গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ কোষৰ আলোচনাচক্ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ কোষৰ আলোচনাচক্ৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে আয়োজন কৰা - "কোভিড প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ লগতে ভাৰতত কোভিড টীকাকৰণ "সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৱেবিনাৰৰ যোগেৰে সম্পন্ন হয়। আলোচনাচক্ৰখনত অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালক তথা এনএছএছ ৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে কয় ভেকচিন লোৱাৰ ফলত নিজক সুৰক্ষা কৰাৰ উপৰিও আনকো সুৰক্ষা দিয়ে আৰু ভেকচিনক লৈ যি অপপ্রচাৰ চলি আছে তাৰ বিৰুদ্ধেও স্বেচ্ছাসেৱক সকলক যুজঁ দিবলৈ আহ্বান জনায় । আলোচনাচক্ৰখন কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ হৈ উদ্বোধন কৰে সহকাৰী উপায়ুক্ত অনুৰাগ ৰুদ্ৰই । উদ্বোধনী ভাষণত তেওঁ কয় যে -কোভিডক লৈ সজাগতা বৃদ্ধি কৰি সকলকে কোভিড ভেকচিন…
Read More
সান্ধ্য আইন ভংগ কৰি অবৈধ গো মাংসৰ বিক্রী

সান্ধ্য আইন ভংগ কৰি অবৈধ গো মাংসৰ বিক্রী

ক'ভিড -১৯ ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰায় দুমাহ ধৰি ৰাজ্যজুৰি চলি আছে ১৫ ঘন্টাৰ সান্ধ্য আইন । সংশোধিত এছ অ পি অনুসৰি পুৱা ৫ বজাৰ পৰা বিয়লি ১ বজালৈ সকলো দোকান - পোহাৰ , হোটেল , ব্যবসায়ীক প্ৰতিষ্ঠান খোলা ৰখাৰ ব্যৱস্থা আছে। তাৰ পাছত ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয় । এছ অ পি অনুসৰি ১ বজাৰ লগে লগে সকলো হোটেল , দোকান - পোহাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাটো বাধ্যতামূলক । নকৰিলে আৰক্ষী বা জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াই তেনে আইন অমান্যকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী…
Read More
শ্ৰী সত্য সাই সেৱা সংগঠনৰ খাদ্য সামগ্ৰী বিতৰণ

শ্ৰী সত্য সাই সেৱা সংগঠনৰ খাদ্য সামগ্ৰী বিতৰণ

পশ্চিম গুৱাহাটীৰ পৰিবেশ অনুকূল গাঁও হিচাপে পৰিচিত আজাৰা থানাৰ অন্তৰ্গত ছাটাৰগাঁওত সামাজিক সংস্থা শ্ৰী সত্য সাই সেৱা সংগঠনে খাদ্য সামগ্ৰী বিতৰণ কৰে । সংগঠনটোৰ কৰ্মকর্তা সত্যেন শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অঞ্চলটোৰ ৬২ টা ৰাভা জনগোষ্ঠীৰ পৰিয়ালক চাউল , দালি , আলু , পিয়াজ , নিমখ , মিঠাতেল , চিৰা , বিস্কুট , দিয়াচলাইৰ উপৰি মুখত পৰিধান কৰাৰ বাবে চাৰিখনকৈ মাস্ক বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত স্থানীয় নৱজ্যোতি ক্লাবৰ সভাপতি দ্বীপেন ৰাভা , সম্পাদক মনোজ ৰাভাকে ধৰি কেবাজনো কৰ্মকর্তা , পৰ্যটনৰ উন্নয়নৰ হকে কাম কৰি অহা সংগঠন " ৰংমন ট্যুৰিজিম চছাইটিৰ প্ৰমোদ কলিতা , কন্দৰ্প বড়ো , অসম পৰ্বতাৰোহী সংস্থাৰ মানস…
Read More
ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ নহা পৰ্যন্ত ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ আৰু ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ ঘোষণা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ক’ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ নহা পৰ্যন্ত ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ আৰু ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ ঘোষণা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গুৱাহাটীঃ ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ ভোটাৰ থকা সমষ্টি হিচাপে পৰিচিত ৫৪নং পশ্চিম গুৱাহাটীত অষ্টমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি ষষ্ঠ বাৰৰ বাবে বিজয়ী হোৱাৰ লগতে এইবেলি অভিলেখ পৰিমাণৰ প্ৰায় ১.৩৮ লাখ ভোট লাভ কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানৰ ৰাজ্যৰ ভয়ংকৰ ক'ভিড পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি নহা পৰ্যন্ত ৰাজহুৱা স্থানত কোনো ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ আৰু ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে। অৱশ্যে বিগত দুদিনত অগপকে ধৰি মিত্ৰজোঁটৰ দুই এক সমৰ্থক-কৰ্মকর্তাই ক'ভিড বিধি মানি বাসভৱনলৈ আহি শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে বৰ্তমান ৰাজ্যত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে হাফ লকডাউন…
Read More