16
Jul
লাভা ইণ্টাৰনেচনেল লিমিটেডে নিজৰ ব্লেজ ছিৰিজৰ যুগান্তকাৰী সংযোজন হিচাপে শেহতীয়া আকৰ্ষণীয় স্মাৰ্টফোন লাভা ব্লেজ এক্স মুকলি কৰিলে। ১৩,৯৯৯ টকা*ৰ পৰা আৰম্ভ হোৱা ব্লেজ এক্স ফোনটো এই ছেগমেণ্টৰ প্ৰথমটো ১২০ হাৰ্টজ কাৰ্ভড এমোলেড ডিছপ্লে হিচাপে পৰিগণিত হৈছে, যি ফোনত উন্নত বৈশিষ্ট্য আৰু মাৰ্জিত ডিজাইনৰ সৈতে মিড-ছেগমেণ্টৰ বজাৰখনক উন্নীত কৰি নতুন মাত্ৰা প্ৰদান কৰিছে। ষ্টাৰলাইট পাৰ্পল আৰু টাইটানিয়াম গ্ৰে ৰঙত উপলব্ধ ব্লেজ এক্স মোবাইলত আছে এক আকৰ্ষণীয় ৬.৬৭ ইঞ্চিৰ ডিছপ্লে, মিডিয়াটেক ডাইমেনচিটি ৬৩০০ প্ৰচেছৰ, আৰু ৮জিবি পৰ্যন্ত ৰেম, এই সুবিধাসমূহে মোবাইলটোৰ মসৃণ পৰিৱেশন নিশ্চিত কৰে। ইয়াৰ ৬৪এমপি + ২এমপি ৰেয়াৰ কেমেৰাত চ’নী চেন্সৰ আৰু ১৬এমপি ফ্ৰণ্ট কেমেৰাত ডুৱেল ভিউ ভিডিঅ’ আৰু প্ৰ’…
