন্দ্ৰ খোলাৰ পৰিকল্পনাৰে নিজৰ সেৱাসমূহৰ এক গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে। অনলাইন আৰু অফলাইন দুয়োটা পাঠ্যক্ৰম প্ৰদান কৰি এই পদক্ষেপে গুণগত শিক্ষাৰ সুবিধা বৃদ্ধি কৰিব বিচাৰে, একে সময়তে জেইই/নীট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ আগশাৰীৰ শিক্ষাগুৰুৰ পৰা সৰ্বশ্ৰেষ্ঠ নিৰ্দেশনা লাভ কৰাৰ নিশ্চয়তা প্ৰদান কৰে। বেদান্তুৱে প্ৰতিষ্ঠাপকৰ ১৮ বছৰীয়া সমৃদ্ধ শৈক্ষিক অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ্থীৰ যত্নৰ ওপৰত শক্তিশালী গুৰুত্ব আৰোপ কৰি আটাইতকৈ ব্যক্তিগতকৃত শিক্ষণ অভিজ্ঞতা প্ৰদান কৰা এক পৰিৱেশ তন্ত্ৰলৈ বিকশিত হৈছে। বেদন্তুৰ ট্ৰাইড এণ্ড টেষ্টেড শিক্ষণ প্ৰণালীয়ে নিশ্চিত কৰে যে প্ৰতিজন শিক্ষাৰ্থীৰ…
Read More
এমজি মটৰ ইণ্ডিয়াই আগবঢ়াইছে ডিচেম্বৰ ফেষ্ট 

এমজি মটৰ ইণ্ডিয়াই আগবঢ়াইছে ডিচেম্বৰ ফেষ্ট 

শতিকা পুৰণি ইতিহাস সমৃদ্ধ ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি মটৰে ভাৰতত নিজৰ ডিচেম্বৰ ফেষ্টৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৰ সকলো সামগ্ৰীৰ বীশেষ সূচীত স্পেচিয়েল অফাৰ আৰু লাভালাভ প্ৰদানৰ কথা ঘোষণা কৰিছে। এম জিৰ ডিচেম্বৰ ফেষ্টে ব্ৰেণ্ডটোৰ চহকী অটোমোটিভ লিগেচীক উদযাপন কৰাৰ লগতে বাহনৰ অনুৰাগীসকলৰ বাবে নিজৰ বৈচিত্ৰ্যময় প্ৰডাক্ট ৰেঞ্জত গুণগত মানদণ্ড, উদ্ভাৱন আৰু প্ৰযুক্তিৰ প্ৰতি এমজিৰ দায়বদ্ধতা অনুভৱ কৰাৰ এক আকৰ্ষণীয় সুযোগ উদযাপন কৰে। অভিনৱ এআই সুবিধাযুক্ত ষ্টাইলিছ এছইউভি এমজি এষ্টাৰত ১,০০,০০০ টকা পৰ্যন্ত লাভালাভ আৰু ৫০,০০০ টকাৰ এক্সচেঞ্জ বেনিফিটৰ সুবিধাও উপলব্ধ । এমজিৰ প্ৰিমিয়াম এছইউভি এডভান্সড গ্লষ্টাৰত ১,০০,০০০ টকা পৰ্যন্ত লাভালাভ আৰু ৫০,০০০ টকাৰ এক্সচেঞ্জৰ সুবিধাও আছে। প্ৰতিষ্ঠানটোৰ অন্যতম ধ্বজাবাহী ইভি এমজি…
Read More
প্ৰথম বাৰ্ষিক ট্ৰী লাইটিং চেৰিমনীত উৎসৱৰ ৰঙেৰে জ্যোতিষ্মান ক’ৰ্টয়াৰ্ড বাই মেৰিয়ট শ্বিলং হোটেল

প্ৰথম বাৰ্ষিক ট্ৰী লাইটিং চেৰিমনীত উৎসৱৰ ৰঙেৰে জ্যোতিষ্মান ক’ৰ্টয়াৰ্ড বাই মেৰিয়ট শ্বিলং হোটেল

