গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত সুৰাপায়ী চালকৰ উদ্ভণ্ডালি।
ষ্টাণ্ট কৰিবলৈ গৈ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন চাৰিচকীয়া বাহনে।
দুৰ্ঘটনাৰ পাছতে দপদপকৈ জ্বলি উঠে বাহনখন।
দুৰ্ঘটনাটোত আহত তিনিজন আৰোহী।
স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই বাহনৰ চালকজনক।
সুৰাপায়ী চালকৰ উদ্ভণ্ডালি
