ব্যৱসায়

গেলেক্সি আনপেকড ২০২৪ :  স্থাপন কৰিব এক নতুন মানদণ্ড

গেলেক্সি আনপেকড ২০২৪ :  স্থাপন কৰিব এক নতুন মানদণ্ড

অহা ১৭ জানুৱাৰীত ছান জোছত নতুন উন্মোচনৰ বাবে সাজু হৈছে চেমচাং ইলেক্ট্ৰনিকছ, ইয়াত প্ৰদৰ্শন কৰিব শেহতীয়াভাৱে উদ্ভাৱন কৰা গেলেক্সি আৰু এআই-চালিত মোবাইলৰ অভিজ্ঞতা। এই অনুষ্ঠানটো Samsung.com, চেমচাং নিউজৰুম ইণ্ডিয়া আৰু চেমচাঙৰ ইউটিউব চেনেলত পোনপটীয়াভাৱে প্ৰদৰ্শন বা  সম্প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটোৱে এআইৰ দ্বাৰা চালিত এক নতুন মোবাইল অভিজ্ঞতা প্ৰদান কৰিব, লগতে মানুহে আহি থকা দিনবোৰত কেনেদৰে বাস কৰিব, সংযোগ বা যোগাযোগ কৰিব, সৃষ্টি আৰু ৰূপান্তৰে কিদৰে পৰিৱৰ্তন কৰিব সেই বিষয়ে প্ৰদৰ্শন কৰিব। এই সন্দৰ্ভত শেহতীয়া সকলো তথ্য পাব News.samsung.com/indiaত, গতিকে গেলেক্সি আনপেকড ২০২৪ৰ টিজাৰ, ট্ৰেইলাৰ আৰু বা-বাতৰিৰ বাবে চাই থাকিবলৈ নাপাহৰিব।
Read More
টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীয়ে মুকলি কৰিলে ‘এক্টি.ইভি’

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীয়ে মুকলি কৰিলে ‘এক্টি.ইভি’

ভাৰতৰ আগশাৰীৰ ইভি নিৰ্মাতা প্ৰতিষ্ঠান টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী(টিপিইএম)য়ে মুকলি কৰিছে প্ৰথম পিয়ৰ ইভি আৰ্কিটেকচাৰ এক্টি.ইভি, যাৰ অৰ্থ হৈছে এডভান্সড কানেক্টেড টেক-ইণ্টেলিজেণ্ট ইলেক্ট্ৰিক ভেহিকেল(উন্নত সংযোজিত বুদ্ধিমান প্ৰযুক্তিসম্পন্ন বৈদ্যুতিক বাহন)। এই বাহনখনত টিপিইএম পৰ্টফলিঅ’ৰ জৰিয়তে ভৱিষ্যতৰ সামগ্ৰীসমূহৰ আধাৰ আৰু সম্ভাৱনাসমূহ কঢ়িয়াই আনিব। এই পিয়ৰ ইলেক্ট্ৰিক আৰ্কিটেকচাৰৰ অধীনত মুকলি কৰা প্ৰথমটো প্ৰডাক্ট হৈছে পাঞ্চ.ইভ, যিয়ে একাধিক বডী ষ্টাইল(গাড়ীৰ বাহ্যিক ৰূপ) আৰু আকাৰৰ বিভিন্ন প্ৰডাক্ট সৃষ্টি কৰিব। এক্টি.ইভি আৰ্কিটেকচাৰত চাৰিটা স্তৰ থাকে: পাৱাৰট্ৰেইন, চেছিছ, বৈদ্যুতিক আৰ্কিটেকচাৰ আৰু ক্লাউড আৰ্কিটেকচাৰ। পাৱাৰট্ৰেইন লেয়াৰত এক অনুকূলিত বেটাৰী পেক ডিজাইন আছে, যিয়ে সঠিক ড্ৰাইভট্ৰেইন বিকল্প নিৰ্বাচিত কৰিবলৈ একাধিক পৰিসৰৰ বিকল্প আৰু মডুলাৰিটি প্ৰদান কৰে। চেচিছ লেয়াৰত একাধিক…
Read More
মাত্ৰ 7,299 আইএনআৰত 256জিবি ৰম আৰু 12জিবি ৰেমৰ সৈতে ভাৰতৰ প্ৰথম স্মাৰ্টফোন