ক'ৰ্টয়াৰ্ড বাই মেৰিয়ট শ্বিলঙে নিজৰ প্ৰথম গ্ৰেণ্ড বাৰ্ষিক লাইটিং চেৰিমনীৰ সৈতে ফেষ্টিভ ছিজন উদযাপন কৰিছে। ২০২৩ চনৰ ১০ ডিচেম্বৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটোৱে এক আনন্দময় হলীডে ছিজনৰ শুভাৰম্ভণি কৰিছিল। মেঘালয়ত খ্ৰীষ্টমাছ ট্ৰী, জিলিকি থকা লাইট, ফেষ্টিভ ডেকৰেচন(উত্সৱৰ প্ৰদৰ্শনী)ক উদযাপনৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, মেঘালয় চৰকাৰৰ মুখ্য সচিব ডি পি ৱাহলাংকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মেঘালয়ৰ পৰ্যটন মন্ত্ৰী পল লিংডো আৰু ইষ্ট খাছি হিলছ জিলাৰ উপ আয়ুক্ত আৰ এম কুৰবাহেও অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ এই অনুষ্ঠানত উপস্থিত থাকি গ্ৰেণ্ড খ্ৰীষ্টমাছ ট্ৰি লাইটিঙৰ বিষয়ে ক’ৰ্টয়াৰ্ড বাই মেৰিয়েট শ্বিলঙৰ…
Read More
ফ্ৰেঞ্চাইজি টীম ক্ৰয়ৰ জৰিয়তে চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগক নতুন গতি দিছে মোহিতে ৰেচিঙে

ফ্ৰেঞ্চাইজি টীম ক্ৰয়ৰ জৰিয়তে চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগক নতুন গতি দিছে মোহিতে ৰেচিঙে

ভাৰতৰ মটৰস্প’ৰ্টছৰ পৰিৱেশ নতুনকৈ গঢ়ি তোলাৰ বাবে সমৰ্পিত চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) নিজৰ ৰেংকৰ নতুন পাৱাৰহাউছ আৰু মটৰস্প’ৰ্টছৰ অত্যন্ত অনুৰাগী অভিষেক মোহিতেৰ নেতৃত্বৰ টীম মোহিতে ৰেচিঙক সগৌৰৱে আদৰণি জনাইছে। এই সংযোজনৰ লগে লগে লীগে দেশৰ মটৰস্প’ৰ্টৰ মানদণ্ড উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৰূপে চিহ্নিত হৈছে। কোলহাপুৰক ভেটি হিচাপে লৈ গঢ়ি তোলা হৈছে এই দলটো। মোহিতে গ্ৰুপ হৈছে নিৰ্মাণ খণ্ডৰ এক অগ্ৰণী প্ৰতিষ্ঠান, যিয়ে বান্ধ, অট্টালিকা, খনন আৰু ভূমিৰ কামৰ লগতে বস্ত্ৰ, অটোমোবাইল, শিক্ষা, জলবিদ্যুৎ আৰু শক্তি খণ্ডতো নিজৰ বৈচিত্ৰ্যময় বিনিয়োগ অব্যাহত ৰাখিছে। নিৰ্মাণৰ ক্ষেত্ৰখনতে আৱদ্ধ নাথাকি কোম্পানীটোৱে সগৌৰৱে মোহিতেছ ৰেচিং একাডেমী চলায় য'ত ২০০৬ৰ পৰাই ভাৰতৰ আটাইতকৈ…
Read More
ৰস্না হিমালয়ান গুলাব চৰবত, হিমালয়ান গুলকাণ্ড আৰু হিমালয়ান গুলাব চ্যাৱনপ্ৰাছ মুকলিৰ কথা গৰ্বেৰে প্ৰকাশ ৰস্নাৰ

ৰস্না হিমালয়ান গুলাব চৰবত, হিমালয়ান গুলকাণ্ড আৰু হিমালয়ান গুলাব চ্যাৱনপ্ৰাছ মুকলিৰ কথা গৰ্বেৰে প্ৰকাশ ৰস্নাৰ

উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টাৰ্ছ ছামিটত ৰস্নাই নিজৰ ৰস্না হিমালয়ান গুলাব চৰবত, হিমালয়ান গুলকাণ্ড আৰু হিমালয়ান গুলাব চ্যাৱনপ্ৰাছ মুকলি কৰাৰ কথা সগৌৰৱেৰে ঘোষণা কৰিছে। উত্তৰাখণ্ডত ৰস্নাৰ উপস্থিতি বৃদ্ধিৰ প্ৰয়াস ৰূপে উত্তৰাখণ্ডৰ উপত্যকাৰ পৰা আহৰণ কৰা বিশুদ্ধ গোলাপ তেল আৰু গোলাপ জলৰ দৰে কেঁচা সামগ্ৰী ব্যৱহাৰ কৰি এই প্ৰডাক্টবোৰ প্ৰস্তুত কৰা হ'ব। সমগ্ৰ দেশত ১২টা কাৰখানা আৰু বিশ্বৰ ৬০তকৈও অধিক দেশত প্ৰায় ১.৬ মিলিয়ন আউটলেট থকা ৰস্নাই ভাৰত আৰু বিদেশত একেলগে নিজৰ সামগ্ৰীসমূহ মুকলি কৰাৰ পৰিকল্পনা কৰিছে, বিশেষভাৱে মধ্যপ্ৰাচ্যত, য’ত ভাৰতীয় গোলাপৰ সামগ্ৰীৰ অধিক চাহিদা আছে। উত্তৰাখণ্ডৰ বিশেষভাৱে চামোলি উপত্যকা ডামাস্ক গোলাপৰ বাবে প্ৰখ্য়াত, যাৰ এক অনন্য সুকীয়া সুগন্ধি আছে। এই গোলাপ ফুলক…
Read More
টাটা মটৰ্ছ আৰু এইচডিএফচি বেংকে নিৰৱচ্ছিন্ন ডিজিটেল ফাইনেন্সিং চল্যুচন প্ৰদানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

টাটা মটৰ্ছ আৰু এইচডিএফচি বেংকে নিৰৱচ্ছিন্ন ডিজিটেল ফাইনেন্সিং চল্যুচন প্ৰদানৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছ আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক এইচডিএফচি বেংকে বাণিজ্যিক বাহনৰ গ্ৰাহকসকলৰ বাবে আকৰ্ষণীয় ডিজিটেল বিত্তীয় সমাধান প্ৰদান কৰাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। টাটা মটৰ্ছে বাণিজ্যিক বাহনৰ বাবে বাহনৰ বিত্তীয় সমাধান প্ৰদান কৰিবলৈ এইচডিএফচি বেংকৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে গ্ৰাহকেসকলে টাটা মটৰ্ছৰ অনলাইন বিক্ৰী প্লেটফৰ্ম আৰু টাটা ই-গুৰু মোবাইল এপ্লিকেচনৰ জৰিয়তে এইচডিএফচি বেংকৰ সেৱা প্ৰাপ্ত কৰিব পাৰে, যাৰ ফলত অভিগম্যতা বৃদ্ধি পায় আৰু গ্ৰাহকসকলক নিজৰ নিজৰ পছন্দৰ ফাইনেন্সাৰ বাচনি কৰিবলৈ অনুমতি বা সুযোগ দিয়ে। টাটা মটৰ্ছে এটা কোম্পানীৰ সৈতে এক কৌশলগত মিত্ৰতা গঢ়ি তুলিছে যিয়ে বাছ, ট্ৰাক আৰু ক্ষুদ্ৰ…
Read More
লিংগজনিত হিংসাৰ বিৰুদ্ধে এমএছডিইৰ প্ৰতিশ্ৰুতি ‘অব কোই বাহানা নহী’

লিংগজনিত হিংসাৰ বিৰুদ্ধে এমএছডিইৰ প্ৰতিশ্ৰুতি ‘অব কোই বাহানা নহী’

‘লিংগ-ভিত্তিক হিংসাৰ বিৰুদ্ধে ১৬ দিনৰ সক্ৰিয়তা’ শীৰ্ষক বাৰ্ষিক অভিযানৰ অংশ ৰূপে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন আইন, ২০২০ৰ অধীনত নিজৰ বিষয়াসকলৰ বাবে দুদিনীয়া সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ আয়োজন কৰে। ২০১৩ চনত মন্ত্ৰালয়ৰ বিষয়াসকলে ‘অব কোই বাহানা নহী’শীৰ্ষক শক্তিশালী বাক্যাংশৰ জৰিয়তে লিংগভিত্তিক হিংসাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উদ্বোধনী অনুষ্ঠানত এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীৰ লগতে মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰসংঘৰ মহিলা প্ৰতিনিধিসকলো উপস্থিত থাকে। এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, "সকলো কৰ্মচাৰীৰ বাবে এক সুৰক্ষিত নিৰাপদ পৰিৱেশ কৰ্মক্ষেত্ৰৰ সংস্কৃতিৰ অংশ হোৱাটো প্ৰয়োজনীয়।" এমএছডিইয়ে যৌন উৎপীড়নৰ সংজ্ঞা নিৰ্ধাৰণ আৰু অভিযোগ প্ৰক্ৰিয়াৰ…
Read More
বাংলা চিনেমাৰ তাৰকা যীশু সেনগুপ্তাৰ উপস্থিতিত বহুপ্ৰত্যাশিত ফেণ্টম ভি ফ’ল্ড আৰু স্পাৰ্ক গো ২০২৪ উন্মোচন টেকন’ৰ

বাংলা চিনেমাৰ তাৰকা যীশু সেনগুপ্তাৰ উপস্থিতিত বহুপ্ৰত্যাশিত ফেণ্টম ভি ফ’ল্ড আৰু স্পাৰ্ক গো ২০২৪ উন্মোচন টেকন’ৰ

গ্লবেল প্ৰিমিয়াম স্মাৰ্টফোন ব্ৰেণ্ড টেকন’ই  ফেণ্টম ভি ফ'ল্ড মোবাইলৰ বাবে ৬৯,৯৯৯ টকাৰ এক স্পেচিয়েল ফেষ্টিভ মূল্য ঘোষণা কৰিছে, যাৰ প্ৰাৰম্ভিক মূল্য আছিল ৮৮,৮৮৮ টকা। কলকাতাৰ প্ৰখ্যাত টেক ৰিটেইলৰ দ্য প্ৰাইম ম’বাইল এণ্ড গেজেট ষ্ট’ৰত জনপ্ৰিয় অভিনেতা যীশু সেনগুপ্তাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই ঘোষণা কৰা হয়, গতিশীল আৰু ক্ৰমবৰ্ধমান পূব ভাৰতত ব্ৰেণ্ডটোৰ সংযোগ আৰু স্থান যাতে আৰু অধিক প্ৰতিষ্ঠা আৰু শক্তিশালী কৰিব পাৰি তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ফেণ্টম ভি ফ'ল্ড  হৈছে মেড ইন ইণ্ডিয়া ফোন আৰু ১০০ হাজাৰতকৈ কম মূল্যৰ  ফল্ডেবল ফোনত ৭.৬৫ ইঞ্চি ২কে এলটিপিঅ' এমোল্ড ডিছপ্লে আৰু ৫-লেন্সৰ আল্ট্ৰা এইচডি কেমেৰা চিষ্টেম আছে। ইয়াত…
Read More
এনএছই ইমাৰ্জ প্লেটফৰ্মত ক্ৰনিকল কৰা এছএমই কোম্পানীবোৰে এক লাখ কোটি বজাৰ সম্প্ৰসাৰিত কৰিছে

এনএছই ইমাৰ্জ প্লেটফৰ্মত ক্ৰনিকল কৰা এছএমই কোম্পানীবোৰে এক লাখ কোটি বজাৰ সম্প্ৰসাৰিত কৰিছে

