ব্যৱসায়

নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত চতুৰ্থ পৰ্যায়ৰ কনছুলাৰ বৈঠক সম্পন্ন

নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত চতুৰ্থ পৰ্যায়ৰ কনছুলাৰ বৈঠক সম্পন্ন

নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত বুধবাৰে চতুৰ্থ পৰ্যায়ৰ কনচুলাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল যুটীয়া সচিব (চিপিভি) ড০ আমান পুৰী। আনহাতে বাংলাদেশৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মহানিৰ্দেশক (দক্ষিণ এছিয়া) ৰকিবুল হক। এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, "এই বৈঠকৰ সময়ত দুয়োখন দেশে কনছুলাৰ ইছ্যু, ভিছাৰ বিভিন্ন দিশ, প্ৰত্যাৱৰ্তন, এমএলএটি আৰু প্ৰত্যাৰ্পণৰ বিষয়সমূহত সমন্বয় আৰু সহযোগিতা শক্তিশালী কৰাৰ উপায় বা ব্যৱস্থা সম্পৰ্কে বিস্তৃত আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত সহযোগিতাৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। লগতে দুয়োখন দেশৰ নাগৰিকৰ চলাচল বা ভ্ৰমণৰ সুবিধাৰ বাবে দ্বিপাক্ষিক সংশোধিত ট্ৰেভেল এৰেঞ্জমেণ্ট(আৰটিএ)ক আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে।”…
Read More
ভিৰ নেটফ্লিক্সৰ সৈতে অংশীদাৰিত্ব, প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে সুলভ মূল্যৰ একাধিক প্লেন

ভিৰ নেটফ্লিক্সৰ সৈতে অংশীদাৰিত্ব, প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে সুলভ মূল্যৰ একাধিক প্লেন

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে সমগ্ৰ বিশ্বৰ ষ্ট্ৰীমিং ক্ষেত্ৰখনৰ অগ্ৰদূত নেটফ্লিক্সৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে । এই সহযোগিতাৰ লক্ষ্য হৈছে ভিৰ ব্যৱহাৰকাৰীসকলক মোবাইল ফোন, টেলিভিছন আৰু টেবলেটকে ধৰি বিভিন্ন ডিভাইচত সহজে ব্যৱহাৰযোগ্য আকৰ্ষণীয় সমল প্ৰদান কৰা। এই অংশীদাৰিত্বৰ জৰিয়তে ভিয়ে নিজৰ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে এক এক্সক্লুছিভ নেটফ্লিক্স বেছিক বাণ্ডল আনলিমিটেড প্লেন মুকলি কৰিছে, যি টেলিকম উদ্যোগত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত হৈছে। ১০০০ টকাতকৈও কম মূল্যৰ প্ৰতিযোগিতামূলক মূল্যৰ এই প্লেনত আনলিমিটেড কল, ডাটা আৰু ১০০ এছএমএছ/দিনৰ লগতে নেটফ্লিক্সৰ বিস্তৃত কণ্টেণ্ট লাইব্ৰেৰী ব্যৱহাৰ কৰাৰ সুবিধা পাব, য'ত আছে দেশজুৰি বহুচৰ্চিত"হিৰামণ্ডি: দ্য ডাইমণ্ড বাজাৰ"ৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিশ্বতে সমাদৰ…
Read More
ভাৰ্চুৱেল ৰিয়েলিটিয়ে মায়াভাৰ্ছ সহযোগিতাৰ জৰিয়তে এনটিপিচি স্কুলত শিক্ষণক ৰূপান্তৰিত কৰে

ভাৰ্চুৱেল ৰিয়েলিটিয়ে মায়াভাৰ্ছ সহযোগিতাৰ জৰিয়তে এনটিপিচি স্কুলত শিক্ষণক ৰূপান্তৰিত কৰে

ফটো-ৰিয়েলিষ্টিক ইমাৰ্চিভ টেক প্লেটফৰ্মৰ আগশাৰীৰ ডেভেলপাৰ মায়াভাৰ্ছ ক্ৰিয়েচনছ প্ৰাইভেট লিমিটেডে (এমচিপিএল) এনটিপিচি স্কুল অৱ বিজনেছ (এনএছবি)ৰ সৈতে কৌশলগত অংশীদাৰিত্ব গঠন কৰিছে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভাৰ্চুৱেল ৰিয়েলিটি প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে ব্যৱসায়িক শিক্ষা বৃদ্ধি কৰা, ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলক এক উদ্ভাৱনীমূলক আৰু আকৰ্ষণীয় শিক্ষণ পৰিৱেশ প্ৰদান কৰা। এন টি পি চি স্কুল অৱ বিজনেছৰ সঞ্চালক ড০ ৰাজেশ্বৰী নৰেন্দ্ৰনে কয় যে এই অংশীদাৰিত্বই ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাৰ লগতে অধিক আকৰ্ষণীয় আৰু ইন্টাৰেক্টিভ শিক্ষণ যাত্ৰাক লাভান্বিত কৰিব। এমচিপিএলে এনএছবিৰ বাবে এটা ভাৰ্চুৱেল অভিজ্ঞতা কেন্দ্ৰ সৃষ্টি কৰিছে, যিয়ে প্ৰতিষ্ঠানটোৰ ইতিহাস, দৃষ্টিভংগী, কৃতিত্ব, অধ্যাপকৰ বক্তৃতা, আৰু ভিডিঅ’ৰ মাজেৰে এক নিমজ্জিত যাত্ৰা আগবঢ়াইছে। মায়াভাৰ্ছ ক্ৰিয়েচনছৰ…
Read More
গড্ৰেজৰ ফাৰ্মৰ পৰা দুৱাৰমুখলৈ গাখীৰ যোগানে দুগ্ধ উদ্যোগলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন, মুকলি কৰিলে দুগ্ধ প্ৰতিবেদন

গড্ৰেজৰ ফাৰ্মৰ পৰা দুৱাৰমুখলৈ গাখীৰ যোগানে দুগ্ধ উদ্যোগলৈ আনিছে বৈপ্লৱিক পৰিৱৰ্তন, মুকলি কৰিলে দুগ্ধ প্ৰতিবেদন

গড্ৰেজ এগ্ৰ’ভেট লিমিটেড(জিএভিএল)ৰ সহযোগী প্ৰতিষ্ঠান ক্ৰীমলাইন ডেইৰী প্ৰডাক্টছ লিমিটেডে (চিডিপিএল) গড্ৰেজৰ নিজা ফাৰ্মৰ পৰা পোনপটীয়াকৈ আহৰণ কৰি পোনপটীয়াকৈ গ্ৰাহকৰ দুৱাৰমুখত যোগান ধৰিবলৈ প্ৰিমিয়াম অফাৰ গড্ৰেজ মাই ফাৰ্ম মিল্ক মুকলি কৰিছে। এই পদক্ষেপে সতেজ গাখীৰ সেৱন বা গ্ৰহণ আৰু গুণগত মান নিশ্চিত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হাতত লৈছে। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি পেষ্টুৰাইজ কৰি পেকেজ কৰা গাখীৰসমূহ প্ৰাকৃতিক সোৱাদ আৰু পুষ্টিকৰ মূল্য বজাই ৰাখিব পৰাকৈ প্ৰস্তুত কৰিছে, যিয়ে গ্ৰাহকক এক স্বাস্থ্যকৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিছে। প্ৰথমাৱস্থাত কেৱল হায়দৰাবাদত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে গডৰেজ মাই ফাৰ্ম মিল্ক, ইয়াৰ বাবে আত্মবিশ্বাসেৰে গাখীৰ সাজু কৰাৰ পৰা ডেলিভাৰীলৈকে এক নিখুঁতভাৱে নিয়ন্ত্ৰিত যোগান শৃংখল তৈয়াৰ কৰিছে,…
Read More
স্বৰ্গীয় মৌ ৰয়চৌধুৰীৰ স্মৃতিত ঢাকাত অনুষ্ঠিত হ’বলগীয়া “ব্যতিক্রম এডোকেচন কনক্লেভ” 

স্বৰ্গীয় মৌ ৰয়চৌধুৰীৰ স্মৃতিত ঢাকাত অনুষ্ঠিত হ’বলগীয়া “ব্যতিক্রম এডোকেচন কনক্লেভ” 

