মৰিগাঁওত মৰিগাঁও দিৱস উদযাপন

মৰিগাঁওত মৰিগাঁও দিৱস উদযাপন।মৰিগাঁৱে ১৯৮৯ চনৰ ১৪ অক্টোবৰত জিলা হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছিল।
তাৰ পৰিপ্ৰেক্ষিতত আজি মৰিগাঁও জিলাৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আহিছে জিলা বাসীয়ে।
কিন্তু এইবেলি ১৪ আৰু ১৫ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাবাসীৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব মৰিগাঁও দিৱস ২০২২।
য’ত উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখীৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগতে বহু নবীন আৰু পবিন শিল্পী।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *