19
Oct
ইণ্ডিয়া মোবাইল কংগ্ৰেছ(ভাৰত মোবাইল সন্মিলন) ২০২৪ৰ উদ্বোধনী দিনটোত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ নিজৰ থিম "ফিউচাৰ ইজ লাইভ" উন্মোচন কৰে, য'ত ৫জি আৰু আইঅ'টিৰ যুগান্তকাৰী অগ্ৰগতিসমূহ প্ৰদৰ্শন কৰা হয়, যিয়ে উদ্যোগ আৰু দৈনন্দিন অভিজ্ঞতাক ন ৰূপত সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে। আইএমচিত মুকলি কৰা থিম "ফিউচাৰ ইজ লাইভ"-এ ভি-ৰ তাৎক্ষণিক, প্ৰযুক্তি-চালিত সমাধান প্ৰদানৰ প্ৰতিশ্ৰুতিৰ সৈতে নিখুঁতভাৱে সংগতি ৰাখে। ভি-ৰ আন এক উল্লেখযোগ্য দিশ হৈছে ‘ৰেডি ফৰ নেক্সট’ কাৰ্যসূচী, যাৰ লক্ষ্য হৈছে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক ডিজিটেল সঁজুলিৰে সবলীকৰণ কৰি তোলা। ২০২২ত এই পদক্ষেপ আৰম্ভ হোৱাৰ পিছৰে পৰা ১৬টা খণ্ডৰ ১,৬০,০০০ এমএছএমইৰ সৈতে অংশীদাৰিত্ব কৰি বিনামূলীয়া ডিজিটেল পৰামৰ্শদান সেৱা প্ৰদান কৰিছে। ভি-এ…
