ব্যৱসায়

চিয়েট ক্ৰিকেট ৰেটিং বঁটা ২০২৪-এ ক্ৰিকেটৰ উৎকৰ্ষতাৰ ২৬ বছৰ উদযাপন কৰে

চিয়েট ক্ৰিকেট ৰেটিং বঁটা ২০২৪-এ ক্ৰিকেটৰ উৎকৰ্ষতাৰ ২৬ বছৰ উদযাপন কৰে

ভাৰতৰ প্ৰধান টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিয়েটে সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ জনপ্ৰিয়তাক উদযাপন কৰি চিয়েট ক্ৰিকেট ৰেটিং (চিচিআৰ) বঁটা প্ৰদান অনুষ্ঠানৰ ২৬ সংখ্যক সংস্কৰণৰ সুকলমে আয়োজন কৰে। মুম্বাইত অনুষ্ঠিত এক বৰ্ণিল অনুষ্ঠানত ক্ৰিকেট কিংবদন্তি আৰু অনুৰাগীসকলক একত্ৰিত কৰি আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটত অসাধাৰণ প্ৰদৰ্শন কৰা ক্ৰিকেটাৰসকলক সম্বৰ্ধনা জনোৱা হয়। ৰোহিত শৰ্মাক চিয়েট মেন’ছ ইণ্টাৰনেচনেল ক্ৰিকেটাৰ অৱ দ্য য়েৰৰ খিতাপ প্ৰদান কৰাৰ বিপৰীতে দীপ্তি শৰ্মাক চিয়েট বৰ্ষশ্ৰেষ্ঠ ভাৰতীয় মহিলা বলাৰ ৰূপে সন্মানিত কৰা হয়। বৰ্ষটোৰ পুৰুষ এদিনীয়া বেটছমেন হিচাপে স্বীকৃতি লাভ কৰে ক্ৰিকেটাৰ বিৰাট কোহলিয়ে। জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হয় টীম ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক। উদীয়মান প্ৰতিভা ৰূপে যশস্বী জয়ছৱাল আৰু…
Read More
চুপাৰ.মানিয়ে আৰম্ভ কৰিছে ক্ৰেডিট-প্ৰথম ইউপিআই এপ, বেটা পৰ্যায়তে লেনদেনে অতিক্ৰম কৰিলে ১০ মিলিয়নৰ ঘৰ

চুপাৰ.মানিয়ে আৰম্ভ কৰিছে ক্ৰেডিট-প্ৰথম ইউপিআই এপ, বেটা পৰ্যায়তে লেনদেনে অতিক্ৰম কৰিলে ১০ মিলিয়নৰ ঘৰ

ফ্লিপকাৰ্ট গ্ৰুপৰ সমৰ্থিত ক্ৰেডিট প্ৰথম ইউপিআই সেৱা প্লেটফৰ্ম চুপাৰ.মানি-এ সফল বেটা পৰ্যায়ৰ অন্তত আনুষ্ঠানিকভাৱে নিজৰ এপ মুকলি কৰিলে। বেটা পৰীক্ষণৰ সময়ছোৱাতে এই এপটো প্ৰায় ১ মিলিয়ন লোকে ডাউনলোড লাভ কৰিছিল আৰু ১০ মিলিয়নতকৈ অধিক পৰিমাণৰ লেনদেনৰ সুবিধা প্ৰদান কৰিছিল, যিয়ে ব্যৱহাৰকাৰীৰ উল্লেখযোগ্য সঁহাৰি প্ৰতিফলিত কৰিছে। প্লেটফৰ্মৰ প্ৰাৰম্ভিক অফাৰৰূপে কাৰ্ড আৰু বেংক একাউণ্টৰ লিংকেজৰ জৰিয়তে ইউপিআই লেনদেন অন্তৰ্ভুক্তৰ ব্যৱস্থা কৰা হৈছে। চুপাৰ.মানি-এএ নিজৰ অভিনৱ "ক্ৰেডিট অন ইউপিআই" সমাধানৰ পৰীক্ষণ সম্পূৰ্ণ কৰিলে আৰু এই সুবিধাৰ অভিগ্যমতা পূৰণ কৰিবলৈ আগ্ৰহী ব্যৱহাৰকাৰীসকলৰ বাবে এক অপেক্ষা তালিকা(ৱেইট লিষ্ট)ৰ ব্যৱস্থাও কৰিছে। ইউপিআইত সুত বহনকাৰী ৱালেটৰ দৰে কাম কৰা ৰূপে ক্ৰেডিট কাৰ্ডৰ বৈশিষ্ট্যযুক্ত এই ব্যৱস্থা বিশ্বৰ ভিতৰতে…
Read More
ফ্লিপকাৰ্ট সমৰ্থই মুখ্য আপস্কিলিং উদ্যোগ আৰু ডিজিটেল সম্প্ৰসাৰণৰ সৈতে ৫ বছৰ উদযাপন কৰে

ফ্লিপকাৰ্ট সমৰ্থই মুখ্য আপস্কিলিং উদ্যোগ আৰু ডিজিটেল সম্প্ৰসাৰণৰ সৈতে ৫ বছৰ উদযাপন কৰে

দেশৰ আগশাৰীৰ ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে শিল্পী, শিপিনী, কাৰিকৰ, আত্মসহায়ক গোট, মহিলা আৰু গ্ৰাম্য উদ্যোগীসকলক শক্তিশালী কৰাৰ বাবে সমৰ্পিত এক অনুষ্ঠান সমৰ্থৰ ৫ বছৰীয়া মাইলৰ খুঁটি উদযাপন কৰিছে। ২৫০তকৈও অধিক উদ্যোগখণ্ডৰ নেতৃবৃন্দ আৰু অংশীদাৰসকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক উন্নত কৰাৰ ক্ষেত্ৰত ফিল্পকাৰ্টৰ সমৰ্থৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অন্যান্য বিশিষ্ট বিষয়াসকলে উপস্থিত সৌষ্ঠৱ বৃদ্ধি কৰে। এই অনুষ্ঠানৰ অন্য়তম উল্লেখযোগ্য দিশ আছিল ফ্লিপকাৰ্টৰ চাপ্লাই চেইন অপাৰেচন একাডেমী (এছচিঅ’এ) আৰু এমএছডিইৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা…
Read More
বন্যপ্ৰাণীৰ সুৰক্ষা বৃদ্ধিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সহায়ৰ হাত অনিল আগৰৱাল ফাউণ্ডেচনৰ

বন্যপ্ৰাণীৰ সুৰক্ষা বৃদ্ধিৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সহায়ৰ হাত অনিল আগৰৱাল ফাউণ্ডেচনৰ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি অনিল আগৰৱাল ফাউণ্ডেচনে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ফ্ৰণ্টলাইন সুৰক্ষা কৰ্মীসকলৰ বাবে চোৱা-চিতা কেন্দ্ৰ আৰু বাসস্থান নিৰ্মাণৰ বাবে ৩ বছৰৰ ভিতৰত ৬ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। অসমৰ গৌৰৱ এশিঙীয়া গঁড়, বন্যহস্তী আৰু বাঘৰ বিচৰণভূমি কাজিৰঙাৰ বিপণ্ণ জন্তুসমূহৰ কল্যাণৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে। বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অনিল আগৰৱাল ফাউণ্ডেচনৰ সভাপতি ৰিতু ঝিংগন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা ড০ সোণালী ঘোষে, এই…
Read More
অভিলেখ সৃষ্টিকাৰী অভিযানৰ পিছত স্কোডা অটো ইণ্ডিয়াই নতুন কমপেক্ট এছইউভি হিচাপে ‘কাইলাক’ৰ নাম ঘোষণা

অভিলেখ সৃষ্টিকাৰী অভিযানৰ পিছত স্কোডা অটো ইণ্ডিয়াই নতুন কমপেক্ট এছইউভি হিচাপে ‘কাইলাক’ৰ নাম ঘোষণা

স্কোডা অটো ইণ্ডিয়াই আনুষ্ঠানিকভাৱে আগন্তুক সম্পৃক্ত এছইউভি বাহনখনৰ নাম ‘কাইলাক’ ৰাখিছে, যি এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, কাৰণ দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ‘নেম ইয়ৰ স্কোডা’ অভিযানৰ জৰিয়তে এই নামটো বাচনি কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা এই নামকৰণ অভিযানত ২ লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে জড়িত হৈছিল, যিয়ে ব্ৰেণ্ডটোৰ বৃহৎ মুকলিৰ ক্ষেত্ৰত জনতাক জড়িত আৰু অধিক মানুহৰ কাষ চপাই নিয়াত সহায় কৰিছিল। চূড়ান্ত নামটোৰ বাবে ১০জন প্ৰতিযোগীৰ নাম বাছনি কৰা হৈছিল আৰু অৱশেষত কাইলাক নামটো নিৰ্বাচিত কৰা হয়। এই নামটো স্কোডাৰ পৰম্পৰাৰ সৈতে মিল আছে, কিয়নো এই নামটো 'কে' আখৰেৰে আৰম্ভ আৰু 'কিউ' ৰে শেষ হৈছে, যিয়ে স্পষ্টতা আৰু শক্তি…
Read More
সমগ্ৰ উত্তৰ-পূবত ৩০+ শাখা মুৰব্বীক নিযুক্তি দিব নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে

সমগ্ৰ উত্তৰ-পূবত ৩০+ শাখা মুৰব্বীক নিযুক্তি দিব নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে শাখাসমূহত মুৰব্বী নিয়োগৰ বাবে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে বৃহৎ নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে। অসম, উত্তৰ বংগ, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে বেংকটোৱে ৩০তকৈ অধিক নতুন কৰ্মচাৰীক নিয়োজিত কৰাৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপে অঞ্চলটোত নিয়োগ আৰু দক্ষতা বিকাশক উদগণি জনোৱাৰ বাবে থকা এনইএছএফবিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে পূৰ্বে বেংকৰ অভিজ্ঞতা থকা প্ৰাৰ্থীৰ সন্ধান কৰিছে। আৰ্থিক অন্তৰ্ভুক্তি বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি আৰু উত্তৰ-পূবৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগোৱাৰ এনইএছএফবিৰ বিশাল অভিযানৰ অংশ এই নিযুক্তি অভিযান। নিজৰ কৰ্মশক্তিৰ সম্প্ৰসাৰণ কৰি এনইএছএফবিয়ে বিত্তীয় খণ্ডত সফল কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত অঞ্চলটোৰ…
Read More
গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ ৰাজ্যিক বিজয়ীসকলে

গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ ৰাজ্যিক বিজয়ীসকলে

টপছ এণ্ড ৰজনীগন্ধা পাৰ্লছৰ সহযোগত আয়োজিত ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ হীৰক জয়ন্তী সংস্কৰণৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব লগা ৰাজ্যিক বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৬০সংখ্যক ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ীগৰাকীয়ে ৭৩ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।  প্ৰতিযোগিতাখনৰ ঐতিহাসিক সংস্কৰণটো এক বিশাল আৰু অনন্য কৰি তুলিবলৈ সকলো আয়োজন কৰা হৈছে, যিয়ে ভাৰতীয় মহিলাসকলৰ ভৱিষ্যতক প্ৰতিফলিত কৰি প্ৰতিযোগিতাখনৰ সমৃদ্ধ ইতিহাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। ৬০ বছৰীয়া জয়ন্তীত এই প্ৰতিযোগিতাখনে মহিলা সবলীকৰণৰ উত্তৰাধিকাৰক বজাই ৰখাৰ লগতে নাৰীৰ প্ৰতিভা, বুদ্ধিমত্তা আৰু সৌন্দৰ্য প্ৰদৰ্শনৰ বাবে এখন উত্কৃষ্ট মঞ্চ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।   অসমৰ অৰুন্ধতী শইকীয়া, অৰুণাচল প্ৰদেশৰ তাডু লুনীয়া, নাগালেণ্ডৰ জেণ্টিৰেন জমিৰ,…
Read More
এম জি উইণ্ডছৰ ‘ইনফিনিটী ভিউ গ্লাছ ৰুফ’ক চিইউভি বিলাসিতাক পুনৰ সংজ্ঞায়িত কৰে

এম জি উইণ্ডছৰ ‘ইনফিনিটী ভিউ গ্লাছ ৰুফ’ক চিইউভি বিলাসিতাক পুনৰ সংজ্ঞায়িত কৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই শেহতীয়া ভিডিঅ’ত বহু প্ৰত্যাশিত ভাৰতৰ প্ৰথমখন বুদ্ধিদীপ্ত ক্ৰছ অভাৰ ইউটিলিটী বাহন[চিইউভি] এম জি উইণ্ডছৰৰ ‘ইনফিনিটী গ্লাছ ৰুফ’ মুকলি কৰিলে। এই বাহনখনত এটা অভিনৱ বেচপক ডিজাইন আছে, য'ত গাড়ীখনৰ প্লাছ কেবিনৰ সৈতে বাহ্যিক অংশক নিবিড়ভাৱে সংমিশ্ৰিত কৰা হৈছে, যাৰ ফলত আৰোহীসকলক এটা পেনোৰামিক আৰু নিমজ্জিত ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। এক বিস্তৃত কাঁচৰ অন্তৰ্ভুক্তিয়ে এম জি উইণ্ডছৰৰ গৰ্বিত গৰাকীসকলে বাহিৰৰ পৰিৱেশৰ সৈতে এক নিৰৱচ্ছিন্ন সংযোগ উপভোগ কৰিব পাৰে, সেয়া লাগিলে চহৰৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে নেভিগেট কৰাই হওক বা নিস্তব্ধ গ্ৰামাঞ্চলৰ মাজেৰেই হওঁক। এই একক-অনন্য বৈশিষ্ট্যই কেৱল বিলাসীতাৰ স্পৰ্শ যোগ কৰাই নহয়, লগতে স্থানৰ অনুভূতিও বৃদ্ধি কৰে, যাৰ ফলত…
Read More
এনচিএলটিয়ে শ্লাইচ বুষ্ট বিত্তীয় অন্তৰ্ভুক্তিৰ সৈতে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একত্ৰীকৰণৰ অনুমোদন জনাইছে

এনচিএলটিয়ে শ্লাইচ বুষ্ট বিত্তীয় অন্তৰ্ভুক্তিৰ সৈতে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একত্ৰীকৰণৰ অনুমোদন জনাইছে

দেশৰ গ্ৰাহকসকলক ধন পৰিশোধ আৰু ঋণ প্ৰদান কৰা আগশাৰীৰ প্ৰতিষ্ঠান শ্লাইচৰ সৈতে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ একত্ৰিকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ(এনচিএলটি)-এ অনুমোদন জনাইছে। এনচিএলটিৰ গুৱাহাটী বিচাৰপীঠে এনইএছএফবি, শ্লাইচ আৰু শ্লাইৰ মূল প্ৰতিষ্ঠানকে ধৰি কেইবাটাও সত্তাৰ সৈতে জড়িত ব্যৱস্থা আৰু একত্ৰিকৰণ পৰিকল্পনা(স্কিম)ত অনুমোদন জনাইছে। এই একত্ৰিকৰণ হৈছে এক কৌশলগত পদক্ষেপ, যিয়ে এনইএছএফবিৰ তৃণমূল পৰ্যায়ৰ বেংকিং অভিজ্ঞতাক শ্লাইচৰ ডিজিটেল দক্ষতাৰ সৈতে সংযুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতত বিত্তীয় সেৱা বৃদ্ধি কৰা। কম্পিটিচন কমিছন অৱ ইণ্ডিয়া(চিচিআই), ৰেজিষ্ট্ৰাৰ অৱ কোম্পানীছ (আৰঅ’চি), আঞ্চলিক সঞ্চালক (আৰডি) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) আৰু আয়কৰ বিভাগৰ আপত্তিহীন নথি লাভৰ পিছত এই একত্ৰিকৰণ কৰা হৈছে। এই সংযুক্ত…
Read More
এনএছডিএমএ-য়ে এছবিআই সাধাৰণ বীমাৰ সৈতে পেৰামেট্ৰিক বীমা সমাধানৰ বাবে বুজাবুজিচুক্তি স্বাক্ষৰ কৰে

এনএছডিএমএ-য়ে এছবিআই সাধাৰণ বীমাৰ সৈতে পেৰামেট্ৰিক বীমা সমাধানৰ বাবে বুজাবুজিচুক্তি স্বাক্ষৰ কৰে

দুৰ্যোগৰ সময়ত বহনক্ষমতা বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(এনএছডিএমএ)ই এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ সৈতে নাগালেণ্ড ডিজেজষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স চল্যুচন(ডি আৰ টি পি আই এছ) কাৰ্যকৰী কৰাৰ বাবে ৩ বছৰীয়া চুক্তিত চুক্তিবদ্ধ হৈছে। এই অগ্ৰণী পদক্ষেপে সমগ্ৰ ৰাজ্যখনক প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষিত কৰিবলৈ সাজু কৰি তুলিব, এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত অন্যতম হৈছে খৰাং আৰু অত্যাধিক বৰষুণ। ডিআৰটিপিআইএছ-এ এক পেৰামেট্ৰিক ইঞ্চুৰেন্সৰ সুবিধা প্ৰদান কৰি দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ সূচনা কৰিলে, যি ব্যৱস্থাত দ্ৰুত পুনৰুদ্ধাৰ নিশ্চিত হোৱাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা বিত্তীয় প্ৰভাৱ হ্ৰাস কৰে। এই পদ্ধতিৰ উদ্দেশ্য হৈছে বতৰৰ সঘনাই পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা বিবিধ…
Read More