ব্যৱসায়

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীয়ে গুৰুগ্ৰামত মুকলি কৰিলে নিজৰ এক্সক্লুছিভ টাটা.ইভি ষ্ট’ৰ

টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটীয়ে গুৰুগ্ৰামত মুকলি কৰিলে নিজৰ এক্সক্লুছিভ টাটা.ইভি ষ্ট’ৰ

১ লাখৰো অধিক গ্ৰাহক সমৰ্থিত টাটা ইভিয়ে গ্ৰাহকসকলক এক অনন্য অভিজ্ঞতা প্ৰদানৰ প্ৰয়াস কৰিছে। পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল, বাহন চালনাৰ খৰচৰ প্ৰতি সদা সচেতন আৰু সদায়ে উন্নত প্ৰযুক্তিৰ অন্বেষণ কৰে। এই ব্ৰেণ্ডটোৰ প্ৰধান মূল্যবোধসমূহৰ ভিতৰত আছে বহনক্ষমতা, সম্প্ৰদায় আৰু প্ৰযুক্তি। গ্ৰাহকসকলৰ যাত্ৰাৰ মেপিং কৰি টাটাৰ ধ্বাজাবাহী শ্ব’ৰুমসমূহে এই দৰ্শনক মূৰ্ত কৰি তুলিছে। টাটাৰ লক্ষ্য হৈছে সমাৱেশ, কৰ্মশালা আৰু অনুষ্ঠানৰ বাবে এক সুসংগত সামূহিক স্থান সৃষ্টি কৰি গ্ৰাহকক শক্তিশালী কৰি তোলা। এই শ্ব’ৰুমসমূহে কেৱল খুচুৰা ইভিৰ বাবেই নহয়, গুৰুগ্ৰামত টাটা.ইভি কমিউনিটী চেণ্টাৰ হিচাপে কাম কৰে। এই শ্ব'ৰুমটো পুনৰ্ব্যৱহাৰ যোগ্য সামগ্ৰীৰ ব্যৱহাৰ আৰু দীৰ্ঘ-দূৰত্ব, উচ্চ-নিৰ্গমন পৰিবহনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু বহনক্ষমতাৰ বাবে…
Read More
ভিআইয়ে ৩,১৯৯ টকাত মুকলি কৰিলে আটাইতকৈ সুলভ ৩৬৫ দিনৰ ৰিচাৰ্জ প্লেন

ভিআইয়ে ৩,১৯৯ টকাত মুকলি কৰিলে আটাইতকৈ সুলভ ৩৬৫ দিনৰ ৰিচাৰ্জ প্লেন

ভাৰতৰ আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ভিআইয়ে ৩,১৯৯ টকাৰ নতুন বাৰ্ষিক প্ৰিপেইড ৰিচাৰ্জ পেক আগবঢ়াইছে। প্ৰথমবাৰলৈ প্ৰিপেইড গ্ৰাহকসকলৰ বাবে ৰিচাৰ্জৰ সৈতে এমাজন প্ৰাইম ভিডিঅ’ চাবস্ক্ৰিপচন প্ৰদান কৰিছে। এই সামগ্ৰিক অফাৰ ভিআই প্ৰিপেইড গ্ৰাহকসকলক সংযোগ আৰু মনোৰঞ্জনৰ এক অতুলনীয় মিশ্ৰণ প্ৰদাৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে। ভিআই হৈছে একমাত্ৰ টেলিকম প্ৰতিষ্ঠান, যিয়ে ৩,১৯৯ টকাৰ কেটেগৰী তেৰিফ(শ্ৰেণীশুল্ক)ত সৰ্বনিম্ন বাৰ্ষিক প্লেনত আকৰ্ষণীয় বহুতো লাভালাভ আগবঢ়ায়। ভিআই প্ৰিপেইড গ্ৰাহকসকলে এতিয়া প্ৰতিদিনে ৯ টকাতকৈ কম মূল্যত এবছৰৰ নিৰৱচ্ছিন্ন সংযোগ আৰু মনোৰঞ্জন উপভোগ কৰিব পাৰিব। ভিআইৰ ৩,১৯৯ টকাৰ ৰিচাৰ্জ পেকত আনলিমিটেড কল, প্ৰতিদিনে ২জিবি ডাটা, আনলিমিটেড কল আৰু প্ৰতিদিনে ১০০ এছএমএছৰ সুবিধা আছে। এই এক্সক্লুছিভ অ'টিটি…
Read More
চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে প্ৰকাশ কৰিলে ৰাইডাৰ নিলামৰ সবিশেষ

