27
Oct
অসমৰ সংস্কৃতিৰ ওপৰত চৌদিশৰ পৰা আক্ৰমণ ! মিঞা মিউজিয়াম বিতৰ্ক শেষ নহওতেই এইবাৰ অসমীয়াৰ স্বাভিমান 'গামোচাৰ' ওপৰত একাংশ কলিকতীয়া বঙালীৰ আক্ৰমণ ! অসমীয়াৰ হিয়াৰ আঁমঠু গামোচাৰ ওপৰত মদৰ বটল সজাই মদ্যপান কৰি এই সকল কলিকতীয়াৰ সামাজিক মাধ্যমত অট্টহাস্য ! উল্লেখ্য যে আটাইকেইজন ব্যক্তি উচ্চ শিক্ষিত আৰু মেডিচিন কোম্পানীত উচ্চ পদবীত কৰ্মৰত ! আনহাতে কৰ্মসূত্ৰে এই সকল ব্যক্তি প্ৰায় অসমলৈ আহে আৰু গামোচাখন যে অসমীয়া সংস্কৃতিৰ অন্যতম ধ্ব্জ্জা সেই কথা এই সকল ব্যক্তিয়ে অতি ভালকৈ জানে ! ইয়াৰে 'বিশ্বজৎ দাস' আৰু 'অভ্ৰ মুখাৰ্জী' Universal Nutriscience চমুকৈ UNS আৰু 'প্ৰান্তিক ঘোষ' Pharmed Limited নামৰ মেডিচিন কোম্পানীত উচ্চ পদবীত কৰ্মৰত ! উল্লেখ্য যে…
