পুনৰ বিৰ্তকত সোমাই পৰিল মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী।

পুনৰ বিৰ্তকত সোমাই পৰিল মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী।

সদৌ তিৱা যুৱ ছাত্ৰ পৰিষদৰ মুকলি সভাত ভাষণৰ মাজতে বিধায়ক ৰমাকান্ত দেউৰী বিস্ফোৰক মন্তব্য।।
মুকলি সভাত জনজাতি ৰাইজক হিংসাত্মক কাম কৰাৰ বাবে উচতনি
আমাৰ ভূমিপুত্ৰ সকলে ফৰেষ্টৰ মাটি দখল কৰি বহি থাকিলে জোৰ জবৰদস্তি উঠাই দিয়ে।গতিকে এইবাৰ উঠাব আহিলে ফৰেষ্টৰ মানুহক দা জাঠি লৈ টুকুৰা টুকুৰী কৰি কাটি দিবি।।
এই মন্তব্য কৰে তিৱা যুব পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত। বিশেষকৈ তিৱা মহিলা সকলক উদ্দেশ্য কৰি এই মন্তব্য মৰিগাঁও জন প্ৰতিনিধি গৰাকীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *