ব্যৱসায়

অভিলেখ সৃষ্টিকাৰী অভিযানৰ পিছত স্কোডা অটো ইণ্ডিয়াই নতুন কমপেক্ট এছইউভি হিচাপে ‘কাইলাক’ৰ নাম ঘোষণা

অভিলেখ সৃষ্টিকাৰী অভিযানৰ পিছত স্কোডা অটো ইণ্ডিয়াই নতুন কমপেক্ট এছইউভি হিচাপে ‘কাইলাক’ৰ নাম ঘোষণা

স্কোডা অটো ইণ্ডিয়াই আনুষ্ঠানিকভাৱে আগন্তুক সম্পৃক্ত এছইউভি বাহনখনৰ নাম ‘কাইলাক’ ৰাখিছে, যি এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, কাৰণ দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ‘নেম ইয়ৰ স্কোডা’ অভিযানৰ জৰিয়তে এই নামটো বাচনি কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা এই নামকৰণ অভিযানত ২ লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে জড়িত হৈছিল, যিয়ে ব্ৰেণ্ডটোৰ বৃহৎ মুকলিৰ ক্ষেত্ৰত জনতাক জড়িত আৰু অধিক মানুহৰ কাষ চপাই নিয়াত সহায় কৰিছিল। চূড়ান্ত নামটোৰ বাবে ১০জন প্ৰতিযোগীৰ নাম বাছনি কৰা হৈছিল আৰু অৱশেষত কাইলাক নামটো নিৰ্বাচিত কৰা হয়। এই নামটো স্কোডাৰ পৰম্পৰাৰ সৈতে মিল আছে, কিয়নো এই নামটো 'কে' আখৰেৰে আৰম্ভ আৰু 'কিউ' ৰে শেষ হৈছে, যিয়ে স্পষ্টতা আৰু শক্তি…
Read More
সমগ্ৰ উত্তৰ-পূবত ৩০+ শাখা মুৰব্বীক নিযুক্তি দিব নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে

সমগ্ৰ উত্তৰ-পূবত ৩০+ শাখা মুৰব্বীক নিযুক্তি দিব নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে শাখাসমূহত মুৰব্বী নিয়োগৰ বাবে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে বৃহৎ নিযুক্তি অভিযানৰ কথা ঘোষণা কৰিছে। অসম, উত্তৰ বংগ, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে বেংকটোৱে ৩০তকৈ অধিক নতুন কৰ্মচাৰীক নিয়োজিত কৰাৰ পৰিকল্পনা কৰিছে। এই পদক্ষেপে অঞ্চলটোত নিয়োগ আৰু দক্ষতা বিকাশক উদগণি জনোৱাৰ বাবে থকা এনইএছএফবিৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংকে পূৰ্বে বেংকৰ অভিজ্ঞতা থকা প্ৰাৰ্থীৰ সন্ধান কৰিছে। আৰ্থিক অন্তৰ্ভুক্তি বৃদ্ধি, কৰ্মসংস্থাপন সৃষ্টি আৰু উত্তৰ-পূবৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগোৱাৰ এনইএছএফবিৰ বিশাল অভিযানৰ অংশ এই নিযুক্তি অভিযান। নিজৰ কৰ্মশক্তিৰ সম্প্ৰসাৰণ কৰি এনইএছএফবিয়ে বিত্তীয় খণ্ডত সফল কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে, যাৰ ফলত অঞ্চলটোৰ…
Read More
গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ ৰাজ্যিক বিজয়ীসকলে

গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ ৰাজ্যিক বিজয়ীসকলে

টপছ এণ্ড ৰজনীগন্ধা পাৰ্লছৰ সহযোগত আয়োজিত ফেমিনা মিছ ইণ্ডিয়া ২০২৪ৰ হীৰক জয়ন্তী সংস্কৰণৰ গ্ৰেণ্ড ফিনালেত অংশগ্ৰহণ কৰিব লগা ৰাজ্যিক বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ৬০সংখ্যক ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ীগৰাকীয়ে ৭৩ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব।  প্ৰতিযোগিতাখনৰ ঐতিহাসিক সংস্কৰণটো এক বিশাল আৰু অনন্য কৰি তুলিবলৈ সকলো আয়োজন কৰা হৈছে, যিয়ে ভাৰতীয় মহিলাসকলৰ ভৱিষ্যতক প্ৰতিফলিত কৰি প্ৰতিযোগিতাখনৰ সমৃদ্ধ ইতিহাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। ৬০ বছৰীয়া জয়ন্তীত এই প্ৰতিযোগিতাখনে মহিলা সবলীকৰণৰ উত্তৰাধিকাৰক বজাই ৰখাৰ লগতে নাৰীৰ প্ৰতিভা, বুদ্ধিমত্তা আৰু সৌন্দৰ্য প্ৰদৰ্শনৰ বাবে এখন উত্কৃষ্ট মঞ্চ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।   অসমৰ অৰুন্ধতী শইকীয়া, অৰুণাচল প্ৰদেশৰ তাডু লুনীয়া, নাগালেণ্ডৰ জেণ্টিৰেন জমিৰ,…
Read More
এম জি উইণ্ডছৰ ‘ইনফিনিটী ভিউ গ্লাছ ৰুফ’ক চিইউভি বিলাসিতাক পুনৰ সংজ্ঞায়িত কৰে

এম জি উইণ্ডছৰ ‘ইনফিনিটী ভিউ গ্লাছ ৰুফ’ক চিইউভি বিলাসিতাক পুনৰ সংজ্ঞায়িত কৰে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই শেহতীয়া ভিডিঅ’ত বহু প্ৰত্যাশিত ভাৰতৰ প্ৰথমখন বুদ্ধিদীপ্ত ক্ৰছ অভাৰ ইউটিলিটী বাহন[চিইউভি] এম জি উইণ্ডছৰৰ ‘ইনফিনিটী গ্লাছ ৰুফ’ মুকলি কৰিলে। এই বাহনখনত এটা অভিনৱ বেচপক ডিজাইন আছে, য'ত গাড়ীখনৰ প্লাছ কেবিনৰ সৈতে বাহ্যিক অংশক নিবিড়ভাৱে সংমিশ্ৰিত কৰা হৈছে, যাৰ ফলত আৰোহীসকলক এটা পেনোৰামিক আৰু নিমজ্জিত ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। এক বিস্তৃত কাঁচৰ অন্তৰ্ভুক্তিয়ে এম জি উইণ্ডছৰৰ গৰ্বিত গৰাকীসকলে বাহিৰৰ পৰিৱেশৰ সৈতে এক নিৰৱচ্ছিন্ন সংযোগ উপভোগ কৰিব পাৰে, সেয়া লাগিলে চহৰৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে নেভিগেট কৰাই হওক বা নিস্তব্ধ গ্ৰামাঞ্চলৰ মাজেৰেই হওঁক। এই একক-অনন্য বৈশিষ্ট্যই কেৱল বিলাসীতাৰ স্পৰ্শ যোগ কৰাই নহয়, লগতে স্থানৰ অনুভূতিও বৃদ্ধি কৰে, যাৰ ফলত…
Read More
এনচিএলটিয়ে শ্লাইচ বুষ্ট বিত্তীয় অন্তৰ্ভুক্তিৰ সৈতে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একত্ৰীকৰণৰ অনুমোদন জনাইছে

এনচিএলটিয়ে শ্লাইচ বুষ্ট বিত্তীয় অন্তৰ্ভুক্তিৰ সৈতে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ একত্ৰীকৰণৰ অনুমোদন জনাইছে

দেশৰ গ্ৰাহকসকলক ধন পৰিশোধ আৰু ঋণ প্ৰদান কৰা আগশাৰীৰ প্ৰতিষ্ঠান শ্লাইচৰ সৈতে নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)ৰ একত্ৰিকৰণৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ(এনচিএলটি)-এ অনুমোদন জনাইছে। এনচিএলটিৰ গুৱাহাটী বিচাৰপীঠে এনইএছএফবি, শ্লাইচ আৰু শ্লাইৰ মূল প্ৰতিষ্ঠানকে ধৰি কেইবাটাও সত্তাৰ সৈতে জড়িত ব্যৱস্থা আৰু একত্ৰিকৰণ পৰিকল্পনা(স্কিম)ত অনুমোদন জনাইছে। এই একত্ৰিকৰণ হৈছে এক কৌশলগত পদক্ষেপ, যিয়ে এনইএছএফবিৰ তৃণমূল পৰ্যায়ৰ বেংকিং অভিজ্ঞতাক শ্লাইচৰ ডিজিটেল দক্ষতাৰ সৈতে সংযুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতত বিত্তীয় সেৱা বৃদ্ধি কৰা। কম্পিটিচন কমিছন অৱ ইণ্ডিয়া(চিচিআই), ৰেজিষ্ট্ৰাৰ অৱ কোম্পানীছ (আৰঅ’চি), আঞ্চলিক সঞ্চালক (আৰডি) আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই) আৰু আয়কৰ বিভাগৰ আপত্তিহীন নথি লাভৰ পিছত এই একত্ৰিকৰণ কৰা হৈছে। এই সংযুক্ত…
Read More
এনএছডিএমএ-য়ে এছবিআই সাধাৰণ বীমাৰ সৈতে পেৰামেট্ৰিক বীমা সমাধানৰ বাবে বুজাবুজিচুক্তি স্বাক্ষৰ কৰে

এনএছডিএমএ-য়ে এছবিআই সাধাৰণ বীমাৰ সৈতে পেৰামেট্ৰিক বীমা সমাধানৰ বাবে বুজাবুজিচুক্তি স্বাক্ষৰ কৰে

দুৰ্যোগৰ সময়ত বহনক্ষমতা বৃদ্ধিৰ বাবে কৌশলগত পদক্ষেপ হিচাপে নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ(এনএছডিএমএ)ই এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ সৈতে নাগালেণ্ড ডিজেজষ্টাৰ ৰিস্ক ট্ৰেন্সফাৰ পেৰামেট্ৰিক ইঞ্চুৰেন্স চল্যুচন(ডি আৰ টি পি আই এছ) কাৰ্যকৰী কৰাৰ বাবে ৩ বছৰীয়া চুক্তিত চুক্তিবদ্ধ হৈছে। এই অগ্ৰণী পদক্ষেপে সমগ্ৰ ৰাজ্যখনক প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষিত কৰিবলৈ সাজু কৰি তুলিব, এই প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত অন্যতম হৈছে খৰাং আৰু অত্যাধিক বৰষুণ। ডিআৰটিপিআইএছ-এ এক পেৰামেট্ৰিক ইঞ্চুৰেন্সৰ সুবিধা প্ৰদান কৰি দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনাত এক গুৰুত্বপূৰ্ণ অগ্ৰগতিৰ সূচনা কৰিলে, যি ব্যৱস্থাত দ্ৰুত পুনৰুদ্ধাৰ নিশ্চিত হোৱাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা বিত্তীয় প্ৰভাৱ হ্ৰাস কৰে। এই পদ্ধতিৰ উদ্দেশ্য হৈছে বতৰৰ সঘনাই পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা বিবিধ…
Read More
অস্বাভাৱিক বাৰিষাৰ সময়ছোৱাত ফ্লুৰ সম্ভাৱনা বৃদ্ধিত জোৰ দিছে ডাঃ ৰস্না দাস হাজৰিকাই, শিশুসকলক প্ৰয়োজন ফ্লুৰ প্ৰতিষেধকৰ

