সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন ৷ তেওঁৰ সন্মতি অবিহনে সোণম ৱাংচুকক কোনো চিকিৎসা নকৰাবলৈ আৰক্ষীক সকীয়নি ৷‘‘মোৰ অনুমতি অবিহনে কোনেও সোণম ৱাংচুকক হাত নলগাব ৷ মোৰ অনুপস্থিতিত, মোৰ সন্মতি অবিহনে তেওঁক কোনো যাতে চিকিৎসা কৰা নহয় ৷’’ এই মন্তব্য সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ ৷ইফালে দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, বিশেষজ্ঞ চিকিৎসাৰ পৰামৰ্শ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি চলি ৱাংচুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ আনহাতে একে সময়তে, ক’কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই সামাজিক মাধ্যমযোগে কয় যে সোণম ৱাংচুকক আৰক্ষীয়ে জোৰকৈ প্ৰতিবাদস্থলীৰ পৰা চিকিৎসালয়লৈ লৈ যায় ৷ এই সময়ছোৱাত দিল্লী আৰক্ষীয়ে তেওঁৰ লগতে আন প্ৰতিবাদী শিক্ষাৰ্থাকো মাৰ-পিট কৰে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *