গুৱাহাটীৰ বৰ্ষাপাৰাৰ ডঃ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব । সামগ্ৰিকভাৱে এইখন ষ্টেডিয়ামত তৃতীয়খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাই একোখনকৈ মেচ খেলিছিল ।নেহৰু ষ্টেডিয়ামত ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত অসমত প্ৰথমখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । বৰ্ষাপাৰাত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হ’ব ভাৰত ।
আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব
