ব্যৱসায়

চেন্নাইত ইচিএছডব্লিউজিৰ বৈঠকৰ সমাপ্তি

চেন্নাইত ইচিএছডব্লিউজিৰ বৈঠকৰ সমাপ্তি

ভাৰতৰ জি-২০ সভাপতিত্বৰ অধীনত পৰিৱেশ আৰু জলবায়ু বহনক্ষমতা কাৰ্যকৰী গোট (ইচিএছডব্লিউজি)ৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক শুকুৰবাৰৰ পৰা চেন্নাইত অনুষ্ঠিত হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বৈঠকত জলসম্পদ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। তিনিদিনীয়া এই বৈঠকত জি-২০ দেশ আৰু আমন্ত্ৰিত দেশৰ প্ৰায় ৩০০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে, এই বৈঠকখন আছিল এই কাৰ্যকৰী গোটৰ চতুৰ্থ বৈঠক। এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে বৈঠকখন সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “২০৩০ চনৰ লক্ষ্যতকৈ ৯ বছৰ পূৰ্বেই অ-জীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা স্থাপন কৰা বিদ্যুৎ ক্ষমতা অৰ্জন কৰিছে ভাৰতে। আমি আমাৰ উন্নীত লক্ষ্যৰ জৰিয়তে আৰু অধিক উচ্চতাৰে…
Read More
৮০০ লোকক ডিজিটেল দক্ষতাৰে সাক্ষৰ কৰিছে এনএছডিচি আৰু আৰ্চেলৰমিট্টাল ইণ্ডিয়াই

৮০০ লোকক ডিজিটেল দক্ষতাৰে সাক্ষৰ কৰিছে এনএছডিচি আৰু আৰ্চেলৰমিট্টাল ইণ্ডিয়াই

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন (এন এছ ডি চি) আৰু আৰ্চেলৰমিট্টল নিপ্পন ষ্টীল ইণ্ডিয়া(এএম/এনএছ ইণ্ডিয়া)ই ঘোষণা কৰিছে যে ২০২২ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় দক্ষতা বিকাশৰ অংশীদাৰিত্বই ৮০০গৰাকী উচ্চাকাংক্ষী যুৱক-যুৱতীক লৈ আৰম্ভ কৰা উদ্বোধনী প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰিছে, পৰৱৰ্তী সময়ত এই যুৱক-যুৱতীসকলৰ ৭০ শতাংশ প্ৰশিক্ষাৰ্থীয়ে কৰ্মসংস্থাপন লাভ কৰিছে। বেচপক কাৰ্যসূচীৰ জৰিয়তে ডিজিটেল আৰু প্ৰযুক্তি দক্ষতা প্ৰশিক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে, যাতে বিভিন্ন উদ্যোগত কৰ্মশক্তিৰ প্ৰৱেশত সহায় হ'ব পাৰে। মুঠ ৫৬১গৰাকী প্ৰশিক্ষাৰ্থীৰ ভিতৰত ৬০%তকৈ অধিক মহিলাই চাকৰি লাভ কৰিছিল। এনএছডিচি আৰু এএম/এনএছ ইণ্ডিয়াই আহি থকা দিনবোৰত ওড়িশাৰ কেন্দ্ৰপাৰা, সুন্দৰগড় আৰু কেওঝাৰ জিলাত তিনিটা নতুন দক্ষতা বিকাশ কেন্দ্ৰ আৰু ছত্তীশগড়ৰ দাণ্টেৱাড়াত এটা…
Read More
বাৰিষাৰ সময়ত ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ

বাৰিষাৰ সময়ত ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ

ডায়েবেটিছ বা মধুমেহ ৰোগত আক্ৰান্ত লোকসকলে বাৰিষা কালত তেজত শৰ্কৰাৰ মাত্ৰা(ব্লাড ছুগাৰ লেভেল) নিয়মীয়াকৈ পৰীক্ষা আৰু নিৰীক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। কণ্টিনিউয়াছ গ্লুক’জ মনিটৰিং (চিজিএম) ডিভাইচৰ দৰে সঁজুলিয়ে আঙুলি বিন্ধা(ফিংগাৰ প্ৰিকিং) অবিহনেই গ্লুক’জৰ মাত্ৰাৰ অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে। এই ডিভাইচসমূহত টাইম ইন ৰেঞ্জৰ দৰে সুবিধা থাকে, যিয়ে গ্লুক’জৰ মাত্ৰা এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থকা সময়ৰ পৰিমাণ সূচায়। নিয়মিতভাৱে ৰিডিং পৰীক্ষা বা মাত্ৰা নিৰীক্ষণ কৰিলে গ্লুক’জ নিয়ন্ত্ৰণ উন্নত হ’ব পাৰে আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাত সহায়ক হ’ব পাৰে।গুৱাহাটীৰ এপ’ল’ হাস্পতালৰ ছিনিয়ৰ কনচালটেণ্ট কাৰ্ডিঅ’থৰেচিক এণ্ড ভেস্কুলাৰ চাৰ্জন ডাঃ বিকাশ ৰয় দাসে বাৰিষাৰ সময়ত ডায়েবেটিছ ৰোগ নিৰীক্ষণ কৰি স্বাস্থ্যজনিত সমস্যা আৰু গ্লুক’জৰ তাৰতম্য ৰোধ…
Read More
২.৫ মিলিয়ন গাড়ী নিৰ্মাণৰ মাইলষ্টন অৰ্জনৰ কথা ঘোষণা ৰেন’ল্ট নিছান ইণ্ডিয়াৰ

২.৫ মিলিয়ন গাড়ী নিৰ্মাণৰ মাইলষ্টন অৰ্জনৰ কথা ঘোষণা ৰেন’ল্ট নিছান ইণ্ডিয়াৰ

ৰেন’ল্ট নিছান অটোমোটিভ প্ৰাইভেট লিমিটেডে অত্যাধুনিক চেন্নাই উৎপাদন কেন্দ্ৰত ২.৫ মিলিয়ন গাড়ী নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। যোৱা ১৩ বছৰত এলায়েন্স প্লাণ্টে উৎপাদনৰ উৎকৃষ্টতাৰ উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে গড়ে ১.৯২ লাখ (১৯২,০০০) ৰেন’ল্ট আৰু নিছান গাড়ী নিৰ্মাণ কৰিছে, যি হৈছে প্ৰতি তিনি মিনিটত এখন গাড়ী উৎপাদনৰ সমতুল্য। ৰেন’ল্ট আৰু নিছান প্লাণ্টে কাম আৰম্ভ হোৱাৰ পৰাই ২০খন গাড়ীৰ মডেল উৎপাদন অথবা প্ৰস্তুত কৰে। ৬০০ একৰৰো অধিক ভূমিত অৱস্থিত চেন্নাইৰ এলায়েন্স প্লাণ্টে ভাৰতীয় বজাৰৰ বাবে বাহন নিৰ্মাণ কৰি চেন্নাইক অটোমোটিভ ৰপ্তানিৰ এক প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। আৰএনএআইপিএলে মধ্যপ্ৰাচ্য, ইউৰোপ, লেটিন আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ-পূব এছিয়া, ছাৰ্ক দেশসমূহ…
Read More
ৱকহাৰ্ড লিমিটেডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ৰ পুনৰ গঠন আৰু ছিৰামৰ সৈতে ভেকছিন অংশীদাৰীত্ব কৰিব বিচাৰিছে

ৱকহাৰ্ড লিমিটেডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ৰ পুনৰ গঠন আৰু ছিৰামৰ সৈতে ভেকছিন অংশীদাৰীত্ব কৰিব বিচাৰিছে

