টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী!

লোমহৰ্ষক ঘটনাই কঁপাইছে দেশ।

নীলা ড্ৰাম, ফ্ৰীজৰ পাছত টিনৰ বাকছক লৈ দেশজুৰি চাঞ্চল্য।

টিনৰ বাকচত পোৱা গ’ল ২৫বছৰীয়া যুৱতীৰ কটা মূৰ।

হাত-ভৰি, শৰীৰ বিভিন্ন অংশ পোৱা গ’ল এটা বেগত।

লগে লগে ৰে’লৰ ডবাত হুলস্থুলীয়া পৰিৱেশ।

যুৱতীগৰাকীৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাট কৰাৰ চিন স্পষ্ট।

বাকচ আৰু বেগটোত তেজৰ দাগ স্পষ্ট।

ৰে’লৰ চাফাই কৰ্মচাৰীয়ে বাকচটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে প্রশাসনক।

কোনোৱে হত্যা কৰি যুৱতীগৰাকীক বাকচত ভৰাই উঠাই দিছিল ৰে’লত।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ৰে’ল ষ্টেচনত এই ঘটনা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *