ব্যৱসায়

মেঘালয় চৰকাৰে শ্বিলঙত আয়োজন কৰে এখন ‘প্লে টু লাৰ্ন’ ছামিটৰ

মেঘালয় চৰকাৰে শ্বিলঙত আয়োজন কৰে এখন ‘প্লে টু লাৰ্ন’ ছামিটৰ

শ্বিলঙত সফলতাৰে আয়োজন কৰা হয় প্ৰথম 'প্লে টু লাৰ্ণ' সন্মিলনৰ, য'ত সৰু ল’ৰা-ছোৱালীৰ সামগ্ৰিক বিকাশত খেলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। মেঘালয় চৰকাৰ, মেঘালয় প্ৰাৰম্ভিক শৈশৱ বিকাশ অভিযান আৰু মেঘালয় স্বাস্থ্য প্ৰণালী সবলীকৰণ প্ৰকল্পই এখন সন্মিলনৰ আয়োজন কৰিছিল, চেজম ৱৰ্কশ্বপ ইণ্ডিয়া ট্ৰাষ্টৰ সৈতে সহযোগিতাত আয়োজিত এই ছামিটৰ বাবে এছবিআই ফাউণ্ডেশ্যন আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংকিং এণ্ড ফাইনেন্সৰ পৰা পুঁজি লাভ কৰিছে। মেঘালয়ে শিশুৰ জীৱনজোৰা সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে এক প্ৰাৰম্ভিক শৈশৱ বিকাশ অভিযান (এমইচিডিএম) আৰম্ভ কৰিছে, যাৰ জৰিয়তে যতন লওঁতা, শিশু, গৰ্ভৱতী মহিলা আৰু  দুগ্ধপান কৰাই থকা মাতৃসকলক উপকৃত কৰিব। এই অভিযানে অংগনৱাড়ী কেন্দ্ৰসমূহক ইচিডি কেন্দ্ৰলৈ ৰূপান্তৰ কৰিব।…
Read More
কোটাক মহিন্দ্ৰা বেংকে মুকলি কৰিলে ডিজিটেল ৰূপে এপ, চিবিডিচি-ইউপিআই আন্তঃকাৰ্যকাৰিতা

কোটাক মহিন্দ্ৰা বেংকে মুকলি কৰিলে ডিজিটেল ৰূপে এপ, চিবিডিচি-ইউপিআই আন্তঃকাৰ্যকাৰিতা

কোটাক মহিন্দ্ৰা বেংকে নিজৰ (ই) এপ্লিকেচনত ইউপিআই ইণ্টাৰঅপাৰেবিলিটি(আন্তঃকাৰ্যকাৰিতা) প্ৰৱৰ্তন কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীয়ে ব্যৱসায়ীসকলৰ কিউআৰ ক’ড স্কেন কৰি গেলামাল(গ্ৰচাৰী)ৰ সামগ্ৰী আৰু দৈনন্দিন ব্যয় হোৱা ধন সহজে পৰিশোধ কৰিব পাৰিব। এয়া আৰবিআইৰ চিবিডিচি পাইলট প্ৰকল্পৰ অংশ। এই সুবিধাই গ্ৰাহকসকলক ব্যৱসায়ীসকলৰ ওচৰত উপলব্ধ বৰ্তমানৰ ইউপিআই কিউআৰ ক’ডেৰে পেমেণ্ট কৰিবলৈ সক্ষম কৰি তুলিব। আজিৰ তাৰিখত এই সুবিধা হৈছে এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে লাইভ(উপলব্ধ)। ‘ই’ এপটোৱে ব্যৱহাৰকাৰীসকলক বেংক একাউণ্টৰ সবিশেষ প্ৰকাশ নকৰাকৈ লেনদেন কৰিবলৈ অনুমতি দিয়ে। ‘ই’ এপে সহজ ট্ৰেন্সফাৰ সমৰ্থন কৰে, বেংক ষ্টেটমেণ্টসমূহ ডিক্লাটাৰ কৰি এক নিৰাপদ আৰু নিয়ন্ত্ৰিত আন্তঃপৃষ্ঠ নিশ্চিত কৰে, লগতে অভিজ্ঞতাক নিৰৱচ্ছিন্ন কৰি তোলে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ গ্ৰুপ প্ৰেচিডেণ্ট…
Read More
কেএমচি মণিপালত আয়োজন কৰা হয় মেডঅৰিয়েণ্ট এমবিবিএছ অৰিয়েণ্টেচন কাৰ্যসূচীৰ

কেএমচি মণিপালত আয়োজন কৰা হয় মেডঅৰিয়েণ্ট এমবিবিএছ অৰিয়েণ্টেচন কাৰ্যসূচীৰ

ভাৰতৰ মণিপালৰ কস্তুৰবা চিকিৎসা মহাবিদ্যালয়(কেএমচি)ত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় মেডঅৰিয়েণ্ট এমবিবিএছ বেটছ ২০২৩-২৪ অৰিয়েণ্টেচন কাৰ্যসূচী। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি আৰু সদ্য নামভৰ্তি কৰা এমবিবিএছৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰে। শীৰ্ষ স্থানপ্ৰাপ্ত নীটৰ ছাত্ৰ-ছাত্ৰীসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কেএমচি মণিপালৰ দূৰদৰ্শী প্ৰতিষ্ঠাপক ড০ টি এম এ পাইক পুষ্পাঞ্জলি জ্ঞাপন কৰে। কেএমচি মণিপালৰ ডীন ড০ পদ্মৰাজ হেগড়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্য(এমএএইছই)ৰ উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল এম ডি ভেংকটেশ, এমএইছইৰ পঞ্জীয়ক ড০ গিৰিধৰ কিনি আৰু এমএএইছইৰ প্ৰ-উপাচাৰ্য ড০ এইচ.এছ. বাল্লালেও অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত ড০ গিৰিধৰ কিনিয়ে ২০২৩-২৪ চনৰ বাবে ষ্টুডেণ্ট হেণ্ডবুক(ছাত্ৰ হাতপুথি) মুকলি কৰে, য’ত অনুশাসন, পৰিপক্কতা, সময়…
Read More
টয়োটা কিৰ্লোস্কাৰ মটৰে উন্মোচন কৰিলে পৃথিৱীৰ প্ৰথমখন বিএছ6 বৈদ্যুতিক ফ্লেক্স ফুৱেল বাহনৰ প্ৰট’টাইপ

টয়োটা কিৰ্লোস্কাৰ মটৰে উন্মোচন কৰিলে পৃথিৱীৰ প্ৰথমখন বিএছ6 বৈদ্যুতিক ফ্লেক্স ফুৱেল বাহনৰ প্ৰট’টাইপ

টয়োটা কিৰ্লোস্কাৰ মটৰে বিশ্বৰ প্ৰথমখন BS6 (StageII) ইলেক্ট্ৰিফাইড ফ্লেক্স ফিউৱেল বাহনৰ প্ৰট’টাইপ উন্মোচন কৰিছে, যিয়ে বহনক্ষম গতিশীলতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে। ইলেক্ট্ৰিফাইড ফ্লেক্স ফিউৱেলৰ প্ৰট’টাইপ উন্মোচন কৰে মুখ্য অতিথি শ্ৰী নীতিন গাডকাৰীয়ে। টি কে এম ভাৰতৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ প্ৰতি দায়বদ্ধ আৰু দেশৰ অনন্য শক্তিৰ পৰিৱেশৰ সৈতে মিল থকা প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বৈদ্যুতিক ফ্লেক্স ফুৱেল বাহনসমূহ হৈছে এটা ফ্লেক্স-ফুৱেল ইঞ্জিন আৰু এটা ইলেক্ট্ৰিক পাৱাৰট্ৰেইনৰ সংমিশ্ৰণ, যিয়ে ইথানলৰ সৈতে অধিক ইন্ধন প্ৰতিস্থাপন আৰু ইলেক্ট্ৰিক মোড ড্ৰাইভিঙৰ উচ্চ অনুপাতৰ বাবে উন্নত ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰে। প্ৰট’টাইপত নূন্যতম উন্নত কেমিস্ত্ৰী বেটাৰী ব্যৱহাৰ কৰা হয়, যাৰ ফলত কোষ আৰু কেঁচামালৰ…
Read More
মবিলটিএমে আৰম্ভ কৰিলে নতুন অভিযান – “ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি”

