শিৱসাগৰৰ মাজমজিয়াত ড্ৰাগছসহ এজন যুৱক আটক।



শিৱসাগৰৰ মাজমজিয়াত ড্ৰাগছসহ এজন যুৱক আটক।

শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ কাষত কৰায়ত্ত যুৱকজন।

শিৱসাগৰ আৰক্ষীয়ে ড্ৰাগছৰ সৈতে কৰায়ত্ত কৰা যুৱকজনৰ নাম ৰাজু আলি।

ৰাজু আলিৰ ঘৰ জয়সাগৰ তিনিআলিত

যুৱকজনৰ লগত ১ গ্ৰাম ড্ৰাগছ জব্দ

বৰ্তমান ড্ৰাগছৰ সৈতে কৰায়ত্ত হোৱা যুৱকজনক শিৱসাগৰ সদৰ থানাত সোধপোছ কৰি থকা হৈছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *