Dipshikha

3317 Posts

গেলেকীৰ আঠখেলত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এটা ঘটনা

গেলেকীৰ আঠখেলত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এটা ঘটনাৰাজ্য চৰকাৰৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে গেলেকীৰ আঠখেলত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা ।।গেলেকীৰ আঠখেলত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা ঘটনা ।।আঠখেল বাগিছাৰ 7 নং লাইনৰ অজয় চাহু নামৰ এজন যুৱকে অসৎ চৰিতাৰ্থ পুৰণৰ চেষ্টা কৰিলে এগৰাকী কিশোৰীক ।।দোকানলৈ নিয়াৰ প্ৰলোভনেৰে বাগানৰ মাজলৈ নি অসৎ চৰিতাৰ্থ পুৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে অজয় চাহু নামৰ যুৱকজনৰ বিৰুদ্ধে ।।ইতিমধ্যে ভূক্তভুগী কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত গেলেকী আৰক্ষী থানাই যুৱকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।।
Read More

বৰচলাত গ্ৰেপ্তাৰ দুজন কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী

বৰচলাত গ্ৰেপ্তাৰ দুজন কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী। মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা আৰু বৰচলা আৰক্ষীৰ যুটীয়া অভিযানত অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত কৰায়ত্ত কৰে মৈৰাবাৰীৰ দলৈগাঁৱৰ জাকাৰীয়া আলম আৰু কালিকাজুৰি গাঁৱৰ আনুৱাৰ হুছেইনক।গ্ৰেপ্তাৰ হোৱা দুজনৰ পৰা... এটা হস্ত নিৰ্মিত পিষ্টল, ড্ৰাগছ ভৰ্তি কেণ্টিনাৰ ১৪ টা, মোবাইল ফোন তিনিটা আৰু এখন AS-21 L 0803 নম্বৰৰ হিৰ কোম্পানীৰ স্কুটি জব্দ কৰে।উল্লেখ যে ধৃত জাকাৰীয়া আলম পূৰ্বেও অস্ত্ৰ সৰবৰাহ,আৰক্ষীৰ নামত ধন দাবী,দালালি,চুৰি, ডকাইতি আদি বিভিন্ন গোচৰত কেইবাবাৰো জেল হাজোতলৈ গৈছে।
Read More

ন ৰূপ পালে বটদ্ৰৱা আৰক্ষী থানাই

ন-ৰূপ পালে বটদ্ৰৱা আৰক্ষী থানাই।মাংগলিক ধ্বনিৰে শুভ উদ্বোধন কৰা হ'ল বটদ্ৰৱা আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন।জনহিত জনসেৱাৰ্থে'ৰ মূল মন্ত্রৰে ন-উদ্যমেৰে ৰাইজৰ হকে কাম কৰিবলৈ সাজু বটদ্ৰৱা আৰক্ষী।*দেশ কপোৱা বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা কাণ্ডৰ পিছত ন-ৰূপত সজাই পৰাই তোলা হ'ল বটদ্ৰৱা আৰক্ষী থানা।ন-ৰূপত সজাই পৰাই তোলা হৈছে বটদ্ৰৱা আৰক্ষী থানা। বিগত বৰ্ষৰ ২১ মেত একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা। তেতিয়াৰ পৰা স্থায়ী গৃহ অবিহনে অস্থায়ী ৰূপে চলি আছিল গুৰুত্বপূৰ্ণ অঞ্চলৰ থানাখনি। আজি মাংগলিক কাৰ্যসূচীৰ মাজেৰে এটি স্থায়ী ঠিকনা পালে বটদ্ৰৱা আৰক্ষী থানাই। যাৰ বাবে উৎফুল্লিত বটদ্ৰৱা বাসী ৰাইজৰ লগতে সত্ৰৰ ভকত বৈষ্ণৱ। বটদ্ৰৱা থানৰ নৱনিৰ্মিত আটকধুনীয়া গৃহটি মুকলি কৰে…
Read More

আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

আজি নাগালেণ্ডলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৩.২০ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিব গৃহমন্ত্ৰীৰ বিমান। ডিব্ৰুগড়ৰ পৰা নাগালেণ্ডৰ মন জিলালৈ হেলিকপ্টাৰেৰে যাব শ্বাহে। মনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।
Read More

আৰক্ষীৰ পোচাক ব্যৱহাৰ কৰি গাড়ী চুৰিৰ চেষ্টা দুষ্ট চক্ৰৰ

আৰক্ষীৰ পোচাক ব্যৱহাৰ কৰি গাড়ী চুৰিৰ চেষ্টা দুষ্ট চক্ৰৰ।গাড়ী চোৰ কৰিবলৈ ব্যৰ্থ চক্ৰটো কিন্তু লৈ গল গাড়ী চালকৰ মবাইল আৰু লগত থকা টকা।এই অভিযোগ গাড়ী খনৰ চালকৰ।ৰাজ্যত সঘনেই সংগঠিত হব ধৰিছে গাড়ী চুৰি কাণ্ড বিভিন্ন কৌশল অৱলম্বন কৰি গাড়ী চুৰি চক্ৰয় সংগঠিত কৰি আহিছে এই চুৰি কাৰ্য্য।যোৱা নগাঁওৰ পৰা ধিং অভিমুখে আহি থকা নতুন নম্বৰ প্লেট বিহীন টাটা মবাইল গাড়ী খনক নগাওঁ ধিং সংযোগী গড়কাপ্তানি পথৰ ৰাইডিঙিয়া ৰজা আলিত এখন বুলেৰ বাহনে ৰখাই আৰু আৰক্ষীৰ পোছাক পৰিহিত দুজন লোক গাড়ীখনত উঠি ধিং যাব বুলি কয় চালকজনে লোক দুজনক লৈ আহি থাকে আৰু পিছে পিছে বুলেৰ বাহন খন আহি থাকে বটদ্ৰৱা…
Read More

বৰচলাত গ্ৰেপ্তাৰ দুজন কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী

বৰচলাত গ্ৰেপ্তাৰ দুজন কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী। আজি সন্ধিয়া মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা আৰু বৰচলা আৰক্ষীৰ যুটীয়া অভিযানত অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত কৰায়ত্ত কৰে মৈৰাবাৰীৰ দলৈগাঁৱৰ জাকাৰীয়া আলম আৰু কালিকাজুৰি গাঁৱৰ আনুৱাৰ হুছেইনক।গ্ৰেপ্তাৰ হোৱা দুজনৰ পৰা... এটা হস্ত নিৰ্মিত পিষ্টল, ড্ৰাগছ ভৰ্তি কেণ্টিনাৰ ১৪ টা, মোবাইল ফোন তিনিটা আৰু এখন AS-21 L 0803 নম্বৰৰ হিৰ কোম্পানীৰ স্কুটি জব্দ কৰে।উল্লেখ যে ধৃত জাকাৰীয়া আলম পূৰ্বেও অস্ত্ৰ সৰবৰাহ,আৰক্ষীৰ নামত ধন দাবী,দালালি,চুৰি, ডকাইতি আদি বিভিন্ন গোচৰত কেইবাবাৰো জেল হাজোতলৈ গৈছে।
Read More

গোসাইগাঁৱৰ সাপকাটাত নেলী হত্যাকাণ্ডৰ প্ৰতিবাদত আমছুৰ ক’লা দিৱস পালন

গোসাইগাঁৱৰ সাপকাটাত নেলী হত্যাকাণ্ডৰ প্ৰতিবাদত আমছুৰ ক’লা দিৱস পালন। বিদেশী বিতাড়নৰ আন্দোলনৰ ভৰপক সময়ত ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীত এক গণ হত্যা সংঘটিত হৈছিল ৷এচাম দুস্কৃতিকাৰীয়ে নৃশংসভাৱে শ শ সংখ্যালঘু লোকক নিৰ্মমভাৱে হত্যা কৰা হৈছিল ৷হত্যাৰ বলি হোৱা সকলৰ ভিতৰত শিশু আৰু নাৰীৰ সংখ্যা যথেষ্ট আছিল ৷নেলী হত্যাকাণ্ডৰ ৪০ টা বছৰত ভৰি দিলে যদিও আজিলৈকে নেলী হত্যাকাণ্ডৰ বলি হোৱা সকল আজিলৈকে ন্যায় নাপালে ৷নেলী হত্যাকাণ্ডৰ সঠিক ন্যায় পোৱাৰ বাবে চৰকাৰে তিৱাৰী আয়োগ গঠন কৰিছিল ৷ কিন্ত সেই তিৱাৰী আয়োগৰ প্ৰতিবেদন আজিলৈকে চৰকাৰে ৰাজহুৱা নকৰিলে ৷হত্যাৰ বলি হোৱা লোক সকলক শ্বহীদ বুলিও ঘোষণা নকৰিলে ৷নেলী হত্যাকাণ্ডৰ প্ৰতিবাদত অন্যান্য বছৰ দৰে এই…
Read More
লাওখোৱা-বুঢ়াচাপৰিৰ চিতলমাৰি অস্থায়ী আশ্ৰয় শিবিৰত উচ্ছেদিতৰ দুৰ্দশা

লাওখোৱা-বুঢ়াচাপৰিৰ চিতলমাৰি অস্থায়ী আশ্ৰয় শিবিৰত উচ্ছেদিতৰ দুৰ্দশা

লাওখোৱা-বুঢ়াচাপৰিৰ চিতলমাৰি অস্থায়ী আশ্ৰয় শিবিৰত উচ্ছেদিতৰ দুৰ্দশা।অনিদ্ৰা অনাহাৰে দিন পাৰ কৰিছে উচ্ছেদিতই।লাওখোৱা-বুঢ়াচাপৰিৰ চৰ অঞ্চলৰ উচ্ছেদৰ ফলত বহুলোকে আশ্ৰয় গ্ৰহণ কৰিছে চিতলমাৰি অস্থায়ী আশ্ৰয় শিবিৰত।
Read More

1983 চনৰ নেলী গনহত্যাৰ প্ৰতিবাদত আমছুৰ ক’লা দিৱস পালন

1983 চনৰ নেলী গনহত্যাৰ প্ৰতিবাদত আমছুৰ ক'লা দিৱস পালন।সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বুৰাবুৰী আঞ্চলিক আমছুৰ সহযোগত আজি বুৰাবুৰীত ক'লা দিৱস পালন কৰে বুৰাবুৰী আঞ্চলিক আমছুৱে।উল্লেখ্য যে,প্ৰতি বছৰে ফেব্ৰুৱাৰীৰ 18 তাৰিখে আমছুৱে ক'লা দিৱস পালন কৰে।যোৱা 1983 চনৰ নেলীৰ গণহত্যাৰ ন্যায় প্রদান কৰা আৰু তিয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত আমছুৰ উদ্যোগত প্ৰতি বছৰে ১৮ ফেব্ৰুৱাৰী দিনটো ক'লা দিৱস হিচাবে পালন কৰি আহিছে।সেয়েহে আজি মৰিগাঁও জিলা আমছুৰ অন্তৰ্গত বুৰাবুৰী আঞ্চলিক আমছুৰ উদ্যোগত ৰাজহুৱা স্থানত ক'লা বেজ পৰিধান কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আজি ক'লা দিৱস হিচাবে পালন কৰে।আৰু চৰকাৰক আহ্বান জনাই যাতে অতি…
Read More

প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰাহুল ছেত্ৰী জামিন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহিষ্কৃত সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীক ডিব্ৰুগড় আদালতে মঞ্জুৰ কৰিলে জামিন। প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাহুল চেত্ৰী।
Read More