ব্যৱসায়

নেষ্টলে ইণ্ডিয়ালৈ “বেষ্ট ইণ্ডাষ্ট্ৰী-প্ৰডাক্ট ইনভেচন ফৰ মেইনষ্ট্ৰিমিং মিলেট” বঁটা নিউট্ৰিহাবৰ

নেষ্টলে ইণ্ডিয়ালৈ “বেষ্ট ইণ্ডাষ্ট্ৰী-প্ৰডাক্ট ইনভেচন ফৰ মেইনষ্ট্ৰিমিং মিলেট” বঁটা নিউট্ৰিহাবৰ

উচ্চ প্ৰশংসিত "ইণ্টাৰনেচনেল নিউট্ৰি-চিৰিয়েল কনভেনচন ৫.০"ৰ সময়ত নিউট্ৰিহাব, আইচিএআৰ-আইআইএমআৰে নেচলে ইণ্ডিয়াক "মিলেটক মূলসুঁতিলৈ অনাৰ বাবে শ্ৰেষ্ঠ উদ্যোগ - পণ্য উদ্ভাৱন" বঁটাৰে সন্মানিত কৰে। আইআইএমআৰ-আইচিআৰৰ নিউট্ৰিহাবৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত নীতি নিৰ্ধাৰক, উৎপাদক, প্ৰচেছৰ, গৱেষক, শিক্ষাবিদ, অনুসন্ধান আৰু বিকাশ প্ৰতিষ্ঠান, ইনকিউবেটৰ, ষ্টাৰ্টআপ, ক্ষুদ্ৰ উদ্যোগী আৰু মিলেটৰ পৰিৱেশ প্ৰণালীত কাম কৰা এনজিঅ’ আদি বিভিন্ন অংশীদাৰক সফলতাৰে একত্ৰিত কৰে। এই স্বীকৃতিয়ে খাদ্য উদ্যোগত উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি নেচলে ইণ্ডিয়াৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। নেষ্টলে ইণ্ডিয়াই কৃষক আৰু স্থানীয় সম্প্ৰদায়ক সমৰ্থন, কৃষি খণ্ডৰ উন্নতি সাধন আৰু ইতিবাচক সামাজিক প্ৰভাৱ সৃষ্টি কৰাৰ বাবে এক বহনক্ষম আৰু বৈচিত্ৰ্যপূৰ্ণ খাদ্য বিকল্প মিলেটৰ প্ৰচাৰ কৰি আছে। মিলেটক মানুহে…
Read More
আমাজন ফেশ্বনৰ ৱাৰ্ডৰোব ৰিফ্ৰেছ চেলৰ ১৩সংখ্যক সংস্কৰণ মুকলি 

আমাজন ফেশ্বনৰ ৱাৰ্ডৰোব ৰিফ্ৰেছ চেলৰ ১৩সংখ্যক সংস্কৰণ মুকলি 

আমাজন ফেশ্বনৰ  ১৩সংখ্যক ৱাৰ্ডৰব ৰিফ্ৰেছ চেলত ৮ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ফেশ্বন ব্ৰেণ্ডৰ বিভিন্ন সামগ্ৰীৰ ওপৰত আকৰ্ষণীয় লেনদেন আগবঢ়াইছে। ৬ দিনীয়া এই শ্বপিং এক্সট্ৰাভাগাঞ্জাত অন্তৰ্ভুক্ত আছে ভেন হিউচেন, লিভাইছ, ভেৰো মোডা, এডিডাছ, পুমা, ফ’চিল, টাইটান, আমেৰিকান ট্যুৰিষ্টাৰ, মকোবাৰা, জিভা, জেনেম, লেকমে, ল’ৰিয়েল পেৰিছ, ফৰেষ্ট এচেঞ্চিয়েলছ আৰু দ্য বডি শ্বপৰ দৰে ব্ৰেণ্ডসমূহ। আপোনাৰ ‘প্ৰতিটো ক্ষণ ফেশ্বনেবল’ কৰি তুলিবলৈ জনপ্ৰিয়-আগশাৰীৰ ফেশ্বন ষ্ট'ৰত ৮০% পৰ্যন্ত ৰেহাই আৰু বিলাসী ব্ৰেণ্ডত ৬৫% পৰ্যন্ত ৰেহাই উপভোগ কৰক। ২০২৩ বৰ্ষটো বিদায়ৰ পৰত বিভিন্ন অনুষ্ঠান যেনে খ্ৰীষ্টমাছ ব্ৰাঞ্চ, হাউচ পাৰ্টী, বিবাহ, ভ্ৰমণ আৰু নৱবৰ্ষ উদযাপনৰ বাবে আপোনাৰ ৱাৰ্ডৰবক নতুনকৈ সজাই তোলাৰ সময় আহি পৰিছে।…
Read More
নিছান মেগনাইটৰ সফলতাৰ বিষয়ে এক কেছ ষ্টাডী আগবঢ়াইছে আইআইএম আহমেদাবাদে

