06
Aug
অসমব অগ্রণী সামাজিক-সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোয়ে নাৰীসকলক তেওঁলোকৰ উদ্যোগীকৰণব প্রচেষ্টাত সবলীকৰণ আৰু অনুপ্রাণিত কৰাৰ উদ্দেশ্যে অহা ১০ আগষ্ট তারিখে খানাপাৰাস্থিত হোটেল ভিভান্তাত আয়োজন কৰিছে 'ব্যতিক্রম র'মেন কনক্লেভ ২০২৪"। এই কনক্লেভব সম্পর্কত বিতং বিরকণব ব্যাবে ৫ আগষ্টত তাৰিখে ব্যতিক্রম কার্যালয়ত এখন সংবাদ মেলব আয়োজন কৰা হৈছিল। সংবাদ মেলত উপস্থিত থাকে ব্যতিক্রম মাছডোব সভাপতি ড' সৌমেন ভাবতীয়া, আন্তাবাস্ত্রীয় সামাজিক আৰু সাংস্কৃতিক প্রতিনিধি চিনু কিশোর, মডেল অনুষ্কা লেখাক, শিল্পী অনন্য মহন্ত, আর্জে আলিয়া প্রমুখ। ব্যতিক্রম র'মেন কনক্লেভ ২০২৪-ব লক্ষ্য হৈছে উত্তৰ-পূবব মহিলা উদ্যোগীসকলক নেটৱর্কিং শিক্ষণ আৰু সফল ব্যাবসায়িক মূল্যবান অন্তর্দৃষ্টি লাভ কৰাব এক মঞ্চ প্রদান করা। অনুষ্ঠানটিত ভাষণ, আলোচনা চক্র, প্রদর্শনীব লগতে এক…
