06
Oct
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু ৷বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে গড়টোৰ ৷উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হৈছে গঁড়টোৰ ।গড়টোৰ বয়স আনুমানিক ৪০-৪৫ বছৰ বুলি জানিব পৰা গৈছে । গঁড়টোৰ উচ্চতা ২ মিটাৰ আৰু দীঘল ৩ মিটাৰত অধিক বুলি জানিব দিছে বন বিভাগে ।বুধবাৰে উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত বন কৰ্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো । পশু চিকিৎসক বাহাৰুল ইছলাম আৰু ডি, এফ, অ প্রদীপ্ত বৰুৱাই জনোৱা মতে, অতিৰিক্ত বয়স হোৱাৰ বাবেই মৃত্যু হৈছে গঁড়টোৰ । খড়্গকে আদি কৰি সকলো অংগ কুশলে আছে বুলি জানিব দিয়ে বন বিভাগে । বুধবাৰে সন্ধিয়া বন বিভাগৰ…