ব্যতিক্রম মাছডোৰ ঢাকাত ১০ জুনত অনুষ্ঠিত হবলগীয়া "ব্যতিক্রম এডোকেচন কনক্লেভ'' অনুষ্ঠানটি উৎসৰ্গিত কৰা হৈছে সত্যপ্ৰয়াত মৌ ৰায়চৌধুৰীৰ নামত । মৌ ৰায়চৌধুৰী এগৰাকী সাহিত্যিক আছিল ।বিশেষকৈ তেওঁৰ কবিতাই বহু পাঠকৰ হৃদয় জয় কৰিছিল। তেওঁ ‘সুস্থ’, ‘ছাফৰ’, ‘খেলা’ আদি আলোচনীৰ মুখ্য উপদেষ্টা আছিল । তেওঁ টেকন’ ইণ্ডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক তথা ভগ্নী নিবেদিতা বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰক আছিল। বিশেষকৈ ৰবীন্দ্ৰ সংগীত পৰিবেশনে সকলোৰে মাজত জনপ্ৰিয় হৈ উঠিছিল। তেঁও ভাৰতবৰ্ষত লগতে বাংলাদেশ টো চর্চিত আছিল। উল্লেখযোগ্য যে ৭ মে তাৰিখে তেওঁ পৰলোকপ্ৰাপ্তি হয় । এই সন্দর্ভত ব্যতিক্রম মাছডোব সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, "মৌ ৰায়চৌধুৰী এগৰাকী ভাল ব্যক্তি আছিল। দুখৰ কথা যে তেওঁ ৫৩…
Read More
শক্তিশালী কৰিছে সম্প্ৰদায়সমূহক : ৭.৮ মিলিয়ন লোকৰ ওপৰত জীৱনত প্ৰভাৱ পেলাইছে আমাজনে

শক্তিশালী কৰিছে সম্প্ৰদায়সমূহক : ৭.৮ মিলিয়ন লোকৰ ওপৰত জীৱনত প্ৰভাৱ পেলাইছে আমাজনে

আমাজনে বিভিন্ন পদক্ষেপ ৰূপায়ণৰ জৰিয়তে সম্প্ৰদায়বোৰক শক্তিশালী কৰি তুলিছে, এনে পদক্ষেপৰ জৰিয়তে সমগ্ৰ দেশৰ ৭.৮ মিলিয়নৰো অধিক লোকৰ জীৱনলৈ ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। কোম্পানীটোৱে নিজৰ সম্পদ আৰু উদ্ভাৱনী ক্ষমতা ব্যৱহাৰ কৰি কম সেৱা প্ৰাপ্ত লোকসকলক অত্যাৱশ্যকীয় শিক্ষা আৰু দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আমাজন ফিউচাৰ ইঞ্জিনিয়াৰৰ দৰে পদক্ষেপৰ লক্ষ্য হৈছে কম্পিউটাৰ বিজ্ঞান শিক্ষাৰ ব্যৱধান দূৰ কৰা, বিভিন্ন পৃষ্ঠভূমিৰ যুৱ শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে গুৰুত্বপূৰ্ণ দক্ষতা অৰ্জন কৰাৰ সুযোগ প্ৰদান কৰা। এই শৈক্ষিক প্ৰচেষ্টাসমূহৰ পৰিপূৰক হিচাপে অসংখ্য বৃত্তি কাৰ্যসূচীও আৰম্ভ কৰা হৈছে যাতে আৰ্থিক বাধাৰ বাবে কোনো কাৰণতে গুণগত শিক্ষা বাধাপ্ৰাপ্ত নহয় অথবা সুবিধা ল'বলৈ প্ৰত্যাহ্বান হৈ নুঠে। আমাজনে আশ্ৰয়…
Read More
উৎকৃষ্টতা উন্মোচন: শীৰ্ষ প্ৰকল্পৰ পৰা প্ৰিমিয়াৰ ক্ৰছঅ’ভাৰ হিচাপে নতুন নিছান কাশ্বকাই ৰাজত্ব কৰে

