26
Sep
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে দেশৰ প্ৰথম চৰকাৰী পঞ্জীয়নভুক্ত স্বয়ংক্ৰিয় মহ স্প্ৰে’ ডিভাইচ এইচআইটি স্প্ৰে মেটিক মুকলিৰ জৰিয়তে স্মাৰ্ট হোম গেজেটৰ বজাৰত সবল খোজ আৰম্ভ কৰিছে। মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এই উদ্ভাৱনী সঁজুলিয়ে প্ৰতি দুঘণ্টাৰ মূৰে মূৰে স্বয়ংক্ৰিয়ভাৱে ছয় ঘণ্টালৈকে স্প্ৰে’ কৰি তৎক্ষণাত সুৰক্ষা প্ৰদান কৰে, যাৰ ফলত কীট-পতংগ বা মহৰ বিৰুদ্ধে অবিৰত সুৰক্ষা নিশ্চিত হয়।বৰ্তমান একচেটিয়াভাৱে আমাজনত উপলব্ধ এইচআইটি স্প্ৰে মেটিকে ১২ ঘণ্টাৰ বাবে নিৰৱচ্ছিন্ন সুৰক্ষা প্ৰদান কৰে, যাৰ ফলত ই আধুনিক প্ৰতিটো পৰিয়ালৰ বাবে এক ব্যৱহাৰিক পছন্দ হ’ব পাৰে। শেহতীয়াকৈ ৰেডছিয়াৰৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত স্মাৰ্ট হোম ডিভাইচৰ গ্ৰহণৰ হাৰ বৃদ্ধি পাইছে, ইণ্টাৰনেটৰ…
