ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা। পশ্চিম চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়ান সেনাৰ বিমান। ভয়ংকৰ দুৰ্ঘটনাটোত বিমানখনত থকা ১৯জন লোকৰ মৃ*ত্যু। উৰণৰ কিছু সময়ৰ পাছতে জুই লাগিছিল বিমানখনত। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৰাছিয়াৰ অন্যতম তদন্তকাৰী সংস্থাৰ।
ৰাছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা
