05
May
সোমবাৰে এব্বটেই আই ভি দি নিৰ্দেশ অনুসৰি চি ই মাৰ্ক লাভ কৰাৰ কথা ঘোষণা কৰে। এইটো এটা প্ৰৰীক্ষাগাৰ ভিত্তিক চেৰৌলজি তেজ পৰীক্ষা যিটোৱে এন্টিবডি, আই জি জি ৰ ধৰা পেলায়। ই যদি এজন ব্যক্তিৰ দেহত নভেল কৰোনা ভাইৰাছ (Covid-19) থাকে সেইটো চিনাক্ত কৰে। যদি কোনো এজন ব্যক্তি পূৰ্বেই সংক্ৰমিত হয় তেন্তে পিছৰ পৰ্যায়ত এন্টিবডি পৰীক্ষা কৰাতো প্ৰয়োজন। এইক্ষেত্ৰত যদি সিহঁতে ইমিউনিটি প্ৰদান কৰে তেতিয়া এইটোৱে ভাইৰাছৰ বিষয়ে অধিক জানিবলৈ সহায় কৰাৰ লগতে শৰীৰত এন্টিবডিবোৰ কিমান দেৰিলৈ থাকে জনাত সহায় কৰে।এইধৰণৰ জ্ঞানে চিকিৎসা আৰু ভেকচিন উন্নতি কৰনত সহায় কৰে। ভাৰতৰ এব্বট দাইগ্নষ্টিক ব্যবসায়ৰ দেশীয় মূৰব্বী আৰু জেনেৰেল মেনেজাৰ নৰেন্দ্ৰ ভাৰ্দে কয়…