উত্তৰ-পূৱ

হোজাই আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযান

হোজাই আৰক্ষীৰ পুনৰ ড্ৰাগছ বিৰোধী অভিযান।অসম আৰক্ষী যিমানে সতৰ্ক নহওক কিয় সৰবৰাহ কাৰীয়ে প্রতি দিনে ন ন কৌশল অৱলম্বন কৰি চলাই গৈছে সৰবৰাহ। এক গোপন সূত্ৰ পমখেদি হোজাই আৰক্ষীয়ে ভূঞাপট্টিৰ পৰা ২০তা ব্ৰাউন চুগাৰৰ কনতেনাৰ জব্দ কৰে।কনতেনাৰ সহ ড্ৰাগছ সৰ্বৰাহকাৰী ভূঞাপতি নিজ বাস গৃহ ৰ পৰা আব্দুল মজিদক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষীয়ে।জব্দ কৰা ব্ৰাউন চুগাৰ খিনি ওজনৰ পৰিমাণ প্ৰায় ২০গ্ৰাম।যিখিনি আনুমানিক বজাৰ মূল্য ১লাখ টকাৰ।
Read More

মৈৰাবাৰী আৰক্ষীৰ জালত বৃহৎ চাইবাৰ চক্ৰ।

মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সাত জনকৈ চাইবাৰ অপৰাধীক।মৈৰাবাৰী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱৰ পৰা অভিযান চলাই এই বৃহৎ চাইবাৰ চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটিয়ে।লেংৰিবৰীগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰত প্ৰায় দুঘণ্টা সময় তালাচী চলাই তেওঁৰ দুজন পুত্ৰ সহ গ্ৰেপ্তাৰ কৰে সাতজনকৈ চাইবাৰ অপৰাধী আৰু বৃহৎ পৰিমাণৰ চাইবাৰ অপৰাধত ব্যৱহাৰৰ কৰা সামগ্ৰী।গ্ৰেপ্তাৰ হোৱা সাতজন চাইবাৰ অপৰাধী ক্ৰমে-অলি উল্লাহ ওৰফে মামুন,মুষ্টাক আহমেদ, আৰিফুল ইছলাম, উমৰ ফাৰুক,দিলদাৰ হুছেইন, আৰু ফৰিদুল ইছলাম।আৰু ইয়াৰ সাতোজনৰ ঘৰ লেংৰিবৰী গাঁৱত বুলি আমি জানিব পৰা গৈছে।গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধী কেইজনৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে ১১ টা মোবাইল ফোন,৭২০ টা চিম কাৰ্ড, আৰু ৬ টা বেলেগ বেলেগ…
Read More
এনএফআইআৰৰ  চেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰীয় অভিবৰ্তনলৈ এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ ১,৫০০ জনীয়া প্ৰতিনিধি দলৰ যাত্ৰা

এনএফআইআৰৰ  চেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰীয় অভিবৰ্তনলৈ এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ ১,৫০০ জনীয়া প্ৰতিনিধি দলৰ যাত্ৰা

 ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেন চমুকৈ এনএফআইআঁৰৰ ৩০ সংখ্যক ৰাষ্ট্রীয় অভিবৰ্তনখন তিনিদিনীয়া কাৰ্যসূচীৰে অহা ৫ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ অন্ধ্ৰপ্ৰদেশৰ চেকেন্দ্ৰাবাদত অনুষ্ঠিত হব । আনহাতে অভিবৰ্তনত ভাগ লোৱাৰ বাবে এনএফআইআৰৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন তথা উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক - কৰ্মচাৰী সকলৰ  সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন "এন এফ ৰেলৱে এম্পল'য়িজ ইউনিয়নৰ এটা ১,৫০০ জনীয়া প্ৰতিনিধি দল বিশেষ ৰেলেৰে বুধবাৰে  নিশা গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা যাত্ৰা কৰিছে । বিশেষ ৰেলখন যোৱানিশা ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল  । এনএফআইআৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এম্পল'য়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত যাত্ৰা কৰা দলটোত…
Read More
দুবছৰৰ বিৰতিৰ পিছত ৬ ছেপ্টেম্বৰৰ পৰা সুব্ৰোটো কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্ট