মাত্ৰ 7,299 আইএনআৰত 256জিবি ৰম আৰু 12জিবি ৰেমৰ সৈতে ভাৰতৰ প্ৰথম স্মাৰ্টফোন

নিউ ইণ্ডিয়াৰ শীৰ্ষস্থানীয় ১০ হাজাৰ টকাৰ তলৰ স্মাৰ্টফোন ব্ৰেণ্ড আইটেলে মুকলি কৰিছে আইটেল এ৭০, য’ত আছে আকৰ্ষণীয় ২৫৬জিবি ষ্টৰেজ আৰু ১২জিবি ৰেম, এই সকলো সুবিধাযুক্ত স্মাৰ্টফোনটো উপলব্ধ হ'ব অবিশ্বাস্যভাৱে ৭,২৯৯ টকাত।  এই মোবাইলৰ শুভাৰম্ভণি হৈছে এ-চিৰিজ লাইন আপ(সূচী)ক উন্নত কৰাৰ এক কৌশলগত পদক্ষেপ, যিয়ে গ্ৰাহকসকলক যথেষ্ট ষ্টৰেজ বিচৰা গ্ৰাহকসকলকৰ বাবে সমাধানৰ বিশেষ সোপান। আইটেল এ৭০ ফোনটোৱে ডায়নেমিক বাৰ প্ৰযুক্তিৰ সৈতে ৬.৬ ইঞ্চিৰ এক বিশাল এইচডি+ ডিচপ্লে প্ৰদান কৰে, যি এক সৰলীকৃত আৰু নিৰৱচ্ছিন্ন ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ(ছিমলেছ ইউজাৰ ইণ্টাৰফেচ) প্ৰদান কৰে। এই স্মাৰ্টফোনটো আন দুটা ভেৰিয়েণ্টত উপলব্ধ: ১২ জিবি ৰেমৰ সৈতে ১২৮ জিবি ষ্টৰেজ আৰু ১২ জিবি ৰেমৰ সৈতে ৬৪ জিবি ষ্টৰেজ।…
Read More
ডাইজেষ্টিভ বিস্কুটৰ বাবে প্ৰথমবাৰলৈ ব্যবহৃত হৈছে ১০০% বাহ্যিক কাগজৰ বেগ 

ডাইজেষ্টিভ বিস্কুটৰ বাবে প্ৰথমবাৰলৈ ব্যবহৃত হৈছে ১০০% বাহ্যিক কাগজৰ বেগ 

আইটিচি ফুডছৰ স্বাস্থ্যকৰ-সুস্বাদু বিস্কুটৰ ৰেঞ্জ আইটিচি ছানফিষ্ট ফাৰ্মলাইটে নিজৰ ডাইজেষ্টিভ বিস্কুট ফেমিলী পেকৰ বাবে প্ৰথম ১০০% বাহিৰৰ কাগজৰ বেগ(আউটাৰ পেপাৰ বেগ) পেকেজিং মুকলি কৰিছে। এই উদ্ভাৱন প্লাষ্টিক হ্ৰাস কৰা আৰু বহনক্ষম গ্ৰাহকৰ পছন্দক উৎসাহিত কৰাৰ বাবে ব্ৰেণ্ডৰ প্ৰতিশ্ৰুতিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। এই বেগসমূহ প্লাষ্টিক হ্ৰাস কৰাৰ লগতে দৈনন্দিন ক্ৰয়ত বহনক্ষম পছন্দক উৎসাহিত কৰাৰ বাবে ব্ৰেণ্ডৰ প্ৰচেষ্টাৰ সৈতে মিল থকাকৈ পেকেজিং উপভোক্তা-অনুকূল, দৃশ্যগতভাৱে আকৰ্ষণীয়-দৃষ্টিনন্দন আৰু সুবিধাজনকভাৱে ডিজাইন কৰা হৈছে। ছানফিষ্ট ফাৰ্মলাইটে গ্ৰাহকৰ ক্ৰয়ৰ সিদ্ধান্তত পৰিৱেশৰ প্ৰতি দায়বদ্ধ ব্ৰেণ্ডৰ বাবে বৰ্ধিত অগ্ৰাধিকাৰক সদায়ে স্বীকাৰ কৰি আহিছে।এই বিষয়ে আইটিচি ফুডছ ডিভিজনৰ বিস্কুট এণ্ড কেক ক্লাষ্টাৰৰ মুখ্য পৰিচালনা বিষয়া আলী হেৰিছ শ্বেৰেই কয়…
Read More
স্কোডা অটোৰ সমৃদ্ধিশালী অগ্ৰগতি