নিছান মেগনাইটৰ সফলতাৰ বিষয়ে এক কেছ ষ্টাডী আগবঢ়াইছে আইআইএম আহমেদাবাদে

নিছানে ভাৰতত বিগ, বল্ড, বিউটিফুল নিছান মেগনাইট মুকলি কৰি পৰিৱৰ্তনৰ নতুন দিগন্তৰ সূচনা কৰিছে। প্ৰায় ৩ বছৰৰ পূৰ্বে ২০২০ চনৰ ডিচেম্বৰ মাহত কোভিড-১৯ মহামাৰীৰ সেই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত নিছান ইণ্ডিয়াই যুগান্তকাৰী পদক্ষেপ হাতত লৈছিল। অভিনৱ মূল্য প্ৰস্তাৱৰ জৰিয়তে নিছান মেগনাইট মুকলিৰ প্ৰথম মাহত ৩২,৮০০ গ্ৰাহকৰ বুকিং কৰি ইনষ্টেণ্ট গ্ৰাহকৰ প্ৰিয়প্ৰাত্ৰ হৈ পৰিছিল। ই এছইউভি, চেডান আৰু হেচবেক ছেগমেণ্টৰ গ্ৰাহকক সীমাৰ পৰিধি ভাঙি আকৰ্ষণ কৰিছিল আৰু অটো সাংবাদিক আৰু মিডিয়া সম্প্ৰদায়ৰ পৰা একাধিক বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। মহামাৰীৰ সময়ত নিছান ইণ্ডিয়া মেগনাইটৰ সফল শুভাৰম্ভণিৰ ওপৰত এক কেছ ষ্টাডীৰ তথ্য ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদে (আইআইএমএ) প্ৰকাশ কৰিছে। ‘লাঞ্চিং দ্য মেগনাইট ইন…
Read More
টিচিএছ গ্ৰাম্য আইটি কুইজৰ ৰাষ্ট্ৰীয় ফাইনেলত জয়লাভ বিএছপি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ

টিচিএছ গ্ৰাম্য আইটি কুইজৰ ৰাষ্ট্ৰীয় ফাইনেলত জয়লাভ বিএছপি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ

টাটা কনসালটেন্সি চাৰ্ভিচেছ (টিচিএছ) আৰু কৰ্ণাটক চৰকাৰৰ ইলেক্ট্ৰনিক্স, আইটি, বিটি তথা বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগে বেংগালুৰু প্ৰযুক্তি সন্মিলনৰ অংশ হিচাপে ২০২৩ৰ ৩০ নৱেম্বৰত অনুষ্ঠিত টিচিএছ গ্ৰাম্য তথ্যপ্ৰযুক্তি কুইজৰ ২৪সংখ্যক সংস্কৰণৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ীসকলৰ নাম ঘোষণা কৰে। ফাইনেলত অৱতীৰ্ণ প্ৰতিযোগীসকলে টিচিএছৰ পৰাও বিশেষ স্কলাৰশ্বিপ(জলপানি) লাভ কৰে। ফাইনেলত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বিভিন্ন বঁটাসমূহ প্ৰদান কৰে কৰ্ণাটক চৰকাৰৰ তথ্যপ্ৰযুক্তি, বিটি, পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফাইনেলত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ছত্তীশগড়ৰ ভিলাইস্থিত বিএছপি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদিত প্ৰতাপ সিঙে, ইয়াৰ বিপৰীতে গোৱাৰ বিচোলিমস্থিত ড০ কে.বি. হেডগেৱাৰ বিদ্যামন্দিৰৰ ভিগনেশ নৌচোৱে দ্বিতীয় স্থানত থাকি ৰানাৰ-আপৰ সন্মান বুটলিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ বিজয়ী…
Read More
ভিআইয়ে ইজমাইট্ৰিপৰ সৈতে অংশীদাৰিত্বৰে আগবঢ়াইছে একচেটিয়া ভ্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় ৰোমিং সেৱা

ভিআইয়ে ইজমাইট্ৰিপৰ সৈতে অংশীদাৰিত্বৰে আগবঢ়াইছে একচেটিয়া ভ্ৰমণ আৰু আন্তঃৰাষ্ট্ৰীয় ৰোমিং সেৱা

ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিআইয়ে গ্ৰাহকসকলৰ বাবে অধিক মূল্য গঢ়ি তোলাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশৰূপে অন্যতম বৃহৎ অনলাইন ট্ৰেভেল টেক প্লেটফৰ্ম EaseMyTrip.comৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বত ইজমাইট্ৰিপে ভিআই গ্ৰাহকসকলক ভিআই এপত বিমান, হোটেল, ৰে'ল, বাছ আৰু কেব বুকিঙৰ একচেটিয়া লেনদেন আগবঢ়াব।   এই অংশীদাৰিত্বৰ জৰিয়তে ভিআইয়ে ব্যৱহাৰকাৰীসকলৰ বাবে অধিক সুবিধা আৰু সৰ্বশ্ৰেষ্ঠ অফাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে। এই সুবিধাত প্ৰাৰম্ভিক অফাৰ হিচাপে সকলো বিমানৰ বুকিঙত কোনো কনভেনিয়েঞ্চ(সুবিধাজনক) মাচুল নাথাকিব। ইয়াৰ লগতে ব্যৱহাৰকাৰীসকলে অচিৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় হোটেল, ছুটীৰ দিন, বাছ, কাৰ্য-কলাপ আৰু কেব বুকিঙতো অফাৰ লাভ কৰাৰো সুযোগ থাকিব। ভিআই এপত ট্ৰেভেল ছেকচন মুকলিৰ বিষয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰি ভিআই এপৰ…
Read More
শ্বেফলাৰে হিৰো ৱৰ্ল্ড চেলেঞ্জত ৩-শ্বটৰ অগ্ৰগতি লাভ কৰিছে, নিজৰ উগ্ৰগতিত উৎসাহিত উডছ

শ্বেফলাৰে হিৰো ৱৰ্ল্ড চেলেঞ্জত ৩-শ্বটৰ অগ্ৰগতি লাভ কৰিছে, নিজৰ উগ্ৰগতিত উৎসাহিত উডছ

হিৰো ৱৰ্ল্ড চেলেঞ্জত একেৰাহে দুটা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত স্কটি শ্বেফলাৰে টাইগাৰ উডছতকৈ আগুৱাই তৃতীয় ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰিছে। এই হিৰো ৱৰ্ল্ড চেলেঞ্জত ৭-আণ্ডাৰ ৬৫ ৰাউণ্ডৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ৰাউণ্ড য’ত দুটা ঈগল আৰু চাৰিটা বাৰ্ডি আছিল যদিও এটা ব’গীৰ সৈতে সমাপ্ত হৈছিল। বৰ্তমান শ্বেফলাৰে মেট ফিটজপেট্ৰিকতকৈ ১৬-আণ্ডাৰ আৰু তিনিটা ষ্ট্ৰ’কত আগবাঢ়ি আছে, যিয়ে শেষৰ আঠটা হোলত একক সমতাৰে সবল যুঁজ অব্যাহত ৰাখিছে। অভাৰনাইট ৰাউণ্ডত সহযোগী লীডাৰ জাষ্টিন থমাছে আন ৩জন খেলুৱৈ ক্ৰমে টনি ফিনাউ, জেছন ডে আৰু কলিং মৰিকাৱাৰ সৈতে চতুৰ্থ স্থানত আছে আৰু সামগ্ৰিকভাৱে চাৰিওজন খেলুৱৈয়ে সম্প্ৰতি দশম স্থানত আছে। হিৰো ৱৰ্ল্ড চেলেঞ্জত একেৰাহে দুটা ঘনিষ্ঠ কলৰ পিছত…
Read More
ডিএছপি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে এক অনন্য ডিএছপি নিফ্টি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্স ফাণ্ড

ডিএছপি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে এক অনন্য ডিএছপি নিফ্টি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্স ফাণ্ড

ডিএছপি মিউচুৱেল ফাণ্ডে প্ৰথমবাৰৰ বাবে ‘গুণগত মানৰ কেন্দ্ৰীভূত’ স্মলকেপ ফাণ্ড ডিএছপি নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্স ফাণ্ড(ডিএছপি এনএছকিউ৫০আইএফ) মুকলিৰ কথা ঘোষণা কৰিছে, যি হৈছে নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ সূচক অনুসৰণ কৰা এক অপেন-এণ্ডেড আঁচনি। নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্সে বৰ্জন আৰু ষ্টক বাছনিৰ চৰ্ত ব্যৱহাৰ কৰি নিফটি ইউনিভাৰ্ছৰ ২৫০টা ষ্টকৰ পৰা ৫০ টা ষ্টক বাছনি কৰে। কোৱালিটী ফিল্টাৰত ইকুইটিৰ ওপৰত ৰিটাৰ্ণ, ইকুইটিলৈ ঋণ আৰু প্ৰতি শ্বেয়াৰত আয় অন্তৰ্ভুক্ত কৰা হৈছে। এই ইণ্ডেক্সে বহল নিফটি স্মলকেপ২৫০ৰ তুলনাত ইকুইটিৰ ওপৰত অধিক ৰিটাৰ্ণ আৰু কম লিভাৰেজ থকা প্ৰতিষ্ঠানসমূহক চিনাক্ত কৰে। বিনিয়োগকাৰীসকলক ডিএছপি এনএছকিউ৫০আইএফক এছআইপি ৰাউট(পথ)ৰ জৰিয়তে ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ…
Read More
শ্বেফ্লাৰ আৰু স্পিথৰ অগ্ৰগতি; হিৰো ৱৰ্ল্ড চেলেঞ্জৰ দ্বিতীয়টো দিনত উজলি উঠিল উডছ

শ্বেফ্লাৰ আৰু স্পিথৰ অগ্ৰগতি; হিৰো ৱৰ্ল্ড চেলেঞ্জৰ দ্বিতীয়টো দিনত উজলি উঠিল উডছ

ৰাইডাৰ কাপৰ পিছত স্কটি শ্বেফলাৰ গ’ল্ফৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰি একপ্ৰকাৰ অপ্ৰতিৰোধ্য হৈ পৰিছিল যদিও হিৰো ৱৰ্ল্ড চেলেঞ্জৰ দ্বিতীয় ৰাউণ্ডত টাইগাৰ উডছে উন্নত প্ৰদৰ্শনেৰে সকলোকে দেখুৱালে চমক। উডছে প্ৰথম ৰাউণ্ডত ৭৩ৰ পৰা ৩৬ হোলত ১ অভাৰলৈ নিজকে উন্নীত কৰি সহযোগী প্ৰতিদ্বন্দ্বী শ্বেফ্লাৰ (৬৯-৬৮) আৰু জৰ্ডান স্পিথ(৬৮-৬৭)ক পিছ পেলাবলৈ সক্ষম হয়। ইয়াৰ পিছতে উডছে আন প্ৰতিযোগীলৈ প্ৰত্যাহ্বানৰ সুৰত আত্মবিশ্বাসেৰে কয় যে, “আশাপ্ৰদভাৱে মই বিচৰা ধৰণে মোৰ শেষৰ দুটা ৰাউণ্ড সমাপ্ত কৰিব পৰা নাই যদিও নিজকে নতুন প্ৰদান কৰিবলৈ মোৰ হাতত আৰু কিছু সময় এতিয়াও আছে।” এই ছিজনত দুবাৰ কৈ ৰানাৰ-আপ হোৱা শ্বাফ্লাৰে ১৭টা হোলৰ মাজেৰে ৭-আণ্ডাৰ এভাৰেজ বজাই ৰাখিবলৈ সক্ষম হৈছিল।…
Read More
ক্ষুদ্ৰ কৃষকৰ বাবে এক বহনক্ষম আৰু লাভজনক সম্পদ হিচাপে তৈলপামৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ ছলিডাৰিডাডৰ

ক্ষুদ্ৰ কৃষকৰ বাবে এক বহনক্ষম আৰু লাভজনক সম্পদ হিচাপে তৈলপামৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ ছলিডাৰিডাডৰ

২০২১-২২ চনত বিশ্বৰ মুঠ তৈলপাম উৎপাদনৰ প্ৰায় ১৩% ব্যৱহাৰ কৰা ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ আমদানিকাৰক দেশ। ইতিমধ্যে সমগ্ৰ দেশতে অইল পাম প্লেণ্টেচন ড্ৰাইভ কাৰ্যসূচী হাতত লোৱা হৈছে, যাতে ভাৰতত সজাগতা সৃষ্টি আৰু তৈল পাম খেতি কৰা অঞ্চল বৃদ্ধি কৰিব পাৰি আৰু ইয়াৰ জৰিয়তে আগন্তুক বছৰবোৰত আমদানি ব্যয় হ্ৰাস পায়। বিশ্বব্যাপী বহনক্ষম তৈলপাম কাৰ্যসূচী সফল কৰি তোলা পদক্ষেপৰ সৈতে জড়িত ছলিডাৰিডাড নেটৱৰ্ক। ক্ষুদ্ৰ কৃষকসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি বহু অঞ্চলত বহনক্ষম তৈলপামৰ বাবে ভাৰতৰ নিজা মানদণ্ড-আইপিঅ'এছ প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আইপিঅ'এছে ভাৰত চৰকাৰৰ উচ্চাভিলাষী অইল পাম মিছন অৰ্থাৎ ভোজ্য তেলত দেশখনক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে তৈলপাম খেতিৰ প্ৰচাৰৰ…
Read More
সম্পূৰ্ণ নতুন ইণ্ট্ৰা ভি৭০ পিকআপ, ইণ্ট্ৰা ভি২০ গোল্ড পিকআপ আৰু এচ এইচটি+ মুকলিৰ কথা ঘোষণা টাটা মটৰ্ছৰ

সম্পূৰ্ণ নতুন ইণ্ট্ৰা ভি৭০ পিকআপ, ইণ্ট্ৰা ভি২০ গোল্ড পিকআপ আৰু এচ এইচটি+ মুকলিৰ কথা ঘোষণা টাটা মটৰ্ছৰ

ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে প্ৰথম আৰু অন্তিম মাইল পৰিবহনত দক্ষতা বৃদ্ধি কৰিবলৈ ইণ্ট্ৰা ভি৭০, ইণ্ট্ৰা ভি২০ গোল্ড আৰু এচ এইচটি+ মুকলি কৰিছে। এই বাহনসমূহ দীঘলীয়া দূৰত্বত অধিক পেলোড কঢ়িয়াই নিব পৰাকৈ আৰু উৎকৃষ্ট অৰ্থনীতি প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে, যাৰ ফলত ভাৰতৰ চহৰ আৰু গ্ৰাঁৱৰ বিভিন্ন প্ৰয়োগৰ বাবে উপযুক্ত হৈ পৰিছে। টাটা মটৰ্ছে প্ৰৱৰ্তন কৰিছে ইণ্ট্ৰা ভি৫০ আৰু এচ ডিজেল বাহনৰ উন্নত সংস্কৰণ, যাৰ লক্ষ্য হৈছে ইন্ধন ব্যৱহাৰ আৰু মালিকীস্বত্বৰ ব্যয় হ্ৰাস কৰা। এই নতুনসমূহৰ মুকলিয়ে বিভিন্ন ধৰণৰ ক্ষুদ্ৰ বাণিজ্যিক বাহন আৰু পিকআপৰ বিস্তৃত পৰিসৰ প্ৰদান কৰে, যাৰ ফলত গ্ৰাহকসকলে নিজৰ প্ৰয়োজনীয়তাৰ বাবে আটাইতকৈ উপযুক্ত…
Read More