23
May
ফ্লিপকাৰ্টে সংগীতপ্ৰেমী, গেমাৰ, আৰু দৈনন্দিন য়েৰবাড ব্যৱহাৰকাৰীসকলক আকৰ্ষণীয় অত্যাধুনিক সুবিধাযুক্ত বিকল্পৰে অডিঅ' প্ৰডাক্টৰ এক বৈচিত্ৰ্যময় সামগ্ৰী আগবঢ়াইছে। ফ্লিপকাৰ্টে আগশাৰীৰ ব্ৰেণ্ড, অতুলনীয় মূল্য, অবিশ্বাস্য লেনদেন আৰু বিনামূলীয়া ইএমআই বিকল্পৰ ব্যৱস্থা কৰিছে। আপোনাৰ বাজেট অনুসৰি প্লেটফৰ্মে অডিঅ’ সংগীৰ এটা কিউৰেটেড বিকল্প প্ৰদান কৰিছে, যাৰ ফলত প্ৰাণৱন্ত অডিঅ’ অভিজ্ঞতা সকলোৰে বাবে সুলভ হৈ পৰিছে। ফ্লিপকাৰ্ট অডিঅ' হৈছে প্ৰতিটো অডিঅ' ষ্টাইল আৰু বাজেট অনুসৰি সকলোৰে বাবে ৱান ষ্টপ শ্বপ। ৰিয়েলমি এয়াৰ ৫, ৱানপ্লাছ নৰ্ড বাডচ ২ আৰু চিএমএফ বাই নথিং বাডচ হৈছে শক্তিশালী নইজ কেনচেলেচন প্ৰযুক্তিৰ সৈতে ডিষ্ট্ৰেকচন(বিভ্ৰান্তি) নোহোৱা কৰিবলৈ উৎকৃষ্ট বিকল্প। ৰিয়েলমি এয়াৰ ৫ত ৩৮ ঘণ্টা, চিএমএফ বাই নাথিং বাডছত ৩৫.৫ ঘণ্টা আৰু…
