ব্যৱসায়

যুৱ শিক্ষা আৰু উদ্ভাৱনী প্ৰতিযোগিতাৰ বাবে চেমচাঙে ঘোষণা কৰিছে টপ ৩০ টীম

যুৱ শিক্ষা আৰু উদ্ভাৱনী প্ৰতিযোগিতাৰ বাবে চেমচাঙে ঘোষণা কৰিছে টপ ৩০ টীম

চেমচাঙৰ সন্মানীয় যুৱ শিক্ষা আৰু উদ্ভাৱনী প্ৰতিযোগিতা 'ছলভ ফৰ টুমৰু'ৰ বাবে শীৰ্ষ ৩০টা দল প্ৰকাশ পাইছে। এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে চাৰিটা বিষয়ৰ সকলো দিশৰ বিভিন্ন প্ৰত্যাহ্বান বা সমস্যা সমাধানৰ বাবে ১৬-২২ বৰ্ষীয় যুৱক-যুৱতীৰ পৰা কৌশল বা আৰ্হি দাখিল কৰাৰ বাবে আমন্ত্ৰণ জনাই দেশৰ যুৱক-যুৱতীৰ মাজত উদ্ভাৱনীমূলক চিন্তা আৰু সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলা, এই বিষয় ৪টা হৈছে : শিক্ষা আৰু শিক্ষণ, স্বাস্থ্য আৰু সুস্থতা, পৰিৱেশ আৰু বহনক্ষমতা আৰু বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তি। এই শীৰ্ষ ৩০টা দলৰ ভিতৰত ৪৪% দলে শিক্ষা আৰু শিক্ষণৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত ধাৰণা বা আৰ্হি উপস্থাপন কৰিছিল। ইয়াৰে ২৩% দলে পৰিৱেশ আৰু বহনক্ষমতা বা স্থিৰতাৰ ওপৰত, ২০%…
Read More
মেট্ৰ’পলিচ হেল্থকেয়াৰ লিমিটেডে অসমত উন্নত ৰোগ নিৰ্ণয় পৰীক্ষা কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

মেট্ৰ’পলিচ হেল্থকেয়াৰ লিমিটেডে অসমত উন্নত ৰোগ নিৰ্ণয় পৰীক্ষা কেন্দ্ৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

মেট্ৰ’পলিছ হেল্থকেয়াৰ লিমিটেডে নগাঁৱত তেওঁলোকৰ প্ৰথমটো এডভান্সড ডায়েগনষ্টিক টেষ্টিং চেণ্টাৰ(উন্নত ৰোগ নিৰ্ণয় পৰীক্ষা কেন্দ্ৰ) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। যি হৈছে ভাৰতৰ আগশাৰীৰ ডায়েগনষ্টিক সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান। ২০০০ বৰ্গফুট অঞ্চল সামৰি বিস্তাৰিত এই পৰীক্ষাগাৰটোৰ কুইক টাৰ্ণ আউট টাইম(দ্ৰুত ফলাফল সময়)ৰ বিনিময়ত উচ্চ মানদণ্ডৰ প্ৰতিবেদন(হাই কোৱালিটী ৰিপ'ৰ্ট) প্ৰদান কৰি দৈনিক ২৫০তকৈও অধিক নমুনা পৰীক্ষা কৰাৰ ক্ষমতা আছে। ইয়াৰ লগতে মেট্ৰ’পলিছে ধিঙত ৫০০ বৰ্গফুটৰ এটা প্ৰচেছিং চেণ্টাৰ(সংসাধন কেন্দ্ৰ) মুকলি কৰিছে। যাৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে অধিক সংখ্যক ৰোগীক সেৱা আগবঢ়াব পাৰে। সম্পূৰ্ণ নতুন এই গৱেষণাগাৰটো উদ্বোধন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে: "নগাঁৱত ৰোগীসকলক সেৱা আগবঢ়োৱাৰ বাবে মেট্ৰ'পলিচৰ নতুন আৰু উন্নত…
Read More
বৰ্ধিত গেমিং অভিজ্ঞতা প্ৰদানৰ বাবে অ’মেন আৰু ভিক্টাছ পিচি মুকলিৰ কথা ঘোষণা কৰিছে এইচ পিয়ে

বৰ্ধিত গেমিং অভিজ্ঞতা প্ৰদানৰ বাবে অ’মেন আৰু ভিক্টাছ পিচি মুকলিৰ কথা ঘোষণা কৰিছে এইচ পিয়ে

এইচ পিয়ে ভাৰতত অ'মেন এণ্ড ভিক্টাছ গেমিং ডিভাইচ মুকলি কৰিছে, য'ত গেমাৰসকলৰ বাবে এক উচ্চ মানদণ্ডৰ গেমিং অভিজ্ঞতা আগবঢ়াইছে। এই ৰেঞ্জত অন্তৰ্ভুক্ত হৈছে অ'মেন ট্ৰেন্সেণ্ড ১৬, অ'মেন ১৬, আৰু ভিক্টাছ ১৬ লেপটপ, গেম খেলাৰ সময়ত অতি শীতলতাৰ বাবে উন্নত অ'মেন টেম্পেষ্ট কুলিং ইত্যাদি। অ'মেন গেমিং হাবত প্ৰদৰ্শন মুড আৰু নেটৱৰ্ক বুষ্টাৰ আছে। আনহাতে হাইপাৰএক্স ২৭" কিউএইচডি গেমিং মনিটৰে এক ইমাৰ্চিভ(নিমজ্জিত) গেমিং অভিজ্ঞতা প্ৰদান কৰে। হাইপাৰএক্স আৰু অ'মেনে স্বজ্ঞাত অডিঅ' পেয়াৰিং তথা আল্ট্ৰা-লো লেটেন্সি সমাধানৰ বাবে এম্বেড মডিউলৰ সৈতে পৃথিৱীৰ প্ৰথম গেমিং লেপটপ তৈয়াৰ কৰিছে। এই সুবিধা অ'মেন ট্ৰেন্সেণ্ড১৬ লেপটপ আৰু অ'মেন১৬ লেপটপত প্ৰদান কৰা হৈছে, যিয়ে অনবদ্য অডিঅ'ৰ সহিতে এক…
Read More
শ্বপচিয়ে ইউনিট, গ্ৰাহক আৰু বিক্ৰীৰ ক্ষেত্ৰত লাভ কৰিছে ৩ গুণ বৃদ্ধি, ১৭৫ মিলিয়ন ডাউনলোড হৈছে শ্বপচি এপ

শ্বপচিয়ে ইউনিট, গ্ৰাহক আৰু বিক্ৰীৰ ক্ষেত্ৰত লাভ কৰিছে ৩ গুণ বৃদ্ধি, ১৭৫ মিলিয়ন ডাউনলোড হৈছে শ্বপচি এপ

দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা ই-কমাৰ্চ প্লেটফৰ্ম শ্বপচিয়ে এবছৰত ইউনিট, গ্ৰাহক আৰু বিক্ৰেতাৰ ক্ষেত্ৰত ৩গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, এটা বছৰতে প্ৰায় ১৭৫ মিলিয়নতকৈ অধিক এপ ডাউনলোড হৈছে। শ্বপচিয়ে কাছাৰ, গাজীপুৰ, হামিৰপুৰ, প্ৰতাপগড় আৰু উনাকে ধৰি টায়াৰ-২ আৰু টায়াৰ-৩ অঞ্চললৈ নিজৰ ডেলিভাৰী সম্প্ৰসাৰণ কৰিছে। নতুনকৈ ৩৫০টা পিন ক’ডলৈ শেষ মাইল ডেলিভাৰী ষ্টপেজ হিচাপে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিছে। এই নতুন গ্ৰাহকসকলৰ অধিকাংশই ২৬-৪৫ বছৰ বয়সৰ মহিলা, টায়াৰ-২ আৰু টায়াৰ-৩+ চহৰৰ গৃহিণী। উল্লেখ্য যে, ২০২৩ চনৰ মাৰ্চ মাহলৈ শ্বপচিৰ ১৭৫ মিলিয়নতকৈ অধিক এপ ডাউনলোড হৈছে, য'ত ৯০%ই হৈছে ৩৫ বছৰৰ তলৰ নতুন গ্ৰাহক। টি২+ অঞ্চলৰ যুৱক-যুৱতীৰ দ্বাৰা পৰিচালিত এই প্লেটফৰ্মে নিজৰ শেহতীয়া বিপণন…
Read More
এয়াৰবিএনবি-এ পৰ্যটন মন্ত্ৰালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

এয়াৰবিএনবি-এ পৰ্যটন মন্ত্ৰালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

ভাৰতৰ ঐতিহ্যমণ্ডিত অৱস্থান আৰু সাংস্কৃতিক পৰ্যটনৰ প্ৰচাৰৰ বাবে এয়াৰবিএনবি-এ পৰ্যটন মন্ত্ৰালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। ভাৰতৰ ঐতিহ্যমণ্ডিত সম্পত্তিৰ সাংস্কৃতিক তাৎপৰ্য্যক উজ্জ্বল কৰি তোলা আৰু দেশৰ বৈচিত্ৰময় ঐতিহ্যৰ মাজেৰে যাত্ৰীসকলক নিমজ্জিত যাত্ৰাত নামিবলৈ উৎসাহিত কৰা এই বুজাবুজি চুক্তিৰ লক্ষ্য। একচেটিয়া ‘ছ’ল অৱ ইণ্ডিয়া’ মাইক্ৰ’ছাইটত সমগ্ৰ ভাৰততে ঐতিহ্যমণ্ডিত থকাৰ এক শৃংখল প্ৰদৰ্শন কৰা হ’ব, যিয়ে ভাৰতৰ চহকী সাংস্কৃতিক টেপেষ্ট্ৰীৰ প্ৰামাণিক আভাস প্ৰদান কৰিব। এয়াৰবিএনবি-এ অনাবৃত পৰ্যটন অঞ্চলৰ আয়োজকসকলক সহায় আগবঢ়াব, তেওঁলোকৰ হোমষ্টেৰ প্ৰচাৰত সহায় কৰিব, গৃহস্থৰ ক্ষমতা গঢ়ি তুলিব, আৰু দায়িত্বশীল আতিথ্যৰ সংস্কৃতি গঢ়ি তুলিব। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰচাৰ কৌশল আৰু অভিযানৰ জৰিয়তে বিশ্ব পৰ্যটন বজাৰত ভাৰতৰ স্থান বৃদ্ধি কৰা।
Read More
মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ফ্লিপকাৰ্টৰ গ্লেম আপ ফেষ্টত ৩০০+ জন উপস্থিত থাকে

মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ফ্লিপকাৰ্টৰ গ্লেম আপ ফেষ্টত ৩০০+ জন উপস্থিত থাকে

মুম্বাইত অনুষ্ঠিত ফ্লিপকাৰ্টৰ গ্লেম আপ ফেষ্টে চেলিব্ৰিটি, প্ৰভাৱশালী, ব্ৰেণ্ড, উদ্যোগ বিশেষজ্ঞসকলক আকৰ্ষণ কৰে। পৰিনীতি চোপ্ৰা, কাজল আগৰৱাল, ক্ৰীষ্টল ডিছৌজা, আৰু ভুৱন বামকে ধৰি ৩০০+ তকৈ অধিক উপস্থিত ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কাজল আগৰৱালাৰ ‘কাজল’ আৰু ভুৱন বামৰ ‘বি বি ৰেঞ্জ’ৰ ভৱিষ্যৎ উন্মোচন কৰা হয়। মাইগ্লেম, ল’ৰিয়েল, মেটা, বেইন এণ্ড কোম্পানী, ছিক্সথ চেন্স ভেঞ্চাৰছ, আইডিএএম হাউচ অৱ ব্ৰেণ্ডছ, আৰু মিনিমালিষ্টৰ দৰে ব্ৰেণ্ডৰ উদ্যোগৰ নেতাসকলো উপস্থিত আছিল। ১৬-১৮ জুনলৈ চলিবলগীয়া এই গ্লেম আপ চেলত ৪০+ টাতকৈও অধিক শীৰ্ষ ব্ৰেণ্ডে সৌন্দৰ্য্য আৰু ছালৰ যত্নৰ ক্ষেত্ৰত ৫০,০০০+ সামগ্ৰী আগবঢ়াব। এই অনুষ্ঠানৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ সৌন্দৰ্য্য অনুৰাগীসকলৰ সৈতে সংযোগ স্থাপন আৰু ভাৰতৰ ডিজিটেল সৌন্দৰ্য্য…
Read More
ফ্লিপকাৰ্টে উন্মোচন কৰে গ্লেম আপ ফেষ্ট

