ব্যৱসায়

অৰিফ্লেমৰ ইণ্ডিয়া ইনিশিয়েটিভ: ২০২৯ চনৰ ভিতৰত ১ নিযুত ক্ষুদ্ৰ উদ্যোগীক শক্তিশালী কৰা

অৰিফ্লেমৰ ইণ্ডিয়া ইনিশিয়েটিভ: ২০২৯ চনৰ ভিতৰত ১ নিযুত ক্ষুদ্ৰ উদ্যোগীক শক্তিশালী কৰা

সমগ্ৰ বিশ্বজুৰি সবল উপস্থিতি থকা ছুইডেনৰ প্ৰিমিয়াৰ বিউটি ব্ৰেণ্ড অৰিফ্লেমে শীৰ্ষ অগ্ৰাধিকাৰৰ বজাৰসমূহৰ ভিতৰত ভাৰতক অন্যতম বুলি ঘোষণা কৰিছে। বৰ্তমানৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি আগশাৰীৰ কচমেটিক ব্ৰেণ্ডটোৱে অহা ৫ বছৰৰ ভিতৰত (২০২৯) ১ মিলিয়ন ব্ৰেণ্ড অংশীদাৰক অন-বৰ্ড কৰাৰ লক্ষ্য ৰাখিছে। যাৰ ফলত সমগ্ৰ দেশতে ক্ষুদ্ৰ উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে আৰু গতিশীল ষ্টাৰ্ট-আপ সংস্কৃতিক আগুৱাই নিয়াৰো প্ৰয়াস কৰা হৈছে। এই অভিলাষী প্ৰকল্প ভাৰতৰ সমৃদ্ধিৰ যাত্ৰা আৰু ভাৰত চৰকাৰে নিয়োগ সৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়া পদক্ষেপৰ সৈতে সংগতি আছে। অৰিফ্লেমে সকলো ব্যক্তিকে নিজৰ ব্ৰেণ্ড অংশীদাৰ হ’বলৈ সবল কৰি তুলি নৈতিক মূল্যবোধ গঢ়ি তুলি নিজৰ কৰ্মসূচীত নমনীয়তা প্ৰদান কৰি উদ্যমিতাৰ মনোভাৱ…
Read More
চিয়েট আইএছআইৰএলৰ চিজন ২-ৰ বাবে মেগা নিলামৰ বাবে ৰাইডাৰ পঞ্জীয়ন মুকলি হয়

চিয়েট আইএছআইৰএলৰ চিজন ২-ৰ বাবে মেগা নিলামৰ বাবে ৰাইডাৰ পঞ্জীয়ন মুকলি হয়

সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমবাৰলৈ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ লীগ চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে ছিজন ২ৰ বাবে ৰাইডাৰৰ পঞ্জীয়ন মুকলি কৰি দ্বিতীয় ছিজনৰ বাবে সাজু হৈছে। প্ৰতিজন দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা অসাধাৰণ উদ্বোধনী ছিজনৰ পিছত ব্যতিক্ৰমী প্ৰতিভাৰ সমাহাৰ ঘটাই সকলোকে চমক দিবলৈ সাজু হৈছে আইএছআৰএলৰ দ্বিতীয়টো ছিজন। মটৰস্পৰ্টছৰ উদ্বোধনী ছিজনে অনুৰাগীসকলৰ মাজত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিল, ডিফেণ্ডিং চেম্পিয়নকে ধৰি বিভিন্ন দেশৰ পৰা ১০৪ৰো অধিক ৰাইডাৰে পঞ্জীয়ন কৰিছিল। প্ৰথমটো ছিজনত খিতাপৰ যুঁজত অংশ লোৱাসকলৰ অন্যতম আছিল মেট মছ - ৯ বাৰৰ অষ্ট্ৰেলিয়ান এমএক্স আৰু এছএক্স চেম্পিয়ন, জৰ্ডি টিক্সিয়াৰ - বিশ্ব চেম্পিয়ন এমএক্স২ (২০১৪), ২০২২ৰ প্ৰিন্স অৱ পেৰিছ (এছএক্স২) থমাছ ৰামেট,…
Read More
অষ্ট্ৰেলিয়া চৰকাৰ আৰু এমএছডিইয়ে সহযোগিতাৰে অষ্ট্ৰেলিয়া-ভাৰত গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ দিশসমূহৰ বিষয়ে আলোচনা

অষ্ট্ৰেলিয়া চৰকাৰ আৰু এমএছডিইয়ে সহযোগিতাৰে অষ্ট্ৰেলিয়া-ভাৰত গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ দিশসমূহৰ বিষয়ে আলোচনা

অষ্ট্ৰেলিয়া চৰকাৰ আৰু কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে অষ্ট্ৰেলিয়া-ভাৰত যুটীয়া গুৰুত্বপূৰ্ণ কৃষি দক্ষতা পাইলট প্ৰকল্পৰ জৰিয়তে লাভ কৰা দিশসমূহ বিষয়ে আলোচনা কৰিবলৈ বিশেষ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। এই মেজমেল এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তৰ শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰীৰ পৰামৰ্শদাতা মেথিউ জনষ্টনৰ নেতৃত্বত অনুষ্ঠিত হয়, অনুষ্ঠানত এই অভিলাষী পদক্ষেপক আগুৱাই নিয়াৰ যথেষ্ট সম্ভাৱনা আছে। এই পাইলট প্ৰকল্পক বিস্তৃত পৰিসৰলৈ লৈ যোৱাৰ লগতে এই মডেলৰ প্ৰতিলিপি অন্যান্য খণ্ডসমূহত প্ৰয়োগৰ বাবেও আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ (এনচিভিইটি), ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এনএছডিচি), ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ), শিক্ষা মন্ত্ৰালয়(এমঅ’ই) আৰু ভাৰতীয় কৃষি দক্ষতা…
Read More
স্কিল ইণ্ডিয়াই আৰম্ভ কৰিছে বৃহৎ অভিযান : ৫.৫ লাখ+ক এপ্ৰেণ্টিশ্বিপৰ সুযোগ

স্কিল ইণ্ডিয়াই আৰম্ভ কৰিছে বৃহৎ অভিযান : ৫.৫ লাখ+ক এপ্ৰেণ্টিশ্বিপৰ সুযোগ

ৰাষ্ট্ৰীয় শিক্ষানৱিশ প্ৰসাৰ আঁচনি(এন এ পি এছ)ৰ বৃহৎ উত্থানৰ এই সময়ছোৱাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে(এমএছডিই) বিভিন্ন খণ্ডত গুণগত এপ্ৰেণ্টিছশ্বিপ দক্ষতা প্ৰশিক্ষণক গুৰুত্ব প্ৰদানৰ বাবে নিজৰ অটল প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে। যোৱা ৩ বছৰত নামভৰ্তিৰ পৰিমাণ তিনিগুণ বৃদ্ধি পাই ২০২৩- ২৪ বিত্তীয় বৰ্ষত নেচনেল এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন স্কিমৰ অধীনত ৯,৩১,৩৬৮গৰাকী যুৱক-যুৱতীক সামৰি ল'বলৈ সক্ষম হৈছে। কেৱল মহাৰাষ্ট্ৰতে এই আঁচনিখনৰ অধীনত ২,৬৩,১৫৬জন যুৱকে অংশগ্ৰহণ কৰিছিল, যিয়ে উদীয়মান প্ৰতিভাধৰসকলৰ বাবে সামৰ্থ গঢ়ি তোলা, নিয়োগৰ প্ৰস্তুতি বৃদ্ধি আৰু চাকৰিৰ বাবে সাজু কৰি তোলাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ক্ষমতাক উজ্জ্বল কৰি তুলিছে। এই ক্ষেত্ৰত আগবঢ়া আন ৰাজ্যসমূহ হ’ল ক্ৰমে তামিলনাডু (১,০১,৪৯৫), গুজৰাট (৮৩,৭৩০), কৰ্ণাটক (৭৮,৪৪৪) আৰু…
Read More
টাটা মটৰ্ছে ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য ২% বৃদ্ধি ৰ ঘোষণা কৰিছে

টাটা মটৰ্ছে ইয়াৰ বাণিজ্যিক বাহনৰ মূল্য ২% বৃদ্ধি ৰ ঘোষণা কৰিছে

টাটা মটৰ্ছে ২০২৪ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিষ্ঠানটোৰ বাণিজ্যিক বাহনসমূহৰ মূল্য ২% পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। বৰ্ধিত দাম বৃদ্ধিয়ে সকলোকে প্ৰভাৱিত কৰিছে আৰু মূল্যবৃদ্ধিৰ ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। এই ক্ষতি বা প্ৰভাৱ দাম বৃদ্ধিৰে পূৰণ কৰা হ'ব। এই দাম বৃদ্ধি বাণিজ্যিক বাহনৰ সমগ্ৰ পৰিসৰত প্ৰযোজ্য হ’ব আৰু ব্যক্তিগত মডেল আৰু ভেৰিয়েণ্ট অনুসৰি বেলেগ বেলেগ হ’ব।
Read More
কোকা-কোলা ইণ্ডিয়াই 100% ৰিচাইকেল পিইটিৰ সৈতে এএছএছপিত কোকা-কোলা মুকলি কৰাৰ কথা ঘোষণা কৰে

কোকা-কোলা ইণ্ডিয়াই 100% ৰিচাইকেল পিইটিৰ সৈতে এএছএছপিত কোকা-কোলা মুকলি কৰাৰ কথা ঘোষণা কৰে

কোকা-কোলা ইণ্ডিয়াই ভাৰতৰ পানীয় উদ্যোগত 100% ৰিচাইক্লড PET (rPET) প্ৰৱৰ্তনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ পিছত এক গোলকীয় অৰ্থনীতি গঢ়ি তোলাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীটোৱে উৰিষ্যা ৰাজ্যৰ পৰা আৰম্ভ কৰি ASSPত 100% ৰিচাইক্লড PET (rPET) ৰ সৈতে 250 মিলিলিটাৰ বটলত কোকা-কোলা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। কোকা-কোলাৰ বটলিং অংশীদাৰ হিন্দুস্তান ক'কা-ক'লা বেভাৰেজ প্ৰাইভেট লিমিটেডে (HCCBPL)নিৰ্মাণ কৰা, এই উদ্যোগে কোম্পানীটোৰ বহনক্ষমতাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কাৰ্বন পদচিহ্ন হ্ৰাস কৰা আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধতা প্ৰচাৰ কৰাত গুৰুত্ব দিয়ে।100% rPET ASSP মুকলি কৰি, হিন্দুস্তান ্কোকা-কোলা বেভাৰেজৰ (HCCB) যোগান শৃংখলাৰ কাৰ্যবাহী সঞ্চালক আলোক শৰ্মাই কয়, "ASSPত পুনঃব্যৱহৃত PET প্ৰৱৰ্তন…
Read More
মন্ত্ৰী জয়ন্ত চৌধুৰীৰ আইটিআই আৰু এনএছটিআইৰ মিশ্ৰিত শিক্ষণৰ পোষকতা

মন্ত্ৰী জয়ন্ত চৌধুৰীৰ আইটিআই আৰু এনএছটিআইৰ মিশ্ৰিত শিক্ষণৰ পোষকতা

কেন্দ্ৰীয়(স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কেন্দ্ৰীয় প্ৰশিক্ষণ সঞ্চালকালয়(ডিজিটি)ৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰি ডিজিটি, ডিজিটিয়ে ৰূপায়ণ কৰা আঁচনিসমূহ আৰু ইয়াৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ কাম-কাজৰ বিষয়ে গভীৰভাৱে অনুঢাৱন কৰিবলৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই), ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠান (এনএছটিআই), ৰাষ্ট্ৰীয় নিৰ্দেশনামূলক মিডিয়া প্ৰতিষ্ঠান (নিমি), কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (চিএছটিআৰআই)ৰ কাম-কাজ আৰু শেহতীয়া পদক্ষেপৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই পৰ্যালোচনা বৈঠক সমগ্ৰ দেশৰ দক্ষতা বিকাশৰ পৰিৱেশ তন্ত্ৰৰ উন্নীতকৰণ আৰু পুনৰ উজ্জীৱিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।এই ডিজিটি পৰিস্থিতিতন্ত্ৰত উন্নত দক্ষতা প্ৰশিক্ষণ প্ৰদানত গুৰুত্ব প্ৰদানৰ আহ্বান জনায় জয়ন্ত চৌধুৰীয়ে। মন্ত্ৰীগৰাকীয়ে বিশেষ কাৰ্যসূচী আৰু…
Read More
টাটা মটৰ্ছে মহাৰাষ্ট্ৰৰ জনজাতীয় অধ্যুষিত অঞ্চলত আৰম্ভ কৰিছে ৱান মিলিয়ন প্লাণ্টেচন পদক্ষেপ

টাটা মটৰ্ছে মহাৰাষ্ট্ৰৰ জনজাতীয় অধ্যুষিত অঞ্চলত আৰম্ভ কৰিছে ৱান মিলিয়ন প্লাণ্টেচন পদক্ষেপ

মহাৰাষ্ট্ৰৰ প্ৰান্তীয় জনজাতীয় প্ৰধান অঞ্চলত ১ মিলিয়ন গছপুলি ৰোপণেৰে পৰিৱৰ্তনশীল অভিযান ৰূপায়ণ কৰিছে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে। এই অভিলাষী প্ৰকল্পৰ লক্ষ্য হৈছে পালঘৰ জিলাৰ স্থানীয় জনগোষ্ঠীয় লোকৰ মাজত গছৰ পুলিটোৰ দৰেই সকলোৰে জীৱনলৈ আশাৰ সঞ্চাৰ কৰা। এইপৰ্যন্ত আঠটা ব্লকত ১৩,০০০ একৰ ভূমি সামৰি ১.৫ মিলিয়ন বনজ উদ্ভিদ আৰু ফল-মূলৰ পুলি লহপহকৈ বাঢ়ি আহিছে, এসময়ৰ চন পৰি থকা এই ভূমিয়ে সেউজ ৰূপ লৈ এই অঞ্চলটোলৈ ৰূপান্তৰৰ বাৰ্তা কঢ়িয়াইছে। টাটা মটৰ্ছে সহযোগিতামূলক মডেলৰ জৰিয়তে গছপুলি ৰোপণৰ সকলো খৰচ বহন কৰিছে। এই ইতিবাচক পদক্ষেপৰ বাবে বিএআইএফ ইনষ্টিটিউট ফৰ ছাষ্টেনেবল লাইভলিহুডছ এণ্ড ডেভেলপমেণ্ট(বিআইএছএলডি)-এ কাৰিকৰী সহায় আৰু প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু চৰকাৰেও গছপুলি ৰোপণৰ…
Read More
ডিয়েগ’ ইণ্ডিয়া আৰু অসম চৰকাৰে মুকলি কৰিলে তপোবন : তেজপুৰৰ বৃদ্ধ-বৃদ্ধাসকলৰ যত্নৰ বাবে এক নতুন আশ্ৰয়স্থল

ডিয়েগ’ ইণ্ডিয়া আৰু অসম চৰকাৰে মুকলি কৰিলে তপোবন : তেজপুৰৰ বৃদ্ধ-বৃদ্ধাসকলৰ যত্নৰ বাবে এক নতুন আশ্ৰয়স্থল

ভাৰতকেয়াৰ আৰু অসম চৰকাৰৰ সহযোগত ডিয়েগ' ইণ্ডিয়াই শোণিতপুৰ জিলাত আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে তপোবন বৃদ্ধাশ্ৰম, তেজপুৰত এই বৃদ্ধাশ্ৰম মুকলিয়ে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলৰ যত্নৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডিয়েগ' ইণ্ডিয়াৰ কৰ্পৰেট সামাজিক দায়ৱদ্ধতা (চিএছআৰ) পদক্ষেপৰ অধীনত বিশেষ পুঁজিৰে নিৰ্মিত তপোবনে বয়োজ্যেষ্ঠসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বৃদ্ধাশ্ৰমখনত বিশেষভাৱে ডিজাইন কৰা বেডৰুম, ৱাশ্বৰুম, ডাইনিং সুবিধা আৰু বিনোদনমূলক স্থানকে ধৰি অত্যাধুনিক সুবিধা সংলগ্ন কৰা হৈছে। এই সুবিধাসমূহ বিশেষভাৱে সক্ষম ব্যক্তি(পিডব্লিউডি)ৰ বাবেও অনুকূল কৰি প্ৰস্তুত কৰা হৈছে, যাৰ বাবে বৃদ্ধাশ্ৰমখনৰ…
Read More
টাটা এআইজিৰ বিস্তৃত মটৰ ইঞ্চুৰেন্সৰ সৈতে বাৰিষাৰ মাজেৰে নিৰাপদে চলাওক বাহন

টাটা এআইজিৰ বিস্তৃত মটৰ ইঞ্চুৰেন্সৰ সৈতে বাৰিষাৰ মাজেৰে নিৰাপদে চলাওক বাহন

দেশৰ আগশাৰীৰ বীমা প্ৰদানকাৰী প্ৰতিষ্ঠান টাটা এআইজিয়ে গুৱাহাটী আৰু অসমৰ অন্যান্য বানপীড়িত অঞ্চলত বাৰিষাৰ বানপানীৰ মাজতে যান-বাহন সুৰক্ষাৰ লক্ষ্যৰে বিশেষ মটৰ ইঞ্চুৰেন্স সমাধানৰ ব্যৱস্থা কৰিছে। যোৱা কেইবাদিনো অসমৰ বহু অঞ্চল প্লাৱিত হৈ আছে, ৰাজধানী গুৱাহাটীও এসপ্তাহজুৰি মুষলধাৰ বৰষুণৰ বাবে কৃত্ৰিম বানৰ সমস্যাত জুৰুলা হৈছে, সেয়েহে এই বাৰিষাৰ সময়ছোৱাত যান-বাহনৰ সুৰক্ষা যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। টাটা এআইজিয়ে শেহতীয়াকৈ আগবঢ়োৱা অফাৰসমূহৰ ভিতৰত আছে ইঞ্জিন ছিকিউৰ, বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বাহনসমূহক পানী সোমোৱাৰ পৰা ৰক্ষা কৰা। এই পলিচীয়ে ন’ ক্লেইম বোনাছ (এনচিবি)ক প্ৰভাৱিত নকৰাকৈ গ্লাছ, ফাইবাৰ, প্লাষ্টিক আৰু ৰবৰৰ দৰে অত্যাৱশ্যকীয় উপাদানসমূহৰ সৰু সৰু ক্ষতি বা নষ্ট হ"লেও মেৰামতিৰ খৰচৰ ব্যৱস্থা কৰে।…
Read More