মায়ঙৰ ঐতিহাসিক গৰঙ্গা মন্দিৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন

মায়ঙৰ ঐতিহাসিক গৰঙ্গা মন্দিৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন।আজি ৰঙৰ উৎসৱ ফাকুৱা। না না ৰঙেৰে ৰঙীন ৰাজ্যৰ চৌপাশ।ব্যতিক্ৰমী নহয় মায়ঙৰ ঐতিহাসিক গৰাঙ্গা মন্দিৰ প্ৰাঙ্গণ।আজি প্ৰথম দিনা আবীৰৰ ৰঙেৰে উখলমাখল পৰিৱেশ গৰঙ্গা মন্দিৰৰ চৌহদ ৷পুৱাৰে পৰা মন্দিৰলৈ ওলাই আহিল অগনণ ভক্ত। পুৱাৰে পৰা চলিছে পূজা অৰ্চনা ৷ এক কথাত কবলৈ গলে উখলমাখল মায়ঙৰ গৰঙ্গা মন্দিৰ ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *