আছাদুদ্দিন ওৱেছিৰ AIMIM দলক সন্ত্রাসবাদী সংগঠন আখ্যা।
‘লাডেন আৰু আছাদুদ্দিন ওৱেছিৰ মাজত নাই কোনো পার্থক্য’।
‘লাডেনে আল কায়দাৰ জৰিয়তে কৰা কামেই কৰি আছে ওৱেছিয়ে’ ।
AIMIMৰ জড়িয়তে ওৱেছিয়ে জেহাদ চলোৱাৰ অভিযোগ।
‘নির্বাচনত জয়ী হৈ আজিলৈকে সমাজৰ একো ভাল কৰা নাই ওৱেছিয়ে’।
