ব্যৱসায়

ইস্প’ৰ্টছ পৰিস্থিতিতন্ত্ৰ উন্নীত কৰিবলৈ একত্ৰিত হৈছে ভিআই আৰু টীম ভাইটেলিটী

ইস্প’ৰ্টছ পৰিস্থিতিতন্ত্ৰ উন্নীত কৰিবলৈ একত্ৰিত হৈছে ভিআই আৰু টীম ভাইটেলিটী

ভিআই আৰু টীম ভাইটেলিটীয়ে ভাৰতত এক কৌশলগত ই-স্প’ৰ্টছ অংশীদাৰিত্ব গঢ়ি তুলিছে, যাৰ লক্ষ্য হৈছে দেশৰ ই-স্প’ৰ্টছ পৰিৱেশ তন্ত্ৰৰ প্ৰৱেশ গণতান্ত্ৰিক কৰি তোলা। ২০২৭ চনৰ ভিতৰত ভাৰতীয় ই-স্প’ৰ্টছ উদ্যোগ ১৪০ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু ইতিমধ্যে ই-স্প’ৰ্টছে মূলসুঁতিৰ ক্ৰীড়া ৰূপে স্বীকৃতি লাভ কৰিছে। এই অংশীদাৰিত্বত ব্ৰেণ্ড পৃষ্ঠপোষকতা, কণ্টেণ্ট অংশীদাৰিত্ব, গেমিং ইভেণ্ট আৰু অনন্য অভিজ্ঞতা ইত্যাদিও অন্তৰ্ভুক্ত কৰা হৈছে। ভিআইৰ গ্ৰাহকসকলে জনপ্ৰিয় টীম ভাইটেলিটী টুৰ্ণামেণ্ট আৰু দলসমূহৰ এক্সক্লুছিভ প্ৰৱেশ লাভ কৰিব। লগতে উদীয়মান ই-স্প’ৰ্টছ প্ৰতিভাধৰ পেছাদাৰী খেলুৱৈ, মাষ্টাৰ ক্লাছ আৰু ইস্প’ৰ্টছ প্ৰতিভাৰ সৈতে মিট-এণ্ড-গ্ৰিটৰ সুবিধাও লাভ কৰিব। মোবাইল গেমছ ছেগমেণ্টত শক্তিশালী উপস্থিতিৰ বাবে পৰিচিত ভিআই এতিয়া টীম ভাইটেলিটীৰ…
Read More
নতুন মানদণ্ড স্থাপনৰ দিশে আগুৱাইছে চাৰ্ভ’কন চিষ্টেমছ লিমিটেড

নতুন মানদণ্ড স্থাপনৰ দিশে আগুৱাইছে চাৰ্ভ’কন চিষ্টেমছ লিমিটেড

কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনস্থ তৃতীয় পক্ষ(থাৰ্ড পাৰ্টী)ৰ সংস্থা কেন্দ্ৰীয় শক্তি গৱেষণা প্ৰতিষ্ঠান (চিপিআৰআই) ভূপালে ছাৰ্ভ'কন চিষ্টেমছ লিমিটেডক টাইপ টেষ্ট আৰু স্পেচিয়েল টেষ্টৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছে। ভাৰতৰ আগশাৰীৰ পাৱাৰ কণ্ডিচনিং সঁজুলি আৰু ট্ৰেন্সফৰ্মাৰ নিৰ্মাতা প্ৰতিষ্ঠান চাৰ্ভ'কন চিষ্টেমছ লিমিটেডৰ বাবে এই প্ৰমাণপত্ৰ এক গুৰুত্বপূৰ্ণ সফলতা। এই প্ৰমাণপত্ৰই কোম্পানীটোৰ গুণগত মানদণ্ডৰ প্ৰতি দায়বদ্ধতা, ঘৰুৱা উৎপাদন আৰু অভিযান্ত্ৰিক ক্ষমতাৰ শক্তিৰ প্ৰমাণ দিয়ে। চাৰ্ভ'কন চিষ্টেমছ লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক হাজী কামৰুদ্দিনে এই প্ৰমাণপত্ৰ লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি কয় যে, এই চাৰ্টিফিকেট লাভে ভাৰতৰ আগশাৰীৰ পাৱাৰ কণ্ডিচনিং সঁজুলি আৰু ট্ৰেন্সফৰ্মাৰ নিৰ্মাতা হিচাপে চাৰ্ভকনৰ স্থিতি অধিক শক্তিশালী কৰিলে। চিপিআৰআইৰ দ্বাৰা লাভ কৰা প্ৰমাণ-পত্ৰসমূহে চাৰ্ভ'কন…
Read More
টাটা মটৰ্ছে শ্ৰীনগৰ স্মাৰ্ট চিটী লিমিটেডক ইলেক্ট্ৰিক বাছৰ প্ৰথমটো টোপোলা যোগান ধৰিছে

টাটা মটৰ্ছে শ্ৰীনগৰ স্মাৰ্ট চিটী লিমিটেডক ইলেক্ট্ৰিক বাছৰ প্ৰথমটো টোপোলা যোগান ধৰিছে

টাটা মটৰ্ছে জম্মু আৰু শ্ৰীনগৰ স্মাৰ্ট চিটী প্ৰকল্পৰ বাবে শ্ৰীনগৰত ১০০ খন আৰু জম্মুত ১০০ খন বৈদ্যুতিক বাছ যোগান, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ ১২ বছৰীয়া নিৰ্দেশৰ অংশ হিচাপে শ্ৰীনগৰ স্মাৰ্ট চিটী লিমিটেডক আল্ট্ৰা ইভি শীততাপ নিয়ন্ত্ৰিত বৈদ্যুতিক বাছৰ প্ৰথমকেইখন বাছ যোগান ধৰিছে। এই সহযোগিতা জম্মু-কাশ্মীৰ চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ দ্বাৰা শ্ৰীনগৰৰ বাবে ৰাজহুৱা পৰিবহনৰ এক পৰিৱেশগত আৰু আৰ্থিকভাৱে বহনক্ষম নেটৱৰ্ক স্থাপনৰ এক পদক্ষেপৰ অংশ। শূন্য নিৰ্গমন(জিৰো-এনিছন) বাছসমূহ থলুৱাভাৱে নিৰ্মিত, শেহতীয়া বৈশিষ্ট্যৰে সজ্জিত আৰু উন্নত বেটাৰী ব্যৱস্থাৰে চালিত। শ্ৰীনগৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই এই উপলক্ষে নাগৰিকসকলক অভিনন্দন জনাই বৈদ্যুতিক বাছে চহৰখনৰ ৰাজহুৱা পৰিবহণৰ আৰ্হি সলনি কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…
Read More
টাটা মটৰ্ছে কিউ3এফৱাই24 ত সৰ্বাধিক বিক্ৰী ৰেকৰ্ড কৰিছে

টাটা মটৰ্ছে কিউ3এফৱাই24 ত সৰ্বাধিক বিক্ৰী ৰেকৰ্ড কৰিছে

অটোমোটিভ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা মটৰ্ছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত মুঠ ২৩৪,৯৮১ ইউনিট বিক্ৰী কৰি স্থিতিস্থাপকতা আৰু বজাৰত আধিপত্য প্ৰদৰ্শনেৰে বিজয়ৰ সূচনা কৰি গৰ্বিত হৈছে। বিভিন্ন বাধা অতিক্ৰম কৰি প্ৰত্যাহ্বান নেওচি এই সময়ছোৱাত কোম্পানীটোৰ কৌশলগত মনোনিৱেশ আৰু উদ্ভাৱনে নিজৰ বিক্ৰীক নতুন শিখৰলৈ গৈছে, যিয়ে পূৰ্বৰ বছৰৰ পৰিসংখ্যাক অতিক্ৰম কৰিছে। টাটা মটৰ্ছ কমাৰ্চিয়েল ভেহিকেলছে এক সুক্ষ্ম প্ৰদৰ্শন(নোৱাঞ্চ ফাৰ্ফমেঞ্চ) কৰিবলৈ সক্ষম হৈছে, সামান্য ১% বৃদ্ধিৰে, মুঠ ৯৬,৫২৬ ইউনিট হৈছেগৈ। লক্ষণীয়ভাৱে, মজলীয়া আৰু গধুৰ বাণিজ্যিক বাহন (এম এইচ এণ্ড চিভি) খণ্ডই প্ৰশংসনীয় ~১৪% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে, ইয়াৰ কাৰণ চৰকাৰী সমৰ্থিত আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰন্তৰ ই-কমাৰ্চ সম্প্ৰসাৰণ অন্যতম।এক চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ…
Read More
তৈল পাম খেতিৰ বাবে কম পানীৰ প্ৰয়োজন

তৈল পাম খেতিৰ বাবে কম পানীৰ প্ৰয়োজন

২০২৩ৰ জুলাই আৰু আগষ্টত উত্তৰ-পূব(এন ই)ৰ ৰাজ্য – অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডত আয়োজন কৰা হৈছিল মেগা তৈলপাম কৃষি অভিযানৰ । উত্তৰ-পূৰ্বৰ অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মিজোৰাম আৰু নাগালেণ্ডৰ ১৯খন জিলাৰ ৭৫০ হেক্টৰৰো অধিক ভূমি সামৰি মেগা তৈলপাম খেতি আৰম্ভ কৰা হৈছে। এই অভিযান নেচনেল মিছন ফৰ এডিবল অইল- অইল পাম(ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- অইল পাম)ৰ সৈতে সংগতি ৰাখে, যাৰ লক্ষ্য হৈছে ভাৰতত খাৰুৱা পাম তেলৰ উৎপাদন বৃদ্ধি কৰা। এই বিষয়ে ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছে (আই আই অ’ পি আৰ) মূল্যায়ন কৰিছে যে ভাৰতত প্ৰায় ২৮ লাখ হেক্টৰ তৈলপাম খেতিৰ বাবে উপযোগী, ইয়াৰ ভিতৰত কেৱল উঃ-পূবৰে…
Read More
আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘এক্টিভ ৱান’

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিলে ‘এক্টিভ ৱান’

আদিত্য বিৰলা হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিছে 'এক্টিভ ৱান', যি হৈছে এক সৰলীকৃত আৰু ব্যাপক স্বাস্থ্য বীমা সমাধান য'ত প্ৰদান কৰা হয় ১০০% স্বাস্থ্য বীমা। এই ইঞ্চুৰেন্সৰ অধীনত প্ৰডাক্টৰ সুবিধাসমূহৰ ভিতৰত আছে ১০০% হেল্থ ৰিটাৰ্ণছটিএম, যিয়ে পলিচী হল্ডাৰক এক সক্ৰিয় আৰু স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰি নিজৰ সমগ্ৰ প্ৰিমিয়াম ঘূৰাই আনিবলৈ অনুমতি প্ৰদান কৰে। ক্লেইম প্ৰটেক্টে হাস্পতালত ভৰ্তি হোৱা বা চিকিত্সাৰ সৈতে জড়িত সকলো তালিকাভুক্ত অনা-চিকিৎসা(নন-মেডিকেল) খৰচ সামৰি লয়, যেনে ফেচ মাস্ক, কপাহ, গ্ল'ভছ আৰু অক্সিজেন চিলিণ্ডাৰ ইত্যাদি। এক্টিভ ৱানে কোঠাৰ ভাড়া, আইচিইউৰ মাচুল আৰু আধুনিক চিকিৎসাৰ ক্ষেত্ৰতো কোনো ছাব-লিমিট(উপ-সীমা প্ৰদান) নকৰে, যাৰ ফলত পলিচিধাৰীসকলে নিজৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি স্বাস্থ্যসেৱাৰ সিদ্ধান্ত…
Read More
ভাৰত সঞ্চয়কাৰী দেশৰ পৰা বিনিয়োগকাৰী দেশলৈ ৰূপান্তৰ হৈছে, উদয় কোটাকৰ অভিমত

ভাৰত সঞ্চয়কাৰী দেশৰ পৰা বিনিয়োগকাৰী দেশলৈ ৰূপান্তৰ হৈছে, উদয় কোটাকৰ অভিমত

কোটাক মহিন্দ্ৰা বেংকৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক উদয় কোটাকে জনোৱা অনুসৰি ভাৰত সঞ্চয়কাৰীৰ এখন দেশৰ পৰা বিনিয়োগকাৰী দেশলৈ পৰিৱৰ্তিত হৈছে। এই ৰূপান্তৰ ৮০ৰ দশকৰ আৰম্ভণিতে হৈছিল যেতিয়া ভাৰতীয় সঞ্চয়কাৰীসকলৰ বিত্তীয় সম্পদৰ ওপৰত কম আস্থা আছিল। তেওঁলোকে লাহে লাহে বেংকৰ জমা, ইউটিআই আৰু এলআইচিলৈ বিনিয়োগ হস্তান্তৰ কৰিছিল। ৯০ৰ দশকটোক "জল্পনা-কল্পনাৰ" বুলি গণ্য কৰা হৈছিল যদিও মূলধন বিচৰা কোম্পানীসমূহে বিদেশী প্ৰতিষ্ঠানিক বিনিয়োগকাৰী(এফ আই আই)ৰ ওচৰলৈ গৈছিল, যিসকলে কোম্পানীত ক্ৰয় কৰিছিল আৰু ক্ৰমান্বয়ে ভাৰতীয় সঞ্চয়কাৰীসকলে আঁতৰি আছিল। ইয়াৰ ফলত ২০০০ চনৰ আৰম্ভণিতে ব্যক্তিগত প্লেচমেণ্ট বজাৰ (কিউআইপি)ৰ সৃষ্টি হয়, যাৰ ফলশ্ৰুতিত এফআইআইয়ে ভাৰতীয় বজাৰত ক্ৰয় কৰিব পাৰে। বিশ্বৰ বিত্তীয় সংকটৰ পিছত বজাৰৰ প্ৰতি ভাৰতীয় সঞ্চয়কাৰীৰ…
Read More
ট্ৰাইবেল কো-অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৈতে এমএছডিইৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ট্ৰাইবেল কো-অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়াৰ সৈতে এমএছডিইৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়(এমএছডিই)ৰ অধীনত ৰাষ্ট্ৰীয় উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায় বিকাশ প্ৰতিষ্ঠান (এনআইইএছবিইউডি) আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত ভাৰতীয় জনজাতীয় সমবায় বিপণন বিকাশ ফেডাৰেচেনে (ট্ৰাইফেড) বিশেষভাৱে পিছপৰা জনজাতি গোট(পিভিটিজি)সমূহত প্ৰধানমন্ত্ৰী জনজাতি অভিযান (পিএমজনমান) আঁচনি ৰূপায়ণৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই অংশীদাৰিত্ব হৈছে আঁচনিখনৰ অধীনত বৃত্তিমূলক শিক্ষা আৰু দক্ষতা উপাদান লাভৰ দিশত বিভিন্ন প্ৰচেষ্টাসমূহক একত্ৰিত কৰাৰ এক কৌশলগত পৰিকল্পনা। পিএমজনমন আঁচনিৰ লক্ষ্য হৈছে পিভিটিজিৰ পৰিয়াল আৰু বাসস্থানসমূহক সুৰক্ষিত বাসস্থান, বিশুদ্ধ খোৱাপানী, অনাময়, শিক্ষা, স্বাস্থ্য, পুষ্টি, পথ আৰু দূৰসংযোগ ব্যৱস্থাৰ উন্নত সুবিধা আৰু বহনক্ষম জীৱিকাৰ সুযোগকে ধৰি প্ৰাথমিক সুবিধাসমূহ প্ৰদান কৰা। ট্ৰাইফেডে ৰাজ্যিক ৰূপায়ণ সংস্থাসমূহৰ সৈতে সমন্বয় স্থাপন কৰি…
Read More
চি এছ ৰাজনক অস্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিবলৈ সাজু হৈছে কোটাক মহিন্দ্ৰা বেংক

চি এছ ৰাজনক অস্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিবলৈ সাজু হৈছে কোটাক মহিন্দ্ৰা বেংক

প্ৰকাশ আপ্টেৰ অৱসৰৰ পিছত ২০২৪ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দুবছৰৰ বাবে চি এছ ৰাজনক অস্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে(আৰবিআই) কোটাক মহিন্দ্ৰা বেংক লিমিটেড(কেএমবিএল)ক অনুমোদন জনাইছে। ২০২৩ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰকাশ আপ্টেৰ অৱসৰৰ পিছতে ৰাজনে বেংকৰ ব’ৰ্ডৰ পৰৱৰ্তী অংশকালীন অধ্যক্ষ হ’ব। ৰাজস্থান চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব চি এছ ৰাজনে ২০২২ চনৰ ২২ অক্টোবৰৰ পৰা বেংকৰ ব’ৰ্ডত স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে। ৪০ বছৰৰো অধিক অভিজ্ঞতাসম্পন্ন ৰাজনে শক্তি, ৰাজপথ, জল সম্পদ, উদ্যোগ, কৃষি আৰু গ্ৰামোন্নয়ন, মানৱ সম্পদ, বিত্ত আৰু সাধাৰণ প্ৰশাসনকে ধৰি প্ৰধান আন্তঃগাঁথনি খণ্ডত নেতৃত্বৰ ভূমিকা পালন কৰিছে। তেওঁ বিশ্ব বেংকৰ প্ৰকল্পৰ বাবে…
Read More
এনএছইৰ চি ই অ’ৰ তৰফৰ পৰা সকলোকে এক সমৃদ্ধিশালী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে

এনএছইৰ চি ই অ’ৰ তৰফৰ পৰা সকলোকে এক সমৃদ্ধিশালী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে

নেচনেল ষ্টক এক্সচেঞ্জ(এনএছই)ৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া আশিসকুমাৰ চৌহানে সকলোকে এক সমৃদ্ধিশালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে, লগতে বিচক্ষণতা আৰু অধ্যৱসায়ৰ জৰিয়তে আৰ্থিক বিকাশক উৎসাহিত কৰিছে। তেওঁ কেৱল পঞ্জীভুক্ত মধ্যস্থতাকাৰীৰ সৈতেহে লেনদেন কৰিবলৈ আৰু অনিয়ন্ত্ৰিত সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। তেওঁ সাৱধানতা অৱলম্বন কৰি উচ্চ বিপদাশংকা থকা ডেৰিভেটিভ পৰিহাৰ কৰি ভাৰতৰ সমৃদ্ধিৰ কাহিনীত প্ৰতিশ্ৰুতিবদ্ধ অংশগ্ৰহণকাৰী হ'বলৈ আহ্বান জনায়। ইয়াৰ লগতে তেওঁ আৰু কয় যে, “আমি নৱবৰ্ষত পদাৰ্পণৰ লগে লগে নেচনেল ষ্টক এক্সচেঞ্জে সকলোকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনএছইয়ে আপোনাক বিচক্ষণতা আৰু অধ্যৱসায়ৰ সৈতে আৰ্থিক বৃদ্ধিৰ যাত্ৰাত নামিবলৈ উৎসাহিত কৰে। কেৱল পঞ্জীয়নভুক্ত মধ্যস্থতাকাৰীৰ সৈতেহে লেনদেন কৰক আৰু কেতিয়াও অনিয়ন্ত্ৰিত সামগ্ৰীত…
Read More