ভাৰতৰ আগশাৰীৰ ষ্টক এক্সচেঞ্জ নেচনেল ষ্টক এক্সচেঞ্জে (এনএছই) প্ৰথমবাৰৰ বাবে এনএছই ইমাৰ্জ প্লেটফৰ্মত ১ লাখ কোটি মাৰ্কেট কেপিটেলাইজেচন(বজাৰ পুঁজিকৰণ)ৰ সাক্ষী হৈছে। ২০১২ চনত আৰম্ভ হোৱাৰ পিছৰে পৰাই এনএছই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে আমাৰ দেশত বৃদ্ধি পোৱা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে এক কাৰ্যক্ষম আৰু বহনক্ষম সুযোগ প্ৰদানৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰি আহিছে। বৰ্তমান সময়লৈকে ৩৯৭টা কোম্পানীয়ে ৭,৮০০ কোটিতকৈ অধিক ধন সংগ্ৰহৰ জৰিয়তে এনএছই ইমাৰ্জত তালিকাভুক্ত হৈছে। ২০১৭ বৰ্ষত মুকলি কৰা নিফটি এছএমই ইমাৰ্জ ইণ্ডেক্স বৰ্তমান ১৯টা খণ্ডৰ ১৬৬টা কোম্পানীৰে গঠিত। ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে ৩৯.৭৮% চিএজিআৰ প্ৰদৰ্শন কৰিছে, যি আমাৰ দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশত এছএমই খণ্ডৰ বৰ্ধিত অৱদানৰ ইংগিত…
Read More
দক্ষ ভাৰতীয় কৰ্মশক্তিৰ সহায়ত ইউৰোপৰ ট্ৰাক চালকৰ অভাৱ পূৰণ কৰাৰ বাবে এনিহুৱেৰ জবছ, বেটন ট্ৰেন্সপ’ৰ্ট আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ অংশীদাৰিত্ব

দক্ষ ভাৰতীয় কৰ্মশক্তিৰ সহায়ত ইউৰোপৰ ট্ৰাক চালকৰ অভাৱ পূৰণ কৰাৰ বাবে এনিহুৱেৰ জবছ, বেটন ট্ৰেন্সপ’ৰ্ট আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ অংশীদাৰিত্ব

এনএছডিচি ইণ্টাৰনেচনেল (এনএছডিচিআই), ইউৰোপীয় পথ পৰিবহণ প্ৰতিষ্ঠান বেটন ট্ৰেন্সপ’ৰ্ট আৰু এনিহুৱেৰ জবছে ভাৰতীয় চালকক সংগঠিত কৰি ট্ৰাক উদ্যোগত মহিলাসকলক সবল-শক্তিশালী কৰি ইউৰোপৰ দক্ষ ট্ৰেইলাৰ চালকৰ অভাৱ দূৰ কৰিবলৈ অংশীদাৰিত্ব কৰিছে। ইউৰোপত ট্ৰেইলাৰ চালকৰ যথেষ্ট অভাৱৰ ফলত এক অভাৱনীয় নাটনিৰ সন্মুখীন হৈছে, চাহিদা কৰ্মশক্তিতকৈ অধিক হৈ পৰিছে। এনিহুৱেৰ জবছে দিল্লীত হায়াৰিং ড্ৰাইভ(ভাড়াতীয়া চালক)ৰ জৰিয়তে বেটন ট্ৰেন্সপ’ৰ্টৰ বাবে ৩০জন উচ্চশিক্ষিত যোগ্য চালকক অনব’ৰ্ড কৰিছে, যিয়ে উদ্ভাৱনীমূলক সমাধানৰ প্ৰয়োজনীয়তাক প্ৰৌজ্বল কৰি তুলিছে। এই অংশীদাৰিত্ব আৰু শেহতীয়া পদক্ষেপৰ ওপৰত মূল্যৱান অন্তৰ্দৃষ্টি আগবঢ়াই মহিলাসকলৰ বাবে নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ মহান সুযোগসমূহৰ ওপৰত আলোকপাত কৰি এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু এনএছডিচি ইণ্টাৰনেচনেলৰ এমডি বেদমণি তিৱাৰীয়ে কয়…
Read More