নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ? কাৰণ ৬৮ টা বৰফ আবৃত হ্ৰদক অতি বিপদজনক বুলি চিনাক্ত কৰিছে চৰকাৰে ৷ যিকোনো মুহূৰ্ততে ৬৮ টা বৰফ আবৃত হ্ৰদৰ যিকোনো এটা বিস্ফোৰণ হৈ ভয়ংকৰ বান সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰিছে চৰকাৰে ৷সেয়ে দুৰ্যোগৰ পূৰ্বে ৰাইজক আগতীয়াকৈ কেনেকৈ সতৰ্কবাণী দিব পাৰিব তাৰ বাবে কৰ্তৃপক্ষই কাম কৰি আছে বুলিও উল্লেখ কৰিছে জন্মু-কাশ্মীৰ চৰকাৰে ৷
নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ?