উৎকৃষ্টতা উন্মোচন: শীৰ্ষ প্ৰকল্পৰ পৰা প্ৰিমিয়াৰ ক্ৰছঅ’ভাৰ হিচাপে নতুন নিছান কাশ্বকাই ৰাজত্ব কৰে

ব্ৰিটেইনৰ চাণ্ডাৰলেণ্ডত প্ৰায় ১৮ বছৰ পূৰ্বে প্ৰথমখন নিছান কাশ্বকাই উত্পাদন কেন্দ্ৰৰ পৰা বজাৰলৈ মুকলিৰ লগে লগে ক্ৰছঅভাৰ ছেগমেণ্টৰ সৃষ্টি কৰিছিল আৰু সমান্তৰালভাৱে অটোমোটিভ জগতখনলৈ বৈপ্লিৱক জোৱাৰ আনিছিল। আজিৰ তাৰিখত ২০২৪ চনত ১০০খন দেশৰ চাৰি মিলিয়নতকৈ অধিক গ্ৰাহকৰ সৈতে ব্ৰিটেইনৰ আটাইতকৈ দ্ৰুত বিক্ৰী হোৱা গাড়ীখনক গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিবলৈ নান্দনিক ডিজাইন আৰু উল্লেখযোগ্য প্ৰযুক্তিৰ আপডেটৰ সৈতে উন্নীত কৰা হৈছে। নিছানে চাণ্ডাৰলেণ্ডত প্ৰস্তুত কৰি আছে কাশ্বকাই বৈদ্যুতিক বাহন, যিসমূহ বাহন অচিৰে সমগ্ৰ ইউৰোপ আৰু আন আন দেশৰ নিছান ডিলাৰসকলক প্ৰদান কৰা হ'ব। শেহতীয়া উন্নীতকৰণৰ বাবে প্ৰকল্পটোত নতুনকৈ ৩০ মিলিয়ন ব্ৰিটিছ পাউণ্ড বিনিয়োগৰ প্ৰয়োজন, যি ইউকেত নিছানৰ মুঠ বিনিয়োগৰ পৰিমাণ ৬ বিলিয়ন ব্ৰিটিছ…
Read More
ট্ৰুকলাৰত ব্যৱহাৰকাৰীৰ সংখ্যা ৪০০ মিলিয়ন অতিক্ৰম, যোগাযোগ সুৰক্ষাত স্থাপন নতুন মানদণ্ড

ট্ৰুকলাৰত ব্যৱহাৰকাৰীৰ সংখ্যা ৪০০ মিলিয়ন অতিক্ৰম, যোগাযোগ সুৰক্ষাত স্থাপন নতুন মানদণ্ড

মাহেকীয়া ৪০০ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীক অতিক্ৰম কৰি ট্ৰুকলাৰে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। বিভিন্ন আৰু বিচিত্ৰ ভৌগোলিক বজাৰত কোম্পানীটোৱে দ্ৰুত বৃদ্ধি লাভ কৰিছে, চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা ১০.১ মিলিয়ন ব্যৱহাৰকাৰী যোগ দিবলৈ সক্ষম হৈছে। ট্ৰুকলাৰৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া এলান মামেদিয়ে এই বিষয়ে কয় যে, "প্ৰতি মাহে ৪০০ মিলিয়ন সক্ৰিয় ব্যৱহাৰকাৰীৰ কাষ চাপিবলৈ সক্ষম হোৱাটো আমাৰ বাবে নিতান্তই গৌৰৱৰ বিষয়ে। সময় বাগৰাৰ লগে লগে আমি এই কথাও অৱগত হৈছোঁ যে ট্ৰুকলাৰৰ দৰে সমাধানৰ প্ৰয়োজনীয়তা আজিৰ তাৰিখত যথেষ্ট বেছি। দুৰ্ভাগ্যবশতঃ গ্ৰাহকৰ ফোনত অবাঞ্ছিত যোগাযোগ, স্পাম আৰু প্ৰৱঞ্চনাৰ সমস্যা ব্যক্তি আৰু ব্যৱসায়ত যথেষ্ট আহুকালৰ সৃষ্টি কৰিছে। নতুন প্ৰযুক্তি আৰু…
Read More
ছেমছাঙৰ ‘ছলভ ফৰ টুমৰু’: বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ যুৱ উদ্ভাৱকসকলক কৰি তুলিছে সবল