অস্বাভাৱিক বাৰিষাৰ সময়ছোৱাত ফ্লুৰ সম্ভাৱনা বৃদ্ধিত জোৰ দিছে ডাঃ ৰস্না দাস হাজৰিকাই, শিশুসকলক প্ৰয়োজন ফ্লুৰ প্ৰতিষেধকৰ

মৌচুমীৰ আগমনত সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা বাৰিষাৰ এই সময়ছোৱাতঅস্বাভাৱিক বতৰৰ বাবে শিশুৰ মাজত ফ্লুৰ আশংকা বৃদ্ধি পোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে আৰআইজিপিএ চিলড্ৰেন'ছ ক্লিনিকৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা শিশু ৰোগ বিশেষজ্ঞ ডাঃ ৰস্না দাস হাজৰিকাই। এই ঋতুত অস্বাভাৱিকভাৱে উঠা-নমা কৰা আৰ্দ্ৰতা আৰু উষ্ণতাই ফ্লু ভাইৰাছ বিয়পি পৰাত অধিক সহায় কৰে, যাৰ ফলত প্ৰতিকূল পৰিস্থিতিৰ বাবে শিশুৰ দুৰ্বলতা-বিপদাংশা আৰু অধিক বৃদ্ধি পায়। ডাঃ হাজৰিকাই উল্লেখ কৰে যে খৰাং সদৃশ পৰিস্থিতিয়ে বায়ু প্ৰদূষণ বৃদ্ধিত উদগণি যোগায় আৰু শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল কৰি তোলে, যাৰ ফলত শিশুসকল সংক্ৰমণৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰা বা অধিক আক্ৰান্ত হয়। ইয়াৰ উপৰিও এই সময়ছোৱাত পানী জমা…
Read More
মহিন্দ্ৰাই আগবঢ়াইছে থাৰ ৰক্স : এছইউভিৰ বিলাসিতা আৰু অফ-ৰোড সামৰ্থ্যৰ ক্ষেত্ৰত স্থাপন কৰিছে নতুন মানদণ্ড

মহিন্দ্ৰাই আগবঢ়াইছে থাৰ ৰক্স : এছইউভিৰ বিলাসিতা আৰু অফ-ৰোড সামৰ্থ্যৰ ক্ষেত্ৰত স্থাপন কৰিছে নতুন মানদণ্ড

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে থাৰ ৰক্স, যিখন বাহনক 'দ্য' এছইউভি বুলি আখ্যা দিয়া হয়, এই বাহনখনে ভাৰতীয় স্বয়ংচালিত উদ্যোগত নতুন মানদণ্ড স্থাপন কৰিছে। ১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ থাৰ ৰক্স বাহনখনে উন্নত প্ৰযুক্তিৰ সৈতে আইকনিক ডিজাইনৰ সংমিশ্ৰণ ঘটাইছে, যিয়ে এক বিলাসী অথচ ৰুক্ষ ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। নতুন এম_গ্লাইড প্লেটফৰ্মৰ দ্বাৰা চালিত, থাৰ ৰক্স বাহনখন বেষ্ট-ইন-ক্লাছ গতিশীলতাৰে এক মসৃণ, পৰিশোধিত যাত্ৰা নিশ্চিত কৰে, যাৰ ভিতৰত আছে শেহতীয়া ৱাটৰ লিংক চাচপেনশ্বন আৰু হাইড্ৰলিক ৰিবাউণ্ড ষ্টপাৰ (এইচআৰএছ) ইত্যাদি। এই এছইউভিখন দুটা বিকল্প ইঞ্জিন-জি২০ টিজিডিআই এমষ্টেলিঅ'ন আৰু ডি২২ এমহ'কৰ সৈতে উপলব্ধ, বাহনখনে ৬-স্পীড মেনুৱেল বা স্বয়ংক্ৰিয় ট্ৰেন্সমিছন আৰু ৩৮০ এনএমলৈকে…
Read More
গুডনাইটৰ সমীক্ষাত মহৰ সুৰক্ষাৰ সমাধানৰ বাবে গোটেই বছৰটোতে চাহিদাৰ ওপৰত আলোকপাত

গুডনাইটৰ সমীক্ষাত মহৰ সুৰক্ষাৰ সমাধানৰ বাবে গোটেই বছৰটোতে চাহিদাৰ ওপৰত আলোকপাত

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ অগ্ৰণী ব্ৰেণ্ড গুডনাইটে কৰা শেহতীয়া সমীক্ষাত ভাৰতীয়সকলৰ মাজত মেলেৰিয়া আৰু ডেংগুৰ দৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বছৰজোৰা প্ৰত্যাহ্বান-ভাবুকিৰ প্ৰতি ব্যাপক উদ্বেগ প্ৰকাশ পাইছে। "এটা মহ, অগণন ভাবুকি" শীৰ্ষক এই অধ্যয়নত প্ৰকাশ পাইছে যে ৮১% ভাৰতীয়ই বিশ্বাস কৰে যে এই মহজনিত ৰোগসমূহ কেৱল বাৰিষাৰ সময়তে নহয়, বছৰৰ যিকোনো সময়তে সংক্ৰমণ বা আক্ৰান্ত হ'ব পাৰে। এই তথ্য পূব ভাৰতৰ লোকসকলে অধিক বিশ্বাস কৰে, সমীক্ষাত পূব ভাৰতৰ ৮৬% উত্তৰদাতাই এই উদ্বেগৰ কথা প্ৰকাশ কৰিছে, পৰিসংখ্যাত ইয়াৰ পিছতে স্থান পশ্চিম (৮১%) আৰু উত্তৰ আৰু দক্ষিণ ভাৰতৰ(৮০%)। যোৱা বছৰ ৯৪,০০০ৰো অধিক লোকে ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে এই তথ্যই নিৰন্তৰ…
Read More
এমজি উইণ্ডচাৰে শেহতীয়া টিজাৰত অতুলনীয় পানী ৰখাৰ ক্ষমতা ঘোষণা কৰিছে

এমজি উইণ্ডচাৰে শেহতীয়া টিজাৰত অতুলনীয় পানী ৰখাৰ ক্ষমতা ঘোষণা কৰিছে

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই ভাৰতৰ প্ৰথমখন ক্ৰছঅভাৰ ইউটিলিটী ভেহিকেল(চি ইউ ভি) এম জি উইণ্ডছৰৰ এক আকৰ্ষণীয় টিজাৰ মুকলি কৰিছে, য’ত বাহনখনৰ আকৰ্ষণীয় পানীত ডুব যোৱাৰ পৰা ৰক্ষা কৰিব পৰা সামৰ্থ্যক উজ্জ্বল কৰি তোলা হৈছে। টিজাৰটোত উইণ্ডছৰৰ বাৰিষাত তিতি থকা পথকে ধৰি প্ৰত্যাহ্বানমূলক পথত যাত্ৰা কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে, যি হৈছে আমাৰ দেশৰ চালকসকলৰ বাবে দেখা দিয়া সঘনাই হোৱা প্ৰত্যাহ্বান। এম জি উইণ্ডছৰৰ উচ্চ মানদণ্ডৰ অভিযান্ত্ৰিকীকৰণ, উন্নীত গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু শক্তিশালী ডিজাইনে ইয়াক পানীৰ গভীৰতা অনায়াসে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰে, যাৰ ফলত নিৰাপদ আৰু মসৃণ ড্ৰাইভিং অভিজ্ঞতা নিশ্চিত হয়। এই সুবিধাসমূহ পূৰ্বে প্ৰকাশ কৰা ছেগমেণ্টত প্ৰথম এৰো-লাউঞ্জৰ আসনৰ সৈতে উইণ্ডচৰক…
Read More