ফ্লিপকাৰ্টে উন্মোচন কৰে গ্লেম আপ ফেষ্ট

ভাৰতৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে প্ৰথমবাৰৰ বাবে অন-গ্ৰাউণ্ড গ্লেম আপ ফেষ্ট মুকলি কৰিছে, যিটো বিউটি এণ্ড গ্ৰুমিং ব্ৰেণ্ডসমূহৰ বাবে তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শনৰ বাবে এক মঞ্চ। ১৬-১৮ জুনলৈ মুম্বাইৰ গ্ৰেণ্ড হায়াটত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত মাইগ্লেম, ল’ৰিয়েল, মামাআৰ্থ, নিভিয়া, মিনিমালিষ্ট, লাকমে, ব্ৰুট, আৰু বেয়াৰ্ডোৰ দৰে ব্ৰেণ্ডৰ অভিজ্ঞতাভিত্তিক জ’ন অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত মোহিত যাদৱ, মেঘনা আপৰাও, আৰু সুখলীন আনেজাৰ দৰে বিখ্যাত সৌন্দৰ্য্য আৰু প্ৰযুক্তি বিশেষজ্ঞসকলে সৌন্দৰ্য্য, ব্যক্তিগত যত্ন, আৰু প্ৰযুক্তিৰ সমসাময়িক সহজীৱনৰ বিষয়ে আলোচনা কৰিব। গ্লেম আপ বিক্ৰী ফ্লিপকাৰ্ট এপত লাইভ হ’ব, য’ত প্ৰসাধন সামগ্ৰী, ছালৰ যত্ন, পুষ্টি, আৰু চুলিৰ যত্নকে ধৰি সৌন্দৰ্য্য আৰু ব্যক্তিগত যত্নৰ সামগ্ৰীৰ বিস্তৃত নিৰ্বাচন আগবঢ়োৱা হ’ব।…
Read More
টাটা এআইএ লাইফ ইঞ্চুৰেঞ্চে মুকলি কৰিলে ‘জাদুই পকেট কা চিক্ৰেট’ শীৰ্ষক এটা বিশেষ ডিজিটেল অভিযান

টাটা এআইএ লাইফ ইঞ্চুৰেঞ্চে মুকলি কৰিলে ‘জাদুই পকেট কা চিক্ৰেট’ শীৰ্ষক এটা বিশেষ ডিজিটেল অভিযান

পিতৃ শব্দৰ কোনো তুলনা নহয়। জীৱনলৈ হাজাৰ বাধা আহিলেও এজন পিতৃয়ে নিজৰ সন্তানক সুৰক্ষা আৰু ভৰণ-পোষণ যোগান ধৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰে। সন্তানক সকলো প্ৰকাৰৰ সুখ দিবলৈ যাওঁতে পিতৃৰ হাতত সদায় এটা গোপন কথা বা চিক্ৰেট থাকে। এই পিতৃ দিৱসত ভাৰতৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান টাটা এ আই এ লাইফ ইঞ্চুৰেঞ্চ (টাটা এ আই এ)য়ে ‘জাদুই পকেট কা ছিক্ৰেট’(দ্য চিক্ৰেট অৱ দ্য মেজিক পকেট) শীৰ্ষক এক বিশেষ ডিজিটেল অভিযান আৰম্ভ কৰিছে য’ত পিতৃয়ে সন্তানৰ সপোনবোৰ কেনেকৈ বাস্তৱ কৰি তুলিব পাৰে তাৰ প্ৰকৃত ৰহস্য উন্মোচন কৰিছে। প্ৰচাৰ ছবিখনে এজন দায়িত্বশীল পৰিয়ালৰ গৰাকী বা মূল ব্যক্তি হিচাপে আৰ্থিক ব্যৱস্থাৰ তাৎপৰ্যক আলোকপাত…
Read More
জটিল যোগ পদ্ধতি(পজিছন)ৰে বিশ্ব অভিলেখ গঢ়িলে স্মিতা কুমাৰীয়ে

জটিল যোগ পদ্ধতি(পজিছন)ৰে বিশ্ব অভিলেখ গঢ়িলে স্মিতা কুমাৰীয়ে

বিশ্বজুৰি পালন কৰা হয় বিশ্ব যোগ দিৱস। যোগ দিৱসৰ দিনাই আহমেদাবাদত আদানী গ্ৰুপৰ স্বাস্থ্য সেৱা বিভাগৰ যোগ প্ৰশিক্ষক স্মিতা কুমাৰীয়ে গঢ়িলে বিশ্ব অভিলেথ। একেৰাহে ৩ ঘণ্টা ১০ মিনিট ১২ ছেকেণ্ড সময় চেণ্টাৰ স্প্লিট পজিছনত যোগ কৰি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিৰ দ্বাৰা এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু গৌতম আদানিৰ সন্মুখত স্মিতা কুমাৰীক গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। চেণ্টাৰ স্প্লিট(সুমাজত বিভাজন বিভাজন) আয়ত্ত কৰা আৰু বজাই ৰখাটো প্ৰশিক্ষকৰ বাবেও যথেষ্ট প্ৰত্যাহ্বানমূলক কিয়নো ইয়াত অন্তৰ্ভুক্ত থাকে যোগ, বেলেট, নৃত্য, জিমনাষ্টিক আৰু সমৰ কলাকে ধৰি বিভিন্ন স্থান বা পদ্ধতি। উল্লেখ্য যে, স্মিতা কুমাৰীয়ে যোৱা বছৰ…
Read More
পুনেত আয়োজিত হৈছে চতুৰ্থ শৈক্ষিক ৱৰ্কিং গ্ৰুপ মিট

পুনেত আয়োজিত হৈছে চতুৰ্থ শৈক্ষিক ৱৰ্কিং গ্ৰুপ মিট

২০-২১ জুনত পুনেত চতুৰ্থ জি-২০ শিক্ষা কৰ্মগোটৰ বৈঠকৰ আহ্বান কৰা হৈছিল। এই কৰ্মগোটৰ উদ্বোধনী অধিৱেশনত ভাৰতৰ মুখ্য সমন্বয়ক হৰ্ষ বৰ্ধন শ্ৰিংলা আৰু উচ্চ শিক্ষা বিভাগৰ সচিব সঞ্জয় মূৰ্তি উপস্থিত থাকে। এই বৈঠকত জি-২০ৰ সদস্য দেশ, আমন্ত্ৰিত দেশ, আৰু অ’ইচিডি, ইউনেস্কো, ইউনিচেফৰ ৮৫ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকৰ পূৰ্বে বিদেশী প্ৰতিনিধিসকলে পুনেৰ শনিৱাৰবাড়া, লাল মহল, নানা ৱাডাকে ধৰি জনপ্ৰিয় ঐতিহ্য ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। ছত্ৰপতি শিৱৰাইৰ শৈশৱৰ ইতিহাস আৰু নানা ৱাদাৰ তাৎপৰ্যৰ বিষয়ে অৱগত কৰা হয় অতিথিসকলক। এই ভ্ৰমণৰ সময়ত বিভিন্ন বিদ্যালয় আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ-ছাত্ৰীকে ধৰি ৫০খন দেশৰ প্ৰায় ১৫০ জন বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰে। পুনেৰ সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয়ত বিদেশী…
Read More