ছেমছাঙৰ ‘ছলভ ফৰ টুমৰু’: বহনক্ষম ভৱিষ্যৎ গঢ়ি তুলিবলৈ যুৱ উদ্ভাৱকসকলক কৰি তুলিছে সবল

চেমচাঙৰ ‘ছলভ ফৰ টুমৰু’ কেৱল এখন প্ৰতিযোগিতা নহয়; এই প্ৰয়াস হৈছে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱকৰ বাবে বিশ্বব্যাপী জৰুৰী সমস্যাসমূহৰ সমাধানৰ বাবে এক অনুঘটক। বহনক্ষম ভৱিষ্যতৰ বাবে উদ্ভাৱনক ব্যৱহাৰ কৰাৰ লক্ষ্যৰে চেমচাঙে ব্যৱহাৰিক সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত নেতৃত্ব ল'বলৈ উঠি অহা প্ৰজন্ম আৰু যুৱ মনক আমন্ত্ৰণ জনাইছে। এই প্লেটফৰ্মে দুটা সুকীয়া ট্ৰেক আগবঢ়ায় – স্কুল ট্ৰেক আৰু ইউথ ট্ৰেক, প্ৰত্যেকটোৱে নিৰ্দিষ্ট বিষয়বস্তুৰ বাবে উৎসৰ্গিত আৰু বিভিন্ন বয়সৰ গোটক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে। যাৰ ফলত সকলো অংশগ্ৰহণকাৰীৰ বাবে সমান সুযোগ নিশ্চিত হয় আৰু নিজৰ পটভূমি বা অভিজ্ঞতা সৃষ্টি কৰে। অংশগ্ৰহণকাৰীসকলক বৃহৎ স্বপ্ন দেখিবলৈ আৰু সীমাৰ পৰিধি নেওচি চিন্তা কৰিবলৈ উৎসাহিত কৰা হয়,…
Read More
জাৱা য়েজদি মটৰচাইকেলৰ তিনিচুকীয়াত অত্যন্ত সফল মেগা চাৰ্ভিছ কেম্পৰ সম্প্ৰসাৰণৰ পৰিকল্পনা

জাৱা য়েজদি মটৰচাইকেলৰ তিনিচুকীয়াত অত্যন্ত সফল মেগা চাৰ্ভিছ কেম্পৰ সম্প্ৰসাৰণৰ পৰিকল্পনা

জাৱা য়েজদি মটৰচাইকেলে নিজৰ অত্যন্ত সফল মেগা চাৰ্ভিছ কেম্প তিনিচুকীয়ালৈ সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে । সমগ্ৰ ৰাজ্যতে প্ৰথম পৰ্যায়ত সুকলমে সফলতাৰে চাৰ্ভিছ কেম্প আয়োজনৰ পিছত দ্বিতীয় পৰ্যায়ত নতুন নতুন চহৰলৈ এই চাৰ্ভিছ কেম্প সম্প্ৰসাৰিত কৰা হ’ব। ৩১ মে’ আৰু ১ জুত তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অঞ্চলটোৰ ২০১৯ আৰু ২০২০ মডেলৰ জৱা মটৰ চাইকেলৰ গৰাকীসকলক একচেটিয়াভাৱে সেৱা প্ৰদান ধৰা হ’ব। এই চাৰ্ভিছ কেম্পৰ ঠিকনা হৈছে শ্যাম অটোম’বাইলছ - গেলাপুখুৰী ৰোড, তিনিচুকীয়া,অসম, ৭৮৬১২৫। জাৱা য়েজদি মটৰ চাইকেলে ২০১৯-২০২০ মডেলৰ  জাৱা মটৰ চাইকেলৰ গৰাকীসকলক বাহনৰ বিস্তৃত স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়াকৈ কিছুমান পাৰ্টছ সলনি কৰাৰ সুবিধা আগবঢ়াইছে। এই চাৰ্ভিছ কেম্পত অগ্ৰণী  সঁজুলি যোগানকাৰী…
Read More