26
Jun
ক'ভিড -১৯ ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰায় দুমাহ ধৰি ৰাজ্যজুৰি চলি আছে ১৫ ঘন্টাৰ সান্ধ্য আইন । সংশোধিত এছ অ পি অনুসৰি পুৱা ৫ বজাৰ পৰা বিয়লি ১ বজালৈ সকলো দোকান - পোহাৰ , হোটেল , ব্যবসায়ীক প্ৰতিষ্ঠান খোলা ৰখাৰ ব্যৱস্থা আছে। তাৰ পাছত ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয় । এছ অ পি অনুসৰি ১ বজাৰ লগে লগে সকলো হোটেল , দোকান - পোহাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাটো বাধ্যতামূলক । নকৰিলে আৰক্ষী বা জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াই তেনে আইন অমান্যকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী…