ব্যৱসায়

টেলিকম বিল ২০২৩ : এই পদক্ষেপক স্বাগতম অক্ষয় মুন্দ্ৰাৰ

টেলিকম বিল ২০২৩ : এই পদক্ষেপক স্বাগতম অক্ষয় মুন্দ্ৰাৰ

টেলিকম নেটৱৰ্কৰ বাবে আইনী আৰু নিয়ামক পৰিকাঠামো(লিগেল এণ্ড ৰেগুলেটৰী ফ্ৰেমৱৰ্ক) গঢ়ি তোলাৰ বাবে চৰকাৰে সোমবাৰে ভাৰতীয় দূৰসংযোগ বিধেয়ক(ইণ্ডিয়ান টেলিকমিউনিকেচন বিল) ২০২৩ৰ এখন নতুন খচৰা সংসদত উত্থাপন কৰে। এই বিধেয়কখনে দূৰসংযোগ খণ্ডৰ বাবে বৰ্তমানৰ নিয়ামক পৰিকাঠামো সলনি কৰিব বিচৰা হৈছে। এই বিধেয়কখনৰ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰি ভোডাফোন-আইডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় মুন্দ্ৰাই কয় যে, "সংসদত উত্থাপন কৰা টেলিকমিউনিকেচন বিধেয়ক, ২০২৩ খন টেলিকম সংস্কাৰ প্ৰক্ৰিয়াত এক ঐতিহাসিক মুহূৰ্ত ৰূপে চিহ্নিত হৈছে আৰু ভাৰতীয় টেলিকমক এক ভৱিষ্যৎ-উপযুক্ত ফ্ৰেমৱৰ্ক প্ৰদান কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰি তুলিলে, যি নিউ ইণ্ডিয়াৰ বিকাশৰ আকাংক্ষা পূৰণ কৰাত সহায় কৰিব।" তেওঁ লগতে কয় যে, "বিধেয়কখনত কেইবাটাও…
Read More
আইএছআৰএলৰ ৰেইজ মট’স্প’ৰ্টছক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা 

আইএছআৰএলৰ ৰেইজ মট’স্প’ৰ্টছক অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা 

চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে (আইএছআৰএল) উদ্বোধনী ছিজনৰ বাবে ষষ্ঠটো দল ৰূপে ৰেইজ মট’স্প’ৰ্টছক সংযোজন কৰাৰ কথা ঘোষণা কৰিছে। ৰেইজ মট’ৰ মালিকানাধীন ৰেইজ মট’স্পৰ্টছে ভাৰতীয় চুপাৰক্ৰছৰ হাই-অক্টেন ৱৰ্ল্ডত এক নতুন মাত্ৰা যোগ দিবলৈ সাজু হৈছে। শেহতীয়া ভাৰতীয় পাৰফৰ্মেন্স দুচকীয়া বাহনৰ বজাৰখনত গেম চেঞ্জাৰ হৈ পৰিছে এই প্ৰতিষ্ঠানটো, যিয়ে ইউৰোপৰ অত্যাধুনিক প্ৰযুক্তি আৰু পাৰফৰ্মন্স প্ৰদৰ্শন কৰিছে। কোম্পানীটোৱে অচিৰে ভাৰতীয় দুচকীয়া বাহনৰ অনুৰাগীসকলৰ বাবে ইউৰোপৰ আগশাৰীৰ ব্ৰেণ্ডৰ ৰাইডিং গিয়েৰ, আনুষংগিক সামগ্ৰী আৰু পোছাক(এপাৰেল)ৰ এক ৰেঞ্জ আগবঢ়াব। মিটাছৰ সৈতে জেভিৰ জৰিয়তে উচ্চ-কাৰ্যক্ষম টায়াৰৰ সৈতে ৰেইজ ম'ট'স্প'ৰ্টছৰ সফলতাই এক বিশাল সামগ্ৰীৰ পৰিসৰৰ পথ প্ৰশস্ত কৰিছে, যাৰ ফলত সমগ্ৰ দেশৰ ৰাইডাৰসকলে ষ্টাইল, সুৰক্ষা আৰু প্ৰদৰ্শনৰ…
Read More
কলিং অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অনৰিটছুৰ সৈতে অংশীদাৰিত্ব ভিআইৰ

কলিং অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অনৰিটছুৰ সৈতে অংশীদাৰিত্ব ভিআইৰ

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে দেশৰ ভিঅ'এলটিই (ভইচ অভাৰ এলটিই)ত গ্ৰাহকসকলৰ বাবে কলিং অভিজ্ঞতা বৃদ্ধি কৰিবলৈ অনৰিটছুৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভইচ সেৱাৰ মানদণ্ড উন্নত কৰা আৰু সামগ্ৰিক গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি কৰা। ভিআইয়ে অনৰিটছুৰ পৰা এক ভিঅ'এলটিই মনিটৰিং সমাধান ৰূপায়ণ কৰিছে, যাৰ সহায়ত গ্ৰাহকসকল দ্ৰুত কল কানেক্টিভিটী(ফোন সংযোগ) আৰু স্ফটিকৰ দৰে স্পষ্ট শব্দৰ মানদণ্ড লাভ কৰে। এই সমাধানে ভিঅ'এলটিই সেৱাৰ সমস্যাবোৰ দ্ৰুততাৰে চিনাক্ত আৰু সীমা নিৰ্ধাৰণ কৰি দক্ষতা উন্নত কৰে। ই ভিঅ'এলটিই সেৱা-নিৰ্দিষ্ট অন্তৰ্দৃষ্টিৰ এটা উন্নত দৃশ্যও প্ৰদান কৰে আৰু লগতে গ্ৰাহকৰ প্ৰভাৱ আৰু গুৰুত্বৰ ওপৰত ভিত্তি কৰি সমাধানক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে। অনৰিটছুৱে সকলো ভিঅ'এলটিই মাত্ৰাত উন্নত…
Read More
এক সফল মাল্টি-চিটী সজাগতা অভিযানৰ পিছত টাটা ট্ৰাষ্টে অসমত আগবঢ়াইছে ‘গাঁথ পে ধ্যান’

এক সফল মাল্টি-চিটী সজাগতা অভিযানৰ পিছত টাটা ট্ৰাষ্টে অসমত আগবঢ়াইছে ‘গাঁথ পে ধ্যান’

স্তন কেন্সাৰ আগতীয়াকৈ ধৰা পৰাৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযানক আগুৱাই লৈ গৈ টাটা ট্ৰাষ্টে আজি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন ( এচিচিএফ)- অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ পদক্ষেপ। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ (এচিচিএফ)ৰ এক গোট ডিব্ৰুগড় কেন্সাৰ চেণ্টাৰত যৌথভাৱে ব্যতিক্ৰমী ৰূপত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰে টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰে। 'কেইছে কা কেন্সাৰ' প্ৰয়াসৰ অংশ 'গাঁথ পে ধ্যান' অভিযানৰ উদ্দেশ্য হৈছে 'লাম্পছ ইন ফুড''ৰ ৰূপক ব্যৱহাৰ কৰি সজাগতা বৃদ্ধি কৰা, মুকলি আলোচনাক উদগনি দিয়া আৰু স্তনৰ কৰ্কট ৰোগ সন্দৰ্ভত সামূহিক পদক্ষেপৰ প্ৰচাৰ কৰা। 'গাঁথ পে ধ্যান'হৈছে আগতীয়াকৈ স্তনৰ কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে স্তনৰ স্ব-পৰীক্ষা(চেল্ফ এক্সামিন)ৰ গুৰুত্বৰ বিষয়ে সজাগতা…
Read More
টাটা মটৰ্ছে কাৰ্যকৰী ৰূপত ৰূপায়ণ কৰিছে ‘লিপ’  

টাটা মটৰ্ছে কাৰ্যকৰী ৰূপত ৰূপায়ণ কৰিছে ‘লিপ’  

টাটা মটৰ্ছৰ লিপে(লাৰ্ন আৰ্ন এণ্ড প্ৰগ্ৰেছ প্ৰগ্ৰাম) যোৱা এক দশক ধৰি সফল ৰূপে প্ৰতিষ্ঠিত হৈ আহিছে, যিয়ে সমাজৰ সুবিধাবঞ্চিত শ্ৰেণীৰ আনস্কিল(অ-দক্ষ) যুৱক-যুৱতীসকলক বহনক্ষম জীৱিকা প্ৰদান কৰিছে। ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰীত্ব(পাব্লিক-প্ৰাইভেট) আৰ্হিৰ অধীনত পৰিচালিত এই কাৰ্যসূচী ২০১৩ চনত দুটা প্ৰতিষ্ঠানেৰে শুভাৰম্ভ কৰি ২০২২লৈ ৬০টা প্ৰতিষ্ঠানলৈ বৃদ্ধি কৰিছে, বৰ্তমান বছৰি প্ৰায় ১,৫০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে। সামগ্ৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ১২ মহীয়া এই কাৰ্যসূচীয়ে গ্ৰাম্য, চহৰ আৰু অৰ্ধনগৰীয়া স্থানীয় অঞ্চলৰ বিদ্যালয় আধাতে এৰি দিয়া অসুবিধাগ্ৰস্ত বা পিছপৰা যুৱক-যুৱতীসকলক বিদ্যালয় এৰি প্ৰশিক্ষণ দিছে। টাটা মটৰ্ছৰ কৰ্প'ৰেট সামাজিক দায়বদ্ধতা বিভাগৰ মুৰব্বী বিনোদ কুলকাৰ্ণীয়ে বিশ্বাস কৰে যে লিপে এক দক্ষতা কাৰ্যসূচী সফলতাৰে আয়োজন কৰি এক পৰিৱৰ্তনশীল কাৰ্যসূচী হিচাপে…
Read More
নতুন বৈশিষ্ট্য ‘ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও’ৰ জৰিয়তে এক বিত্তীয় বিপ্লৱৰ সূচনা আপষ্টক্সৰ

নতুন বৈশিষ্ট্য ‘ইনভেষ্ট ৰাইট, ইনভেষ্ট নাও’ৰ জৰিয়তে এক বিত্তীয় বিপ্লৱৰ সূচনা আপষ্টক্সৰ

দেশৰ অন্যতম আগশাৰীৰ বিনিয়োগ প্লেটফৰ্ম আপষ্টক্সে (আৰকেএছভি ছিকিউৰিটিজ ইণ্ডিয়া প্ৰাইভেট লিমিটেড বুলিও জনা যায়) নিজৰ এপত বহুতো নৱীকৃত বৈশিষ্ট্য আগবঢ়াইছে, যিয়ে প্ৰতিজন ভাৰতীয়ৰ বাবে বিনিয়োগক অতি সৰল কৰি তুলিব। গ্ৰাহকক নিষ্ক্ৰিয় বিনিয়োগৰ শক্তি আৰু সূচকাংক পুঁজি(ইণ্ডেক্স ফাণ্ড)ত এছআইপিৰ জৰিয়তে এক শৃংখলাবদ্ধ বিনিয়োগ পদ্ধতিৰ দিশত নিজৰ যাত্ৰা কেনেদৰে আৰম্ভ কৰিব লাগে সেই বিষয়ে সজাগতাৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। কোম্পানীটোৱে ব্যৱহাৰকাৰীক এক সামগ্ৰিক বিনিয়োগৰ দৃশ্যপট প্ৰদান কৰিবলৈ নিজৰ এপত ষ্টক এছআইপি, ৱেলথ ট্ৰেকাৰ, গোল্ড আৰু ফিক্সড ইনকামৰ দৰে সুবিধাসমূহো মুকলি কৰিছে। নতুন বিনিয়োগকাৰীসকলে সন্মুখীন হোৱা সাধাৰণ প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই আপষ্টক্সে ১০,০০০ৰো অধিক মিউচুৱেল ফাণ্ড স্কিমৰ বিশ্লেষণ কৰিছে, যাতে গ্ৰাহকক ৰিস্ক আৰু…
Read More
পাঁচ বছৰ সম্পূৰ্ণ প্ৰজেক্ট হিলদাৰীৰ

পাঁচ বছৰ সম্পূৰ্ণ প্ৰজেক্ট হিলদাৰীৰ

নেষ্টলে ইণ্ডিয়াই ভাৰতৰ ৭ খন নিৰ্বাচিত পৰ্যটন চহৰত আৱৰ্জনা ব্যৱস্থাপনা প্ৰচেষ্টা প্ৰকল্প হিলদাৰীৰ ৫ বছৰ উদযাপন কৰিছে। প্লেন ফাউণ্ডেচন, ষ্ট্ৰী মুক্তি সংগঠন আৰু কাৰিকৰী অংশীদাৰ ৰেচিটী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতে অংশীদাৰিত্বৰে এই প্ৰকল্পৰ জৰিয়তে বিগত ৫ বছৰত আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে সামগ্ৰিক আৰু স্থিতিস্থাপক আৰ্হি প্ৰস্তুত কৰিছে। বৰ্তমান এই প্ৰকল্প পণ্ডা, মুচৌৰী, মহাবলেশ্বৰ, মুন্নাৰ, ডেলহাউছি, দাৰ্জিলিং আৰু পালমপুৰত কাৰ্যক্ষম হৈ আছে। এই প্ৰকল্পক বাস্তৱত পৰিণত কৰাৰ বাবে সকলো অংশীদাৰক অভিনন্দন জনাইছে নেচলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুৰেশ নাৰায়ণনে। এই পদক্ষেপৰ অধীনত আৱৰ্জনা নিষ্কাষণৰ সৈতে নিয়োজিত কৰ্মীসকলক পেছাদাৰী কৰি তোলা আৰু বৃত্তিগত আইডি, স্বাস্থ্য বীমা আৰু সুৰক্ষামূলক সঁজুলি প্ৰদান কৰাৰ দিশতো…
Read More
আইআইটি কানপুৰ আৰু কোটাক মহিন্দ্ৰা বেংকৰ কোটাক স্কুল অৱ চাষ্টেনেবিলিটী মুকলিৰ কথা ঘোষণা

আইআইটি কানপুৰ আৰু কোটাক মহিন্দ্ৰা বেংকৰ কোটাক স্কুল অৱ চাষ্টেনেবিলিটী মুকলিৰ কথা ঘোষণা

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ (আইআইটিকে) আৰু কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (কেএমবিএল) ভাৰতৰ বহনক্ষমতাৰ প্ৰথমখন সম্পূৰ্ণ সংহত বিদ্যালয় কোটাক স্কুল অৱ চাষ্টেনেবিলিটী মুকলি কৰিছে।এই  বিদ্যালয়খনৰ উদ্দেশ্য হৈছে আমাৰ অস্তিত্বৰ প্ৰতি গোলকীয় উষ্ণতাৰ ভাবুকি, প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণ আৰু জৈৱবৈচিত্ৰ্যৰ ক্ষতিৰ সৈতে মোকাবিলা কৰা। বিদ্যালয়খনক নিজৰ চিএছআৰ কাৰ্যসূচীৰ জৰিয়তে কেএমবিএলৰ দ্বাৰা পুঁজি যোগান ধৰা হ'ব, বংশানুক্ৰমিক শিক্ষা, গৱেষণা আৰু আউটৰিচ(প্ৰসাৰ)ৰ প্ৰচাৰ কৰা হ'ব। বিদ্যালয়খনে বনহমক্ষতাৰ একাধিক দিশত সহযোগিতামূলক গৱেষণাৰ বাবে এক সক্ষম পৰিৱেশ প্ৰদান কৰিবলৈ আইআইটি কানপুৰৰ বিভাগ আৰু উৎকৰ্ষ কেন্দ্ৰসমূহক একত্ৰিত কৰিব। কোটাক স্কুল অৱ চাষ্টেনেবিলিটীত স্বচ্ছ শক্তি, পৰিৱেশ, পৰিৱেশ বিজ্ঞান, বৃত্তাকাৰ অৰ্থনীতি, জলবায়ু বিত্ত, বহনক্ষম সমাজ আৰু নীতি আদিৰ দৰে বিভিন্ন…
Read More
পাৰ্কিনছন আৰু আন্ত্ৰিক মাইক্ৰ’বায়’ম মাজৰ সংযোগৰ বিষয়ে গৱেষণা

