16
Feb
কণী প্ৰটিনৰ এক উৎকৃষ্ট উৎস। সেয়েহে মানুহে প্ৰায়ে খাদ্য তালিকাত এই খাদ্য বিধ অন্তৰ্ভুক্ত কৰে। কণী বহু ধৰণে সেৱন কৰা হয়। কোনোৱে বইল, কোনোৱে অমলেট বনায়। অৱশ্যে কিছুমান মানুহে কেঁচাকৈ খায়। ইয়াৰ পৰা প্ৰশ্ন উত্থাপন হয় যে, কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা যায় নেকি, নে কেঁচা কণীয়ে অধিক উপকাৰ দিয়ে ? কেঁচা কণী খালে অধিক প্ৰ’টিন পোৱা বুলি ধাৰণাটো সম্পূৰ্ণ সঁচা নহয়, বৰঞ্চ সিজোৱা কণীহে শৰীৰে অধিক হজম আৰু গ্ৰহণ কৰিব পাৰে। কেঁচা কণীয়ে পেশী আৰু চুলিৰ বাবে কিছু উপকাৰ দিলেও, ইয়াত থকা 'এভিদিন' (avidin) নামৰ প্ৰ’টিনে বায়’টিন শোষণত বাধা দিয়ে আৰু চালমোনেলা বেক্টেৰিয়াৰ ফলত ফুড পইজনিং হোৱাৰ সম্ভাৱনা…
