ভগৱানৰ চমৎকাৰ!নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ কৰে ।মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল সঞ্জয় সাহ আৰু কবীৰ মহৰ্জন।১০দিনৰ অন্তত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ ২শ্ৰমিকক।
দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে হাজাৰ হাজাৰ উদ্ধাৰকৰ্মীয়ে।
নেপালৰ ৮ জিলাত বোকামাটি-পলস, ধ্বংসস্তুপৰ মাজত চলিছে অভিযান।
ধ্বংসস্তুপৰ মাজত মৃতদেহৰ সন্ধান ভাৰতকে ধৰি অন্য দেশৰ উদ্ধাৰকাৰীৰ।
ত্রিশূলীৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰৰ পাছতে উৎফুল্লিত উদ্ধাৰকাৰীৰ দল।
নেপালৰ ভয়াৱহ বানৰ ১০দিন পিছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা উদ্ধাৰকাৰী দলে ২ জনক জীৱন্তে উদ্ধাৰ
