স্বাস্থ্য

শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শেৱালী ফুলৰ সুবাসেৰে আমোলমোলাইছে চৌদিশ, অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা।শেৱালী ফুল কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, কিন্তু ইয়াৰ ঔষধি গুণাগুণবোৰো অতি আশ্চৰ্যজনক, জাৰ্নেল অৱ মেডিচিনেল প্লান্টৰ অধ্যয়নৰ মতে, শেৱালী ফুলৰ পাত আৰু ৰসে তেজৰ প্ৰবাহ শৰীৰত সঠিকভাৱে ৰাখে আৰু তেজ পৰিষ্কাৰ কৰাত সহায় কৰে ৷ প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰে কেৱল পৰিৱেশ সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। শেৱালি ফুলৰ উপকাৰিতা-বয়স বৃদ্ধিৰ লগে লগে বাতবিষ হোৱাটো সাধাৰণ কথা, কিন্তু আজিকালি যুৱক-যুৱতীসকলেও এই সমস্যাৰ সন্মুখীন হৈছে। এনে অৱস্থাত শেৱালি ফুলৰ পাতৰ পৰা তেল উলিয়াই তাত নাৰিকল তেল কেইটোপালমান দিব। শেষত…
Read More
আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম

আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম

মধুৰিআমত ভিটামিন চি, খনিজ লৱণ, আয়ৰন আৰু ফলিক এচিডৰ দৰে পুষ্টিগুণে ভৰপূৰ, যাৰ ফলত ই কোষ্ঠকাঠিন্য দূৰ কৰে, হাড় ও দাঁত শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও, মধুৰি আমৰ পাতো ঔষধি গুণত সমৃদ্ধ আৰু বহু ৰোগৰ চিকিৎসাত ব্যৱহৃত হয়। মধুৰিআমৰ উপকাৰিতা:------পুষ্টিৰ ভাণ্ডাৰ: মধুৰি আমত কমলাতকৈ বেছি ভিটামিন চি আৰু অন্যান্য খনিজ লৱণ থাকে, লগতে আয়ৰন আৰু ফলিক এচিডও পোৱা যায়।কোষ্ঠকাঠিন্য দূৰ কৰে: ইয়াত থকা ফাইবাৰৰ বাবে মধুৰি আম খালে কোষ্ঠকাঠিন্যৰ সমস্যা কমে।হাড় ও দাঁত শক্তিশালী কৰে: মধুৰি আম শৰীৰৰ হাড় আৰু দাঁতবোৰক শক্তিশালী কৰাত সহায় কৰে।ৰক্তচাপ নিয়ন্ত্ৰণ: নিয়মিত মধুৰি আম সেৱনে উচ্চ ৰক্তচাপ কমাবলৈ সহায় কৰে।আঁহৰ উৎস:…
Read More
তিয়ঁহৰ উপকাৰীতাৰ বিষয়ে জানেনে

তিয়ঁহৰ উপকাৰীতাৰ বিষয়ে জানেনে

ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সমস্যামুক্ত কৰি ৰখালৈকে বিভিন্ন দিশত তিয়ঁহ আমাৰ দেহৰ বাবে অতি উপকাৰী বিবেচিত হয়। তিয়ঁহে মানুহক শাৰীৰিক-মানসিকভাৱে সতেজ কৰি ৰাখে। সাধাৰণতে বহু লোকে দিনটোৰ যিকোনো সময়তে তিয়ঁহ খোৱা দেখা যায়। কিন্তু তিয়ঁহ খোৱাৰ সঠিক সময় সম্পৰ্কে বহু লোক অজ্ঞাত।তিয়হে কেৱল শৰীৰক হাইড্ৰেট কৰাই নহয়, পুষ্টিকৰ উপাদানৰে ভৰপূৰ হোৱাৰ বাবে দেহৰ বহু উপকাৰো সাধন কৰে। ওজন কমোৱাৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰে।সাধাৰণতে বহু লোকে দিনটোৰ যিকোনো সময়তে তিয়ঁহ খোৱা দেখা যায়। কিন্তু তিয়ঁহ খোৱাৰ সঠিক সময় সম্পৰ্কে বহু লোক অজ্ঞাত।যদি আপুনি ডিটক্স হিচাপে তিয়ঁহ ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া পুৱা…
Read More
ৰঙালাও গুটিৰ উপকাৰীতাৰ বিষয়ে জানেনে

