অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।পুৱতি নিশা ৩ মান বজাত সংঘটিত হয় এই দুর্ঘটনা।
মহানগৰীৰ হাতীগড় চাৰিয়ালিত সংঘটিত হয় এই দুর্ঘটনা।দুর্ঘটনাৰ সময়ত বাহনৰ ভিতৰত স্বামী আৰু সন্তানৰ সৈতে আছিল বৰষাৰাণী বিষয়া
সৌভাগ্য ক্ৰমে ৰক্ষা পৰে অভিনেত্ৰী গৰাকীৰ লগতে পৰিয়ালটো।জানিব পৰা মতে জু-তিনিআলি ফালৰ পৰা গীতানগৰ অভিমুখে আহি আছিল AS-01-GU-0073 নম্বৰৰ XUV বাহন খন। চালকে চলাই অহা বাহন খনে হঠাৎ পথৰ দ্বিভাইডাৰত খুন্দা মাৰে।ইয়াৰ ফলতে সংঘটিত হয় দুর্ঘটনাটো
সম্প্ৰতি বাহন খন গীতানগৰ থানাত আছে
হাতীগাঁও চাৰিআলিত দুৰ্ঘটনাত পতিত বৰষা ৰাণী বিষয়াৰ বাহন, পুৱতি নিশা ৩ বজাত সংঘটিত ঘটনা