স্কোডা অটোৰ সমৃদ্ধিশালী অগ্ৰগতি

স্কোডা অটো ইণ্ডিয়াই ভাৰতকেন্দ্ৰিক প্ৰডাক্ট কৌশলৰ বাবেই যোৱা দুবছৰত ১,০০,০০০ৰো অধিক গাড়ী বিক্ৰীৰ আকৰ্ষণীয় মাইলৰ খুঁটি অৰ্জন কৰিছে। কোম্পানীটোৱে মুকলি কৰিছিল দুটা বিশ্বমানৰ সামগ্ৰী-কুছাক আৰু শ্লাভিয়া, এই শিখৰত উপনীত হ'বলৈ ছয় বছৰতকৈও অধিক সময় লাগিছিল প্ৰতিষ্ঠানটোক। ২০২২ চনত কোম্পানীটোৱে ৫৩,৭২১খন গাড়ীৰ বিক্ৰী পঞ্জীয়ন কৰিছিল যদিও ২০২৩ চনত ৪৮,৭৫৫খন গাড়ীৰ বিক্ৰী কৰিবলৈ সক্ষম হয়। কোডিয়াকৰ বিক্ৰীৰ ক্ষেত্ৰতো ১০০% বৃদ্ধিৰে অভিলেখ গঢ়ি ভাৰতক স্কোডা অটোৰ বাবে এক প্ৰধান বজাৰ ৰূপে গঢ়ি তুলিছে। ২০২৩ চনৰ শেষলৈকে ২৬০ টাচপইণ্টৰ সৈতে কোম্পানীটোৱে নিজৰ নেটৱৰ্ক আৰু গ্ৰাহক আধাৰ সম্প্ৰসাৰিত কৰিছে। ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ' জেনেবাই ২০২৩ চনৰ ভিতৰত এই ধাৰাবাহিকতা বজাই ৰখাৰ গুৰুত্বৰ ওপৰত সৰ্বাধিক দৃষ্টি ৰাখে।…
Read More
‘নেট জিৰো এমিছন’ লাভ কৰাৰ বাবে টাটা মটৰ্ছৰ পণ

‘নেট জিৰো এমিছন’ লাভ কৰাৰ বাবে টাটা মটৰ্ছৰ পণ

দেশৰ দ্ৰুত গতিত নগৰীকৰণ আৰু বহনক্ষম গতিশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত পৰিষ্কাৰ পৰিবহন বিকল্পৰ দিশত বিশেষ পৰিৱৰ্তন হৈছে, ইয়াৰে বৈদ্যুতিক আৰু হাইড্ৰজেন কোষ-আধাৰিত বাহনসমূহ হৈছে প্ৰাথমিক বিকল্প। এক 'ট্ৰেঞ্জিচন ফুৱেল বা পৰিৱৰ্তন ইন্ধন' ৰূপে প্ৰাকৃতিক গেছক নিৰ্গমন হ্ৰাস কৰাৰ বাবে এক অন্তৱৰ্তীকালীন সমাধান হিচাপে ব্যৱহাৰ বা প্ৰয়োগ কৰা হৈছে। ভাৰতৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে প্ৰাকৃতিক গেছ চালিত বাহনৰ বিকাশত সক্ৰিয়ভাৱে অৰিহণা যোগাই আহিছে, নিজৰ দক্ষতা আৰু উদ্ভাৱনৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰে যথেষ্ট পদক্ষেপ হাতত লৈছে টাটা মটৰ্ছে। নীতি আয়োগৰ প্ৰতিবেদনত ২০৫০ চনৰ ভিতৰত ভাৰতীয় ৰাজপথত ট্ৰাকৰ সংখ্যা চাৰিগুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, যিয়ে প্ৰাকৃতিক গেছ-ভিত্তিক ইন্ধনলৈ পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ ওপৰত…
Read More
হাৰিয়ানাৰ হিৰো মট’কৰ্পৰ উৎপাদন কেন্দ্ৰক প্ৰদান কৰা হৈছে চিআইআই নেচনেল এৱাৰ্ড

হাৰিয়ানাৰ হিৰো মট’কৰ্পৰ উৎপাদন কেন্দ্ৰক প্ৰদান কৰা হৈছে চিআইআই নেচনেল এৱাৰ্ড

বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল আৰু স্কুটাৰ নিৰ্মাতা প্ৰতিষ্ঠান হিৰো মট’কৰ্পক জল ব্যৱস্থাপনাত উৎকৃষ্টতাৰ বাবে চিআইআই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে আৰু অত্যাধুনিক নিৰ্মাণ সুবিধাৰ বাবে ‘উইদিন দ্য ফেঞ্চ’ কেটেগৰীত ‘বিজয়ী বা উইনাৰ’ ৰূপে ৰেটিং দিয়া হৈছে। হাৰিয়ানাৰ গুৰুগ্ৰামত শিল্প নিৰ্মাণৰ সুবিধা। এই বঁটা লাভে কোম্পানীটোৰ জল ব্যৱস্থাপনাত উদ্ভাৱন তথা উৎকৰ্ষতা আৰু ২০২৫ চনৰ ভিতৰত নিজৰ ৫০০% ৱাটাৰ পজিটিভ লক্ষ্য প্ৰাপ্ত কৰাৰ প্ৰচেষ্টাক স্বীকৃতি দিলে। হিৰো মট’কৰ্পে বছৰি প্ৰায় ৩.৮ মিলিয়ন কিলোলিটাৰ পানী ৰাহি কৰি আহিছে আৰু নিজৰ চৌহদৰ বাহিৰৰ সম্প্ৰদায়সমূহৰ বাবেও পানীৰ প্ৰৱেশাধিকাৰ সৃষ্টিৰ সময়ত পানীৰ ব্যৱহাৰ আৰু অপচয় হ্ৰাস কৰি 'ৱাটাৰ ষ্টুৱাৰ্ডশ্বিপ'ৰ দিশে আগবাঢ়িছে।কোম্পানীটোৱে আৰঅ' ফিল্টাৰেচন সলনি কৰি আল্ট্ৰা…
Read More
হৃদযন্ত্ৰৰ থলুৱা ছন্দ নিৰীক্ষণ প্ৰযুক্তি

হৃদযন্ত্ৰৰ থলুৱা ছন্দ নিৰীক্ষণ প্ৰযুক্তি

মেডট্ৰনিক আৰু কাৰ্ডিয়াক ডিজাইন লেবে ভাৰতত এক থলুৱাভাৱে বিকশিত হৃদযন্ত্ৰৰ ছন্দ নিৰীক্ষণ প্ৰযুক্তি পদ্ম ৰিদমছ® মুকলি কৰিবলৈ অংশীদাৰিত্ব কৰিছে। মেডট্ৰনিক ভাৰতত পদ্ম ৰিদমছৰ এক্সক্লুছিভ ডিষ্ট্ৰিবিউটৰ(একচেটিয়া বিতৰক) হ'ব। আনহাতে দুয়োটা কোম্পানীয়ে সমগ্ৰ দেশতে প্ৰযুক্তিৰ প্ৰসাৰ আৰু সম্প্ৰসাৰিত কৰিবলৈ যুটীয়াভাৱে প্ৰশিক্ষণ আৰু শৈক্ষিক কাৰ্যসূচীও বিকশিত কৰিব। চিডিএলে ডিজাইন কৰা পদ্ম ৰিদমছ ইএলআৰ পেচ্ছত এটা বাহ্যিক পেচ্ছৰ সুবিধা আৰু এটা হল্টাৰৰ উন্নত ক্ষমতাৰ সৈতে সংযুক্ত কৰা হৈছে যাতে নিৰীক্ষণ সময়ৰ বাবে  সঠিক আৰু অন্তৰ্দৃষ্টিপূৰ্ণ তথ্য নিশ্চিত হয়। মেডট্ৰনিক ইণ্ডিয়াৰ উপাধ্য়ক্ষ আৰু পৰিচালনা সঞ্চালক মাইকেল ব্লেকৱেলে ভাৰতত হৃদযন্ত্ৰৰ ছন্দ নিৰীক্ষণত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চিডিএলৰ সৈতে অংশীদাৰিত্ব লৈ যথেষ্ট উৎসাহী।এই ডিভাইচটো পৰীক্ষা, ডাটা, এলগৰিথম, বিশ্লেষণ,…
Read More
কৌশল ৰথে সবলীকৰণ কৰিছে ওড়িশাৰ যুৱক-যুৱতীসকলক

কৌশল ৰথে সবলীকৰণ কৰিছে ওড়িশাৰ যুৱক-যুৱতীসকলক

কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে চকাত চলা দক্ষতা প্ৰদান কৰা বাছ "কৌশল ৰথ" মুকলি কৰে। ইয়াৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত ‘বিক্ষিত ভাৰত’ নিৰ্মাণৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ সম্ভাৱনা বিকশাই তোলা। এই বিশেষ ভ্ৰাম্যমাণ বাছবোৰ সমগ্ৰ ওড়িশাৰ উচ্চাকাংক্ষী প্ৰাৰ্থীসকলক দক্ষতা প্ৰশিক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। অত্যাধুনিক সঁজুলি, সুবিধা আৰু প্ৰমাণিত প্ৰশিক্ষকৰ সৈতে সজ্জিত এই বাছসমূহে ডিজিটেল সাক্ষৰতা, বিত্তীয় সাক্ষৰতা, ৰিটেইল(খুচুৰা) আৰু উদ্যমিতা সম্বন্ধীয় দক্ষতা আদিকে ধৰি পাঠ্যক্ৰমৰ মডিউলসমূহৰ মাজেৰে প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব। কৌশল ৰাথে ওড়িশাৰ একাধিক জিলা সামৰি যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগ প্ৰদান কৰি এক অনন্য সংযোগ গঢ়ি তুলিব।…
Read More
অনুপম কৌৰাৰ কোটাক মহিন্দ্ৰা বেংকৰ মুখ্য মানৱ সম্পদ বিষয়া হিচাপে যোগদান

অনুপম কৌৰাৰ কোটাক মহিন্দ্ৰা বেংকৰ মুখ্য মানৱ সম্পদ বিষয়া হিচাপে যোগদান

কোটাক মহিন্দ্ৰা বেংকৰ সাংগঠনিক ৰূপান্তৰৰ প্ৰচাৰ-প্ৰসাৰ আৰু পৰিৱৰ্তন ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে অনুপম কৌৰাক মুখ্য মানৱ সম্পদ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। কৌৰাই পূৰ্বতে লণ্ডনৰ ক্ৰিচিল লিমিটেডত কাম কৰিছিল, য'ত তেওঁ প্ৰতিভা ৰণনীতি, প্ৰদৰ্শন আৰু পুৰস্কাৰ, শিক্ষণ আৰু বিকাশ, সংস্কৃতি ৰূপান্তৰ, আৰু সামগ্ৰিক সাংগঠনিক পৰিৱৰ্তন কাৰ্য-কলাপৰ দায়িত্বত আছিল। কৌৰা আগশাৰীৰ অন্যতম প্ৰধান সংস্থাসমূহত পৰিৱৰ্তনশালী এজেণ্ডা আৰু পৰিৱৰ্তনশীল প্ৰকল্পসমূহ পৰিচালিত কৰাত বিশেষজ্ঞ, যিয়ে সমগ্ৰ ভাৰত আৰু বিশ্বব্যাপী বেংক আৰু বিত্তীয় নিগমসমূহৰ জ্যেষ্ঠ পদবীত ২৫ বছৰতকৈ অধিক সময় অতিবাহিত কৰিছে। ক্ৰিচিল লিমিটেডত অনুপম কৌৰাই টীমকেইটাক পুনৰুজ্জীৱিত আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, লগতে প্ৰযুক্তিগত আৰু ডিজিটেল প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ…
Read More