ৰঙালাও গুটিৰ উপকাৰীতাৰ বিষয়ে জানেনে

বহুলোকেই ৰঙালাও খায় যদিও ইয়াৰ গুটিবোৰ পেলাই দিয়ে । কিন্তু এবাৰ যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে তেন্তে নিশ্চয় ইয়াক নিতৌ খাবলৈ বাধ্য হ’ব।হয় আজি ক'ব বিচাৰিছোঁ ৰঙালাও গুটিৰ বিষয়ে।প্ৰায়ে মানুহে পুৱা খালী পেটতে কাঠবাদাম, কিচমিচ বা আখৰোট আদি খায় ৷ ইচ্ছা কৰিলে ৰঙালাওৰ বীজ খালী পেটতো খাব পাৰে ৷ ভিটামিন, স্বাস্থ্যকৰ চৰ্বি আৰু খনিজ পদাৰ্থ ৰঙালাওৰ বীজত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ প্ৰতিদিনে পুৱা খালী পেটত ৰঙালাওৰ বীজ সেৱন কৰিলে সদায় সুস্থ হৈ থাকিব পাৰিব ৷চিকিৎসকে কয় যে, পুৱা খালী পেটত ৰঙালাওৰ বীজ খালে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হ’ব পাৰে ৷ দৰাচলতে ৰঙালাওৰ বীজত অধিক পৰিমাণে ওমেগা-৩ ফেটি…
Read More
বৃক্কত পাথৰৰ সমস্যা আছে নেকি

বৃক্কত পাথৰৰ সমস্যা আছে নেকি

আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় গৱেষণাই?তেন্তে আজি জানো আহক ইয়াৰ বিষয়ে।হয় আমাৰ আশে পাশে থকা সহজে উপলব্ধ দুপৰটেঙা পাত আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদিহে আপুনি এই কামসমূহ কৰে।উল্লেখযোগ্য যে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দুপৰটেঙাৰ পাত খাব পাৰে। ইয়াৰ বাবে আপুনি দুপৰটেঙাৰ পাত লৈ পিচত তাত মিশ্ৰি অলপ দিব আৰু এই দুয়োটা বস্তু ভালদৰে পিহি হৈ সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷উল্লেখযোগ্য যে আমাৰ দেহত পানী কমকৈ…
Read More
দুপৰটেঙা পাতৰ উপকাৰীতাৰ বিষয়ে জানেনে

দুপৰটেঙা পাতৰ উপকাৰীতাৰ বিষয়ে জানেনে

আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় গৱেষণাই?তেন্তে আজি জানো আহক ইয়াৰ বিষয়ে।হয় আমাৰ আশে পাশে থকা সহজে উপলব্ধ দুপৰটেঙা পাত আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদিহে আপুনি এই কামসমূহ কৰে।উল্লেখযোগ্য যে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দুপৰটেঙাৰ পাত খাব পাৰে। ইয়াৰ বাবে আপুনি দুপৰটেঙাৰ পাত লৈ পিচত তাত মিশ্ৰি অলপ দিব আৰু এই দুয়োটা বস্তু ভালদৰে পিহি হৈ সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷উল্লেখযোগ্য যে আমাৰ দেহত পানী কমকৈ…
Read More
মূৰ ঘূৰোয়া সমস্যা আছে নেকি আপোনাৰ

মূৰ ঘূৰোয়া সমস্যা আছে নেকি আপোনাৰ

আপুনি বাৰু নৰসিংহ পাতৰ উপকাৰিতা বিষয়ে জানেনে?নৰসিংহ পাত আপুনি বাৰু কি কি কামত ব্যৱহাৰ কৰে ?আপুনি জানিলে আচৰিত হব যে অতীজৰে পৰা নৰসিংহ পাতক স্বাস্থ্যৰ পক্ষে খুব উপকাৰী বুলি গণ্য কৰি অহা হৈছে। ইয়াত বহু ঔষধি গুণ আছে। যিবোৰে আমাৰ স্বাস্থ্য ,ছাল-চুলিক ভালে ৰখাত বহু পৰিমাণে সহায় কৰে। নৰসিংহ পাত প্ৰ'টিন, আইৰণ, চৰ্বি, কেলচিয়াম, ভিটামিন-চি, ফছফৰাছ, নিকোটিনিক এচিড, এণ্টিঅক্সিডেণ্টৰে সমৃদ্ধ।সেয়েহে নৰসিংহ পাত খালে আমাৰ শৰীৰটো বহু ৰোগৰ পৰা বাচি থাকে।যদি বমিৰ ভাৱ হয়, বা আপোনাৰ মূৰ ঘূৰায়,এনে সমস্যাত ভূগি থকাসকলৰ বাবে পুৱা নৰসিংহ পাত খোৱাটো খুব উপকাৰী বুলি গণ্য কৰা হয়।আপুনি জানেনে নৰসিংহ পাত খালে হজম শক্তি উন্নত হয়।যদি আপোনাৰ…
Read More
নিজ কৰ্মক্ষেত্ৰত অসুৰক্ষিত বুলি অনুভৱ কৰে দেশৰ ৫৮.২% চিকিৎসকে

নিজ কৰ্মক্ষেত্ৰত অসুৰক্ষিত বুলি অনুভৱ কৰে দেশৰ ৫৮.২% চিকিৎসকে

ভাৰতৰ অধিকসংখ্যক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে তেঁওলোকৰ কৰ্মক্ষেত্ৰত সুৰক্ষিত বুলি অনুভৱ নকৰে। এক জৰীপত এই কথা পোহৰলৈ আহিছে। বৰধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় (ভিএমএমচি), চফদৰজং চিকিৎসালয় আৰু দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ)ৰ বিশেষজ্ঞসকলৰ নেতৃত্বত চলোৱা এক নতুন অধ্যয়নত অংশগ্ৰহণ কৰা আধাতকৈও অধিক চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে তেওঁলোকে কৰ্মস্থলীত তেওঁলোকৰ বাবে সুৰক্ষিত ভুলি অনুভৱ নকৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলে ইয়াক লৈ অধিক উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকে চলোৱা এই সমীক্ষাৰ তথ্য  এপিডেমিঅ'লজী ইণ্টাৰনেচনেল আলোচনীত প্ৰকাশিত হৈছে। এই অধ্যয়নত, গৱেষকসকলে ভাৰতীয় চিকিৎসা প্ৰতিষ্ঠানসমূহৰ ভিতৰত মৌলিক সুৰক্ষা গাঁথনিত গুৰুত্বপূৰ্ণ ব্যৱধানৰ ওপৰত আলোকপাত কৰিছে। এই অধ্যয়নটো বৰ্ধমান মহাবীৰ…
Read More
দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

ভাৰতত প্ৰায় পাঁচ শতাংশ শিশু আৰু কিশোৰ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস বা বৃক্ক বিকল হোৱা সমস্যাত ভুগি আছে। দেশজুৰি চলোৱা এক অধ্যয়ণত এই কথা প্ৰকাশ পাইছে। সমস্যাটো সময় পাৰ হোৱাৰ লগে লগে বৃক্কৰ ক্ষতিৰ বাবে এই সমস্যা অধিক জটিল হৈ পৰে, যাক দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ (চিকেডি) বুলি কোৱা হয়। এই অধ্যয়নটো বাথিন্দা আৰু বিজয়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ আৰু জৰ্জ ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থ ইণ্ডিয়াৰ গৱেষকসকলে পৰিচালনা কৰিছিল। এই নতুন অধ্যয়নটো স্প্ৰিংগাৰ লিংক আলোচনীত প্ৰকাশিত হৈছে। এইটো এটা বৃহৎ ৰাজহুৱা স্বাস্থ্য সমস্যা আৰু ভাৰতত ইয়াৰ ফলত কিমান শিশু আৰু কিশোৰ-কিশোৰী ভুগিছে তাৰ কোনো সঠিক তথ্য নাই।  অধ্যয়নটো ২০১৬ ৰ…
Read More
গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাবত অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ উদ্যোগত আৰু মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ সহযোগতকালি সাংবাদিকসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মধুমেহ আৰু ৰক্তচাপ পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত মাৰোৱাৰী মাল্টিস্পেচিয়েলিটি হস্পিটেলৰ অভিজ্ঞ চিকিৎসক বিদ্যুত বিকাশ চৌধুৰী আৰু চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়৷ ইয়াৰ লগতে চকু পৰীক্ষা কৰে চাইট ফাৰ্ষ্ট চকু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিজুলী গোস্বামীয়ে৷ অসম স্বাস্থ্য সেৱা সমবায় সমিতিৰ হৈ উপস্থিত থাকে উপাধ্যক্ষ জগদীশ শৰ্মা, সঞ্চালক প্ৰেমকান্ত চৌধুৰী, প্ৰশাসনিক কাৰ্যবাহ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য৷ ভট্টাচাৰ্যই জনায় যে সমবায় সমিতিৰ দ্বাৰা প্ৰদান কৰা সেৱা য’ত ৫০০ টকা ভৰ্তি মাচুলত আজীৱন ৪০ শতাংশ যিকোনো পৰীক্ষাত ৰেহাইৰ সুবিধা সাংবাদিকসকলে গ্ৰহণ কৰিব পাৰে৷
Read More