11
Jul
'এনাৰ্জি ড্ৰিংক’ বুলি বিক্ৰী হৈ থকা কেইবাটাও জনপ্ৰিয় পানীয়ৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ভুৱা আৰু বিভ্ৰান্তিকৰ দাবীৰ অভিযোগত পাঁচ লাখৰো অধিক এনাৰ্জি ড্ৰিংকৰ কেন জব্দ কৰাৰ লগতে বজাৰ আৰু অনলাইন প্লেটফৰ্মত এই সামগ্ৰীৰ বিক্ৰী আৰু মজুতকৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজস্থানত যোৱা এটা সপ্তাহ ধৰি চলোৱা বিশেষ অভিযানত খাদ্য সুৰক্ষা আৰু ঔষধ নিয়ন্ত্ৰক আয়ুক্তৰ কাৰ্যালয়ে ৮টা ভিন্ন ব্ৰেণ্ডৰ এই এনাৰ্জি ড্ৰিংক জব্দ কৰে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ (এফএছএছএআই) নিৰ্দেশনা উলংঘা কৰি বিভ্ৰান্তিকৰ দাবীৰে এই সামগ্ৰীসমূহ বিক্ৰী কৰা হৈছিল বুলি জানিবলৈ দিয়ে বিভাগটোৱে। জানিব পৰা মতে, এনাৰ্জি ড্ৰিংকৰ নামত নিজৰ পানীয় বিক্ৰী কৰি অহা হেল এনাৰ্জি, ৰেড…