পাৰ্কিনছন আৰু আন্ত্ৰিক মাইক্ৰ’বায়’ম মাজৰ সংযোগৰ বিষয়ে গৱেষণা

দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান মণিপাল একাডেমী অৱ হায়াৰ এডুকেচন(এমএএইছই)ৰ এণ্টেৰিক ডিজিজ ডিভিজনৰ মাইক্ৰ’বায়’ম ৱৰ্কিং গ্ৰুপৰ এক অধ্যয়নে পাৰ্কিনছন ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত ভাৰতক গ্লবেল মানচিত্ৰত সুকীয়া স্থান দিছে। এই গৱেষণাই আন্ত্ৰিক মাইক্ৰ’বায়’ম আৰু পাৰ্কিনছন ৰোগৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰিছে, যি মূলতঃ বৃদ্ধ লোকসকলক প্ৰভাৱিত কৰা এই স্নায়ুৰ অৱক্ষয় হোৱা বিকাৰগ্ৰস্ততাক বুজিবলৈ কৰা এক জটিল পদক্ষেপ। সমগ্ৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা নিউৰোডিজেনাৰেটিভ বিকাৰগ্ৰস্ততা, শৰীৰত কঁপনি, পেশীৰ জঠৰতা আৰু ভাৰসাম্য হ্ৰাস হোৱাৰ দৰে লক্ষণসমূহ দেখা যায়। বৰ্তমান ইয়াৰ কোনো স্থায়ী চিকিৎসা বা নিৰাময় নাই, এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত লক্ষণসমূহ হ্ৰাস বা উপশম কৰা আৰু জীৱনৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব দিয়া হৈছে। শেহতীয়া…
Read More
ডিজিটেল ৰূপান্তৰৰ বাবে টাটা কমিউনিকেচনৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰিছে জেএলআৰে

ডিজিটেল ৰূপান্তৰৰ বাবে টাটা কমিউনিকেচনৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰিছে জেএলআৰে

জেএলআৰে গ্ল’বেল কমটেক (যোগাযোগ প্ৰযুক্তি) প্ৰতিষ্ঠান টাটা কমিউনিকেচনৰ সৈতে সহযোগিতা কৰি নিজৰ ডিজিটেল ৰূপান্তৰক ভৱিষ্যৎ-প্ৰমাণ(ফিউচাৰ প্ৰুফ) কৰি ইণ্ডাষ্ট্ৰী ৪.০ আৰু উন্নত বিশ্লেষণৰ দৰে নতুন ষ্টেণ্ডাৰ্ডৰ পথ প্ৰশস্ত কৰিছে। এই অংশীদাৰিত্বই জেএলআৰৰ পৰৱৰ্তী প্ৰজন্মৰ বাহনসমূহৰ উৎপাদনক শক্তি প্ৰদান কৰিব, যি নিজৰ ৰিইমাজিন ষ্ট্ৰেটেজী(কল্পনা কৌশল)ৰ এটা মূল অংশ আৰু প্ৰতিষ্ঠানটোৰ বাবে ডিজিটেল ৰূপান্তৰৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে সংযোগৰ ভেটি প্ৰদান কৰিব। টাটা কমিউনিকেচনে জেএলআৰৰ সকলো ১২৮টা গ্ল’বেল চাইট সংযোগ কৰিবলৈ নিজৰ ক্লাউড-ফাৰ্ষ্ট এছডি-ৱান প্ৰযুক্তি মুকলি কৰিবলৈ সাজু হৈছে, যিয়ে গ্লোবেল মুখ্য কাৰ্যালয়সমূহক বিভিন্ন সুবিধাৰ সৈতে সংযোগ কৰি যোগান শৃংখল(চাপ্লাই চেইন)ৰ দক্ষতা আৰু সুৰক্ষা বৃদ্ধি কৰিব। এই বিষয়ে টাটা কমিউনিকেচনৰ কাৰ্যবাহী উপাধ্যক্ষ তথা মুখ্য…
Read More