১০ অক্টোবৰৰ পৰা দেশৰ বিভিন্ন পৰ্যায়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ সোমবাৰে এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতৃত্বই ৷সোমবাৰে সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিসকল সৈতে হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৰ নেতৃত্বই ৷
১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ
