05
Jul
এজবাষ্টনত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্টত আলহী দল ভাৰতে প্ৰথম ইনিংছত ১৮০ ৰানৰ অগ্ৰগতি লাভ কৰিছে। মেচখনৰ তৃতীয় দিনা ৪০৭ ৰাণতে অলআউট হয় ঘৰুৱা দল ইংলেণ্ড । ভাৰতে প্ৰথম ইনিংছত ৫৮৭ ৰাণ সংগ্ৰহ কৰিছিল । তৃতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতে এটা উইকেট হেৰুৱাই দ্বিতীয় ইনিংছত ৬৪ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ লগে লগে ভাৰতে মুঠ ২৪৪ ৰাণৰ অগ্ৰগতি লাভ কৰে । দিনটোৰ শেষলৈ কে এল ৰাহুল ২৮ ৰাণ আৰু কৰুণ নায়াৰে ৭ ৰাণত অপৰাজিত হৈ থাকে। দ্বিতীয় ইনিংছত জয়ছোৱালে ২২ টা বলত ২৮ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। বেটেৰে বিশেষ একো কৰিব নোৱাৰিলেও জয়ছোৱালে এক অভিলেখ…