চিয়েট ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগে প্ৰকাশ কৰিলে ৰাইডাৰ নিলামৰ সবিশেষ

২০২৪ৰ ৭ জানুৱাৰীত পুনেত অনুষ্ঠিত হ’বলগীয়া ৰাইডাৰ নিলামৰ বাবে চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ ২০২৪ৰ সূচী প্ৰকাশ কৰিছে। চিয়েট আইএছআৰএল হৈছে বিশ্বৰ প্ৰথম চুপাৰক্ৰছ ছিৰিজ, যিয়ে ভৌগোলিক সীমা অতিক্ৰম কৰি চেম্পিয়ন ৰাইডাৰসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিশ্বব্যাপী শ্ৰেষ্ঠ তালিকাত নিজৰ নামৰ বাবে উদগনি দিবলৈ সকলোকে আকৰ্ষিত কৰিছে। এই লীগে ব্ৰেণ্ডবোৰৰ বাবে নিজৰ উদ্বোধনী চিজনত অফ-ৰোড ৰেছিং ৰোমাঞ্চকৰ অভিজ্ঞতাৰ অংশ হোৱাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। অকচন পুলত অংশ ল'ব মুঠ ১০৪ গৰাকী ৰাইডাৰ, য’ত প্ৰথমবাৰৰ বাবে ভাৰতত ৰেচিঙৰ দৌৰত থকা ৭৩গৰাকী আন্তঃৰাষ্ট্ৰীয় ৰেচাৰ আৰু ৩১গৰাকী ভাৰতীয় ৰাইডাৰ আছে। প্ৰতিটো টীমত প্ৰতিটো শিতানৰ বাবে ২জনলৈকে ৰাইডাৰৰ অনুমতি দিয়া হৈছে, সৰ্বাধিক ৪৮টা…
Read More
গেমলফ্টৰ সৈতে অংশীদাৰিত্ব কৰিছে ভিইয়ে

গেমলফ্টৰ সৈতে অংশীদাৰিত্ব কৰিছে ভিইয়ে

ভিআই আৰু ম'বাইল গেম ডেভেলপাৰ গেমলফটে বিভিন্ন ধৰণৰ আল্ট্ৰা কেজুৱেল(অতি-নৈমিত্তিক) গেমৰ এক বৃহৎ বিকল্প বা বাছনি যেনে ক্ৰীড়া, ৰেচিং, একচন আৰু দুঃসাহসিক অভিযান প্ৰদানৰ বাবে একত্ৰিত হৈছে। গ্ৰাহকসকলে ভিআই এপত ভিআই গেমছ ডাউনলোড কৰি গেমলফ্ট অৰিজিনেল আৰু জনপ্ৰিয় গেম যেনে ডেঞ্জাৰ ডেছ, ব্লক ব্ৰেকাৰ আনলিমিটেড, লুডি বাবলচ আৰু এছফাল্ট ৰেট্ৰোৰ দৰে গেমসমূহত বিনামূলীয়া প্ৰৱেশাধিকাৰ উপভোগ কৰিব পাৰে। ভিআইৰ গ্ৰাহকসকলে এই গেমিং স্বৰ্গ অন্বেষণ কৰিবলৈ কেৱল ভিআই এপৰ ফান গেমছ আৰু ভিআই গেমছ ছেকচন ব্ৰাউজ কৰিব পাৰে। মোবাইলৰ গেমাৰসকলক এক অতুলনীয় গেমিং অভিজ্ঞতা প্ৰদান আৰু গেমিং বিকল্প আকৰ্ষণ কৰাৰ বাবে ভিআইৰ সমৰ্পিত সহযোগিতাত প্ৰতিফলিত হয়। ভিআইয়ে অচিৰে গেমলফ্টৰ টুৰ্ণামেণ্ট-চালিত সেৱাৰ চাবস্ক্ৰিপচন…
Read More
দিল্লী উচ্চ ন্যায়ালয়ত কপিৰাইট উলংঘাৰ গোচৰত পিপিএল ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ বিজয়

দিল্লী উচ্চ ন্যায়ালয়ত কপিৰাইট উলংঘাৰ গোচৰত পিপিএল ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ বিজয়

নৱবৰ্ষ আৰু বৰদিন উদযাপনৰ প্ৰাকক্ষণত ফ’ন’গ্ৰাফিক পাৰফৰ্মেন্স লিমিটেডে (পিপিএল ইণ্ডিয়া) ৭০ লাখৰো অধিক গীতৰ বিস্তৃত কেটেলগ(তালিকা) সুৰক্ষিত কৰিবলৈ সাজু হৈছে। দিল্লী উচ্চ ন্যায়ালয়ে (ডিএইচচি) কপিৰাইট উলংঘনৰ বিৰুদ্ধে এক নিৰ্ণায়ক ৰায়দান প্ৰদান কৰিছে, যাৰ অধীনত প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ অবিহনে পিপিএলৰ দ্বাৰা নিয়ন্ত্ৰিত কপিৰাইট যুক্ত গীতসমূহ বজোৱাত প্ৰতিষ্ঠানবোৰক নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজহুৱা পৰিৱেশনৰ অধিকাৰ তদাৰক কৰা ৮০ বছৰীয়া পাৱাৰহাউছ ৰূপে পিপিএল ইণ্ডিয়াই ৪০০+ সংগীত লেবেলৰ দ্বাৰা আৱণ্টিত গীতৰ এক আকৰ্ষণীয় সূচীৰ পৰিচালনা কৰে, যাৰ ভিতৰত আছে টি-চিৰিজ, চাৰেগামা, চনী মিউজিক, ইউনিভাৰ্চেল মিউজিক, ৱাৰ্ণাৰ মিউজিক, টাইমছ মিউজিক, স্পীড ৰেকৰ্ডছ আদিৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠান। দিল্লী উচ্চ ন্যায়ালয়ৰ শেহতীয়া ৰায়দান পিপিএল ইণ্ডিয়াৰ বাবে বাহুত গুলীৰ দৰে…
Read More
দেলহিভাৰীয়ে ভিৱান্দিত কাৰ্যকৰী কৰি তুলিলে নিজৰ সৰ্ববৃহৎ মেগা-গেটৱে 

দেলহিভাৰীয়ে ভিৱান্দিত কাৰ্যকৰী কৰি তুলিলে নিজৰ সৰ্ববৃহৎ মেগা-গেটৱে 

ভাৰতৰ সৰ্ববৃহৎ সম্পূৰ্ণ সংহত লজিষ্টিক প্ৰদানকাৰী প্ৰতিষ্ঠান দেলহিভাৰী লিমিটেডে ভিৱান্দিত নিজৰ সৰ্ববৃহৎ মেগা-গেটৱে সফলতাৰে কাৰ্যকৰী কৰিছে, যি হৈছে এক ন’ডেল পাৰ্চেল আৰু মালবস্তু বা সামগ্ৰী(ফ্ৰেইট)ৰ উৎপত্তিৰ স্থল। এই টাৰ্মিনেলটোৱে কোম্পানীৰ বৰ্তমানৰ একাধিক ভিৱান্দি কাৰ্য-কলাপ একত্ৰিত কৰিব আৰু এক স্বয়ংক্ৰিয় কেন্দ্ৰ(অটমেডেট হাব), চৰ্টেচন(সজাই তোলা), ফ্ৰেইট হেণ্ডলিং(মালবস্তু পৰিচালনা) আৰু ই-কমাৰ্চ ৰিটাৰ্ণ অপাৰেচন ইত্যাদি অন্তৰ্ভুক্ত থাকে। ১,২০০,০০০ বৰ্গফুটতৰো অধিক ভূমি সামৰি নিৰ্মিত এই টাৰ্মিনেলটোত প্ৰতি ৫৪ ছেকেণ্ডত এখনকৈ বাহন আৰু দৈনিক ১,৬০০ৰো অধিক বাহনৰ বাবে ডিজাইন কৰি থকা হৈছে। ফেলকন অটোটেকৰ দ্বাৰা বিকশিত আৰু নিয়োজিত এই সুবিধাই স্বয়ংক্ৰিয়কৰণ প্ৰণালী(অটোমেচন চিষ্টমে)ত ১.৮ কিলোমিটাৰ একত্ৰিত ডাবল-ডেক ক্ৰছ-বেল্ট চৰ্টাৰ আৰু ৫ কিলোমিটাৰতকৈ অধিক সামগ্ৰী পৰিবহণ ব্যৱস্থা…
Read More
কেএমবিএলৰ ব’ৰ্ডত এলি লিনাৰছক অতিৰিক্ত আৰু স্বতন্ত্ৰ সঞ্চালক ৰূপে ঘোষণা 

