21
Oct
জেহাদী আৰু PFI ৰ বিৰুদ্ধে আৰু অধিক কঠোৰ হব অসম আৰক্ষীস্পৰ্শকাতৰ অঞ্চল সমূহত তীক্ষ্ণ দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে বিভিন্ন শ্লীপাৰ চেল গঠনৰ পৰিকল্পনা জেহাদীৰ।কিন্তু অসম আৰক্ষীয়ে সেই সমূহ নিৰ্মূলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লব আৰক্ষীয়ে।PFI ৰ বিৰুদ্ধেও কঠোৰ হৈছে আৰক্ষী প্ৰশাসনবৃহস্পতিবাৰে নিশাও কামৰূপৰ নগৰবেৰাটো অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ।কনিষ্টবল নিযুক্তি CID ৰ গোচৰ প্ৰসংগত মন্তব্য SDGP জি পি সিঙৰ মন্তব্য।ভুৱা প্ৰমাণ পত্ৰৰে চাকৰি লোৱা সকলো হব গ্ৰেপ্তাৰ।চাৰ্টিফিকেট প্ৰদান কৰা কম্পিউটাৰ INSTITUTE ৰ স্বত্বাধিকাৰী ও সাৰি নাযাব তদন্ত ৰ আওতাৰ পৰা।সেই সকলক তলৱ কৰিবলৈ CID ক নিৰ্দেশ SDGP জি পি সিঙৰ।