মবিলটিএমে আৰম্ভ কৰিলে নতুন অভিযান – “ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি”

মবিলে™  আৰম্ভ কৰিলে নতুন অভিযান - "ট্ৰাকিং ইজ হাৰ্ড; চুজিং ইঞ্জিন অইল চুডনট বি", যাৰ উদ্দেশ্য হৈছে ট্ৰাকচালকসকলক ট্ৰাকৰ বাবে সঠিক মানদণ্ডৰ ইঞ্জিন অইল নিৰ্বাচন কৰাত সহায় কৰা, যিটো কেতিয়াও সহজ হোৱা নাছিল। মবিলে ট্ৰাকচালকসকলক ট্ৰাকৰ প্ৰয়োজনীয়তা আৰু বয়সৰ ওপৰত ভিত্তি কৰি সহজে ক্ৰয়ৰ সিদ্ধান্ত লোৱাত সহায় কৰি ইয়াক প্ৰথম স্থানত ৰাখিছে। মবিলে আইকন আৰু সহজে বুজি পোৱা ভাষা ব্যৱহাৰ কৰি সামগ্ৰীৰ লেবেল সৰল কৰিছে। কোম্পানীটোৱে ইঞ্জিন অইলৰ বাবে ৫০% পোষ্ট-কনজিউমাৰ ৰিচাইকেল (পিচিআৰ) প্লাষ্টিকৰ পাইলৰ সৈতে বহনক্ষম পেকেজিঙৰ প্ৰচাৰৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে, যি ভাৰতৰ ভিতৰতে প্ৰথম। মবিল ডেলভাক™ সামগ্ৰীবোৰে পাইল পেকৰ বাবে পিচিআৰ ব্যৱহাৰ কৰিব। এই বিষয়ে ভাষণ…
Read More
৪০,০০০ প্ৰশিক্ষাৰ্থীক নিয়োজিত কৰিবলৈ এমএছডিইৰ সৈতে সহযোগিতা কৰিছে চিএছচিয়ে

৪০,০০০ প্ৰশিক্ষাৰ্থীক নিয়োজিত কৰিবলৈ এমএছডিইৰ সৈতে সহযোগিতা কৰিছে চিএছচিয়ে

ভাৰতৰ গ্ৰামাঞ্চলত এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ সম্প্ৰসাৰণৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয় (এম এছ ডি ই) আৰু কমন চাৰ্ভিচ চেণ্টাৰ (চি এছ চি) – বিশেষ উদ্দেশ্যৰ বাহন (এছ পি ভি)ৰ মাজত এক যৌথ ঘোষণাপত্ৰৰ বিনিময়ৰ বাবে ৰাজীৱ চন্দ্ৰশেখৰৰ অধ্যক্ষতাত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অংশীদাৰিত্বৰ অংশ হিচাপে চিএছচিসমূহে বছৰি ৪০ হাজাৰ শিক্ষানবিশক প্ৰশিক্ষণ প্ৰদান কৰিব। লগতে স্থানীয় চিএছচিসমূহৰ ওচৰৰ অঞ্চলৰ যুৱক-যুৱতীসকলক ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আই টি আই)ৰ শিক্ষাৰ্থী আৰু জন শিক্ষা সংস্থা (জে এছ এছ)ৰ হিতাধিকাৰীকো সুযোগ প্ৰদান কৰিব। এই প্ৰশিক্ষণসমূহে ডিজিটেল সাক্ষৰতা উন্নত কৰিব, গ্ৰাম্য উদ্যমী সকলক এক নতুন পথৰ সন্ধান দিব আৰু উচ্চাকাংক্ষী এপ্ৰেণ্টিছসকলৰ সৰ্বাংগীন আৰ্থ-সামাজিক বিকাশৰ সূচনা কৰিব।এমএছডিইয়ে…
Read More
অপ্টামে অংশগ্ৰহণ কৰিলে হায়দৰাবাদ মাৰাথনত

অপ্টামে অংশগ্ৰহণ কৰিলে হায়দৰাবাদ মাৰাথনত

২০২৩ৰ ২৭ আগষ্ট দেওবাৰে হায়দৰাবাদ মাৰাথনত ১০০৫ৰো অধিক অপ্টাম কৰ্মচাৰীয়ে অংশ ল'লে। অপ্টামৰ দলটোত ৮৪১ জন পুৰুষ আৰু ১৬৪ গৰাকী মহিলা দৌৰবিদে অংশগ্ৰহণ কৰিছিল, যিয়ে ৪২ কিলোমিটাৰ সম্পূৰ্ণ মাৰাথন, ২১ কিলোমিটাৰৰ হাফ মাৰাথন, ১০ আৰু ৫ কিলোমিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। অপটমৰ লাইভ ৱেল  কাৰ্যসূচীয়ে কৰ্মচাৰীসকলক নিজৰ ফিটনেছ যাত্ৰাত সহায় কৰাৰ লগতে পুষ্টি, ফিটনেছ আৰু প্ৰশিক্ষণৰ ওপৰত বিশেষজ্ঞসকলৰ নিৰ্দেশনা প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ২০২৩ চনৰ ৬ আগষ্টত এক প্ৰেকটিছ ৰান(অনুশীলন দৌৰ)ৰ পৃষ্ঠপোষকতাও কৰিছিল। কৰ্মচাৰীসকলৰ অংশগ্ৰহণৰ বিষয়ে মন্তব্য কৰি অপ্টাম গ্ল’বেল ছল্যুচনৰ মেনেজিং ডাইৰেক্টৰ উমা ৰত্নম কৃষ্ণনে কয় যে:  "আমি আশা কৰোঁ যে অহা বৰ্ষতো আমি পুনৰ এনে কাৰ্যসূচীৰ আয়োজন কৰিব…
Read More
এমএছডিইয়ে প্ৰকাশ কৰিলে বাৰ্ষিক সামৰ্থ্য বিকাশ পৰিকল্পনা (এচিবিপি)

এমএছডিইয়ে প্ৰকাশ কৰিলে বাৰ্ষিক সামৰ্থ্য বিকাশ পৰিকল্পনা (এচিবিপি)

দক্ষতাসম্পন্ন চৰকাৰী বিষয়াসকলক ভৱিষ্যতৰ বাবে সাজু হ'বলৈ আৰু দক্ষ জনসেৱা প্ৰদানৰ বাবে সক্ষম কৰিবলৈ এমএছডিই, ড'এইছই আৰু ডিঅ'এছইএলৰ লগতে চিবিচিয়ে এমএছডিইৰ 'আপোনাৰ মন্ত্ৰালয়ৰ অন্তৰ্ভুক্তি মডিউল জানি লওক'ৰ সৈতে সামৰ্থ্য বিকাশ পৰিকল্পনা (এচিবিপি) প্ৰকাশ কৰে আৰু নাগৰিক কেন্দ্ৰিকতাৰ মুখ্য উপাদানসমূহক অন্তৰ্ভুক্ত কৰি এই পদক্ষেপসমূহ আৰম্ভ কৰে। এই পদক্ষেপবোৰৰ লক্ষ্য হৈছে নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মিছন কৰ্মযোগীৰ সৈতে ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱা গঢ়ি তোলা। ভাৰতৰ সামৰ্থ্য বিকাশ আয়োগ(চিবিচি)ৰ লক্ষ্য হৈছে ভাৰতৰ অসামৰিক সেৱাৰ পৰিৱেশক প্ৰামাণিক আৰু সুসংগত কৰি তোলা, উন্নয়নৰ আকাংক্ষাক অগ্ৰাধিকাৰ দিয়া আৰু দৈনন্দিন কাম-কাজত দায়বদ্ধতা আৰু স্বচ্ছতা পূৰ্বতকৈ বৃদ্ধি কৰা। বাৰ্ষিক সামৰ্থ্য বিকাশ পৰিকল্পনা (এচিবিপি) প্ৰকাশৰ ফলত…
Read More
হিৰো মট’কৰ্পে মুকলি কৰিলে আইকনিক কৰিজমা এক্সএমআৰ

হিৰো মট’কৰ্পে মুকলি কৰিলে আইকনিক কৰিজমা এক্সএমআৰ

হিৰো মট’কৰ্পে নিজৰ শ্ৰেণীৰ আটাইতকৈ শক্তিশালী মটৰ চাইকেল বহু প্ৰত্যাশিত কৰিজমা এক্সএমআৰ মুকলি কৰিছে। এই মটৰ চাইকেলখনত এক অতুলনীয় মটৰ চাইকেল অভিজ্ঞতা প্ৰদানৰ বাবে এক এডজাষ্টেবল উইণ্ডশ্বিল্ড, ইণ্টেলিজেণ্ট ইলুমিনেচন হেডলেম্প আৰু টাৰ্ন-বাই-টাৰ্ন নেভিগেশ্বন প্ৰদান কৰিছে। জয়পুৰৰ হিৰোজ হিৰো চেণ্টাৰ ফৰ ইনোভেচন এণ্ড টেকন’লজী আৰু মিউনিখৰ হিৰো টেক চেণ্টাৰ জাৰ্মানীৰ এক অনন্য সহযোগিতাৰ ফলাফল এই মটৰ চাইকেলখন। কৰিজমা এক্সএমআৰ হৈছে ২১০ চিচি মটৰ চাইকেল আৰু ইয়াৰ ২১০ চিচি ডিঅ’এইচচি ৪ ভালভ ইঞ্জিন আছে, যিয়ে ২৫.৫পিএছ আৰু সৰ্বাধিক টৰ্ক প্ৰদান কৰে। ইয়াত ৬-স্পীড গিয়েৰবক্স আৰু শ্লিপ-এণ্ড-এচিষ্ট ক্লাচ চিষ্টেম, লাইটৱেট এলুমিনিয়াম এলয় ক্লিপ-অন হেণ্ডেলবাৰ আৰু ৰবৰ কম্পাউণ্ড টায়াৰৰ সৈতে ১৭ ইঞ্চিৰ চকা আছে।…
Read More
আমাজন ফ্ৰেছত চুপাৰ ভেল্যু ডে’ৰ সৈতে উৎসৱৰ ফেষ্টিভ ছিজন কৰক

আমাজন ফ্ৰেছত চুপাৰ ভেল্যু ডে’ৰ সৈতে উৎসৱৰ ফেষ্টিভ ছিজন কৰক

১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ ছুপাৰ ভেল্যু ডে’ত সতেজ ফল-মূল, গেলামাল(গ্ৰোচাৰী)ৰ সামগ্ৰী আৰু দৈনিক প্ৰয়োজনীয় সামগ্ৰীৰে ভৰপূৰ ৰেচিপি বা সামগ্ৰীৰে উছৱমুখৰ উৎসৱৰ বাবে প্ৰস্তুতি চলাওক। ষ্টেপল, পেকেজযুক্ত খাদ্য, ব্যক্তিগত যতন আৰু শিশু তথা পোহনীয়া জন্তুৰ যত্নৰ সামগ্ৰীত ৪৫% পৰ্যন্ত ৰেহাই লাভ কৰক। মাহিলী প্ৰয়োজনীয় সামগ্ৰীসমূহ জমা কৰক আৰু ফৰ্চুন, কেচ, ডি'লেক্টা, ডাব'ৰ, টাটা ছ'লফুল, আৰু আশ্বিৰ্ভাৰ দৰে জনপ্ৰিয় ব্ৰেণ্ডৰ পৰা নতুন অফাৰ উপভোগ কৰক। ২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈকে গ্ৰাহকসকলে আইচিআইচিআই বেংক ক্ৰেডিট আৰু ডেবিট কাৰ্ড অথবা বেংক অৱ বৰোদা ক্ৰেডিট কাৰ্ডৰ নূন্যতম লেনদেন ২,৫০০ টকা আৰু ৩০০ টকা পৰ্যন্ত ৰেহাইৰ সৈতে ১০% ৰেহাই লাভ কৰিব পাৰে। আমাজন…
Read More