কেএমবিএলৰ ব’ৰ্ডত এলি লিনাৰছক অতিৰিক্ত আৰু স্বতন্ত্ৰ সঞ্চালক ৰূপে ঘোষণা 

কোটাক মহিন্দ্ৰা বেংক লিমিটেডে ("বেংক") ২০২৩ৰ ১৮ ডিচেম্বৰত এলি লিনাৰছ (সম্পূৰ্ণ নাম: কৰ্নেলিছ পেট্ৰাছ এড্ৰিয়ানাছ জোচেফ লিনাৰছ)ক বেংকৰ ব’ৰ্ডত অতিৰিক্ত আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে, ২০২৪ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চাৰি বছৰৰ বাবে বিধিগত/নিয়ন্ত্ৰণমূলক বা অন্যান্য প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি বেংকৰ বিধিৰ অধীনত নিয়োজিত কৰা হৈছে। বিত্তীয় সেৱা খণ্ডত ৩৫ বছৰীয়া অভিজ্ঞতাসম্পন্ন এজন সফল ব্যক্তি এলি লিনাৰছৰ প্ৰতিষ্ঠানিক আৰু বিনিয়োগ বেংকিং, সম্পদ ব্যৱস্থাপনা, কৰ্পৰেট আৰু খুচুৰা বেংক তথা লাইফ আৰু জেনেৰেল ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো বিশেষ দক্ষতা আছে। ডিজিটেল বেংকিং আৰু বিশ্ব উদ্যোগৰ ট্ৰেণ্ডসমূহত তেওঁ এজন সন্মানীয় বিশেষজ্ঞ ৰূপে পৰিচিত। লগতে একত্ৰিকৰণ, অধিগ্ৰহণ, কৰ্পৰেট পুনৰ্গঠন, কৌশলগত পদক্ষেপ আৰু…
Read More
এমআইটিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ শুভাৰম্ভণি

এমআইটিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ শুভাৰম্ভণি

মণিপালৰ মণিপাল ইনষ্টিটিউট অৱ টেকন’লজী(এমআইটি)ত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু ইনষ্টিটিউচন ইনভেচন কাউঞ্চিলৰ উদ্যোগত আয়োজিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ উদ্বোধন কৰে এমএএইচইৰ উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল ড০ এম ডি ভেংকটেশে। উপাচাৰ্য ভেংকটেশে ৭৫ বছৰ পূৰ্বে ড০ টিএমএ পাইয়ে আৰম্ভ কৰা শৈক্ষিক প্ৰতিষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যিবোৰে দৰিদ্ৰতা, ৰোগ আৰু নিৰক্ষৰতাৰ দৰে বিষয়ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অঞ্চলটোৰ উৎকৃষ্ট স্বাস্থ্যসেৱা ব্যৱস্থা, শিশু আৰু মাতৃৰ মৃত্যুৰ নিম্ন হাৰ আৰু সাক্ষৰতাৰ উচ্চ হাৰৰ লগতে ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা ২০১৭ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ওপৰতো আলোকপাত কৰে।দেশৰ বিভিন্ন ৰাজ্যৰ ২২টা দলে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল, অনুষ্ঠানত কেন্দ্ৰীয় আয়ূস বিভাগ, গুজৰাট চৰকাৰ আৰু…
Read More
ডিজিটেল বাণিজ্য ব্যৱহাৰত ক্ষুদ্ৰ ব্যৱসায়ক সহায় কৰিবলৈ অ’এনডিচি আৰু মেটাই এক অংশীদাৰীত্ব গঢ়ি তোলে

ডিজিটেল বাণিজ্য ব্যৱহাৰত ক্ষুদ্ৰ ব্যৱসায়ক সহায় কৰিবলৈ অ’এনডিচি আৰু মেটাই এক অংশীদাৰীত্ব গঢ়ি তোলে

হোৱাটছএপত ক্ৰেতা আৰু বিক্ৰেতাৰ নিৰৱচ্ছিন্ন অভিজ্ঞতা গঢ়ি তুলিবলৈ সক্ষম-সামৰ্থ্য আৰু সজাগতা প্ৰদান কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলক ডিজিটেল কমাৰ্চৰ বিকাশ বা অগ্ৰগতিত সহায় কৰিবলৈ অ’এনডিচি আৰু মেটাই সহযোগিতা আগবঢ়াইছে। মেটাৰ ব্যৱসায় আৰু কাৰিকৰী সমাধান প্ৰদানকাৰীসকল বিক্ৰেতা এপ হৈ পৰিব, যিয়ে সেৱা আগবঢ়োৱা ব্যৱসায়বোৰ অ'এনডিচি নেটৱৰ্কলৈ লৈ যোৱাৰ লগতে  বাণিজ্যকো আগুৱাই নিব। পৰৱৰ্তী দুবছৰত মেটা স্মল বিজনেছ একাডেমীৰ জৰিয়তে পাঁচ লাখ এমএছএমইক ডিজিটেলভাৱে দক্ষতা বৃদ্ধি কৰি তোলা হ’ব, যিয়ে উদ্যোগী আৰু বিপণনকাৰী(মাৰ্কেটাৰ)ক ডিজিটেল বিপণন দক্ষতা প্ৰাপ্ত কৰাৰ বাবে প্ৰমাণ-পত্ৰ প্ৰদান কৰে। অ’এনডিচিৰ বাবে বিক্ৰেতা আৰু গ্ৰাহকৰ যোগাযোগৰ একক বিন্দু(ছিংগল পইণ্ট) হিচাপে সেৱা বৃদ্ধি কৰিবলৈ মেটাই অ’এনডিচিৰ ছাপৰ্ট সহায়ক হোৱাটছএপ চেটবটকো সহায়-সমৰ্থন কৰিব। মেটাই…
Read More
মহিলাসকলে আঁকোৱালি লৈছে টাটা ইভিক 

মহিলাসকলে আঁকোৱালি লৈছে টাটা ইভিক 

টাটা মটৰ্ছে (টাটা.ইভি) ভাৰতৰ বৈদ্যুতিক বাহন (ইভি) ছেগমেণ্টত অগ্ৰণী ভূমিকা লৈছে, উদ্ভাৱনীমূলক অগ্ৰগতি আৰু বহনক্ষম গতিশীলতাৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে ব্যাপক ব্যৱস্থা গ্ৰহণৰ দিশত ক্ৰমান্বয়ে আগবাঢ়িছে। ২৪ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ত প্ৰতিষ্ঠানটোৱে ৩৭ হাজাৰৰো অধিক ইভি বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যিয়ে বজাৰ পৰিপক্ক বা সময় হোৱাৰ লগে লগে ইভিৰ চাহিদা বৃদ্ধিৰ ইংগিত দিয়ে। ইভিৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহৰ সমান্তৰালভাৱে ইভিসমূহে আগবঢ়োৱা আধুনিক সা-সুবিধা আৰু বৰ্ধিত আৰামদায়ক বিকল্পৰ দ্বাৰা পৰিচালিত হৈছে, যাৰ ফলত ইভিসমূহে গ্ৰাহকলৈ এক আকৰ্ষণীয় মূল্যৰ অফাৰ আগবঢ়াইছে। ইভিৰ প্ৰতি মহিলা ক্ৰেতাৰ আগ্ৰহ বৃদ্ধিৰ মূল কাৰকসমূহৰ ভিতৰত আছে ইভি চালনাৰ অভিনৱ বৈশিষ্ট্য আৰু খৰচ-বহনক্ষমতা।টাটা মটৰ্ছৰ ইলেক্ট্ৰিক বাহন ক্ৰয় কৰোতাসকলৰ…
Read More