16
Mar
কামপুৰত অঘটন৷ খহি পৰিল কামপুৰৰ নৱনিৰ্মিত কপিলী দলং৷ দলঙৰ পৰা পৰি আহত ৩ জন শ্ৰমিক। সংকটজনক অৱস্থাত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ দলঙৰ তলত আৰু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে৷ নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মানৰ অভিযোগ ৰাইজৰ৷ এই ঘটনাৰ পিছতে দলং নিৰ্মাণৰ ঠিকাদাৰৰ লগতে সকলো কৰ্মচাৰীৰ পলায়ন৷