দুবছৰৰ বিৰতিৰ পিছত ৬ ছেপ্টেম্বৰৰ পৰা সুব্ৰোটো কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্ট

ভাৰতৰ শীৰ্ষ তৃণমূল পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম সুব্ৰোটো কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্টৰ ৬১ তম সংস্কৰণটো ক'ভিড-১৯ মহামাৰীৰ বাবে দুবছৰৰ বিৰতিৰ পিছত ৬ ছেপ্টেম্বৰৰ পৰা ইয়াত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ অন্তিম সংস্কৰণটো ২০১৯ চনত অনুষ্ঠিত হৈছিল, আনহাতে ক'ভিড-১৯ মহামাৰীৰ বাবে প্ৰতিযোগিতাখন ২০২০ আৰু ২০২১ চনত অনুষ্ঠিত কৰিব পৰা নাছিল। এই সন্দৰ্ভত এয়াৰ মাৰ্শ্বেল কে অনন্তৰামনে কয়, 'আমি সুখী যে সীমিত সম্পদ থকা স্বত্বেও আমি ইমান দিন ধৰি এই প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰি আহিছো। এইবাৰ ক'ভিড-১৯ৰ বাবে দুবছৰৰ বিৰতিৰ পিছত প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব।' প্ৰতিযোগিতাখনৰ অফিচিয়েল কিট, বল আৰু ট্ৰফীও উন্মোচন কৰা হয়। প্ৰতিযোগিতাখন তিনিটা শ্ৰেণীত অনুষ্ঠিত হ'ব - চাব-জুনিয়ৰ ল'ৰা (অনুৰ্ধ-১৪), কনিষ্ঠ ছোৱালী…
Read More
এছিয়া কাপত বাংলাদেশক পৰাস্ত কৰি ছুপাৰ ৪-ত শ্ৰীলংকা

এছিয়া কাপত বাংলাদেশক পৰাস্ত কৰি ছুপাৰ ৪-ত শ্ৰীলংকা

এছিয়া কাপ টি-২০ টুৰ্ণামেণ্টৰ গ্ৰুপ বি খেলত শ্ৰীলংকাই কুশল মেণ্ডিছে (৬০) অৰ্ধশতৰ সহায়ৰে বাংলাদেশক দুটা উইকেটত পৰাস্ত কৰি ছুপাৰ ৪-ত স্থান নিশ্চিত কৰে। শ্ৰীলংকাই আঠ উইকেটৰ বিনিময়ত ১৯.২ অভাৰত বিজয়ৰ বাবে ১৮৪ ৰানৰ লক্ষ্য অৰ্জন কৰে আৰু বাংলাদেশক শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পথ দেখুৱায়। বাংলাদেশৰ হৈ এবাদাত হোছেইনে তিনিটা উইকেট দখল কৰে। বাংলাদেশৰ হৈ আফিফ হোছেইনে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। তেওঁ ২২ টা বলৰ সন্মুখীন হৈছিল আৰু চাৰিটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ৩৯ ৰান সংগ্ৰহ কৰে। মেহেদী হাছান মিৰাজে ৩৮ ৰান সংগ্ৰহ কৰে। মোছাদ্দেক হোছেইনে শেষৰ অভাৰত দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰে মাত্ৰ নটা বলত ২৪ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ…
Read More

ভূৱা ADHAR CARD PAN CARD ভোটাৰ আই ডি বনোৱা দুই অপৰাধীক কৰায়ত্ত বটদ্ৰৱা আৰক্ষীৰ

ভূৱা ADHAR CARD PAN CARD ভোটাৰ আই ডি বনোৱা দুই অপৰাধীক কৰায়ত্ত বটদ্ৰৱা আৰক্ষীৰ । বটদ্ৰৱা আৰক্ষীৰ অভিযানত ডুমডুমীয়া বজাৰৰ এখন দোকানৰ পৰা আটক দুই অপৰাধীক। অপৰাধী দুটা ডুমডুমীয়াৰ মুস্তাফা আহমেদ আৰু নুৰজামাল গাজী।অপৰাধী চক্ৰটোৱে ডুমডুমীয়া বজাৰত থকা এখন দোকানৰ পৰা বহুদিন ধৰি ভূৱা আধাৰ কাৰ্ড , পানকাৰ্ড, ভোটাৰ ID আদি যোগান ধৰি আহিছিল।আটকাধীন অপৰাধী দুটাৰ পৰা বহুকেইখন ভুৱা আধাৰ কাৰ্ড, পান কাৰ্ড , ভোটাৰ আই দিৰ লগতে কেবাটাও মোবাইল চেট এপ্লিকেচন ফৰ্ম, কম্পিউটাৰ আৰক্ষীয়ে জব্দ কৰে।উল্লেখ্য যে কি উদ্দেশ্যত অপৰাধী দুটাই এই অবৈধ কামত লিপ্ত হৈছিল তাক লৈ জেৰা অব্যাহত ৰাখিছে নগাওঁ আৰক্ষীয়ে।
Read More

মুখ্যমন্ত্ৰীক জেহাদী হবলৈ আহ্বান মিঞা পৰিষদৰ

জেহাদীৰ অৰ্থ ব্যাখ্যা কৰি শ্ৰীমন্ত শংকৰদেৱৰ অনুপ্ৰেৰণাৰে মুখ্যমন্ত্ৰীক জেহাদী হবলৈ আহ্বান মিঞা পৰিষদৰ।বঙাইগাৱৰ কাবাইটাৰীত মাৰকাজুল মাৰিফ কাৰিয়ানা নামৰ ৩৭ বছৰীয়া মাদ্ৰাছা খন চৰকাৰ প্ৰশাসনে বুল'ডেজাৰ লগাই ধবংস কৰা কাৰ্যত তীব্ৰ অসন্তষ্টি আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম- মিঞা (অসমীয়া)পৰিষদে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে গণতন্ত্ৰক ভুলুষ্ঠিত কৰি অসমীয়া মুছলমান লোকৰ কলিজাত আঘাত হনা বুলি মন্তব্য কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আব্দুল বাতেনে।আজি গৌৰীপুৰৰ আলমগঞ্জত মিঞা পৰিষদৰ নেতাজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে বিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ নেতাজনে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।আনহাতে জেহদ আৰু জেহাদীৰ অৰ্থ বিশ্লেষণ কৰি মুখ্যমন্ত্ৰীক ৰাইজৰ কল্যাণৰ বাবে জেহাদী হোৱাৰ আহ্বান জনাই মিঞা পৰিষদৰ আব্দুল নেতাজনে।আনহাতে, ডিজেষ্টাৰ মেনেজমেণ্ট…
Read More

শ্ৰীমন্ত শংকৰদেৱৰ অনুপ্ৰেৰণাৰে মুখ্যমন্ত্ৰীক জেহাদী হবলৈ আহ্বান মিঞা পৰিষদৰ

জেহাদীৰ অৰ্থ ব্যাখ্যা কৰি শ্ৰীমন্ত শংকৰদেৱৰ অনুপ্ৰেৰণাৰে মুখ্যমন্ত্ৰীক জেহাদী হবলৈ আহ্বান মিঞা পৰিষদৰ।বঙাইগাৱৰ কাবাইটাৰীত মাৰকাজুল মাৰিফ কাৰিয়ানা নামৰ ৩৭ বছৰীয়া মাদ্ৰাছা খন চৰকাৰ প্ৰশাসনে বুল'ডেজাৰ লগাই ধবংস কৰা কাৰ্যত তীব্ৰ অসন্তষ্টি আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম- মিঞা (অসমীয়া)পৰিষদে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে গণতন্ত্ৰক ভুলুষ্ঠিত কৰি অসমীয়া মুছলমান লোকৰ কলিজাত আঘাত হনা বুলি মন্তব্য কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি আব্দুল বাতেনে।আজি গৌৰীপুৰৰ আলমগঞ্জত মিঞা পৰিষদৰ নেতাজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে বিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ নেতাজনে মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।আনহাতে জেহদ আৰু জেহাদীৰ অৰ্থ বিশ্লেষণ কৰি মুখ্যমন্ত্ৰীক ৰাইজৰ কল্যাণৰ বাবে জেহাদী হোৱাৰ আহ্বান জনাই মিঞা পৰিষদৰ আব্দুল নেতাজনে।আনহাতে, ডিজেষ্টাৰ মেনেজমেণ্ট…
Read More
ইউএছ অ’পেনৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ ছেৰেনা উইলিয়ামছ

ইউএছ অ’পেনৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ ছেৰেনা উইলিয়ামছ

ছেৰেনা উইলিয়ামছে ইউএছ অ'পেনত মহিলাৰ একক তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰৰ সৈতে তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। কিন্তু ২০২১ চনৰ ৰানাৰ্ছ-আপ লেলা ফাৰ্ণাণ্ডেজ আৰু ছেমি ফাইনেলিষ্ট মাৰিয়া চাক্কাৰী দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈছিল। ইউএছ অ'পেনৰ পিছত অৱসৰ লোৱাৰ ইংগিত দিয়া ৪০ বছৰীয়া উইলিয়ামছে দ্বিতীয় ৰাউণ্ডত দ্বিতীয় শ্ৰেণীৰ এনেট কণ্টেভিটক ৭-৬ (৪), ২-৬, ৬-২ ব্যৱধানত পৰাস্ত কৰে। এইটোৱে স্পষ্ট কৰি দিছিল যে তেওঁ আৰু কমেও এখন খেল খেলিব।  যোৱা দুটা চেম্পিয়ন নাওমি ওচাকা আৰু এমা ৰাডুকানু ইতিমধ্যে বাহিৰ হৈছে আৰু এতিয়া ফাৰ্নাণ্ডেজ আৰু চাক্কাৰীৰ নামও তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। দ্বিতীয় ৰাউণ্ডত চাক্কাৰী চীনৰ ৱাং জিউৰ হাতত ৩-৬, ৭-৫, ৭-৫ ব্যৱধানত পৰাস্ত হয়, আনহাতে এবছৰ…
Read More
আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক অৰ্ধশতক বিৰাট কোহলীৰ

আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বাধিক অৰ্ধশতক বিৰাট কোহলীৰ

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে বুধবাৰে এছিয়া কাপ ২০২২ত হংকঙৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ ক্ষেত্ৰত ৰোহিত শৰ্মাৰ সমতুল্য হয়।খেলখনৰ বিষয়ে ক'বলৈ গ'লে, ভাৰতে প্ৰথমে বেটিং কৰে আৰু দুটা উইকেট হেৰুৱাই ১৯২ ৰান সংগ্ৰহ কৰে। অপেনাৰ কে এল ৰাহুলে ৩৬ ৰান সংগ্ৰহ কৰে যদিও তেওঁৰ ষ্ট্ৰাইক ৰেট ১০০ ৰ তলত আছিল। একেদৰে, অধিনায়ক ৰোহিত শৰ্মাই ২১ ৰানৰ অৱদান আগবঢ়াই। বিৰাট কোহলীয়ে এছিয়া কাপ ২০২২ ত অৰ্ধশতক অৰ্জন কৰা প্ৰথম জন খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁ এটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৪৪ টা বলত ৫৯ ৰান সংগ্ৰহ কৰে। একেদৰে সূৰ্যকুমাৰ যাদৱে ৬টা চাৰি আৰু…
Read More