গ্লবেল ফাৰ্মাচিউটিকেল আৰু জৈৱপ্ৰযুক্তি প্ৰতিষ্ঠান ৱকহাৰ্ড লিমিটেডে আমেৰিকাৰ ব্যৱসায় পুনৰ্গঠন কৰি ব্যৱসায়িক কাৰ্য-কলাপ ঘূৰাই অনাৰ লক্ষ্য হাতত লৈছে। ইয়াৰ বাবে ব্ৰিটেইনত ভেকচিন প্ৰস্তুতৰ বাবে ছিৰামৰ সৈতে ব্ৰিটেইনৰ ভেকচিন নিৰ্মাণ অংশীদাৰিত্ব গঠন কৰি ন’ভেল এণ্টিবায়’টিকছৰ গৱেষণাত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিষ্ঠানটোৱে মৰ্টন গ্ৰ’ভ উৎপাদন কেন্দ্ৰটো বন্ধ কৰি চুক্তিবদ্ধ সংস্থাসমূহলৈ স্থান হস্তান্তৰ কৰি বাৰ্ষিক ১২ মিলিয়ন ডলাৰৰ সঞ্চয়ৰ লক্ষ্যৰে মুঠ ৪০% পাৰ্থক্য বজাই ৰাখি তৃতীয় পক্ষৰ উৎপাদনত মনোনিৱেশ কৰি আমেৰিকাৰ কাৰ্য-কলাপৰ পুনৰ গঠন কৰিছে। যোৱা ২০২২ চনৰ মাৰ্চ মাহত ৱকহাৰ্ড আৰু ছিৰামে ৫১:৪৯ অনুপাতৰ যৌথ উদ্যোগত স্বাক্ষৰ কৰি ব্ৰিটেইনৰ সাহায্যত ভেকচিন প্ৰস্তুত কৰে। ৰিজাৰ্ভিং বা সংৰক্ষণ ক্ষমতা বিবেচনাৰ বাবে ৱকহাৰ্ডে লাভ কৰিছিল ১০…
Read More
জনছনৰ বেবীয়ে নিজৰ ‘প্ৰমিছ, পেহলে পল চে’ অভিযানৰ জৰিয়তে প্ৰচাৰ কৰিছে অভিভাৱকত্বক

জনছনৰ বেবীয়ে নিজৰ ‘প্ৰমিছ, পেহলে পল চে’ অভিযানৰ জৰিয়তে প্ৰচাৰ কৰিছে অভিভাৱকত্বক

পিতৃ-মাতৃ বা অভিভাৱকত্ব হৈছে অপৰিসীম মৰম, নিষ্ঠা আৰু অদম্য প্ৰতিশ্ৰুতিৰে ভৰা এক যাত্ৰা। এজন অভিভাৱকে অন্বেষণ কৰা সেই মুহূৰ্ত অথবা আশা কৰা ক্ষণ আৱিষ্কাৰ কৰাৰ মুহূৰ্তৰে পৰা কেঁচুৱাটোৰ ছাল সদায় সুৰক্ষিত কৰিব বিচাৰে। সেয়েহে প্ৰথম দিনাৰে পৰা নৱজাতকৰ সুস্থতা নিশ্চিত কৰিবলৈ কেঁচুৱাটোৰ সৈতে এক গভীৰ সংযোগ গঢ়ি তোলে। কেঁচুৱাৰ ছালৰ® যত্নৰ ক্ষেত্ৰত অগ্ৰণী জনছনছ বেবীয়ে নিজৰ শেহতীয়া প্ৰচাৰ', 'প্ৰমিছ, পেহল পল চে'ৰ সৈতে প্ৰতিজন অভিভাৱকৰ শক্তিশালী প্ৰতিশ্ৰুতিক স্বীকৃতি দিয়ে আৰু উদযাপন কৰে। ব্ৰেণ্ডটোৰ শেহতীয়া বিপণন অভিযান, 'প্ৰমিছ, পেহল পল চে', প্ৰথম দিনৰ পৰাই সুৰক্ষাৰ বাবে কেঁচুৱা-সুৰক্ষিত(বেবী ছেফ) উপাদান ব্যৱহাৰ কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশৰে…
Read More
ইণ্ডিয়া পোষ্টৰ সৈতে অংশীদাৰিত্বৰে মিলেট সম্বন্ধীয় এক বিশেষ ডাক টিকট মুকলি কৰিলে আইটিচিয়ে

ইণ্ডিয়া পোষ্টৰ সৈতে অংশীদাৰিত্বৰে মিলেট সম্বন্ধীয় এক বিশেষ ডাক টিকট মুকলি কৰিলে আইটিচিয়ে

ভাৰতৰ আগশাৰীৰ বহু ব্যৱসায়িক উদ্যোগ আইটিচি লিমিটেডে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় বাজৰা বৰ্ষৰ স্মৃতিত এক বিশেষ ডাক ষ্টাম্প মুকলি কৰিছে। এই ডাকটিকটটোৱে শ্ৰীঅন্ন আৰু মিলেটৰ ওপৰত সজাগতা সৃষ্টিৰ দেশজোৰা প্ৰচেষ্টাক উদযাপন কৰে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগৰ মুখ্য ডাক মাষ্টা জেনেৰেল সুশ্ৰী মঞ্জু কুমাৰ আৰু আইটিচি লিমিটেডৰ কৃষি ব্যৱসায়ৰ গ্ৰুপ হেড এছ শিৱকুমাৰৰ উপস্থিতিত কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে এই বিশেষ  ডাকটিকটটো মুকলি কৰে। ভাৰতবাসীক উন্নত খাদ্য গ্ৰহণত সহায় কৰিবলৈ আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চলি থকা মিলেট আন্দোলনৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আইটিচি। ডাক টিকট হৈছে সন্মান আৰু সাংস্কৃতিক মূল্যৰ প্ৰতীক। আইটিচি মিছন মিলেট ষ্টাম্পে…
Read More
টাটা মটৰ্ছ গ্ৰুপে এফৱাই২৪ৰ কিউ১ত সুদৃঢ় ৰাজহ প্ৰদৰ্শনৰ প্ৰতিবেদন প্ৰকাশ কৰিছে

টাটা মটৰ্ছ গ্ৰুপে এফৱাই২৪ৰ কিউ১ত সুদৃঢ় ৰাজহ প্ৰদৰ্শনৰ প্ৰতিবেদন প্ৰকাশ কৰিছে

টাটা মটৰ্ছ গ্ৰুপে ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল প্ৰকাশ কৰিছে। সেই অনুসৰি টাটা মটৰ্ছে ১০২.২কে কোটি (পিৱাই বনাম ৪২.১% বৃদ্ধি), ইবিআইটিডিএ ১৪.৭কে কোটি (পিৱাই বনাম ১৭৭% বৃদ্ধি), পিবিটি (বেই) ৫.৩কে কোটি ৰাজহৰ সৈতে শক্তিশালী প্ৰদৰ্শন দেখুৱাইছে (১০.৩কে কোটি বনাম পিৱাই বৃদ্ধি) আৰু অটো এফচিএফ ২.৫কে কোটি (১২.৩ কে কোটি বনাম পিৱাই বৃদ্ধি) হৈছেগৈ। কোম্পানীটোৰ জেএলআৰ ৰাজহ ৫৭.০% বৃদ্ধি পাইছে, ইবিআইটিডিএ ১৬.৩% (+৯৬০ বিপিএছ), ইবিআইটি ৮.৬% (+১৩০০ বিপিএছ)। টাটা চিভিৰ ৰাজহ ৪.৪% বৃদ্ধি পাইছে, ইবিআইটিডিএ ৯.৪% (+৩৯০ বিপিএছ), ইবিআইটি ৬.৫% (+৩৭০ বিপিএছ)। টাটা পিভিৰ ৰাজহ ১১.১% বৃদ্ধি পাইছে, ইবিআইটিডিএ ৫.৩% (-৮০ বিপিএছ), ইবিআইটি ১.০% (+১০ বিপিএছ)। সামগ্ৰিকভাৱে পিবিটি (বেই) ১০.৩কে…
Read More
চেন্নাইত ফাইনেল জি-২০ ডিজেজষ্টাৰ ৰিস্ক ৰিডাকচন মিট আৰম্ভ

চেন্নাইত ফাইনেল জি-২০ ডিজেজষ্টাৰ ৰিস্ক ৰিডাকচন মিট আৰম্ভ

ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ অধীনত চেন্নাইত ২৪-২৬ জুলাইলৈ তৃতীয়খন দুৰ্যোগ বিপদাশংকা হ্ৰাস(ডি আৰ আৰ) ৱৰ্কিং গ্ৰুপৰ বৈঠকৰ আহ্বান কৰা হৈছে। ৩ দিনীয়াকৈ অনুষ্ঠিত এই বৈঠকৰ মূল বিষয়বস্তু হৈছে দুৰ্যোগ প্ৰতিৰোধী ভৱিষ্যতৰ বাবে সহযোগিতাৰ প্ৰসাৰ-প্ৰচাৰ কৰা। ইয়াৰ লগতে বৈঠকত লোৱা সিদ্ধান্ত আৰু আলোচনাৰ খচৰা বা বিবৃতিৰ ওপৰতো আলোচনা কৰা হয়। উদ্বোধনী অধিৱেশনত দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যকৰী গোটৰ অধ্যক্ষ আৰু এনডিএমএৰ সদস্য সচিব কমল কিশোৰে আদৰণি ভাষণ প্ৰদান কৰে। এই বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব মিশ্ৰই দুৰ্যোগৰ বিপদাশংকাৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। আনহাতে, ভাৰতৰ জি-২০ শ্বেৰ্পা কান্তে কয় যে, "কাৰ্যকৰী গোটৰ এই চূড়ান্ত…
Read More
অপনাৰ সৈতে অংশীদাৰীত্বৰে ভাৰতৰ যুৱক-যুৱতীৰ বাবে ১০,০০০ আন্তৰ্জাতিক চাকৰিৰ সুযোগ আগবঢ়াইছে ভিআইয়ে

অপনাৰ সৈতে অংশীদাৰীত্বৰে ভাৰতৰ যুৱক-যুৱতীৰ বাবে ১০,০০০ আন্তৰ্জাতিক চাকৰিৰ সুযোগ আগবঢ়াইছে ভিআইয়ে

ভাৰতৰ অগ্ৰণী টেলিকম অপাৰেটৰ ভিআইয়ে ভাৰতৰ সৰ্ববৃহৎ চাকৰি সন্ধান প্লেটফৰ্ম অপনাৰ সৈতে অংশীদাৰিত্ব কৰি ভাৰতৰ যুৱক-যুৱতীসকলক ১০,০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সুযোগ প্ৰদান কৰে। এই প্লেটফৰ্মে জাপান, ইউ এ ই, অষ্ট্ৰেলিয়া আৰু কানাডাৰ দৰে দেশত উৎপাদন, বিক্ৰী, ব্যৱসায়িক বিকাশ, গ্ৰাহক সমৰ্থন আৰু লজিষ্টিকছৰ স্থিতি প্ৰদান কৰে। ভাৰতৰ স্নাতক ডিগ্ৰী, আই টি আই প্ৰমাণপত্ৰ অথবা বিশেষ ডিপ্লমা থকা প্ৰাৰ্থীয়ে বহিঃৰাজ্যত নিয়োগৰ বাবে আবেদন কৰিব পাৰে।ভিআই আৰু অপনাৰ এই অনন্য প্ৰস্তাৱটো দেশৰ জনগাঁথনিগত লভ্যাংশৰ সহায় লৈ ভাৰতক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ চৰকাৰৰ লক্ষ্য-পৰিকল্পনাৰ সৈতে সংগতি ৰাখে। ভাৰতীয় যুৱক-যুৱতীসকলক নিজৰ সমস্যা সমাধানৰ মানসিকতা, ডিজিটেল সাক্ষৰতা, নতুন প্ৰযুক্তিৰ সৈতে খাপ খাব পৰা ক্ষমতা…
Read More